Shuru
Apke Nagar Ki App…
অনুসূচিত জাতি উন্নয়ন পৰিষদ গঠনৰ সিদ্ধান্ত অসম চৰকাৰৰ। মৰিগাঁৱত কেইজনমান অনুসূচিত জাতি সচেতন যুৱকে ফটকা ফুটাই আনন্দ উল্লাস মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছে মৰিগাওঁ জিলা অনুসূচিত জাতি কেইজনমান সচেতন যুৱকে। অনুসূচিত জাতিৰ দীৰ্ঘদিনীয়া দাবী পূৰণৰ পিছতে এনেদৰে আনন্দ উল্লাস কৰা দেখা গল মৰিগাওঁ টাউনৰ মাজ মজিয়াত। হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, পীয়ুষ হাজৰিকা জিন্দাবাদ আদি শ্লগানেৰে ফটকা ফুটাই ধন্যবাদ জনাই অসম চৰকাৰক।
Mahesh kumar das
অনুসূচিত জাতি উন্নয়ন পৰিষদ গঠনৰ সিদ্ধান্ত অসম চৰকাৰৰ। মৰিগাঁৱত কেইজনমান অনুসূচিত জাতি সচেতন যুৱকে ফটকা ফুটাই আনন্দ উল্লাস মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছে মৰিগাওঁ জিলা অনুসূচিত জাতি কেইজনমান সচেতন যুৱকে। অনুসূচিত জাতিৰ দীৰ্ঘদিনীয়া দাবী পূৰণৰ পিছতে এনেদৰে আনন্দ উল্লাস কৰা দেখা গল মৰিগাওঁ টাউনৰ মাজ মজিয়াত। হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, পীয়ুষ হাজৰিকা জিন্দাবাদ আদি শ্লগানেৰে ফটকা ফুটাই ধন্যবাদ জনাই অসম চৰকাৰক।
More news from অসম and nearby areas
- Post by Mahesh kumar das1
- পূৰ্বৰ গোলকগঞ্জ বিধান সভা সমষ্টিৰ অন্তৰ্গত হাজীৰ হাটত এখন জৰাজীৰ্ণ কাঠৰ দলঙে জলা-কলা খুৱাইছে সৰ্বসাধাৰণ জনতাক। বৃহত্তৰ হাজীৰহাট আৰু মৰাগদাধৰ সংযোগী কেইবাখনো গাঁৱৰ যাতায়তৰ এটা ব্যস্ত পথৰ মাজত থকা কাঠৰ বিধ্বস্ত দলং খনে বিপদ কঢ়িয়াই আনিছে এতিয়া সৰ্বসাধাৰণ ৰাইজলৈ। যি কোনো মুহূৰ্তত দলং খনৰ কাঠ খুলি ভয়ংকৰ দুৰ্ঘটনাত পতিত হোৱাৰ সম্ভাৱনা আছে। বৃহত্তৰ অঞ্চলৰ ৰাইজৰ যাতায়তৰ একমাত্ৰ এইটোৱেই প্ৰতিদিনে এই পথেৰে শ শ সৰু সুৰা যানবাহন আৰু সামগ্ৰী কঢ়িওৱা বাহন আৰু দুই তিনি শ স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী অহা যোৱা কৰে এই পথেৰে। উল্লেখ্য যে পূৰ্বতে আছিল গোলকগঞ্জ সমষ্টি আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছতে হৈ পৰে গৌৰীপুৰ সমষ্টি। পূৰ্বৰ গোলকগঞ্জ সমষ্টিৰ বিধায়ক আছিলে কংগ্ৰেছ বিধায়ক আব্দুছ ছোবাহান আলী সৰকাৰ। বিধায়ক গৰাকীয়ে এবছৰ পূৰ্বে এইখন কাঠৰ দলং নিৰ্মাণ কৰি দিছিল। পিছে এতিয়া কাঠবোৰ জহি খহি ফুটা ওলাইছে। এখন চাইকেল লৈ গ'লেও কপি উঠে দলংখন। দলং এৰি ৰাইজে যাতায়ত কৰিছে পথাৰৰ মাজেৰে। বিধায়ক গৰাকীৰ সমষ্টিৰ উন্নয়ন কেৱল যেন উন্নয়নৰ শ্ল'গানতে আবদ্ধ হৈ থাকিল পৰিৱৰ্তনৰ নামত যিমানে উন্নয়নৰ ঢাক-ঢোল নবজাওক কিয় বাস্তৱত তাৰ বিপৰীতে ছবিহে পৰিলক্ষিত হৈছে। ৰাইজে বিধায়ক গৰাকীৰ উপৰত ক্ষোভ প্ৰকাশ কৰিছে, এনেকুৱা বিধায়কৰ আৰু সমষ্টিত প্ৰয়োজন নাই বুলি মন্তব্য কৰিছে।1
- Post by Mustafa SalimAhmed1
- সংবাদমাধ্যমৰ আগত প্ৰশ্ন মন্ত্ৰীগৰাকীৰ। নগাঁৱত বিতৰ্কিত মন্তব্য, ‘মিঞা’ শব্দক লৈ মন্ত্ৰীৰ স্পষ্টীকৰণ। নগাঁওত সংবাদমাধ্যমৰ সন্মুখত এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ালে ৰাজ্যৰ এজন মন্ত্ৰীয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ ‘মিঞা’ শব্দৰে কাকো বেয়া বুলি কোৱা নাই। লগতে তেওঁ প্ৰশ্ন উত্থাপন কৰি কয়— “মিঞা বুলি ক’লে কোনে বেয়া পায়?” মন্ত্ৰীগৰাকীৰ এই মন্তব্যক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া দেখা গৈছে।1
- মৃত লোকজন কলনি জলাহৰ ইউনুচ আলী বুলি চিনাক্ত হৈছে। মংগলবাৰৰ দুপৰীয়াৰ পৰা নিৰুদ্দেশ হৈ আছিল লোকজন। স্থানীয় লোকৰ ভাষ্য অনুসৰি মৃত লোকজন মানসিক ভাৱে বিকাৰগ্ৰস্ত আছিল। দ পুখুৰীত গা ধুবলৈ আহি সন্ধানহীন হৈ আছিল লোকজন। SDRF বাহিনীয়ে অভিযান চলাই উদ্ধাৰ কৰে লোক জনৰ মৃতদেহ।1
- ৫৫ নং ধিং বিধানসভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী মতিউৰ ৰহমান।এ আই ইউ ডি এফৰ দলৰ টিকট লাভ কৰিছে।1
- কান্ধুলীমাৰি পৰমাইভেটি গাওঁ পঞ্চায়তত এম জি এনৰেগা আঁচনি ৰূপায়নত দুৰ্নীতিৰ অভিযোগ ।1
- Post by Mahesh kumar das1