Shuru
Apke Nagar Ki App…
মানসিক বিকাৰগ্ৰস্ত মহিলাক উদ্ধাৰ কৰিলে লখিমপুৰ জিলাৰ চাউলধোৱা আৰক্ষীয়ে আজি নিশা প্ৰায় ১০:০০ বজাত থেকাৰাগুৰিৰ পৰা এগৰাকী মহিলা উক্ত অঞ্চলত ঘূৰি ফুৰি থকাৰ বিষয়ে তথ্য লাভ কৰা হয়। উক্ত তথ্যৰ ভিত্তিত স্থানটোত উপস্থিত হৈ এগৰাকী স্থানীয় মহিলাৰ সহায়ত উক্ত মহিলাগৰাকীক OP লৈ অনা হয়। সোধ-পোছ কৰাৰ সময়ত জানিব পৰা যায় যে তেওঁৰ মানসিক অৱস্থা স্বাভাৱিক নহয়। সেয়েহে তেওঁক বগীনদী মডেল হাস্পতালত চিকিৎসা পৰীক্ষা কৰোৱা হয়।
Dip Pratim borah
মানসিক বিকাৰগ্ৰস্ত মহিলাক উদ্ধাৰ কৰিলে লখিমপুৰ জিলাৰ চাউলধোৱা আৰক্ষীয়ে আজি নিশা প্ৰায় ১০:০০ বজাত থেকাৰাগুৰিৰ পৰা এগৰাকী মহিলা উক্ত অঞ্চলত ঘূৰি ফুৰি থকাৰ বিষয়ে তথ্য লাভ কৰা হয়। উক্ত তথ্যৰ ভিত্তিত স্থানটোত উপস্থিত হৈ এগৰাকী স্থানীয় মহিলাৰ সহায়ত উক্ত মহিলাগৰাকীক OP লৈ অনা হয়। সোধ-পোছ কৰাৰ সময়ত জানিব পৰা যায় যে তেওঁৰ মানসিক অৱস্থা স্বাভাৱিক নহয়। সেয়েহে তেওঁক বগীনদী মডেল হাস্পতালত চিকিৎসা পৰীক্ষা কৰোৱা হয়।
More news from Assam and nearby areas
- হাটশিঙিমাৰীত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আজি সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জোৰদাৰ বিক্ষোভ সমদল উলিয়াই। হাটশিঙিমাৰীত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আজি সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জোৰদাৰ বিক্ষোভ সমদল উলিয়াই।1
- মাজুলীৰ স্বাস্থ্যখণ্ডৰ বুজ ল’লে স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে : মাজুলীৰ পৰা ওলোৱা চিকিৎসকক জিলাখনতে ২-৩ বছৰ সেৱাৰ চিন্তা মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে চৰকাৰী ভ্ৰমণসূচীৰে মাজুলীত উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী অশোক সিংহল। কালি সন্ধিয়া আহি মাজুলীত উপস্থিত হোৱা মন্ত্ৰী গৰাকীয়ে আজি দিনজোৰা কাৰ্যসূচীৰ অংশ হিচাপে মাজুলীৰ বিভিন্ন স্বাস্থ্য প্ৰতিষ্ঠান পৰিদৰ্শন কৰাৰ লগতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ পৰ্যালোচনা বৈঠকতো অংশগ্ৰহণ কৰে। মন্ত্ৰী অশোক সিংহলে মাজুলীৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে। চিকিৎসালয়খনৰ চলিত চিকিৎসা সেৱা, আন্তঃগাঁথনি আৰু অন্যান্য সামগ্ৰিক দিশৰ বুজ লোৱাৰ লগতে চিকিৎসক, স্বাস্থ্যকৰ্মী, ৰোগী আৰু অভিভাৱকসকলৰ সৈতে পোনপটীয়াকৈ মত-বিনিময় কৰে। তেওঁলোকৰ চিকিৎসা-অভিজ্ঞতা, সমস্যাৰাজি আৰু প্ৰয়োজনীয়তাৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে বুজ লয়। পৰিদৰ্শনৰ সময়ত দৃষ্টিগোচৰ হোৱা সমস্যাসমূহ শীঘ্ৰে সমাধানৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে। মাজুলীৰ প্ৰতিগৰাকী নাগৰিকে যাতে নিজৰ জিলাতে উন্নত আৰু মানসম্পন্ন স্বাস্থ্যসেৱা লাভ কৰে, সেই লক্ষ্যৰে স্বাস্থ্য বিভাগে নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিব বুলিও তেওঁ উল্লেখ কৰে। জিলা চিকিৎসালয় পৰিদৰ্শনৰ পিছতে মাজুলীৰ জিলা আয়ুক্ত কাৰ্যালয়ত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। বৈঠক অন্তত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মাজুলীৰ স্বাস্থ্যখণ্ডৰ এক গুৰুত্বপূৰ্ণ সমস্যাৰ কথাও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে মাজুলীলৈ চিকিৎসক আহে যদিও বহু সময়ত দুই-তিনি মাহতকৈ অধিক দিন নাথাকে। এই সমস্যা সমাধানৰ বাবে মাজুলীৰ বিধায়কক এখন তালিকা প্ৰস্তুত কৰিবলৈ কোৱা হৈছে, য’ত মাজুলীৰ পৰা ওলোৱা চিকিৎসকসকলক চিনাক্ত কৰি তেওঁলোকক মাজুলীতে দুই-তিনি বছৰ চিকিৎসা সেৱা আগবঢ়োৱাৰ সুযোগ দিয়াৰ বিষয়ত চিন্তা-চৰ্চা চলি আছে। ইয়াৰ পিছতহে তেওঁলোকক অন্য স্থানত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰাৰ বিষয়তো আলাপ-আলোচনা চলি থকা বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। লগতে শীঘ্ৰেই মাজুলীৰ জিলা চিকিৎসালয়খনলৈ এগৰাকী চৰ্মৰোগ বিশেষজ্ঞ (Dermatologist) নিযুক্তি দিয়া হ’ব বুলিও ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। মাজুলীৰ স্বাস্থ্যখণ্ডৰ বুজ ল’লে স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে : মাজুলীৰ পৰা ওলোৱা চিকিৎসকক জিলাখনতে ২-৩ বছৰ সেৱাৰ চিন্তা মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে চৰকাৰী ভ্ৰমণসূচীৰে মাজুলীত উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী অশোক সিংহল। কালি সন্ধিয়া আহি মাজুলীত উপস্থিত হোৱা মন্ত্ৰী গৰাকীয়ে আজি দিনজোৰা কাৰ্যসূচীৰ অংশ হিচাপে মাজুলীৰ বিভিন্ন স্বাস্থ্য প্ৰতিষ্ঠান পৰিদৰ্শন কৰাৰ লগতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ পৰ্যালোচনা বৈঠকতো অংশগ্ৰহণ কৰে। মন্ত্ৰী অশোক সিংহলে মাজুলীৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে। চিকিৎসালয়খনৰ চলিত চিকিৎসা সেৱা, আন্তঃগাঁথনি আৰু অন্যান্য সামগ্ৰিক দিশৰ বুজ লোৱাৰ লগতে চিকিৎসক, স্বাস্থ্যকৰ্মী, ৰোগী আৰু অভিভাৱকসকলৰ সৈতে পোনপটীয়াকৈ মত-বিনিময় কৰে। তেওঁলোকৰ চিকিৎসা-অভিজ্ঞতা, সমস্যাৰাজি আৰু প্ৰয়োজনীয়তাৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে বুজ লয়। পৰিদৰ্শনৰ সময়ত দৃষ্টিগোচৰ হোৱা সমস্যাসমূহ শীঘ্ৰে সমাধানৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে। মাজুলীৰ প্ৰতিগৰাকী নাগৰিকে যাতে নিজৰ জিলাতে উন্নত আৰু মানসম্পন্ন স্বাস্থ্যসেৱা লাভ কৰে, সেই লক্ষ্যৰে স্বাস্থ্য বিভাগে নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিব বুলিও তেওঁ উল্লেখ কৰে। জিলা চিকিৎসালয় পৰিদৰ্শনৰ পিছতে মাজুলীৰ জিলা আয়ুক্ত কাৰ্যালয়ত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। বৈঠক অন্তত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মাজুলীৰ স্বাস্থ্যখণ্ডৰ এক গুৰুত্বপূৰ্ণ সমস্যাৰ কথাও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে মাজুলীলৈ চিকিৎসক আহে যদিও বহু সময়ত দুই-তিনি মাহতকৈ অধিক দিন নাথাকে। এই সমস্যা সমাধানৰ বাবে মাজুলীৰ বিধায়কক এখন তালিকা প্ৰস্তুত কৰিবলৈ কোৱা হৈছে, য’ত মাজুলীৰ পৰা ওলোৱা চিকিৎসকসকলক চিনাক্ত কৰি তেওঁলোকক মাজুলীতে দুই-তিনি বছৰ চিকিৎসা সেৱা আগবঢ়োৱাৰ সুযোগ দিয়াৰ বিষয়ত চিন্তা-চৰ্চা চলি আছে। ইয়াৰ পিছতহে তেওঁলোকক অন্য স্থানত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰাৰ বিষয়তো আলাপ-আলোচনা চলি থকা বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। লগতে শীঘ্ৰেই মাজুলীৰ জিলা চিকিৎসালয়খনলৈ এগৰাকী চৰ্মৰোগ বিশেষজ্ঞ (Dermatologist) নিযুক্তি দিয়া হ’ব বুলিও ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।1
- JO HAM KAR RAHE HAIN YE MILAD-UN-NABI NAHI YE TO BE-DEENI HAI ALLAH HAMARE NAUJAWANO KO HIDAYAT ATA FARMAI. JO HAM KAR RAHE HAIN YE MILAD-UN-NABI NAHI YE TO BE-DEENI HAI ALLAH HAMARE NAUJAWANO KO HIDAYAT ATA FARMAI.1
- ৰাজবাৰী ৩৮৩ নং প্ৰাথমিক বিদ্যালয়ৰ পৰিছালনা সমিতি গঠনৰ ৰাজহুৱা সভা বিহপুৰীযা ঃআজি দুপৰীয়া বিহপুৰীয়াৰ ৰাজবাৰীত অৱস্হিত ঐতিহ্যমণ্ডিত ৮১ বছৰীয়া ৩৮৩ নং প্ৰাথমিক বিদ্যালয় খনৰ পৰিছালনা সমিতি খন গঠনৰ উদ্দেশ্যে এখন ৰাজহুৱা সভা সমূহীয়া প্ৰাৰ্থনা ৰে আৰম্ভ কৰি প্ৰমেন ভূঞাৰ সঞ্চালনাত অনুস্হিত কৰে ৷ বিগত তিনি বৰ্ষৰ পৰিছালনা সমিতিৰ কায্যকালত এই বিদ্যালয় খনৰ দখলত থকা ছয় কঠা মাটিৰ ম্যাদী পট্টা লাভ কৰিবলৈ সক্ষম হোৱাত আজিৰ সভাই সভাপতি প্ৰমেন ভূঞাৰ লগতে সমিতি খনৰ শলাগ লয৷ শতকৰা ৫০ শতাংশ মহিলা অভিভাৱকক সদস্য হিচাপে লৈ নতুন সমিতি ৰ সদস্য সকলক ৰাইজে নিৰ্বাচন কৰে৷ নৱজ্যোতি শৰ্মা বিহপুৰীয়া৷4
- বানৰ পিছত জ্ঞানজ্যোতি একাডেমীলৈ আম আদমি পাৰ্টীৰ কম্পিউটাৰ প্ৰদান বানৰ বিভীষিকাই চৰাইদেউ জিলাৰ লগতে শিৱসাগৰ জিলাৰ বিস্তীৰ্ণ অঞ্চল বিধ্বস্ত কৰাৰ পিছত লাকুৱাৰ জ্ঞানজ্যোতি একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে আম আদমি পাৰ্টীয়ে কেইবাটাও কম্পিউটাৰ প্ৰদান কৰে। চৰাইদেউ জিলাৰ লাকুৱাৰ চটাইছিগাস্থিত জ্ঞানজ্যোতি একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত অনুষ্ঠিত অনুষ্ঠানত আম আদমি পাৰ্টীৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰভাৰী শ্ৰী ৰাজেশ শৰ্মা, ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী, ৰাজ্যিক সামাজিক মাধ্যম সভাপতি অংকুৰ কলিতা, শিৱসাগৰ জিলা সভাপতি হিমাদ্ৰী জ্যোতি দত্ত, শিৱসাগৰ জিলা সম্পাদক দূৰ্লভ কুমাৰ বৰুৱা, কাৰ্যনিৰ্বাহক সদস্য দেবেন্দ্ৰ নাথ বৰা আৰু নাজিৰা সমষ্টি সভাপতি অৰিন্দম খাটনিয়াৰৰ উপস্থিতিত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে কম্পিউটাৰসমূহ প্ৰদান কৰা হয়1
- এটা মাহ হৈ যোৱাৰ পাছতো মৰাণৰ মাছ ব্যৱসায়ীসকলে প্ৰশাসনৰ নিৰ্দেশ গুৰুত্ব প্ৰদান নকৰাত আজি মৰাণ প্ৰশাসনৰ এটা দলে মৰাণ দৈনিক বজাৰত অভিযান চলায় প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰি বজাৰত অস্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি কৰা ১১ গৰাকী মাছ ব্যৱসায়ীৰ ওপৰত জৰিমনা বিহে ।1
- বৰাহী গ্ৰাণ্টৰ কৈৱৰ্ত গাৱঁত টাওকাক নদীৰ ব্যাপক গৰা খহনীয়াৰ সৃষ্টি সোণাৰিত টাওকাক নদীৰ ব্যাপক গৰা খহনীয়াঃউছন হোৱাৰ উপক্ৰমঃচৰাইদেউ জিলা মাহমৰা সমষ্টিৰ চফ্ৰাই গাওঁ পঞ্চায়ত অন্তৰ্গত বৰাহী গ্ৰাণ্টৰ কৈৱৰ্ত গাৱঁত টাওকাক নদীয়ে ব্যাপক গৰা খহনীয়াৰ সৃষ্টি কৰিছে।ইতিমধ্যে গাওঁখনলৈ যোৱা পথটি নদীখনৰ খহনীয়াৰ ফলত নদীৰ বুকুত জাহ গৈছেঃ ইফালে গাওঁ খনৰ নামঘৰটোও লৈও নদীখনৰ খহনিয়াই বিপদ মাতি আনিছে।ৰাইজে জনিবলৈ দিয়া অনুসৰি বিগত ১০-১৫ বছৰ ধৰি নদীখনে কৰা খহনীয়াৰ ফলত গাওঁখনৰ ২৫-৩০ ঘৰ লোকৰ জীৱনলৈ বিপদ কঢ়িয়াই আনিছে।ইতিমধ্যে কেইবাটাও পৰিয়ালে গাওঁ খনৰ পৰা খহনীয়াৰ বাবে গাওঁ এৰি যাব লগীয়াত পৰিছে। সোণাৰিৰ পৰা কপিল চেতিয়াৰ ৰিপৰ্টঃ1
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক বৃহৎ সমদল বাহিৰ সদৌ শিৱসাগৰ ছাত্ৰ সন্থাৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক বৃহৎ সমদল বাহিৰ সদৌ শিৱসাগৰ ছাত্ৰ সন্থাৰ1