Shuru
Apke Nagar Ki App…
এগজিড পলক গুৰুত্ব নিদিয়ে কংগ্ৰেছ দলে । কেন্দ্ৰত চৰকাৰ আছে বাবে সকলো মেনেজত হয় । এগজিড পলক গুৰুত্ব নিদিয়ে কংগ্ৰেছ দলে । কেন্দ্ৰত চৰকাৰ আছে বাবে সকলো মেনেজত হয় । ৰাজ্যত গৌৰৱ গগৈ নেতৃত্বত কংগ্ৰেছে চৰকাৰ গঠন কৰিব । এই মন্তব্য ১৮ নং বঙাইগাঁও সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গিৰীশ বৰুৱাৰ । বঙাইগাঁও সমষ্টিত এইবাৰ কংগ্ৰেছ দলৰ বিজেপি নিশ্চিত। নামতহে দিপ্তীময়ী চৌধুৰী মিত্ৰজোঁটৰ প্ৰাৰ্থী সমষ্টিৰ বিজেপিয়ে নিৰ্বাচনত কিন্তু নিৰ্দলীয় প্ৰাৰ্থীক ভোট দিলে বুলি মন্তব্য কৰে। ফণীভূষণ চৌধুৰীৰ ৰাজনৈতিক যাত্ৰা এইবাৰে অন্ত পেলাব সচেতন ৰাইজে ।
NEWS BONGAIGAON

More news from অসম and nearby areas
- এগজিড পলক গুৰুত্ব নিদিয়ে কংগ্ৰেছ দলে । কেন্দ্ৰত চৰকাৰ আছে বাবে সকলো মেনেজত হয় । ৰাজ্যত গৌৰৱ গগৈ নেতৃত্বত কংগ্ৰেছে চৰকাৰ গঠন কৰিব । এই মন্তব্য ১৮ নং বঙাইগাঁও সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গিৰীশ বৰুৱাৰ । বঙাইগাঁও সমষ্টিত এইবাৰ কংগ্ৰেছ দলৰ বিজেপি নিশ্চিত। নামতহে দিপ্তীময়ী চৌধুৰী মিত্ৰজোঁটৰ প্ৰাৰ্থী সমষ্টিৰ বিজেপিয়ে নিৰ্বাচনত কিন্তু নিৰ্দলীয় প্ৰাৰ্থীক ভোট দিলে বুলি মন্তব্য কৰে। ফণীভূষণ চৌধুৰীৰ ৰাজনৈতিক যাত্ৰা এইবাৰে অন্ত পেলাব সচেতন ৰাইজে ।1
- Post by Shomesh Uddin1
- সুতৰপাৰাত এটা লতামাকৰিৰ পোৱালি উদ্ধাৰ ।1
- Post by Mithun Rabha1
- 📌বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যানত ঘোঙৰ নান্দনিক দৃশ্য। 📌ঘোং অৰ্থাৎ ব্লেক পেন্থাৰে দৃষ্টি আকর্ষণ কৰিছে পৰ্যটকৰ।1
- ৫০ গৰাকী ছাত্ৰীয়ে প্ৰথম স্থানত উত্তীৰ্ণ হৈছে। বিশেষকৈ কিছুদিন পূৰ্বে এগৰাকী ইউটুউপাৰে এই ঠাইৰ পৰা সামাজিক মাধ্যমত কুন্তীৰচৰক লৈ যি বিৰূপ মন্তব্য প্ৰকাশ কৰিছিল। সেইলৈ সংবাদ মাধ্যমতো ব্যাপক চৰ্চা হৈ পৰিছিল। কিন্তু সেই কুন্তীৰচৰত বসবাস কৰা জেচমিনা চুলতানা নামৰ এগৰাকী ছাত্ৰীয়ে ধুবুৰীৰ ছোৱালী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাৰ ফলাফলত অসমীয়া বিষয়ত ৯১ শতাংশ নম্বৰ লাভ কৰি লেটাৰসহ প্ৰথম স্থানত উত্তীৰ্ণ হৈ গৌৰব কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ধুবুৰী গুৰু টেগ বাহাদুৰ ৰোডত অৱস্থিত ধুবুৰীৰ ছোৱালী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰী তথা ছাত্ৰী আৰু সমগ্র ধুবুৰীবাসীয়ে আনন্দ প্ৰকাশ কৰে। বিদ্যালয়খনত এক উৎসৱ মুখৰ পৰিবেশে বিৰাজ কৰিছে । অহা বছৰত এই শিক্ষা অনুষ্ঠান খনত ইয়াতকৈ আৰু অধিক ভাল ফলাফল কৰিব বুলি আশাবাদী শিক্ষক শিক্ষয়ত্ৰী সকলে। আমাৰ হাতত উক্ত বিদ্যালয়ৰ অধক্ষ্য গৰাকীৰ মন্তব্য আছে শুনক অধ্যক্ষ গৰাকীয়ে কি কলে1
- গৌৰীপুৰ প্ৰাক্তন আছুৰ উদ্যোগত আৰু গৌৰীপুৰৰাসী ৰাইজৰ সহযোগত বহাগী উৎসব- ২০২৬1
- 📌নিৰ্মাণ সম্পূৰ্ণ নৌহওতেই জৰাজীৰ্ণ কাহিতামা আয়ুষ্মান আৰোগ্য মন্দিৰ। 📌ঠিকাদাৰৰ বিৰুদ্ধে কাহিতামা ৰাইজৰ তীব্ৰ ক্ষোভ।1