logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ধুবুৰী জিলাৰ জেষ্ঠ সাংবাদিক তথা আগমনী প্ৰেছ ক্লাবৰ সভাপতি প্ৰদীপ কুমাৰ সেন ৰ অকাল মৃত্যু ত ধুবুৰী সাংবাদিক মহলাত গভীৰ শোক প্ৰনৱাশীষ ৰয় ধুবুৰী সদৰ:১১ এপ্ৰিল ধুবুৰীৰ আগমনি প্ৰেছ ক্লাৱৰ সভাপতি , আমাৰ অসম, তথা NKTV Plus ৰ সাংবাদিক প্ৰদীপ সেন টেক্সি আজি চিলাৰায় নাৰ্ছিং হোমত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত প্ৰদীপ সেন টেক্মিৰ বয়স হৈছিল ৪৯ বছৰ। পুৱা হঠাৎ অসুস্থ হোৱাত ভৰ্ত্তি কৰিছিল ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত। চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্যৰ অৱনতি ঘটাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছিল। কিন্তু ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ পৰা ওলাই লৈ অহাৰ লগে লগে আৰু অৱনতি ঘটে স্বাস্থ্যৰ। লগে লগে ধুবুৰী চিলাৰায় নাৰ্ছিং হোমত ভৰ্ত্তি কৰে যদিও নাৰ্ছিং হোম ত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত সাংবাদিক গৰাকীয়ে পত্নী, দুগৰাকী কণ্যা আৰু অলেখ আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়। প্ৰদীপ কুমাৰ সেন ৰ মৃত্যুত ধুবুৰী সাংবাদিক মহলত শোকৰ ছাঁ পৰিছে।

on 11 April
user_Pranabasish Roy
Pranabasish Roy
আঠানি, ধুবুৰী, অসম•
on 11 April

ধুবুৰী জিলাৰ জেষ্ঠ সাংবাদিক তথা আগমনী প্ৰেছ ক্লাবৰ সভাপতি প্ৰদীপ কুমাৰ সেন ৰ অকাল মৃত্যু ত ধুবুৰী সাংবাদিক মহলাত গভীৰ শোক প্ৰনৱাশীষ ৰয় ধুবুৰী সদৰ:১১ এপ্ৰিল ধুবুৰীৰ আগমনি প্ৰেছ ক্লাৱৰ সভাপতি , আমাৰ অসম, তথা NKTV Plus ৰ সাংবাদিক প্ৰদীপ সেন টেক্সি আজি চিলাৰায় নাৰ্ছিং হোমত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত প্ৰদীপ সেন টেক্মিৰ বয়স হৈছিল ৪৯ বছৰ। পুৱা হঠাৎ অসুস্থ হোৱাত ভৰ্ত্তি কৰিছিল ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত। চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্যৰ অৱনতি ঘটাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছিল। কিন্তু ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ পৰা ওলাই লৈ অহাৰ লগে লগে আৰু অৱনতি ঘটে স্বাস্থ্যৰ। লগে লগে ধুবুৰী চিলাৰায় নাৰ্ছিং হোমত ভৰ্ত্তি কৰে যদিও নাৰ্ছিং হোম ত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত সাংবাদিক গৰাকীয়ে পত্নী, দুগৰাকী কণ্যা আৰু অলেখ আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়। প্ৰদীপ কুমাৰ সেন ৰ মৃত্যুত ধুবুৰী সাংবাদিক মহলত শোকৰ ছাঁ পৰিছে।

  • user_User6328
    User6328
    Chapar Pt, Dhubri
    💣
    7 days ago
More news from অসম and nearby areas
  • ধুবুৰীৰ ভেটা বজাৰত শতাধিক পুৰুষ-মহিলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ড্ৰাগছ ব্যৱসায়ীৰ আক্ৰমণ গুৰুতৰ ভাবে আহত আবেদ আলী আৰু ফিৰোজ নামৰ দুজন ব্যক্তি। আটক ড্ৰাগচ ব্যৱসায়ী আশ্ৰাফুল আলী। অভিযোগ অনুসৰি ধুবুৰীৰ ভেটা বজাৰ চতুৰ্থ খণ্ড অঞ্চলৰ আশ্ৰাফুল আলীয়ে দীৰ্ঘদিন ধৰি ড্ৰাগচ ব্যৱসায়ী চলাই থকাৰ অভিযোগ উত্থাপিত হৈছে স্থানীয় ৰাইজৰ। আজি স্থানীয় ৰাইজে ড্ৰাগচ ব্যৱসায়ী জনৰ ঘৰত বাধা প্ৰদান কৰিবলৈ যোৱাত ড্ৰাগচ ব্যৱসায়ীজনে দুজন ব্যক্তি ক্ৰমে আবেদ আলী আৰু ফিৰোজক চকা অস্ত্ৰৰে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে। তাৰপিছতে উক্ত অঞ্চলত স্থানীয় ৰাইজে ঘাইপথ অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ঘটনাস্থলীত ধুবুৰী আৰক্ষী উপস্থিত হৈ ড্ৰাগচ ব্যৱসায়ীজনৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক কৰে আশ্ৰাফুল আলীক। আৰক্ষীৰ বাহনো আৱদ্ধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা স্থানীয় ৰাইজে । আৰক্ষীৰ ভূমিকাক লৈ ৰাইজৰ সন্দেহ যে আৰক্ষীৰে ড্ৰাগচ ব্যৱসায়ীৰ গোপন মিতিৰালি আছে বুলি অভিযোগ স্থানীয় ৰাইজৰ। প্ৰতিবাদকাৰী সকলে ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ধুবুৰী জ্যেষ্ঠ আৰক্ষী অধীক্ষক হস্তক্ষেপ কৰাৰো দাবী জনোৱা পৰিলক্ষিত হৈছে।
    1
    ধুবুৰীৰ ভেটা বজাৰত শতাধিক পুৰুষ-মহিলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। 
ড্ৰাগছ ব্যৱসায়ীৰ আক্ৰমণ গুৰুতৰ ভাবে আহত আবেদ আলী আৰু ফিৰোজ নামৰ দুজন ব্যক্তি।
আটক ড্ৰাগচ ব্যৱসায়ী আশ্ৰাফুল আলী।
অভিযোগ অনুসৰি ধুবুৰীৰ ভেটা বজাৰ চতুৰ্থ খণ্ড অঞ্চলৰ আশ্ৰাফুল আলীয়ে দীৰ্ঘদিন ধৰি ড্ৰাগচ ব্যৱসায়ী চলাই থকাৰ অভিযোগ উত্থাপিত হৈছে স্থানীয় ৰাইজৰ।
আজি স্থানীয় ৰাইজে ড্ৰাগচ ব্যৱসায়ী জনৰ ঘৰত বাধা প্ৰদান কৰিবলৈ যোৱাত ড্ৰাগচ ব্যৱসায়ীজনে দুজন ব্যক্তি ক্ৰমে আবেদ আলী আৰু ফিৰোজক চকা অস্ত্ৰৰে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে।
তাৰপিছতে উক্ত অঞ্চলত স্থানীয় ৰাইজে ঘাইপথ অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।
ঘটনাস্থলীত ধুবুৰী আৰক্ষী উপস্থিত হৈ ড্ৰাগচ ব্যৱসায়ীজনৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক কৰে আশ্ৰাফুল আলীক।
আৰক্ষীৰ বাহনো আৱদ্ধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা স্থানীয় ৰাইজে ।
আৰক্ষীৰ ভূমিকাক লৈ ৰাইজৰ সন্দেহ যে আৰক্ষীৰে ড্ৰাগচ ব্যৱসায়ীৰ গোপন মিতিৰালি আছে বুলি অভিযোগ স্থানীয় ৰাইজৰ।
প্ৰতিবাদকাৰী সকলে ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ধুবুৰী জ্যেষ্ঠ আৰক্ষী অধীক্ষক হস্তক্ষেপ কৰাৰো দাবী জনোৱা পৰিলক্ষিত হৈছে।
    user_Amar Dhubri
    Amar Dhubri
    Media house আঠানি, ধুবুৰী, অসম•
    19 min ago
  • গৌৰীপুৰ ৰাজহুৱা পুথিভঁৰালৰ সমুখত "জন আক্ৰোশ মহিলা সমদল কাৰ্য্যসূচী। নাৰী শক্তি বন্দন সংশোধনী বিধেয় অধিকাৰৰ বিচাৰি আজি গৌৰীপুৰ ৰাজহুৱা পুথিভঁৰালৰ সমুখত গৌৰীপুৰৰ সমাজসেৱিকা সকলৰ লগতে গৌৰীপুৰ শ শ মহিলা জনসমদলত ভাগ লয়। উল্লেখ্য যে কংগ্ৰেছ সহ INDI য়ে ' নাৰী শক্তি বন্দন অধিনিয়ম ২০২৬'ৰ বিৰোধিতা গ্ৰহণ কৰা আই-মাতৃ তথা নাৰী শক্তি বিৰোধী নীতি আৰু স্থিতিৰ বিৰুদ্ধে আজি ওলাই আহে, গৌৰীপুৰত অনুষ্ঠিত হোৱা 'জন আক্ৰোশ মহিলা সমদল অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ ধুবুৰী জিলা সভাপতি ৰঞ্জিত কুমাৰ ৰায়। গৌৰীপুৰ পৌৰসভাৰ সভানেত্ৰী জয়া বিশ্বাস দত্ত আদিকে ধৰি গৌৰীপুৰ বিভিন্ন জেষ্ঠ নাগৰিক সকল। #neastlive #neastlivedigitel #highlightseveryone #foryoupage #AssamNews #hilights #assam #। #INDIAlliance । #BJP
    1
    গৌৰীপুৰ ৰাজহুৱা পুথিভঁৰালৰ সমুখত "জন আক্ৰোশ মহিলা সমদল কাৰ্য্যসূচী।
নাৰী শক্তি বন্দন সংশোধনী বিধেয় অধিকাৰৰ বিচাৰি আজি গৌৰীপুৰ ৰাজহুৱা পুথিভঁৰালৰ সমুখত  গৌৰীপুৰৰ সমাজসেৱিকা সকলৰ লগতে গৌৰীপুৰ শ শ মহিলা জনসমদলত ভাগ লয়।
উল্লেখ্য যে কংগ্ৰেছ সহ INDI  য়ে ' নাৰী শক্তি বন্দন অধিনিয়ম ২০২৬'ৰ বিৰোধিতা গ্ৰহণ কৰা আই-মাতৃ তথা নাৰী শক্তি বিৰোধী নীতি আৰু স্থিতিৰ বিৰুদ্ধে আজি ওলাই আহে, গৌৰীপুৰত অনুষ্ঠিত হোৱা 'জন আক্ৰোশ মহিলা সমদল  অনুষ্ঠানত  উপস্থিত থাকে বিজেপিৰ ধুবুৰী জিলা সভাপতি ৰঞ্জিত কুমাৰ ৰায়।  গৌৰীপুৰ পৌৰসভাৰ সভানেত্ৰী জয়া বিশ্বাস দত্ত আদিকে ধৰি গৌৰীপুৰ বিভিন্ন জেষ্ঠ নাগৰিক সকল।
#neastlive #neastlivedigitel #highlightseveryone #foryoupage #AssamNews #hilights #assam #। #INDIAlliance । #BJP
    user_STAR Live24
    STAR Live24
    Local News Reporter গৌৰীপুৰ, ধুবুৰী, অসম•
    6 hrs ago
  • গৌৰীপুৰ প্ৰাক্তন আছুৰ উদ্যোগত আৰু গৌৰীপুৰৰাসী ৰাইজৰ সহযোগত বহাগী উৎসব- ২০২৬
    1
    গৌৰীপুৰ প্ৰাক্তন আছুৰ উদ্যোগত
আৰু
গৌৰীপুৰৰাসী ৰাইজৰ সহযোগত
বহাগী উৎসব- ২০২৬
    user_Geramari pt 2
    Geramari pt 2
    আঠানি, ধুবুৰী, অসম•
    22 hrs ago
  • ৰসায়নত 99/100। মুঠ 92% ৰে HS ত বিজ্ঞান শাখাত উজলিল শ্ৰেয়া শৰ্মা। সকলো বিষয়তে লেটাৰ মাৰ্ক।
    1
    ৰসায়নত 99/100। মুঠ 92% ৰে HS ত বিজ্ঞান শাখাত উজলিল শ্ৰেয়া শৰ্মা। সকলো বিষয়তে লেটাৰ মাৰ্ক।
    user_Kayakuchi Express
    Kayakuchi Express
    Media house বৰপেটা, বৰপেটা, অসম•
    9 hrs ago
  • ছমৰীয়াত ৰংমন সাংস্কৃতিক সন্ধিয়া ২০২৬ ইং বৰ্ষৰ অস্থায়ী কাৰ্যালয় উদ্ধোধন । কামৰূপ জিলাৰ বকো-ছয়গাওঁ বিধানসভা সমষ্টিৰ ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰৰ যুৱপ্ৰজন্মৰ এক অনুষ্ঠান ৰংমন সাংস্কৃতিক সন্ধিয়া । প্ৰতিবছৰে ৯ জুনত অনুষ্ঠিত হয় এই সাংস্কৃতিক সন্ধিয়া । ২০০২ চনত জন্মগ্ৰহন কৰা "ৰংমন সাংস্কৃতিক গোষ্ঠী" য়ে এইবেলি ভৰি দিলেহি ৰূপালী জয়ন্তী বৰ্ষত । এইবেলি "ৰংমন সাংস্কৃতিক গোষ্ঠী"য়ে ২০২৬ ইং বৰ্ষত ৰূপালী জয়ন্তীৰ সাংস্কৃতিক সন্ধিয়া খনি ৯ জুন ২০২৬ ইং তাৰিখে উলহ মালহেৰে উদযাপন কৰিব । সাংস্কৃতিক সন্ধিয়া খনি উদযাপন কৰিবলৈ গঠন কৰা হৈছে এখন শক্তিশালী সমিতি । কাৰ্যালয় মুকলি অনুষ্ঠানত ৰংমন সাংস্কৃতিক সন্ধিয়াৰ তৰফৰ পৰা বিশিষ্ট ব্যক্তি সকলৰ লগতে উদযাপন সমিতিৰ সভাপতিক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় । এই অনুষ্ঠানত উদযাপন সমিতিৰ বিষয়ববীয়া সকলৰ লগতে সমূহ সদস্যবৃন্দ উপস্থিত থাকে ।
    3
    ছমৰীয়াত ৰংমন সাংস্কৃতিক সন্ধিয়া ২০২৬ ইং বৰ্ষৰ অস্থায়ী কাৰ্যালয় উদ্ধোধন । কামৰূপ জিলাৰ বকো-ছয়গাওঁ বিধানসভা সমষ্টিৰ ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰৰ যুৱপ্ৰজন্মৰ এক অনুষ্ঠান ৰংমন সাংস্কৃতিক সন্ধিয়া । প্ৰতিবছৰে ৯ জুনত অনুষ্ঠিত হয় এই সাংস্কৃতিক সন্ধিয়া । ২০০২ চনত জন্মগ্ৰহন কৰা "ৰংমন সাংস্কৃতিক গোষ্ঠী" য়ে এইবেলি ভৰি দিলেহি ৰূপালী জয়ন্তী বৰ্ষত । এইবেলি "ৰংমন সাংস্কৃতিক গোষ্ঠী"য়ে ২০২৬ ইং বৰ্ষত ৰূপালী জয়ন্তীৰ সাংস্কৃতিক সন্ধিয়া খনি ৯ জুন ২০২৬ ইং তাৰিখে উলহ মালহেৰে উদযাপন কৰিব । সাংস্কৃতিক সন্ধিয়া খনি উদযাপন কৰিবলৈ গঠন কৰা হৈছে এখন শক্তিশালী সমিতি । কাৰ্যালয় মুকলি অনুষ্ঠানত ৰংমন সাংস্কৃতিক সন্ধিয়াৰ তৰফৰ পৰা বিশিষ্ট ব্যক্তি সকলৰ লগতে উদযাপন সমিতিৰ সভাপতিক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় । এই অনুষ্ঠানত উদযাপন সমিতিৰ বিষয়ববীয়া সকলৰ লগতে সমূহ সদস্যবৃন্দ উপস্থিত থাকে ।
    user_অবিৰত বাৰ্তা
    অবিৰত বাৰ্তা
    বকো, কামৰূপ, অসম•
    5 hrs ago
  • সুতৰপাৰাত এটা লতামাকৰিৰ পোৱালি উদ্ধাৰ ।
    1
    সুতৰপাৰাত এটা লতামাকৰিৰ পোৱালি উদ্ধাৰ ।
    user_Axom News Live
    Axom News Live
    চেঙা, বৰপেটা, অসম•
    16 hrs ago
  • 🔸সুখ্যাতিৰে উত্তীৰ্ণ সোণতলীৰ ছামিমা ইয়াচমিনক ডাঃ কুৰবান আলী আহমেদৰ লগতে বিভিন্ন জনৰ সম্বৰ্ধনা। 🔸বিজ্ঞান শাখাত ৮৯•২ শতাংশ লৈ উতীৰ্ণ ছামিমা চিকিৎসক হোৱাৰ মন।
    1
    🔸সুখ্যাতিৰে উত্তীৰ্ণ সোণতলীৰ ছামিমা ইয়াচমিনক ডাঃ কুৰবান আলী আহমেদৰ লগতে বিভিন্ন জনৰ সম্বৰ্ধনা।
🔸বিজ্ঞান শাখাত ৮৯•২ শতাংশ লৈ উতীৰ্ণ ছামিমা চিকিৎসক হোৱাৰ মন।
    user_Assam Local News
    Assam Local News
    News Channel বকো, কামৰূপ, অসম•
    20 hrs ago
  • ৫০ গৰাকী ছাত্ৰীয়ে প্ৰথম স্থানত উত্তীৰ্ণ হৈছে। বিশেষকৈ কিছুদিন পূৰ্বে এগৰাকী ইউটুউপাৰে এই ঠাইৰ পৰা সামাজিক মাধ্যমত কুন্তীৰচৰক লৈ যি বিৰূপ মন্তব্য প্ৰকাশ কৰিছিল। সেইলৈ সংবাদ মাধ্যমতো ব্যাপক চৰ্চা হৈ পৰিছিল। কিন্তু সেই কুন্তীৰচৰত বসবাস কৰা জেচমিনা চুলতানা নামৰ এগৰাকী ছাত্ৰীয়ে ধুবুৰীৰ ছোৱালী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাৰ ফলাফলত অসমীয়া বিষয়ত ৯১ শতাংশ নম্বৰ লাভ কৰি লেটাৰসহ প্ৰথম স্থানত উত্তীৰ্ণ হৈ গৌৰব কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ধুবুৰী গুৰু টেগ বাহাদুৰ ৰোডত অৱস্থিত ধুবুৰীৰ ছোৱালী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰী তথা ছাত্ৰী আৰু সমগ্র ধুবুৰীবাসীয়ে আনন্দ প্ৰকাশ কৰে। বিদ্যালয়খনত এক উৎসৱ মুখৰ পৰিবেশে বিৰাজ কৰিছে । অহা বছৰত এই শিক্ষা অনুষ্ঠান খনত ইয়াতকৈ আৰু অধিক ভাল ফলাফল কৰিব বুলি আশাবাদী শিক্ষক শিক্ষয়ত্ৰী সকলে। আমাৰ হাতত উক্ত বিদ্যালয়ৰ অধক্ষ্য গৰাকীৰ মন্তব্য আছে শুনক অধ্যক্ষ গৰাকীয়ে কি কলে
    1
    ৫০ গৰাকী ছাত্ৰীয়ে প্ৰথম স্থানত উত্তীৰ্ণ হৈছে। 
বিশেষকৈ কিছুদিন পূৰ্বে এগৰাকী ইউটুউপাৰে এই ঠাইৰ পৰা সামাজিক মাধ্যমত কুন্তীৰচৰক লৈ যি বিৰূপ মন্তব্য প্ৰকাশ কৰিছিল। সেইলৈ সংবাদ মাধ্যমতো ব্যাপক চৰ্চা হৈ পৰিছিল। কিন্তু সেই কুন্তীৰচৰত বসবাস কৰা জেচমিনা চুলতানা নামৰ এগৰাকী ছাত্ৰীয়ে ধুবুৰীৰ ছোৱালী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাৰ ফলাফলত অসমীয়া বিষয়ত ৯১ শতাংশ  নম্বৰ লাভ কৰি লেটাৰসহ প্ৰথম স্থানত উত্তীৰ্ণ  হৈ গৌৰব কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
ধুবুৰী গুৰু টেগ বাহাদুৰ ৰোডত অৱস্থিত ধুবুৰীৰ ছোৱালী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰী তথা ছাত্ৰী আৰু সমগ্র ধুবুৰীবাসীয়ে আনন্দ প্ৰকাশ কৰে।
বিদ্যালয়খনত এক উৎসৱ মুখৰ পৰিবেশে বিৰাজ কৰিছে । 
অহা বছৰত এই শিক্ষা অনুষ্ঠান খনত ইয়াতকৈ আৰু অধিক ভাল ফলাফল কৰিব বুলি আশাবাদী শিক্ষক শিক্ষয়ত্ৰী সকলে। 
আমাৰ হাতত উক্ত বিদ্যালয়ৰ অধক্ষ্য গৰাকীৰ মন্তব্য আছে শুনক অধ্যক্ষ গৰাকীয়ে কি কলে
    user_Amar Dhubri
    Amar Dhubri
    Media house আঠানি, ধুবুৰী, অসম•
    19 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.