logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

অসম-নাগালেণ্ড সীমান্তত নগাৰ সন্ত্ৰাস ক্ৰমাৎ বৃদ্ধি পোৱাৰ লগতে আগ্ৰাসী নগাই অসমৰ ভূমিত অসমীয়াক ভাবুকি প্ৰদান কৰি পথ নিৰ্মাণৰ কাম বন্ধ কৰিছে বুলি অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত অসম প্ৰশাসনে নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰিছে বুলি কোৱা হৈছে। এই নগা সন্ত্ৰাস বন্ধ কৰাৰ দাবীত আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাই (আটছা) নিউ সোনোৱালত মৰিয়নি-মোককচাং পথ অৱৰোধ কৰি এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে অসম চৰকাৰৰ নীৰৱ ভূমিকাক কঠোৰ সমালোচনা কৰাৰ লগতে স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মীক মুৰ্দাবাদ ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলে।

1 hr ago
user_Farid Ali.
Farid Ali.
Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
1 hr ago

অসম-নাগালেণ্ড সীমান্তত নগাৰ সন্ত্ৰাস ক্ৰমাৎ বৃদ্ধি পোৱাৰ লগতে আগ্ৰাসী নগাই অসমৰ ভূমিত অসমীয়াক ভাবুকি প্ৰদান কৰি পথ নিৰ্মাণৰ কাম বন্ধ কৰিছে বুলি অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত অসম প্ৰশাসনে নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰিছে বুলি কোৱা হৈছে। এই নগা সন্ত্ৰাস বন্ধ কৰাৰ দাবীত আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাই (আটছা) নিউ সোনোৱালত মৰিয়নি-মোককচাং পথ অৱৰোধ কৰি এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে অসম চৰকাৰৰ নীৰৱ ভূমিকাক কঠোৰ সমালোচনা কৰাৰ লগতে স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মীক মুৰ্দাবাদ ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলে।

More news from অসম and nearby areas
  • দুলীয়াজানৰ নাওহলীয়া অঞ্চলৰ 'নাওহলীয়া ডি-এডিচন কাম ৰিহেবিলিটেচন চেণ্টাৰ'ত সংঘটিত ১৮ বছৰীয়া অমন সোণাৰৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি আজি দুলীয়াজানৰ ১৬ নম্বৰ তিনিআলিত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয়। যোৱা ১৯ জুনত সংঘটিত হোৱা এই হত্যাকাণ্ডৰ পাঁচ দিন উকলি যোৱাৰ পিছতো মূল অভিযুক্ত তথা নিচামুক্তি কেন্দ্ৰটোৰ স্বত্বাধিকাৰী সন্তোষ লিম্বুক আৰক্ষীয়ে কৰায়ত্ত কৰিব নোৱাৰাত এই প্ৰতিবাদ আৰম্ভ হৈছিল। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা আৰু গোৰ্খা নাৰী পৰিষদৰ দুলীয়াজান আঞ্চলিক সমিতিৰ উদ্যোগত এই প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল। প্ৰতিবাদকাৰীসকলে পথ অৱৰোধ কৰি 'অমন সোণাৰৰ হত্যাক গ্ৰেপ্তাৰ কৰক', 'হত্যাকাৰীক ফাঁচী দিয়ক', আৰু 'আমাক ন্যায় লাগিবই' আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। পিছত, জিলা দণ্ডাধীশৰ উপস্থিতিত প্ৰতিবাদস্থলীত এক আলোচনা অনুষ্ঠিত হোৱাৰ পিছতেই প্ৰতিবাদকাৰীসকলে পথ অৱৰোধ প্ৰত্যাহাৰ কৰে।
    1
    দুলীয়াজানৰ নাওহলীয়া অঞ্চলৰ 'নাওহলীয়া ডি-এডিচন কাম ৰিহেবিলিটেচন চেণ্টাৰ'ত সংঘটিত ১৮ বছৰীয়া অমন সোণাৰৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি আজি দুলীয়াজানৰ ১৬ নম্বৰ তিনিআলিত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয়। যোৱা ১৯ জুনত সংঘটিত হোৱা এই হত্যাকাণ্ডৰ পাঁচ দিন উকলি যোৱাৰ পিছতো মূল অভিযুক্ত তথা নিচামুক্তি কেন্দ্ৰটোৰ স্বত্বাধিকাৰী সন্তোষ লিম্বুক আৰক্ষীয়ে কৰায়ত্ত কৰিব নোৱাৰাত এই প্ৰতিবাদ আৰম্ভ হৈছিল।

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা আৰু গোৰ্খা নাৰী পৰিষদৰ দুলীয়াজান আঞ্চলিক সমিতিৰ উদ্যোগত এই প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল। প্ৰতিবাদকাৰীসকলে পথ অৱৰোধ কৰি 'অমন সোণাৰৰ হত্যাক গ্ৰেপ্তাৰ কৰক', 'হত্যাকাৰীক ফাঁচী দিয়ক', আৰু 'আমাক ন্যায় লাগিবই' আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

পিছত, জিলা দণ্ডাধীশৰ উপস্থিতিত প্ৰতিবাদস্থলীত এক আলোচনা অনুষ্ঠিত হোৱাৰ পিছতেই প্ৰতিবাদকাৰীসকলে পথ অৱৰোধ প্ৰত্যাহাৰ কৰে।
    user_RAJIB Gogoi
    RAJIB Gogoi
    Local News Reporter টেঙাখাট, ডিব্ৰুগড়, অসম•
    3 hrs ago
  • অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়নে এক বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰে, য'ত বহু সংখ্যক ব্যক্তিক সন্মানিত কৰা হয়। এই অনুষ্ঠানত নিউজ লাইভৰ সাংবাদিক প্ৰাঞ্জল গগৈকো বঁটা প্ৰদান কৰা হয়। তেওঁৰ লগতে সমাজৰ হকে কাম কৰি অহা আন বহু ব্যক্তিকো এই বিশেষ বঁটাৰে বিভূষিত কৰা হয়।
    1
    অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়নে এক বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰে, য'ত বহু সংখ্যক ব্যক্তিক সন্মানিত কৰা হয়। এই অনুষ্ঠানত নিউজ লাইভৰ সাংবাদিক প্ৰাঞ্জল গগৈকো বঁটা প্ৰদান কৰা হয়। তেওঁৰ লগতে সমাজৰ হকে কাম কৰি অহা আন বহু ব্যক্তিকো এই বিশেষ বঁটাৰে বিভূষিত কৰা হয়।
    user_Pranjal Gogoi
    Pranjal Gogoi
    Dibrugarh East, Assam•
    10 hrs ago
  • অম্বুবাচীৰ প্ৰবৃত্তি উপলক্ষে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ শেষ শয়নস্থলী গামোচাৰে ঢাকি দিয়া হয়।
    1
    অম্বুবাচীৰ প্ৰবৃত্তি উপলক্ষে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ শেষ শয়নস্থলী গামোচাৰে ঢাকি দিয়া হয়।
    user_Golaghat খবৰ
    Golaghat খবৰ
    Local News Reporter Golaghat, Assam•
    1 hr ago
  • তিনিচুকীয়া চহৰত এখন স্কৰ্পীয় বাহনে চিনেমাৰ কাইদাৰে সন্ত্ৰাসৰ সৃষ্টি কৰে। চলন্ত বাহনখনে এগৰাকীৰ পাছত এগৰাকী পথচাৰীক খুন্দিয়াই। কেইবাগৰাকীও লোকক খুন্দিয়াই বাহনখনে ঘটনাস্থলীৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে পথচাৰীসকলে ইয়াক ৰখাবলৈ চেষ্টা কৰে। এই সন্ত্ৰাস সৃষ্টিকাৰী বাহনখনৰ নম্বৰ আছিল AS06 H4282। পিছত, বাহনখন যানযঁটৰ মাজত আৱদ্ধ হৈ পৰে, যাৰ ফলত চালকজনক মাৰধৰ কৰা হয়। তিনিচুকীয়াৰ যানবাহন আৰক্ষীয়ে বাহনখন জব্দ কৰাৰ লগতে চালকজনক আটক কৰে। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত বৰ্তমান তিনিচুকীয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
    1
    তিনিচুকীয়া চহৰত এখন স্কৰ্পীয় বাহনে চিনেমাৰ কাইদাৰে সন্ত্ৰাসৰ সৃষ্টি কৰে। চলন্ত বাহনখনে এগৰাকীৰ পাছত এগৰাকী পথচাৰীক খুন্দিয়াই। কেইবাগৰাকীও লোকক খুন্দিয়াই বাহনখনে ঘটনাস্থলীৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে পথচাৰীসকলে ইয়াক ৰখাবলৈ চেষ্টা কৰে। এই সন্ত্ৰাস সৃষ্টিকাৰী বাহনখনৰ নম্বৰ আছিল AS06 H4282।

পিছত, বাহনখন যানযঁটৰ মাজত আৱদ্ধ হৈ পৰে, যাৰ ফলত চালকজনক মাৰধৰ কৰা হয়। তিনিচুকীয়াৰ যানবাহন আৰক্ষীয়ে বাহনখন জব্দ কৰাৰ লগতে চালকজনক আটক কৰে। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত বৰ্তমান তিনিচুকীয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    5 hrs ago
  • তিনিচুকীয়া জিলাৰ অন্যতম বাণিজ্যিক কেন্দ্ৰ হিচাপে পৰিচিত জাগুন বজাৰৰ ৰাজপথ, বিশেষকৈ ব্যস্ত ৩১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া চৰণীয়া পথাৰৰ দৰে পৰিৱেশ বিৰাজ কৰিছে। পথৰ ওপৰত গৰুৰ জাকৰ অবাধ বিচৰণৰ ফলত মানুহ খোজ কাঢ়িবলৈও ভয় কৰিবলগীয়া হৈছে আৰু এই বাঢ়ি অহা গৰুৰ সন্ত্ৰাসত স্থানীয় ৰাইজ অতিষ্ঠ হৈ পৰিছে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, একাংশ দায়িত্বহীন পশুধনৰ মালিকে নিজৰ গৰুসমূহ এনেদৰে বজাৰৰ মাজত এৰি দিয়ে। এই গৰুৰ জাকে বজাৰৰ শাক-পাচলিৰ দোকানসমূহ লণ্ডভণ্ড কৰাৰ লগতে দিন-ৰাতি সমানেই ৰাজপথতে খোপনি পুতি বহি থাকে। ইয়াৰ ফলত অঞ্চলটোত সঘনাই সৰু-বৰ পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে।
    1
    তিনিচুকীয়া জিলাৰ অন্যতম বাণিজ্যিক কেন্দ্ৰ হিচাপে পৰিচিত জাগুন বজাৰৰ ৰাজপথ, বিশেষকৈ ব্যস্ত ৩১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া চৰণীয়া পথাৰৰ দৰে পৰিৱেশ বিৰাজ কৰিছে। পথৰ ওপৰত গৰুৰ জাকৰ অবাধ বিচৰণৰ ফলত মানুহ খোজ কাঢ়িবলৈও ভয় কৰিবলগীয়া হৈছে আৰু এই বাঢ়ি অহা গৰুৰ সন্ত্ৰাসত স্থানীয় ৰাইজ অতিষ্ঠ হৈ পৰিছে।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, একাংশ দায়িত্বহীন পশুধনৰ মালিকে নিজৰ গৰুসমূহ এনেদৰে বজাৰৰ মাজত এৰি দিয়ে। এই গৰুৰ জাকে বজাৰৰ শাক-পাচলিৰ দোকানসমূহ লণ্ডভণ্ড কৰাৰ লগতে দিন-ৰাতি সমানেই ৰাজপথতে খোপনি পুতি বহি থাকে। ইয়াৰ ফলত অঞ্চলটোত সঘনাই সৰু-বৰ পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে।
    user_Deepak Das
    Deepak Das
    Local News Reporter মাৰ্ঘেৰিটা, তিনিচুকীয়া, অসম•
    4 hrs ago
  • অসম-নাগালেণ্ড সীমান্তত নগাৰ সন্ত্ৰাস ক্ৰমাৎ বৃদ্ধি পোৱাৰ লগতে আগ্ৰাসী নগাই অসমৰ ভূমিত অসমীয়াক ভাবুকি প্ৰদান কৰি পথ নিৰ্মাণৰ কাম বন্ধ কৰিছে বুলি অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত অসম প্ৰশাসনে নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰিছে বুলি কোৱা হৈছে। এই নগা সন্ত্ৰাস বন্ধ কৰাৰ দাবীত আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাই (আটছা) নিউ সোনোৱালত মৰিয়নি-মোককচাং পথ অৱৰোধ কৰি এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে অসম চৰকাৰৰ নীৰৱ ভূমিকাক কঠোৰ সমালোচনা কৰাৰ লগতে স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মীক মুৰ্দাবাদ ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলে।
    4
    অসম-নাগালেণ্ড সীমান্তত নগাৰ সন্ত্ৰাস ক্ৰমাৎ বৃদ্ধি পোৱাৰ লগতে আগ্ৰাসী নগাই অসমৰ ভূমিত অসমীয়াক ভাবুকি প্ৰদান কৰি পথ নিৰ্মাণৰ কাম বন্ধ কৰিছে বুলি অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত অসম প্ৰশাসনে নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰিছে বুলি কোৱা হৈছে।

এই নগা সন্ত্ৰাস বন্ধ কৰাৰ দাবীত আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাই (আটছা) নিউ সোনোৱালত মৰিয়নি-মোককচাং পথ অৱৰোধ কৰি এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰীসকলে অসম চৰকাৰৰ নীৰৱ ভূমিকাক কঠোৰ সমালোচনা কৰাৰ লগতে স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মীক মুৰ্দাবাদ ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    1 hr ago
  • দুলীয়াজান আৰু নাহৰকটীয়া সংযোগী একমাত্ৰ প্ৰথমখন উৰণীয়া সেঁতুক লৈ দুলীয়াজানৰ স্থানীয় ৰাইজে গভীৰ ইতিবাচক মনোভাৱ প্ৰকাশ কৰিছে। অঞ্চলটোৰ ৰাইজে এই উৰণীয়া সেঁতুখনৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে।
    1
    দুলীয়াজান আৰু নাহৰকটীয়া সংযোগী একমাত্ৰ প্ৰথমখন উৰণীয়া সেঁতুক লৈ দুলীয়াজানৰ স্থানীয় ৰাইজে গভীৰ ইতিবাচক মনোভাৱ প্ৰকাশ কৰিছে। অঞ্চলটোৰ ৰাইজে এই উৰণীয়া সেঁতুখনৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে।
    user_RAJIB Gogoi
    RAJIB Gogoi
    Local News Reporter টেঙাখাট, ডিব্ৰুগড়, অসম•
    10 hrs ago
  • গোলাঘাট জিলাৰ দৰিয়া চাহ বাগিচাত শ্ৰমিকসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত এক ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই কাৰ্যসূচীৰ জৰিয়তে চাহ বাগিচাৰ শ্ৰমিক ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যাসমূহৰ শীঘ্ৰে সমাধানৰ দাবী জনোৱা হৈছিল। এই ধৰ্ণা কাৰ্যসূচী অসম চাহ জনজাতি ছাত্ৰ সন্থা, দৰিয়া উপশাখা আৰু দৰিয়া প্ৰাথমিক গোটৰ উদ্যোগত অনুষ্ঠিত হৈছিল। লগতে, দৰিয়া বাগিচা সংঘ আৰু সমূহ দৰিয়াবাসী ৰাইজে এই শ্ৰমিকৰ হিতাধিকাৰী কাৰ্যসূচীত সহযোগ আগবঢ়ায়।
    1
    গোলাঘাট জিলাৰ দৰিয়া চাহ বাগিচাত শ্ৰমিকসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত এক ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই কাৰ্যসূচীৰ জৰিয়তে চাহ বাগিচাৰ শ্ৰমিক ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যাসমূহৰ শীঘ্ৰে সমাধানৰ দাবী জনোৱা হৈছিল।

এই ধৰ্ণা কাৰ্যসূচী অসম চাহ জনজাতি ছাত্ৰ সন্থা, দৰিয়া উপশাখা আৰু দৰিয়া প্ৰাথমিক গোটৰ উদ্যোগত অনুষ্ঠিত হৈছিল। লগতে, দৰিয়া বাগিচা সংঘ আৰু সমূহ দৰিয়াবাসী ৰাইজে এই শ্ৰমিকৰ হিতাধিকাৰী কাৰ্যসূচীত সহযোগ আগবঢ়ায়।
    user_Golaghat খবৰ
    Golaghat খবৰ
    Local News Reporter Golaghat, Assam•
    1 hr ago
  • ছিকিমত হোৱা ভূমিস্খলনৰ ফলত ৰাংপো - ৰোৰাথাং পথৰ ৫নং মাইল ৰেছি, ৰোৰাথাংত যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। ভূমিস্খলনৰ বাবে পথটো অৱৰুদ্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত যাত্ৰীসকলক বিকল্প পথ ব্যৱহাৰ কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে।
    1
    ছিকিমত হোৱা ভূমিস্খলনৰ ফলত ৰাংপো - ৰোৰাথাং পথৰ ৫নং মাইল ৰেছি, ৰোৰাথাংত যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। ভূমিস্খলনৰ বাবে পথটো অৱৰুদ্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত যাত্ৰীসকলক বিকল্প পথ ব্যৱহাৰ কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে।
    user_Shyam Jadhav
    Shyam Jadhav
    Local News Reporter মাৰ্ঘেৰিটা, তিনিচুকীয়া, অসম•
    1 hr ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.