Shuru
Apke Nagar Ki App…
SAKINUR BHAI
More news from অসম and nearby areas
- Post by SAKINUR BHAI1
- প্ৰমোদ বড়ো চৰকাৰে ৫ বছৰে কৰিব নোৱাৰা কাম মাত্ৰ ৫ মাহতে পূৰণ কৰিব ওলাইছে বিপিএফ চৰকাৰে। ৰাইজৰ বহুদিনীয়া দাবী পূৰণ কৰি আজি বাক্সা জিলাৰ ২১ং শালবাৰী পৰিষদীয় অন্তৰ্গত আনন্দ বজাৰ কচুগাৱৰ পৰা কৈয়েমাৰী-বৰঘোপা হৈ বৰপেটাৰোড সংযোগী এক অতিকৈ গুৰুত্বপূৰ্ণ পথৰ আধাৰশিলা স্থাপন কৰে স্থানীয় এমচিএলএ দিগন্ত গয়াৰীয়ে। প্ৰায় তিনি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান হ'ব লগীয়া পথছোৱা কেইবাটাও অংশ হিচাপে নিৰ্মাণ কৰা হ'ব বুলি জানিবলৈ দিয়ে দিগন্ত গয়াৰীয়ে।1
- Post by Babul Barman1
- আপোনাৰ সন্তানক অকলে টিউচনলৈ পঠিয়াই দিয়ে নেকি? তেন্তে সাৱধান হওক কিয়নো ৰাজ্যখনত বৃদ্ধি পাইছে শিশু নিৰুদ্দেশৰ ঘটনা।1
- বৰপেটা সত্ৰৰ দালানৰ সন্মুখত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছবি অংকন কৰিলে এনেদৰে । ২ মাৰ্চৰ পৰা দৌল উৎসৱ আৰম্ভ আৰু দৌল উৎসৱৰ প্ৰাকক্ষণত বৰপেটা সত্ৰৰ কীৰ্ত্তন ঘৰৰ দালানৰ সন্মুখত ফাকুৰে জুবিন গাৰ্গৰ ছবি অংকন ।1
- প্ৰাক্তন কংগ্ৰেছ সাংসদ আব্দুল খালেক ডাঙৰীয়াই মিত্ৰতা সম্পৰ্কে দিয়া মন্তব্যৰ প্ৰতিক্ৰিয়া ৰাইজৰ দলৰ1
- ৰঙিয়াৰ বুনাসত্ৰ পোৰাঢাপ ক্ষেত্ৰত দৌল মহোৎসৱ উপলক্ষে খ্যাতনামা পাঠক কমল কৃষ্ণ কাকতীয়ে পৰিৱেশন কৰা নাগাৰা নামৰ অনুষ্ঠানে আপ্লুত কৰিবলৈ সক্ষম হয় ভক্ত প্ৰাণ ৰাইজক। মঙলবাৰে দ্বিতীয় দিনৰ আকৰ্ষণীয় কাৰ্যসূচী ৰূপে নিশা অনুষ্ঠিত কৰা নাগাৰা নামৰ অনুষ্ঠান উপভোগ কৰাৰ বাবে সমাগম ঘটে দৰ্শকৰ ।1
- Post by SAKINUR BHAI1