Shuru
Apke Nagar Ki App…
হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চুড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত কালাপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চমকপ্ৰদ ফলাফল। কি ক'লে অধ্যক্ষ আবু বক্কৰ ছিদ্দিকে!!
T News
হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চুড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত কালাপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চমকপ্ৰদ ফলাফল। কি ক'লে অধ্যক্ষ আবু বক্কৰ ছিদ্দিকে!!
More news from অসম and nearby areas
- Post by T News1
- ৫০ গৰাকী ছাত্ৰীয়ে প্ৰথম স্থানত উত্তীৰ্ণ হৈছে। বিশেষকৈ কিছুদিন পূৰ্বে এগৰাকী ইউটুউপাৰে এই ঠাইৰ পৰা সামাজিক মাধ্যমত কুন্তীৰচৰক লৈ যি বিৰূপ মন্তব্য প্ৰকাশ কৰিছিল। সেইলৈ সংবাদ মাধ্যমতো ব্যাপক চৰ্চা হৈ পৰিছিল। কিন্তু সেই কুন্তীৰচৰত বসবাস কৰা জেচমিনা চুলতানা নামৰ এগৰাকী ছাত্ৰীয়ে ধুবুৰীৰ ছোৱালী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাৰ ফলাফলত অসমীয়া বিষয়ত ৯১ শতাংশ নম্বৰ লাভ কৰি লেটাৰসহ প্ৰথম স্থানত উত্তীৰ্ণ হৈ গৌৰব কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ধুবুৰী গুৰু টেগ বাহাদুৰ ৰোডত অৱস্থিত ধুবুৰীৰ ছোৱালী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰী তথা ছাত্ৰী আৰু সমগ্র ধুবুৰীবাসীয়ে আনন্দ প্ৰকাশ কৰে। বিদ্যালয়খনত এক উৎসৱ মুখৰ পৰিবেশে বিৰাজ কৰিছে । অহা বছৰত এই শিক্ষা অনুষ্ঠান খনত ইয়াতকৈ আৰু অধিক ভাল ফলাফল কৰিব বুলি আশাবাদী শিক্ষক শিক্ষয়ত্ৰী সকলে। আমাৰ হাতত উক্ত বিদ্যালয়ৰ অধক্ষ্য গৰাকীৰ মন্তব্য আছে শুনক অধ্যক্ষ গৰাকীয়ে কি কলে1
- গৌৰীপুৰ প্ৰাক্তন আছুৰ উদ্যোগত আৰু গৌৰীপুৰৰাসী ৰাইজৰ সহযোগত বহাগী উৎসব- ২০২৬1
- ধুবুৰী জিলাৰ গোলকগঞ্জত বিজেপি কাৰ্যালয়ৰ সন্মুখত বিজেপি মহিলা মৰ্চাৰ জন আক্ৰোশ মহিলা সমদল প্ৰতিবাদ . . #Golokganj #Dhubri #BJP #BJPMahilaMorcha #Protest #MahilaSamadol #AssamPolitics #BreakingNews #GroundReport1
- এগজিড পলক গুৰুত্ব নিদিয়ে কংগ্ৰেছ দলে । কেন্দ্ৰত চৰকাৰ আছে বাবে সকলো মেনেজত হয় । ৰাজ্যত গৌৰৱ গগৈ নেতৃত্বত কংগ্ৰেছে চৰকাৰ গঠন কৰিব । এই মন্তব্য ১৮ নং বঙাইগাঁও সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গিৰীশ বৰুৱাৰ । বঙাইগাঁও সমষ্টিত এইবাৰ কংগ্ৰেছ দলৰ বিজেপি নিশ্চিত। নামতহে দিপ্তীময়ী চৌধুৰী মিত্ৰজোঁটৰ প্ৰাৰ্থী সমষ্টিৰ বিজেপিয়ে নিৰ্বাচনত কিন্তু নিৰ্দলীয় প্ৰাৰ্থীক ভোট দিলে বুলি মন্তব্য কৰে। ফণীভূষণ চৌধুৰীৰ ৰাজনৈতিক যাত্ৰা এইবাৰে অন্ত পেলাব সচেতন ৰাইজে ।1
- 🔸সুখ্যাতিৰে উত্তীৰ্ণ সোণতলীৰ ছামিমা ইয়াচমিনক ডাঃ কুৰবান আলী আহমেদৰ লগতে বিভিন্ন জনৰ সম্বৰ্ধনা। 🔸বিজ্ঞান শাখাত ৮৯•২ শতাংশ লৈ উতীৰ্ণ ছামিমা চিকিৎসক হোৱাৰ মন।1
- Post by Shomesh Uddin1
- ভুৱা শিক্ষাগত অৰ্হতাৰ চাৰ্টিফিকেট জালিয়াতি কৰাৰ গুৰুত্বৰ অভিযোগ "ইংলিছ এডুকেশ্বন একাডেমী" ৰ বিৰুদ্ধে। "ইংলিছ এডুকেশ্বন একাডেমী" ৰ স্বত্বাধিকাৰী জাহিদুল হুছেইন নামৰ ব্যক্তিজনে দীৰ্ঘদিন ধৰি তামিলনাডু আৰু অন্যান্য ৰাজ্যৰ ব’ৰ্ডৰ নামত চলাইছিল জালিয়াতি। "ইংলিছ এডুকেশ্বন একাডেমী" ৰ পৰা ভুৱা শিক্ষাগত চাৰ্টিফিকেট প্ৰস্তুত কৰা কম্পিউটাৰ সহ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ভুৱা মাৰ্কশ্বিট জব্দ কৰে আৰক্ষীয়ে। অভিযোগ অনুসৰি ধুবুৰী আমবাগান খলিলপুৰৰ সাগৰ ঘোষ নামৰ ছাত্ৰ এজনে "ইংলিছ এডুকেশ্বন একাডেমী"ৰ পৰা শিক্ষাগত অৰ্হতাৰ মাৰ্কশ্বিট লৈ ধুবুৰী বিদ্যাপাৰা লৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাম ভৰ্তি কৰিবলৈ যায়। বিদ্যালয়খনত কৰ্তব্যৰত কৰ্মচাৰীজনে সাগৰ ঘোষ নামৰ ছাত্ৰজনৰ পৰা শিক্ষাগত অৰ্হতাৰ মাৰ্কশ্বিট গ্ৰহণ কৰি চোৱা-চিতা কৰাৰ পিছতে মাৰ্কশ্বিটখনৰ ওপৰত সন্দেহ ওপজাত কৰ্মচাৰীজনে লগে লগে খবৰ দিয়ে আৰক্ষীক। উক্ত খবৰ ভিত্তিত বিদ্যালয়খনত ধুবুৰী আৰক্ষী উপস্থিত লৈ ভুৱা মাৰ্কশ্বিট সহ ছাত্ৰজনক আটক কৰি ঝগৰাৰপাৰৰ ডঙেৰপাৰৰ "ইংলিছ এডুকেশ্বন একাডেমী"ত অভিযান চলাই আৰক্ষীয়ে। অভিযানত ভুৱা শিক্ষাগত অৰ্হতাৰ চাৰ্টিফিকেট প্ৰস্তুত কৰা কম্পিউটাৰত সহ বহুত গুৰুত্বপূৰ্ণ কাগজ-পত্ৰ জব্দ কৰি চেণ্টাৰখন বন্ধ কৰি দিয়ে ধুবুৰী আৰক্ষীয়ে। ইংলিছ এডুকেশ্বন একাডেমী" ৰ স্বত্বাধিকাৰী জাহিদুল হুছেইন পলাতক বুলি জানিব পৰা গৈছে।1