logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

সোণৰ গহনা চুৰি কৰি অঞ্চলজুৰি আতংকৰ সৃষ্টি কৰা অনন্যা দাস নামৰ এগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে।

2 hrs ago
user_Time18 News
Time18 News
Newsagent সৰুপথাৰ, গোলাঘাট, অসম•
2 hrs ago
34345b38-1db8-40d5-b49c-390a9ba45cef

সোণৰ গহনা চুৰি কৰি অঞ্চলজুৰি আতংকৰ সৃষ্টি কৰা অনন্যা দাস নামৰ এগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে।

More news from অসম and nearby areas
  • সৰুপথাৰত মিত্ৰদল অগপৰ দ্বাৰা বিধায়ক বিশ্বজিৎ ফুকনক এক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। এই অনুষ্ঠানটো শতাধিক কৰ্মীৰ উদ্যোগত আয়োজন কৰা হৈছিল।
    1
    সৰুপথাৰত মিত্ৰদল অগপৰ দ্বাৰা বিধায়ক বিশ্বজিৎ ফুকনক এক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। এই অনুষ্ঠানটো শতাধিক কৰ্মীৰ উদ্যোগত আয়োজন কৰা হৈছিল।
    user_DB24assam
    DB24assam
    Local News Reporter সৰুপথাৰ, গোলাঘাট, অসম•
    19 hrs ago
  • ৯০ দশকৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জিতুল সোণোৱালৰ এটা গীত সামাজিক মাধ্যমত ভাইৰেল হৈছে।
    1
    ৯০ দশকৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জিতুল সোণোৱালৰ এটা গীত সামাজিক মাধ্যমত ভাইৰেল হৈছে।
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    22 hrs ago
  • NEET পৰীক্ষা কেন্দ্ৰত সামান্য পলম হোৱাৰ বাবে এগৰাকী পৰীক্ষাৰ্থীক প্ৰৱেশ কৰিব নিদিয়াত এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। পৰীক্ষাত বহিবলৈ নোপোৱাৰ ফলত সৃষ্টি হোৱা এই দুখজনক পৰিস্থিতিৰ চাপ সহ্য কৰিব নোৱাৰি দূৰ্ভগীয়া পিতৃগৰাকী পৰীক্ষা কেন্দ্ৰৰ আগতেই ঢলি পৰে। এইগৰাকী পিতৃ আৰু তেওঁৰ কন্যাৰ এনে দুখ কোনোবা মন্ত্ৰী বা বিধায়কে বুজি পাবনে, সেই লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে।
    1
    NEET পৰীক্ষা কেন্দ্ৰত সামান্য পলম হোৱাৰ বাবে এগৰাকী পৰীক্ষাৰ্থীক প্ৰৱেশ কৰিব নিদিয়াত এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। পৰীক্ষাত বহিবলৈ নোপোৱাৰ ফলত সৃষ্টি হোৱা এই দুখজনক পৰিস্থিতিৰ চাপ সহ্য কৰিব নোৱাৰি দূৰ্ভগীয়া পিতৃগৰাকী পৰীক্ষা কেন্দ্ৰৰ আগতেই ঢলি পৰে। এইগৰাকী পিতৃ আৰু তেওঁৰ কন্যাৰ এনে দুখ কোনোবা মন্ত্ৰী বা বিধায়কে বুজি পাবনে, সেই লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে।
    user_JANJU LIVE
    JANJU LIVE
    Local News Reporter লংকা, হোজাই, অসম•
    22 hrs ago
  • লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক তথা সমাজহিতৈষী শ্ৰদ্ধাৰ টুনিৰাম শৰ্মা ছাৰৰ বিয়োগত সমগ্ৰ লালুকবাসী গভীৰভাৱে মৰ্মাহত হৈছে। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰা হৈছে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰা হৈছে।
    1
    লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক তথা সমাজহিতৈষী শ্ৰদ্ধাৰ টুনিৰাম শৰ্মা ছাৰৰ বিয়োগত সমগ্ৰ লালুকবাসী গভীৰভাৱে মৰ্মাহত হৈছে। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰা হৈছে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰা হৈছে।
    user_Lalukor Batori
    Lalukor Batori
    Teacher ধকুৱাখানা (পিটি), লখিমপুৰ, অসম•
    22 min ago
  • বিতৰ্কিত কংগ্ৰেছী নেতা নূৰুল আমিন চৌধুৰীয়ে অৱশেষত নিজৰ ভুল স্বীকাৰ কৰিছে। তেওঁ সংবাদ কৰ্মীসকলৰ বিৰুদ্ধে দিয়া গোচৰ উঠাই লোৱা বুলি মন্তব্য কৰিছে।
    1
    বিতৰ্কিত কংগ্ৰেছী নেতা নূৰুল আমিন চৌধুৰীয়ে অৱশেষত নিজৰ ভুল স্বীকাৰ কৰিছে। তেওঁ সংবাদ কৰ্মীসকলৰ বিৰুদ্ধে দিয়া গোচৰ উঠাই লোৱা বুলি মন্তব্য কৰিছে।
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    2 hrs ago
  • বিশ্বনাথ চাৰিআলি, চতিয়া আৰু জামুগুৰিহাটৰ একমাত্ৰ ৰক্ষাকৱচস্বৰূপ বিশ্বনাথ পানপুৰ মথাউৰিত ব্ৰহ্মপুত্ৰৰ তীব্ৰ গৰাখহনীয়াই ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিছে, যি পৰিস্থিতিয়ে নৈপৰীয়া ৰাইজৰ নিদ্ৰাহৰণ কৰিছে। এই সংকটময় পৰিস্থিতিৰ বুজ ল’বলৈ ন-দুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই বিশ্বনাথ পাণপুৰ মথাউৰিৰ তেৱাৰিপাল তিনিআলিৰ গৰাখহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে। উল্লেখ্য যে, ১৯৯১ চনৰে পৰা চতিয়াৰ দক্ষিণ অঞ্চলত বিশ্বনাথ পানপুৰ মথাউৰি গৰাখহনীয়াৰ কবলত পৰি আহিছে। বৰ্তমান সময়ত বিশেষকৈ কলাকাটি গাঁৱত গৰাখহনীয়াই এক ভয়াবহ ৰূপ লৈছে। ব্ৰহ্মপুত্ৰ নদীয়ে বিশ্বনাথ পানপুৰ মথাউৰি স্পৰ্শ কৰিবলৈ মাত্ৰ ২০ মিটাৰ দূৰত্ব বাকী আছে। পৰিদৰ্শনকালত বিধায়ক পদ্ম হাজৰিকাই কয় যে বৰ্তমান অসম চৰকাৰে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ৬০ কোটি টকা আৱণ্টন দিছে আৰু এই প্ৰতিৰোধৰ কাম তীব্ৰ গতিত চলি আছে। তেওঁ দৃঢ়তাৰে কয় যে যি কোনো প্ৰকাৰে বিশ্বনাথ পানপুৰ মথাউৰি ৰক্ষা কৰিবই লাগিব। ২০১২ চনৰ বানপানীত এই অঞ্চলত যি বৃহৎ ক্ষতি হৈছিল, তাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে বিভাগীয় বিষয়া-কৰ্মচাৰীসকলে ব্যৱস্থা হাতত লৈছে বুলিও তেওঁ মন্তব্য কৰে।
    4
    বিশ্বনাথ চাৰিআলি, চতিয়া আৰু জামুগুৰিহাটৰ একমাত্ৰ ৰক্ষাকৱচস্বৰূপ বিশ্বনাথ পানপুৰ মথাউৰিত ব্ৰহ্মপুত্ৰৰ তীব্ৰ গৰাখহনীয়াই ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিছে, যি পৰিস্থিতিয়ে নৈপৰীয়া ৰাইজৰ নিদ্ৰাহৰণ কৰিছে। এই সংকটময় পৰিস্থিতিৰ বুজ ল’বলৈ ন-দুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই বিশ্বনাথ পাণপুৰ মথাউৰিৰ তেৱাৰিপাল তিনিআলিৰ গৰাখহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে।

উল্লেখ্য যে, ১৯৯১ চনৰে পৰা চতিয়াৰ দক্ষিণ অঞ্চলত বিশ্বনাথ পানপুৰ মথাউৰি গৰাখহনীয়াৰ কবলত পৰি আহিছে। বৰ্তমান সময়ত বিশেষকৈ কলাকাটি গাঁৱত গৰাখহনীয়াই এক ভয়াবহ ৰূপ লৈছে। ব্ৰহ্মপুত্ৰ নদীয়ে বিশ্বনাথ পানপুৰ মথাউৰি স্পৰ্শ কৰিবলৈ মাত্ৰ ২০ মিটাৰ দূৰত্ব বাকী আছে।

পৰিদৰ্শনকালত বিধায়ক পদ্ম হাজৰিকাই কয় যে বৰ্তমান অসম চৰকাৰে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ৬০ কোটি টকা আৱণ্টন দিছে আৰু এই প্ৰতিৰোধৰ কাম তীব্ৰ গতিত চলি আছে। তেওঁ দৃঢ়তাৰে কয় যে যি কোনো প্ৰকাৰে বিশ্বনাথ পানপুৰ মথাউৰি ৰক্ষা কৰিবই লাগিব। ২০১২ চনৰ বানপানীত এই অঞ্চলত যি বৃহৎ ক্ষতি হৈছিল, তাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে বিভাগীয় বিষয়া-কৰ্মচাৰীসকলে ব্যৱস্থা হাতত লৈছে বুলিও তেওঁ মন্তব্য কৰে।
    user_অঞ্জন শ‌ইকীয়া
    অঞ্জন শ‌ইকীয়া
    না-দুৱাৰ, বিশ্বনাথ, অসম•
    2 hrs ago
  • অসম গণ পৰিষদ দলে সাৰুপথাৰত বিধায়ক বিশ্বজিৎ ফুকনক এক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে। এই কাৰ্যসূচীত দলৰ ফালৰ পৰা বিধায়কগৰাকীক উষ্ম আদৰণি জনোৱা হয়।
    1
    অসম গণ পৰিষদ দলে সাৰুপথাৰত বিধায়ক বিশ্বজিৎ ফুকনক এক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে। এই কাৰ্যসূচীত দলৰ ফালৰ পৰা বিধায়কগৰাকীক উষ্ম আদৰণি জনোৱা হয়।
    user_সৰুপথাৰ Live
    সৰুপথাৰ Live
    Local News Reporter সৰুপথাৰ, গোলাঘাট, অসম•
    20 hrs ago
  • সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে নাওজান জ্যেষ্ঠ নাগৰিক সমাজৰ মুখ্য কাৰ্য্যলয় আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে।
    1
    সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে নাওজান জ্যেষ্ঠ নাগৰিক সমাজৰ মুখ্য কাৰ্য্যলয় আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে।
    user_DB24assam
    DB24assam
    Local News Reporter সৰুপথাৰ, গোলাঘাট, অসম•
    20 hrs ago
  • Post by Saifuddin Poniyni
    2
    Post by Saifuddin Poniyni
    user_Saifuddin Poniyni
    Saifuddin Poniyni
    Tezpur, Sonitpur•
    20 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.