Shuru
Apke Nagar Ki App…
ৰঙিয়াৰ বুনাসত্ৰ পোৰাঢাপ ক্ষেত্ৰত দৌল মহোৎসৱ উপলক্ষে খ্যাতনামা পাঠক কমল কৃষ্ণ কাকতীয়ে পৰিৱেশন কৰা নাগাৰা নামৰ অনুষ্ঠানে আপ্লুত কৰিবলৈ সক্ষম হয় ভক্ত প্ৰাণ ৰাইজক। মঙলবাৰে দ্বিতীয় দিনৰ আকৰ্ষণীয় কাৰ্যসূচী ৰূপে নিশা অনুষ্ঠিত কৰা নাগাৰা নামৰ অনুষ্ঠান উপভোগ কৰাৰ বাবে সমাগম ঘটে দৰ্শকৰ ।
BHASKAR KALITA
ৰঙিয়াৰ বুনাসত্ৰ পোৰাঢাপ ক্ষেত্ৰত দৌল মহোৎসৱ উপলক্ষে খ্যাতনামা পাঠক কমল কৃষ্ণ কাকতীয়ে পৰিৱেশন কৰা নাগাৰা নামৰ অনুষ্ঠানে আপ্লুত কৰিবলৈ সক্ষম হয় ভক্ত প্ৰাণ ৰাইজক। মঙলবাৰে দ্বিতীয় দিনৰ আকৰ্ষণীয় কাৰ্যসূচী ৰূপে নিশা অনুষ্ঠিত কৰা নাগাৰা নামৰ অনুষ্ঠান উপভোগ কৰাৰ বাবে সমাগম ঘটে দৰ্শকৰ ।
More news from অসম and nearby areas
- ৰঙিয়াৰ বুনাসত্ৰ পোৰাঢাপ ক্ষেত্ৰত দৌল মহোৎসৱ উপলক্ষে খ্যাতনামা পাঠক কমল কৃষ্ণ কাকতীয়ে পৰিৱেশন কৰা নাগাৰা নামৰ অনুষ্ঠানে আপ্লুত কৰিবলৈ সক্ষম হয় ভক্ত প্ৰাণ ৰাইজক। মঙলবাৰে দ্বিতীয় দিনৰ আকৰ্ষণীয় কাৰ্যসূচী ৰূপে নিশা অনুষ্ঠিত কৰা নাগাৰা নামৰ অনুষ্ঠান উপভোগ কৰাৰ বাবে সমাগম ঘটে দৰ্শকৰ ।1
- তামুলপুৰৰ ১ নং কাউলীত বন্য হস্তীৰ আক্ৰমণত নিহত বিশেষ ভাৱে সক্ষম এগৰাকী ব্যক্তি। নিশা খাদ্যৰ সন্ধানত অহা বন্যহস্তীটো আজি দিনৰ ভাগত অঞ্চলটোৰ এটা হাবিত আশ্ৰয় লোৱাৰ সময়ত সংঘটিত হয় এই ঘটনা।নিহত লোকজনৰ নাম চানকিশোৰ সিংহ।দিনৰ পোহৰত হাতীটোক ওচৰৰ পৰা চাবলৈ যাওঁতে অতর্কিতে বন্য হস্তীটোৱে আক্ৰমণ চলায় লোকজনৰ ওপৰত। ঘটনাস্থলীত মৃতদেহ উদ্বাৰৰ বাবে উপস্থিত আৰক্ষীৰ লোক। পূৰ্বে বন বিভাগৰ লোকেও ৰাইজক হাতীটোৰ ওচৰত যাবলৈ কৰিছিল বাধা প্ৰদান।1
- Post by SAKINUR BHAI1
- Post by Babul Barman1
- আপোনাৰ সন্তানক অকলে টিউচনলৈ পঠিয়াই দিয়ে নেকি? তেন্তে সাৱধান হওক কিয়নো ৰাজ্যখনত বৃদ্ধি পাইছে শিশু নিৰুদ্দেশৰ ঘটনা।1
- প্ৰমোদ বড়ো চৰকাৰে ৫ বছৰে কৰিব নোৱাৰা কাম মাত্ৰ ৫ মাহতে পূৰণ কৰিব ওলাইছে বিপিএফ চৰকাৰে। ৰাইজৰ বহুদিনীয়া দাবী পূৰণ কৰি আজি বাক্সা জিলাৰ ২১ং শালবাৰী পৰিষদীয় অন্তৰ্গত আনন্দ বজাৰ কচুগাৱৰ পৰা কৈয়েমাৰী-বৰঘোপা হৈ বৰপেটাৰোড সংযোগী এক অতিকৈ গুৰুত্বপূৰ্ণ পথৰ আধাৰশিলা স্থাপন কৰে স্থানীয় এমচিএলএ দিগন্ত গয়াৰীয়ে। প্ৰায় তিনি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান হ'ব লগীয়া পথছোৱা কেইবাটাও অংশ হিচাপে নিৰ্মাণ কৰা হ'ব বুলি জানিবলৈ দিয়ে দিগন্ত গয়াৰীয়ে।1
- বৰপেটা সত্ৰৰ দালানৰ সন্মুখত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছবি অংকন কৰিলে এনেদৰে । ২ মাৰ্চৰ পৰা দৌল উৎসৱ আৰম্ভ আৰু দৌল উৎসৱৰ প্ৰাকক্ষণত বৰপেটা সত্ৰৰ কীৰ্ত্তন ঘৰৰ দালানৰ সন্মুখত ফাকুৰে জুবিন গাৰ্গৰ ছবি অংকন ।1
- Post by NAlive241