Shuru
Apke Nagar Ki App…
#justiceForZubeenGarg😭
Anupam Rabha
#justiceForZubeenGarg😭
More news from অসম and nearby areas
- বৰপেটা জিলাৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠান ৬ মাৰ্চত বন্ধ ঘোষণা দৌল উৎসৱ উপলক্ষে এই বন্ধ । দৌল মহোৎসৱ উপলক্ষে অহা ৬ মাৰ্চত বৰপেটা জিলাত স্থানীয় বন্ধ ঘোষণা জিলা প্ৰশাসনৰ । বন্ধ থাকিব সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, বিত্তীয় প্রতিষ্ঠান আদি ।5
- Post by SAKINUR BHAI1
- Post by Babul Barman1
- Post by NAlive241
- 🔴৫০ লাখ টকা ব্যয় সাপেক্ষে শালবাৰীত নিৰ্মাণ হ'ব' বড়ো সাহিত্য সভা ভৱন'। 🔴আধাৰশিলা স্থাপন কৰিলে ২১ নং শালবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ দিগন্ত গয়াৰীয়ে।1
- 👉🏻 হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আহিলে জয় আই অসম কৰ দি কব লাগিব। 👉🏻 ভ্ৰষ্ট বামুনৰ নষ্ট চৰিত্ৰ বিস্ফোৰণ মন্তব্য ত্রিদিপ কলিতাৰ1
- বৰপেটা সত্ৰত পালিত দৌল মহোৎসৱৰ আজি ভৰ দৌলঃ লোকে লোকাৰন্য বৰপেটা সত্ৰ চৌহদ ৷ ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত অনুষ্ঠিত দৌল মহোৎসৱৰ আজি দ্বিতীয় দিন ৷ আজি সত্ৰত পালন কৰা হৈছে ভৰ দৌল ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৈকুণ্ঠৰ আৰ্হিত বৰদোৱাত দৌল মহোৎসৱ পাতিছিল ৷ তাৰ পাছত বৰদোৱা সত্ৰৰ দৌল মহোৎসৱৰ আৰ্হিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ আদি সত্ৰাধিকাৰ মথুৰাদাস বুঢ়া আতাই বৰপেটা সত্ৰত শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ পাতনি মেলে ৷ বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ আজি ভৰদৌল ৷ পুৱাৰে পৰা সত্ৰৰ কীৰ্তন ঘৰত নিত্য - নৈমিত্তিক প্ৰসংগ চলাৰ পিছত গোসাইৰ সন্মুখত যোগমোহন গৃহত ভকতৰ প্ৰসংগ ,গায়ন বায়নৰ খোল প্ৰসংগ অনুষ্ঠিত হয় ৷ দৌলত থকা দৌল গোবিন্দ আৰু কলীয়া ঠাকুৰ গোসাইক বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াই ফাকুগুৰি দিয়াৰ পিছত ভকত সকলে দুয়োজনা গোসাইক ফাকুগুৰি দি সেৱা জনায় ৷ দৌল মহোৎসৱ উপলক্ষে আজি বৰপেটা সত্ৰৰ চৌহদ লোকে লোকাৰণ্য হৈ পৰে ৷ উল্লেখ্য যে দুয়ো গোসাইক দৌল গৃহৰ পৰা বৃহস্পতিবাৰে নিশা নমোৱা হব ৷ গোসাইক দৌল গৃহৰ পৰা নমাই প্ৰথমে যোগমোহন গৃহত ৰাখিব আৰু পুৱতি নিশা সত্ৰৰ বাৰান্দাত থকা সু-সজ্জিত স্থানত ৰাখিব ৷ শুক্ৰবাৰে অনুষ্ঠিত হব বৰপেটাবাসীৰ প্ৰাণৰ উৎসৱ সুৱেৰী ৷ গোসাইক ফাকুগুৰি প্ৰদান কৰি বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডঃ বাবুল চন্দ্ৰ দাসে কয় " সত্ৰীয়া পৰম্পৰা অনুসৰি যোৱাকালি ৰাতিয়ে গোসাইক দৌলত উঠোৱা হৈছে ৷ আজি ৰাতিপুৱাৰ পৰা সত্ৰৰ নামঘৰত নিত্য প্ৰসংগ কৰা আৰু যোগমোহন গৃহত নৈমিত্তিক প্ৰসংগ কৰা হৈছে ৷ তাৰ পিছত বুঢ়াসত্ৰীয়াই দৌল গৃহত থকা গোসাইক ফাকুগুৰি দিয়ে ৷ বুঢ়া সত্ৰীয়াই ফাকু দিয়াৰ পিছত বুঢ়াসত্ৰীয়া আজ্ঞা দিয়াৰ পিছত ভকত সকলে গোসাইক ফাকু দি সেৱা জনায় ৷" লগতে বুঢ়া সত্ৰীয়াই কয় " সত্ৰীয়া পৰম্পৰা অনুসৰি গোসাই দৌলত থকাৰ সময়ত কোনেও ৰং নেখেলে ৷ গোসাইক দৌলৰ পৰা নমোৱাৰ পিছত হে ৰং খেলে ৷ বৃন্দানবনত দৌল গোবিন্দই ফাকু খেলাৰ আৰ্হিতে স্কন্ধ পুৰানৰ বিবৰণ মতে আজি মন্ত্ৰ পাঠ কৰা হয় ৷ আৰু শংকৰদেৱৰ উৰেষা কিৰ্তনৰ গীতৰ মাজেৰে আনফালে স্কন্ধ পুৰানৰ মন্ত্ৰৰে গোসাইক ফাকু দিয়া হৈছে ৷"1
- Post by Babul Barman1
- Post by NAlive241