logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

৫৫ নং ধিং বিধানসভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী মতিউৰ ৰহমান।এ আই ইউ ডি এফৰ দলৰ টিকট লাভ কৰিছে। ৫৫ নং ধিং বিধানসভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী মতিউৰ ৰহমান।এ আই ইউ ডি এফৰ দলৰ টিকট লাভ কৰিছে।

2 hrs ago
user_Time Talks 24
Time Talks 24
Video Creator ৰূপাহী, নগাঁও, অসম•
2 hrs ago

৫৫ নং ধিং বিধানসভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী মতিউৰ ৰহমান।এ আই ইউ ডি এফৰ দলৰ টিকট লাভ কৰিছে। ৫৫ নং ধিং বিধানসভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী মতিউৰ ৰহমান।এ আই ইউ ডি এফৰ দলৰ টিকট লাভ কৰিছে।

More news from অসম and nearby areas
  • তেওঁ কয় যে মিচিং সমাজে বহু বছৰৰ পৰা নিজৰ সংস্কৃতি, পৰম্পৰা আৰু অধিকাৰৰ স্বীকৃতি দাবী কৰি অহা আন্দোলনৰ ফলতেই আজি এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত সম্ভৱ হৈছে। ৰাজ্যৰ অন্যতম বৃহৎ জনগোষ্ঠী মিচিংসকলৰ বাবে Ali-Aye-Ligang উৎসৱ অতি তাৎপৰ্যপূর্ণ, আৰু ইয়াৰ দিনত ৰাজ্যিক বন্ধ ঘোষণা কৰাটো তেওঁলোকৰ সংস্কৃতি আৰু পৰম্পৰাৰ প্ৰতি এক সন্মান বুলি তেওঁ উল্লেখ কৰে।
    1
    তেওঁ কয় যে মিচিং সমাজে বহু বছৰৰ পৰা নিজৰ সংস্কৃতি, পৰম্পৰা আৰু অধিকাৰৰ স্বীকৃতি দাবী কৰি অহা আন্দোলনৰ ফলতেই আজি এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত সম্ভৱ হৈছে। ৰাজ্যৰ অন্যতম বৃহৎ জনগোষ্ঠী মিচিংসকলৰ বাবে Ali-Aye-Ligang উৎসৱ অতি তাৎপৰ্যপূর্ণ, আৰু ইয়াৰ দিনত ৰাজ্যিক বন্ধ ঘোষণা কৰাটো তেওঁলোকৰ সংস্কৃতি আৰু পৰম্পৰাৰ প্ৰতি এক সন্মান বুলি তেওঁ উল্লেখ কৰে।
    user_Bittuahmed
    Bittuahmed
    Local News Reporter নগাঁও, নগাঁও, অসম•
    5 hrs ago
  • হয়বৰগাঁও মহিন্দ্ৰা ডিলাৰত নতুন মহিন্দ্ৰা ইলেকট্ৰিক অটো বাহন "উড়ো"ৰ মুকলি অনুষ্ঠান। কেক কাটি মুকলি কৰা হয় নতুন ইলেক্ট্ৰিক বাহন উড়োৰ। বহু অত্যাধুনিক সা-সুবিধা সম্পন্ন এই মহিন্দ্ৰাৰ নতুন অটো বাহন
    1
    হয়বৰগাঁও মহিন্দ্ৰা ডিলাৰত নতুন মহিন্দ্ৰা  ইলেকট্ৰিক অটো বাহন "উড়ো"ৰ মুকলি অনুষ্ঠান। কেক কাটি মুকলি কৰা হয় নতুন ইলেক্ট্ৰিক বাহন উড়োৰ। বহু অত্যাধুনিক সা-সুবিধা সম্পন্ন এই মহিন্দ্ৰাৰ নতুন অটো বাহন
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency Rupahi, Nagaon•
    13 hrs ago
  • তামাৰহাটৰ এখন জৰাজীৰ্ণ কাঠৰ দলঙে জলা-কলা খুৱাইছে সৰ্বসাধাৰণ জনতাক। পূৰ্বৰ গোলকগঞ্জ বিধান সভা সমষ্টিৰ অন্তৰ্গত হাজীৰ হাটত এখন জৰাজীৰ্ণ কাঠৰ দলঙে জলা-কলা খুৱাইছে সৰ্বসাধাৰণ জনতাক। বৃহত্তৰ  হাজীৰহাট আৰু মৰাগদাধৰ সংযোগী কেইবাখনো গাঁৱৰ যাতায়তৰ এটা ব্যস্ত পথৰ মাজত থকা কাঠৰ  বিধ্বস্ত দলং খনে বিপদ কঢ়িয়াই আনিছে এতিয়া সৰ্বসাধাৰণ ৰাইজলৈ। যি কোনো মুহূৰ্তত দলং খনৰ কাঠ খুলি ভয়ংকৰ দুৰ্ঘটনাত পতিত হোৱাৰ সম্ভাৱনা আছে। বৃহত্তৰ অঞ্চলৰ ৰাইজৰ যাতায়তৰ একমাত্ৰ এইটোৱেই  প্ৰতিদিনে এই পথেৰে শ শ সৰু সুৰা যানবাহন আৰু সামগ্ৰী কঢ়িওৱা বাহন আৰু দুই তিনি শ স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী অহা যোৱা কৰে এই পথেৰে। উল্লেখ্য যে পূৰ্বতে আছিল গোলকগঞ্জ সমষ্টি আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছতে হৈ পৰে গৌৰীপুৰ সমষ্টি। পূৰ্বৰ গোলকগঞ্জ সমষ্টিৰ বিধায়ক আছিলে কংগ্ৰেছ বিধায়ক আব্দুছ ছোবাহান আলী সৰকাৰ। বিধায়ক গৰাকীয়ে  এবছৰ পূৰ্বে এইখন কাঠৰ দলং নিৰ্মাণ কৰি দিছিল। পিছে এতিয়া কাঠবোৰ জহি খহি ফুটা ওলাইছে। এখন চাইকেল লৈ গ'লেও কপি উঠে দলংখন। দলং এৰি ৰাইজে যাতায়ত কৰিছে পথাৰৰ মাজেৰে। বিধায়ক গৰাকীৰ সমষ্টিৰ উন্নয়ন কেৱল যেন উন্নয়নৰ শ্ল'গানতে আবদ্ধ হৈ থাকিল পৰিৱৰ্তনৰ নামত  যিমানে উন্নয়নৰ ঢাক-ঢোল নবজাওক কিয় বাস্তৱত তাৰ বিপৰীতে ছবিহে পৰিলক্ষিত হৈছে। ৰাইজে বিধায়ক গৰাকীৰ উপৰত ক্ষোভ প্ৰকাশ কৰিছে, এনেকুৱা বিধায়কৰ আৰু সমষ্টিত প্ৰয়োজন নাই বুলি মন্তব্য কৰিছে।
    1
    তামাৰহাটৰ এখন জৰাজীৰ্ণ কাঠৰ দলঙে জলা-কলা খুৱাইছে সৰ্বসাধাৰণ জনতাক।
পূৰ্বৰ গোলকগঞ্জ বিধান সভা সমষ্টিৰ অন্তৰ্গত হাজীৰ হাটত এখন জৰাজীৰ্ণ কাঠৰ দলঙে জলা-কলা খুৱাইছে সৰ্বসাধাৰণ জনতাক।
বৃহত্তৰ  হাজীৰহাট আৰু মৰাগদাধৰ সংযোগী কেইবাখনো গাঁৱৰ যাতায়তৰ এটা ব্যস্ত পথৰ মাজত থকা কাঠৰ  বিধ্বস্ত দলং খনে বিপদ কঢ়িয়াই আনিছে এতিয়া সৰ্বসাধাৰণ ৰাইজলৈ।
যি কোনো মুহূৰ্তত দলং খনৰ কাঠ খুলি ভয়ংকৰ দুৰ্ঘটনাত পতিত হোৱাৰ সম্ভাৱনা আছে। 
বৃহত্তৰ অঞ্চলৰ ৰাইজৰ যাতায়তৰ একমাত্ৰ এইটোৱেই  প্ৰতিদিনে এই পথেৰে শ শ সৰু সুৰা যানবাহন আৰু সামগ্ৰী কঢ়িওৱা বাহন আৰু দুই তিনি শ স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী অহা যোৱা কৰে এই পথেৰে। 
উল্লেখ্য যে পূৰ্বতে আছিল গোলকগঞ্জ সমষ্টি আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছতে হৈ পৰে গৌৰীপুৰ সমষ্টি। 
পূৰ্বৰ গোলকগঞ্জ সমষ্টিৰ বিধায়ক আছিলে কংগ্ৰেছ বিধায়ক আব্দুছ ছোবাহান আলী সৰকাৰ। 
বিধায়ক গৰাকীয়ে  এবছৰ পূৰ্বে এইখন কাঠৰ দলং নিৰ্মাণ কৰি দিছিল। 
পিছে এতিয়া কাঠবোৰ জহি খহি ফুটা ওলাইছে। এখন চাইকেল লৈ গ'লেও কপি উঠে দলংখন।
দলং এৰি ৰাইজে যাতায়ত কৰিছে পথাৰৰ মাজেৰে।
বিধায়ক গৰাকীৰ সমষ্টিৰ উন্নয়ন কেৱল যেন উন্নয়নৰ শ্ল'গানতে আবদ্ধ হৈ থাকিল  পৰিৱৰ্তনৰ নামত  যিমানে উন্নয়নৰ ঢাক-ঢোল নবজাওক কিয় বাস্তৱত তাৰ বিপৰীতে ছবিহে পৰিলক্ষিত হৈছে। 
ৰাইজে বিধায়ক গৰাকীৰ উপৰত ক্ষোভ প্ৰকাশ কৰিছে, এনেকুৱা বিধায়কৰ আৰু সমষ্টিত প্ৰয়োজন নাই বুলি মন্তব্য কৰিছে।
    user_News 16 Northeast
    News 16 Northeast
    Newsagent Dhing, Nagaon•
    4 hrs ago
  • Post by Mustafa SalimAhmed
    1
    Post by Mustafa SalimAhmed
    user_Mustafa SalimAhmed
    Mustafa SalimAhmed
    Local News Reporter ধিং, নগাঁও, অসম•
    6 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    মৰিগাঁও, মৰিগাঁও, অসম•
    2 hrs ago
  • Post by HOJAI JUGIJAN NEWS
    1
    Post by HOJAI JUGIJAN NEWS
    user_HOJAI JUGIJAN NEWS
    HOJAI JUGIJAN NEWS
    Local News Reporter Hojai, Assam•
    3 hrs ago
  • ধিং সমষ্টিত চাৰিওফালে সৱল বাবে উচ্চাৰিত হৈছে অগপৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী ৰিজাউল হকৰ নাম।
    1
    ধিং সমষ্টিত চাৰিওফালে সৱল বাবে উচ্চাৰিত হৈছে অগপৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী ৰিজাউল হকৰ নাম।
    user_Time Talks 24
    Time Talks 24
    Video Creator ৰূপাহী, নগাঁও, অসম•
    3 hrs ago
  • এই প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ বহু সদস্য আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। প্ৰতিবাদকাৰীসকলে ক’লে যে বৰ্তমান সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য দিনক দিনে বৃদ্ধি পাই ৰাইজৰ জীৱন অতিশয় কষ্টকৰ কৰি তুলিছে। সেয়েহে চৰকাৰক তৎকালীনভাৱে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ বাবে পদক্ষেপ ল’বলৈ দাবী জনোৱা হয়। ইয়াৰ লগতে প্ৰতিবাদকাৰীসকলে গায়ক জুবিন গাৰ্গৰ ওপৰত হোৱা ঘটনাৰ উচিত তদন্ত কৰি ন্যায় প্ৰদান কৰাৰ দাবীও উত্থাপন কৰে। তেওঁলোকে বিভিন্ন শ্লোগান দি নিজৰ দাবীসমূহ উজাগৰ কৰে আৰু সতৰ্ক কৰে যে দাবীসমূহ পূৰণ নকৰিলে আগন্তুক দিনত আন্দোলন অধিক তীব্ৰ কৰা হ’ব।
    2
    এই প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ বহু সদস্য আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। প্ৰতিবাদকাৰীসকলে ক’লে যে বৰ্তমান সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য দিনক দিনে বৃদ্ধি পাই ৰাইজৰ জীৱন অতিশয় কষ্টকৰ কৰি তুলিছে। সেয়েহে চৰকাৰক তৎকালীনভাৱে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ বাবে পদক্ষেপ ল’বলৈ দাবী জনোৱা হয়।
ইয়াৰ লগতে প্ৰতিবাদকাৰীসকলে গায়ক জুবিন গাৰ্গৰ ওপৰত হোৱা ঘটনাৰ উচিত তদন্ত কৰি ন্যায় প্ৰদান কৰাৰ দাবীও উত্থাপন কৰে। তেওঁলোকে বিভিন্ন শ্লোগান দি নিজৰ দাবীসমূহ উজাগৰ কৰে আৰু সতৰ্ক কৰে যে দাবীসমূহ পূৰণ নকৰিলে আগন্তুক দিনত আন্দোলন অধিক তীব্ৰ কৰা হ’ব।
    user_Bittuahmed
    Bittuahmed
    Local News Reporter নগাঁও, নগাঁও, অসম•
    5 hrs ago
  • *বৰিহাটত Austex Agro ৰ প্ৰথম Super-Cum Distributor শুভাৰম্ভ।* পলাশবাৰীৰ বৰিহাটত আনুষ্ঠানিকভাৱে Austex Agro Private Limited ৰ কামৰূপ গ্ৰাম্য জিলাৰ প্ৰথম Super-Cum Distributor মুকলি কৰা হয়। বৰিহাটৰ উমাকান্ত আৰু চন্দ্ৰকান্ত গোস্বামী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সন্মুখতে অৱস্থিত DAVID Enterprise ত এই বিতৰণ কেন্দ্ৰটো ফিটা কাটি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে বৰিহাট ব্যৱসায়ী সন্থাৰ সভাপতি কুশল ডেকা আৰু সম্পাদক কন্দৰ্প দাসে। উল্লেখযোগ্য যে DAVID Enterprise ৰ স্বত্বাধিকাৰী হৈছে পৰেশ চন্দ্ৰ দাস। উক্ত অনুষ্ঠানটোত উপস্থিত থাকে কোম্পানীটোৰ একাধিক শীৰ্ষ কৰ্মকৰ্তা। উল্লেখযোগ্য যে এই Super-Cum Distributor টোৰ জৰিয়তে এতিয়া কামৰূপ গ্ৰাম্য জিলাৰ বিভিন্ন বজাৰলৈ কোম্পানীটোৰ নুডুলছ, পাস্তা, মেকাৰনি, ছয়াবাৰী, পাপড়, মখনা, ভুজিয়া আদি বিভিন্ন FMCG খাদ্য সামগ্ৰী সহজে যোগান ধৰা হ’ব। বৰিহাটত এই নতুন বিতৰণ কেন্দ্ৰ আৰম্ভ হোৱাৰ ফলত অঞ্চলটোৰ ব্যৱসায়িক ক্ষেত্ৰত নতুন সম্ভাৱনাৰ সৃষ্টি হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।
    1
    *বৰিহাটত Austex Agro ৰ প্ৰথম Super-Cum Distributor শুভাৰম্ভ।* 
পলাশবাৰীৰ বৰিহাটত আনুষ্ঠানিকভাৱে  Austex Agro Private Limited ৰ কামৰূপ গ্ৰাম্য জিলাৰ প্ৰথম Super-Cum Distributor মুকলি কৰা হয়।
বৰিহাটৰ উমাকান্ত আৰু চন্দ্ৰকান্ত গোস্বামী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সন্মুখতে অৱস্থিত DAVID Enterprise ত এই বিতৰণ কেন্দ্ৰটো ফিটা কাটি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে বৰিহাট ব্যৱসায়ী সন্থাৰ সভাপতি কুশল ডেকা আৰু সম্পাদক কন্দৰ্প দাসে।
উল্লেখযোগ্য যে DAVID Enterprise ৰ স্বত্বাধিকাৰী হৈছে পৰেশ চন্দ্ৰ দাস।
উক্ত অনুষ্ঠানটোত উপস্থিত থাকে কোম্পানীটোৰ একাধিক শীৰ্ষ কৰ্মকৰ্তা।
উল্লেখযোগ্য যে এই Super-Cum Distributor টোৰ জৰিয়তে এতিয়া কামৰূপ গ্ৰাম্য জিলাৰ বিভিন্ন বজাৰলৈ কোম্পানীটোৰ নুডুলছ, পাস্তা, মেকাৰনি, ছয়াবাৰী, পাপড়, মখনা, ভুজিয়া আদি বিভিন্ন FMCG খাদ্য সামগ্ৰী সহজে যোগান ধৰা হ’ব।
বৰিহাটত এই নতুন বিতৰণ কেন্দ্ৰ আৰম্ভ হোৱাৰ ফলত অঞ্চলটোৰ ব্যৱসায়িক ক্ষেত্ৰত নতুন সম্ভাৱনাৰ সৃষ্টি হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।
    user_News 16 Northeast
    News 16 Northeast
    Newsagent Dhing, Nagaon•
    8 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.