Shuru
Apke Nagar Ki App…
মাল পানী ক'ত? মাত্ৰ এইটো নহ'ব" "ছাৰ এইটো এতিয়া লৈ লওঁক "মাল পানী ক'ত? মাত্ৰ এইটো নহ'ব" "ছাৰ এইটো এতিয়া লৈ লওঁক , কালি যাব নহয় পাছত কালি লৈ ল'ব" মুকলিকৈ ঘোচ খোৱা আৰক্ষী এই দৃশ্য ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত কালি যাব নহয় পাছত কালি লৈ ল'ব" মুকলিকৈ ঘোচ খোৱা আৰক্ষী এই দৃশ্য
News 16 Northeast
মাল পানী ক'ত? মাত্ৰ এইটো নহ'ব" "ছাৰ এইটো এতিয়া লৈ লওঁক "মাল পানী ক'ত? মাত্ৰ এইটো নহ'ব" "ছাৰ এইটো এতিয়া লৈ লওঁক , কালি যাব নহয় পাছত কালি লৈ ল'ব" মুকলিকৈ ঘোচ খোৱা আৰক্ষী এই দৃশ্য ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত কালি যাব নহয় পাছত কালি লৈ ল'ব" মুকলিকৈ ঘোচ খোৱা আৰক্ষী এই দৃশ্য
More news from Nagaon and nearby areas
- "মাল পানী ক'ত? মাত্ৰ এইটো নহ'ব" "ছাৰ এইটো এতিয়া লৈ লওঁক , কালি যাব নহয় পাছত কালি লৈ ল'ব" মুকলিকৈ ঘোচ খোৱা আৰক্ষী এই দৃশ্য ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত কালি যাব নহয় পাছত কালি লৈ ল'ব" মুকলিকৈ ঘোচ খোৱা আৰক্ষী এই দৃশ্য1
- আজি ৰহা NSUI উদ্যোগত এখনি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৰহা ব্লক কংগ্ৰেছ কাৰ্যালয়ত।1
- নগাঁও জিলাৰ ৫৮ নং চামগুৰি সমষ্টিত আগন্তুক ২০২৬ চনৰ নিৰ্বাচনক লৈ জোৰদাৰ হৈছে ৰাজনৈতিক তৎপৰতা। যুৱ নেতা নাজীৰ হুছেইনে কয় যে তেওঁ আগন্তুক নিৰ্বাচনত NDA ৰ প্ৰাৰ্থী হিচাপে চামগুৰি সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ আশা প্ৰকাশ কৰে। ইয়াৰ লগতে কংগ্ৰেছ দলক কটাক্ষ কৰি নাজীৰ হুছেইনে কয় যে কংগ্ৰেছ হৈছে পৰিয়াল কেন্দ্ৰিক ৰাজনৈতিক দল, কিন্তু বিজেপিত তেনে প্ৰথা নাই। বিজেপি দলে সদায় ৰাইজৰ ইচ্ছাক অগ্ৰাধিকাৰ দিয়ে বুলিও মন্তব্য কৰে ।1
- কাৱৈমাৰীত এইদৰে ঈদৰ আগতীয়াকৈ প্ৰস্তুতি আৰম্ভ। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ সমাগম। যাৰ বাবে জাক-জমকতাৰে সজাই পৰাই তুলিছে মছজিদ।1
- ধিং সমষ্টিত ৰাইজৰ দলৰ বিশাল জন জাগৰণ ৰেলি। ধিং সমষ্টিৰ প্ৰাৰ্থী মেহবুব মুক্তাৰৰ নেতৃত্বত সমৰ্থক সকলে উলিয়ায় এই ৰেলি। ধিং সমষ্টিৰ ২৫ খন গাঁও পঞ্চায়তত ৰাইজৰ মাজত জন জাগৰণৰ উদ্দেশ্যি তাঁতীকটা গাঁৱৰ পৰা আৰম্ভ হয় এই ৰেলি।3
- 📌“গৌৰৱ-ৰকিবুল থাকিলেই বিজেপিৰে চৰকাৰ” কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ 📌“ৰাহুল গান্ধী থকালৈকে মোদীয়েই প্ৰধানমন্ত্ৰী” কংগ্ৰেছক লৈ মুখ্যমন্ত্ৰীৰ চাঞ্চল্যকৰ মন্তব্য1
- কথা মতেই কাম মুখ্যমন্ত্ৰীৰ । ১০.৩০ বজাৰ লগে লগেই তুলুং কৈ সোমাই গ'ল অৰুণোদয় আঁচনিৰ ধন। ধন লাভৰ পিছতে হিতাধিকাৰীৰ মুখত আনন্দৰ হাঁহি....1
- *পলাশবাৰীৰ মিৰ্জাৰ বিনয় ষ্টোন ক্ৰেচাৰত অবৈধভাৱে গঢ়ি উঠা বিটুমিন উদ্যোগ চিল কৰিলে বিভাগীয় কৰ্তৃপক্ষই।* এয়া পলাশবাৰীৰ মিৰ্জা বটিয়াপাৰাস্থিত বিনয় ষ্টোন ক্ৰেচাৰ। বিনয় কলিতা মালিকাধিন ইয়াৰে বিটুমিন উদ্যোগটোৰ বিৰুদ্ধে দীৰ্ঘদিনে পৰিবেশ প্ৰদূষণ কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে। কোনো ধৰণৰ অনুমতি আৰু তথ্য পাতি নোহোৱাকৈ সম্পূৰ্ণ অবৈধ ভাৱে চলাই আছিল এই উদ্যোগটো। পলাশবাৰী সমষ্টিৰ তৃণমূল কংগ্ৰেছ দলৰ নেতা বিকাশ নাথ যোগীৰ অভিযোগৰ ভিত্তিত অৱশেষত পলাশবাৰী ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত প্ৰদূষণ বোৰ্ডে চিল কৰিলে উক্ত উদ্যোগটো।1