logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

গৌৰীপুৰ ৰাজহুৱা পুথিভঁৰালৰ সমুখত "জন আক্ৰোশ মহিলা সমদল কাৰ্য্যসূচী। গৌৰীপুৰ ৰাজহুৱা পুথিভঁৰালৰ সমুখত "জন আক্ৰোশ মহিলা সমদল কাৰ্য্যসূচী। নাৰী শক্তি বন্দন সংশোধনী বিধেয় অধিকাৰৰ বিচাৰি আজি গৌৰীপুৰ ৰাজহুৱা পুথিভঁৰালৰ সমুখত গৌৰীপুৰৰ সমাজসেৱিকা সকলৰ লগতে গৌৰীপুৰ শ শ মহিলা জনসমদলত ভাগ লয়। উল্লেখ্য যে কংগ্ৰেছ সহ INDI য়ে ' নাৰী শক্তি বন্দন অধিনিয়ম ২০২৬'ৰ বিৰোধিতা গ্ৰহণ কৰা আই-মাতৃ তথা নাৰী শক্তি বিৰোধী নীতি আৰু স্থিতিৰ বিৰুদ্ধে আজি ওলাই আহে, গৌৰীপুৰত অনুষ্ঠিত হোৱা 'জন আক্ৰোশ মহিলা সমদল অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ ধুবুৰী জিলা সভাপতি ৰঞ্জিত কুমাৰ ৰায়। গৌৰীপুৰ পৌৰসভাৰ সভানেত্ৰী জয়া বিশ্বাস দত্ত আদিকে ধৰি গৌৰীপুৰ বিভিন্ন জেষ্ঠ নাগৰিক সকল। #neastlive #neastlivedigitel #highlightseveryone #foryoupage #AssamNews #hilights #assam #। #INDIAlliance । #BJP

8 hrs ago
user_STAR Live24
STAR Live24
Local News Reporter গৌৰীপুৰ, ধুবুৰী, অসম•
8 hrs ago

গৌৰীপুৰ ৰাজহুৱা পুথিভঁৰালৰ সমুখত "জন আক্ৰোশ মহিলা সমদল কাৰ্য্যসূচী। গৌৰীপুৰ ৰাজহুৱা পুথিভঁৰালৰ সমুখত "জন আক্ৰোশ মহিলা সমদল কাৰ্য্যসূচী। নাৰী শক্তি বন্দন সংশোধনী বিধেয় অধিকাৰৰ বিচাৰি আজি গৌৰীপুৰ ৰাজহুৱা পুথিভঁৰালৰ সমুখত গৌৰীপুৰৰ সমাজসেৱিকা সকলৰ লগতে গৌৰীপুৰ শ শ মহিলা জনসমদলত ভাগ লয়। উল্লেখ্য যে কংগ্ৰেছ সহ INDI য়ে ' নাৰী শক্তি বন্দন অধিনিয়ম ২০২৬'ৰ বিৰোধিতা গ্ৰহণ কৰা আই-মাতৃ তথা নাৰী শক্তি বিৰোধী নীতি আৰু স্থিতিৰ বিৰুদ্ধে আজি ওলাই আহে, গৌৰীপুৰত অনুষ্ঠিত হোৱা 'জন আক্ৰোশ মহিলা সমদল অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ ধুবুৰী জিলা সভাপতি ৰঞ্জিত কুমাৰ ৰায়। গৌৰীপুৰ পৌৰসভাৰ সভানেত্ৰী জয়া বিশ্বাস দত্ত আদিকে ধৰি গৌৰীপুৰ বিভিন্ন জেষ্ঠ নাগৰিক সকল। #neastlive #neastlivedigitel #highlightseveryone #foryoupage #AssamNews #hilights #assam #। #INDIAlliance । #BJP

More news from অসম and nearby areas
  • গৌৰীপুৰ ৰাজহুৱা পুথিভঁৰালৰ সমুখত "জন আক্ৰোশ মহিলা সমদল কাৰ্য্যসূচী। নাৰী শক্তি বন্দন সংশোধনী বিধেয় অধিকাৰৰ বিচাৰি আজি গৌৰীপুৰ ৰাজহুৱা পুথিভঁৰালৰ সমুখত গৌৰীপুৰৰ সমাজসেৱিকা সকলৰ লগতে গৌৰীপুৰ শ শ মহিলা জনসমদলত ভাগ লয়। উল্লেখ্য যে কংগ্ৰেছ সহ INDI য়ে ' নাৰী শক্তি বন্দন অধিনিয়ম ২০২৬'ৰ বিৰোধিতা গ্ৰহণ কৰা আই-মাতৃ তথা নাৰী শক্তি বিৰোধী নীতি আৰু স্থিতিৰ বিৰুদ্ধে আজি ওলাই আহে, গৌৰীপুৰত অনুষ্ঠিত হোৱা 'জন আক্ৰোশ মহিলা সমদল অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ ধুবুৰী জিলা সভাপতি ৰঞ্জিত কুমাৰ ৰায়। গৌৰীপুৰ পৌৰসভাৰ সভানেত্ৰী জয়া বিশ্বাস দত্ত আদিকে ধৰি গৌৰীপুৰ বিভিন্ন জেষ্ঠ নাগৰিক সকল। #neastlive #neastlivedigitel #highlightseveryone #foryoupage #AssamNews #hilights #assam #। #INDIAlliance । #BJP
    1
    গৌৰীপুৰ ৰাজহুৱা পুথিভঁৰালৰ সমুখত "জন আক্ৰোশ মহিলা সমদল কাৰ্য্যসূচী।
নাৰী শক্তি বন্দন সংশোধনী বিধেয় অধিকাৰৰ বিচাৰি আজি গৌৰীপুৰ ৰাজহুৱা পুথিভঁৰালৰ সমুখত  গৌৰীপুৰৰ সমাজসেৱিকা সকলৰ লগতে গৌৰীপুৰ শ শ মহিলা জনসমদলত ভাগ লয়।
উল্লেখ্য যে কংগ্ৰেছ সহ INDI  য়ে ' নাৰী শক্তি বন্দন অধিনিয়ম ২০২৬'ৰ বিৰোধিতা গ্ৰহণ কৰা আই-মাতৃ তথা নাৰী শক্তি বিৰোধী নীতি আৰু স্থিতিৰ বিৰুদ্ধে আজি ওলাই আহে, গৌৰীপুৰত অনুষ্ঠিত হোৱা 'জন আক্ৰোশ মহিলা সমদল  অনুষ্ঠানত  উপস্থিত থাকে বিজেপিৰ ধুবুৰী জিলা সভাপতি ৰঞ্জিত কুমাৰ ৰায়।  গৌৰীপুৰ পৌৰসভাৰ সভানেত্ৰী জয়া বিশ্বাস দত্ত আদিকে ধৰি গৌৰীপুৰ বিভিন্ন জেষ্ঠ নাগৰিক সকল।
#neastlive #neastlivedigitel #highlightseveryone #foryoupage #AssamNews #hilights #assam #। #INDIAlliance । #BJP
    user_STAR Live24
    STAR Live24
    Local News Reporter গৌৰীপুৰ, ধুবুৰী, অসম•
    8 hrs ago
  • সুতৰপাৰাত এটা লতামাকৰিৰ পোৱালি উদ্ধাৰ ।
    1
    সুতৰপাৰাত এটা লতামাকৰিৰ পোৱালি উদ্ধাৰ ।
    user_Axom News Live
    Axom News Live
    চেঙা, বৰপেটা, অসম•
    18 hrs ago
  • 🔸সুখ্যাতিৰে উত্তীৰ্ণ সোণতলীৰ ছামিমা ইয়াচমিনক ডাঃ কুৰবান আলী আহমেদৰ লগতে বিভিন্ন জনৰ সম্বৰ্ধনা। 🔸বিজ্ঞান শাখাত ৮৯•২ শতাংশ লৈ উতীৰ্ণ ছামিমা চিকিৎসক হোৱাৰ মন।
    1
    🔸সুখ্যাতিৰে উত্তীৰ্ণ সোণতলীৰ ছামিমা ইয়াচমিনক ডাঃ কুৰবান আলী আহমেদৰ লগতে বিভিন্ন জনৰ সম্বৰ্ধনা।
🔸বিজ্ঞান শাখাত ৮৯•২ শতাংশ লৈ উতীৰ্ণ ছামিমা চিকিৎসক হোৱাৰ মন।
    user_Assam Local News
    Assam Local News
    News Channel বকো, কামৰূপ, অসম•
    22 hrs ago
  • Post by Mithun Rabha
    1
    Post by Mithun Rabha
    user_Mithun Rabha
    Mithun Rabha
    বজালী (পিটি), বজালী, অসম•
    20 hrs ago
  • আজি ১ মে'। শ্ৰমিক দিৱস উপলক্ষে বাক্সাৰ জালাহৰ অনন্ত একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু পৰিবহণৰ ব্যক্তি গাড়ীচালক সকলক সম্বৰ্ধনা জ্ঞাপন আৰু মিঠাই টোপোলা প্ৰদান ।
    1
    আজি ১ মে'। শ্ৰমিক দিৱস উপলক্ষে বাক্সাৰ জালাহৰ অনন্ত একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু পৰিবহণৰ ব্যক্তি গাড়ীচালক সকলক সম্বৰ্ধনা জ্ঞাপন আৰু মিঠাই টোপোলা প্ৰদান ।
    user_JintuMani's News
    JintuMani's News
    Local News Reporter বাক্সা, বাক্সা, অসম•
    5 hrs ago
  • বৰপেটাৰোডৰ মেচপাৰাত শোকাৱহ ঘটনা। ভনী জোঁৱাইৰ গাড়ীৰ খুন্দাত মৃত্যু বৌৱেক ৰমিছা খাতুনৰ। গাড়ীৰ খুন্দাত আহত ডাঙৰ জোঁৱাই ছফিকুল ইছলাম। ঘটনা সন্দৰ্ভত আত্মীয়ৰ প্ৰতিক্ৰিয়া
    1
    বৰপেটাৰোডৰ মেচপাৰাত শোকাৱহ ঘটনা। ভনী জোঁৱাইৰ গাড়ীৰ খুন্দাত মৃত্যু বৌৱেক ৰমিছা খাতুনৰ। গাড়ীৰ খুন্দাত আহত ডাঙৰ জোঁৱাই ছফিকুল ইছলাম। ঘটনা সন্দৰ্ভত আত্মীয়ৰ প্ৰতিক্ৰিয়া
    user_Laba kumar Das
    Laba kumar Das
    Baska, Baksa•
    6 hrs ago
  • ৫০ গৰাকী ছাত্ৰীয়ে প্ৰথম স্থানত উত্তীৰ্ণ হৈছে। বিশেষকৈ কিছুদিন পূৰ্বে এগৰাকী ইউটুউপাৰে এই ঠাইৰ পৰা সামাজিক মাধ্যমত কুন্তীৰচৰক লৈ যি বিৰূপ মন্তব্য প্ৰকাশ কৰিছিল। সেইলৈ সংবাদ মাধ্যমতো ব্যাপক চৰ্চা হৈ পৰিছিল। কিন্তু সেই কুন্তীৰচৰত বসবাস কৰা জেচমিনা চুলতানা নামৰ এগৰাকী ছাত্ৰীয়ে ধুবুৰীৰ ছোৱালী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাৰ ফলাফলত অসমীয়া বিষয়ত ৯১ শতাংশ নম্বৰ লাভ কৰি লেটাৰসহ প্ৰথম স্থানত উত্তীৰ্ণ হৈ গৌৰব কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ধুবুৰী গুৰু টেগ বাহাদুৰ ৰোডত অৱস্থিত ধুবুৰীৰ ছোৱালী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰী তথা ছাত্ৰী আৰু সমগ্র ধুবুৰীবাসীয়ে আনন্দ প্ৰকাশ কৰে। বিদ্যালয়খনত এক উৎসৱ মুখৰ পৰিবেশে বিৰাজ কৰিছে । অহা বছৰত এই শিক্ষা অনুষ্ঠান খনত ইয়াতকৈ আৰু অধিক ভাল ফলাফল কৰিব বুলি আশাবাদী শিক্ষক শিক্ষয়ত্ৰী সকলে। আমাৰ হাতত উক্ত বিদ্যালয়ৰ অধক্ষ্য গৰাকীৰ মন্তব্য আছে শুনক অধ্যক্ষ গৰাকীয়ে কি কলে
    1
    ৫০ গৰাকী ছাত্ৰীয়ে প্ৰথম স্থানত উত্তীৰ্ণ হৈছে। 
বিশেষকৈ কিছুদিন পূৰ্বে এগৰাকী ইউটুউপাৰে এই ঠাইৰ পৰা সামাজিক মাধ্যমত কুন্তীৰচৰক লৈ যি বিৰূপ মন্তব্য প্ৰকাশ কৰিছিল। সেইলৈ সংবাদ মাধ্যমতো ব্যাপক চৰ্চা হৈ পৰিছিল। কিন্তু সেই কুন্তীৰচৰত বসবাস কৰা জেচমিনা চুলতানা নামৰ এগৰাকী ছাত্ৰীয়ে ধুবুৰীৰ ছোৱালী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাৰ ফলাফলত অসমীয়া বিষয়ত ৯১ শতাংশ  নম্বৰ লাভ কৰি লেটাৰসহ প্ৰথম স্থানত উত্তীৰ্ণ  হৈ গৌৰব কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
ধুবুৰী গুৰু টেগ বাহাদুৰ ৰোডত অৱস্থিত ধুবুৰীৰ ছোৱালী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰী তথা ছাত্ৰী আৰু সমগ্র ধুবুৰীবাসীয়ে আনন্দ প্ৰকাশ কৰে।
বিদ্যালয়খনত এক উৎসৱ মুখৰ পৰিবেশে বিৰাজ কৰিছে । 
অহা বছৰত এই শিক্ষা অনুষ্ঠান খনত ইয়াতকৈ আৰু অধিক ভাল ফলাফল কৰিব বুলি আশাবাদী শিক্ষক শিক্ষয়ত্ৰী সকলে। 
আমাৰ হাতত উক্ত বিদ্যালয়ৰ অধক্ষ্য গৰাকীৰ মন্তব্য আছে শুনক অধ্যক্ষ গৰাকীয়ে কি কলে
    user_Amar Dhubri
    Amar Dhubri
    Media house আঠানি, ধুবুৰী, অসম•
    21 hrs ago
  • বাক্সাৰ ফাতেমাবাদ চাহ বাগিচাত শ্ৰমিক দিৱস পালন । ভাৰতীয় চাহ মজদুৰ সংঘ ফাতেমাবাদ সমিতিৰ উদ্যোগত শ্ৰমিক দিৱস পালন ।
    1
    বাক্সাৰ ফাতেমাবাদ চাহ বাগিচাত শ্ৰমিক দিৱস পালন । ভাৰতীয় চাহ মজদুৰ সংঘ ফাতেমাবাদ সমিতিৰ উদ্যোগত শ্ৰমিক দিৱস পালন ।
    user_Laba kumar Das
    Laba kumar Das
    Baska, Baksa•
    6 hrs ago
  • সন্ধিয়া চাৰি বজাৰ পৰা লেখা পানী লিডু এলেকাত যাক যাক বৰষুণ দিব লৈ ধৰিছে এতিয়া লৈকে ব্ৰুখুন এৰাৰ কোনো সন্ধান দেখা নাই গাওঁৰ লোক সকলে বৰুখো নৰ পৰা চৌকা পৰ্যন্ত যোলাব পৰা ভাত ৰান্ধিবো কেনে কৈ ঘৰৰ ভিতৰুৱা ঠাইত পানিহে হুমালে গৈ
    1
    সন্ধিয়া চাৰি বজাৰ পৰা লেখা পানী লিডু এলেকাত যাক যাক বৰষুণ দিব লৈ ধৰিছে এতিয়া লৈকে ব্ৰুখুন এৰাৰ কোনো সন্ধান দেখা নাই গাওঁৰ লোক সকলে  বৰুখো নৰ পৰা চৌকা পৰ্যন্ত যোলাব পৰা ভাত ৰান্ধিবো কেনে কৈ ঘৰৰ ভিতৰুৱা ঠাইত পানিহে হুমালে গৈ
    user_Umasankar Deb
    Umasankar Deb
    Acoustical consultant মেঘালয়, इंडिया•
    12 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.