logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

উজনিত বানাক্ৰান্তৰ হাহাকাৰ । নামনিৰ কুলচীত নদীবান্ধৰ প্ৰতিবেদন হস্তান্তৰ । উজনিত বানাক্ৰান্তৰ হাহাকাৰ । নামনিৰ কুলচীত নদীবান্ধৰ প্ৰতিবেদন হস্তান্তৰ । পৃথকে পৃথকে দল সংগঠনৰ সংবাদমেল কোনো পধ্যেই হ'ব নিদিয়ে কুলচীত জলবিদ্যুৎ প্ৰকল্প কুলচী নৈত ৫৫ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পৰ প্ৰতিবেদন অসম শক্তি উৎপাদন কোম্পানীক ব্ৰহ্মপুত্ৰ বোৰ্ডে হস্তান্তৰ কৰাৰ পিছতে জাঙুৰ খাই উঠিছে ছয়গাঁৱৰ কেবাটাও দল সংগঠন । ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত ৰিহাবাৰীত শুকুৰবাৰে তিনিটা সংগঠন একত্ৰিত হৈ এক সংবাদমেলৰ আয়োজন কৰে । ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থা, সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰতিনিধি বৰ্গৰ কেবাটাও শীৰ্ষ নেতৃত্বই সংবাদ মেলৰ আয়োজন কৰে ।সংবাদমেলত ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি লস্কৰ ৰাভা, ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হীৰক জ্যোতি শালৈ, সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি মুনীন্দ্ৰ দাস, ছয়গাঁও আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি কৰ্ণ ৰাভা, ছয়গাঁও আঞ্চলিক ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী সংগীতা ৰাভা, সম্পাদিকা মেঘালী ৰাভা প্ৰমুখ্যে ভালেসংখ্যক নেতা উপস্থিত আছিল । সংবাদমেলত কোনো পধ্যেই কুলচীত নদীবান্ধ হ'ব নিদিওঁ বুলি হুংকাৰ দিয়ে সংগঠনটোৰ নেতৃত্বই । অৱশ্যক হ'লে ৰাজপথত ওলাই জংগী আন্দোলন কৰাৰ হুংকাৰ দিয়ে সংগঠনটোৰ নেতা সকলে ।

1 hr ago
user_TIME OF ASSAM
TIME OF ASSAM
ছয়গাঁও, কামৰূপ, অসম•

More news from অসম and nearby areas
  • কুলশী জল বিদ্যু্ৎ প্ৰকল্পৰ বিৰোধীতাৰে মন্তব্য মহিলা নেত্ৰীৰ
    1
    কুলশী জল বিদ্যু্ৎ প্ৰকল্পৰ বিৰোধীতাৰে মন্তব্য মহিলা নেত্ৰীৰ
    user_Bitopan Rajbongshi
    Bitopan Rajbongshi
    বকো, কামৰূপ, অসম•
    2 hrs ago
  • ৰঙিয়াত অৰুণোদয় ৩.০ৰ মুকলি কৰি সংবাদ মাধ্যম যোগে মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে স্থানীয় বিধায়ক ভৱেশ কলিতাই ৰঙিয়াত অৰুণোদয় ৩.০ৰ মুকলি কৰি সংবাদ মাধ্যম যোগে মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে স্থানীয় বিধায়ক ভৱেশ কলিতাই । সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত বিধায়ক ভৱেশ কলিতাই কয় যে বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত যোৱা ৩–৪ মাহ ধৰি অৰুণোদয়ৰ ধনৰ পৰা বঞ্চিত হৈ থকা হিতাধিকাৰীসকলে পুনৰ সুবিধা লাভ কৰিব।প্ৰায় ৪৫ লাখতকৈ অধিক আই-মাতৃ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী।*বিপদৰ সময়ত হিতাধিকাৰীয়ে আঁচনিৰ ধন অগ্ৰিমভাৱে লাভ কৰাৰ সুযোগ পাব বুলি উল্লেখ কৰি আঁচনিখন পুনৰ সক্ৰিয় কৰাৰ বাবে মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে বিধায়ক ভবেশ কলিতাই ।ৰাজ্যৰ ৪খন জিলাত ভয়াৱহ বানপানী সৃষ্টি হোৱাত উদ্বেগ প্ৰকাশ কৰি বানপীড়িত লোকসকলক সহায় কৰিবলৈ সকলো ধৰ্ম-বৰ্ণৰ লোকক ঐক্যবদ্ধভাৱে আগবাঢ়ি আহিবলৈ বিধায়ক কলিতাই আহ্বান জনায় ।
    1
    ৰঙিয়াত অৰুণোদয় ৩.০ৰ  মুকলি কৰি সংবাদ মাধ্যম যোগে মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে স্থানীয় বিধায়ক ভৱেশ কলিতাই 
ৰঙিয়াত অৰুণোদয় ৩.০ৰ  মুকলি কৰি সংবাদ মাধ্যম যোগে মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে স্থানীয় বিধায়ক ভৱেশ কলিতাই । সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত বিধায়ক ভৱেশ কলিতাই কয় যে বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত যোৱা ৩–৪ মাহ ধৰি অৰুণোদয়ৰ ধনৰ পৰা বঞ্চিত হৈ থকা হিতাধিকাৰীসকলে পুনৰ সুবিধা লাভ কৰিব।প্ৰায় ৪৫ লাখতকৈ অধিক আই-মাতৃ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী।*বিপদৰ সময়ত হিতাধিকাৰীয়ে আঁচনিৰ ধন অগ্ৰিমভাৱে লাভ কৰাৰ সুযোগ পাব বুলি উল্লেখ কৰি আঁচনিখন পুনৰ সক্ৰিয় কৰাৰ বাবে মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে বিধায়ক ভবেশ কলিতাই ।ৰাজ্যৰ ৪খন জিলাত ভয়াৱহ বানপানী সৃষ্টি হোৱাত উদ্বেগ প্ৰকাশ কৰি বানপীড়িত লোকসকলক সহায় কৰিবলৈ সকলো ধৰ্ম-বৰ্ণৰ লোকক ঐক্যবদ্ধভাৱে আগবাঢ়ি আহিবলৈ বিধায়ক কলিতাই আহ্বান জনায় ।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    2 hrs ago
  • ৰাষ্ট্ৰীয় ঘাইপথত ই-ৰিক্সা চলাচল বন্ধ কৰাকলৈ বৰপেটা পৰিবহন বিভাগৰ গুৰুত্বপূৰ্ণ মন্তব্য। ৰাষ্ট্ৰীয় ঘাইপথত ই-ৰিক্সা চলাচল বন্ধ কৰাকলৈ বৰপেটা পৰিবহন বিভাগৰ গুৰুত্বপূৰ্ণ মন্তব্য।
    1
    ৰাষ্ট্ৰীয় ঘাইপথত ই-ৰিক্সা চলাচল বন্ধ কৰাকলৈ বৰপেটা পৰিবহন বিভাগৰ গুৰুত্বপূৰ্ণ মন্তব্য।
ৰাষ্ট্ৰীয় ঘাইপথত ই-ৰিক্সা চলাচল বন্ধ কৰাকলৈ বৰপেটা পৰিবহন বিভাগৰ গুৰুত্বপূৰ্ণ মন্তব্য।
    user_Barpeta khabar
    Barpeta khabar
    Newsagent বৰপেটা, বৰপেটা, অসম•
    4 hrs ago
  • তামুলপুৰৰ উত্তৰাঞ্চলত প্ৰতি নিশাই বন্য হস্তীৰ তাণ্ডৱত নচনচ কৃষকৰ সপোন তামুলপুৰৰ উত্তৰাঞ্চলত প্ৰতি নিশাই বন্য হস্তীৰ তাণ্ডৱত নচনচ কৃষকৰ সপোন। যোৱা নিশা ২ নং বগৰীখুটি গাঁওৰ কেইবাজনো কৃষক ৰাইজৰ সপোনৰ খেতি পথাৰ হাতীয়ে খাই তহিলং কৰি সৃষ্টি কৰে তাণ্ডৱৰ। কেইবাগৰাকী কৃষকৰ কচু,জিকাৰ লগতে তামোল নাৰিকল,কলৰ বাগান খাই তহিলং কৰাৰ উপৰিও বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে। ইতিমধ্যে ঘটনাস্থলী পৰিদৰ্শন কৰি ৰাইজৰ জীৱন নিৰাপত্তা সুনিশ্চিত কৰিবলৈ বিভাগীয় লোকক নিৰ্দেশ প্ৰদানৰ লগতে টৰ্চ লাইটৰ ব্যৱস্থা কৰাৰ আশ্বাস প্ৰদান কৰে EM লক্ষী ভজন দাসে।
    1
    তামুলপুৰৰ উত্তৰাঞ্চলত প্ৰতি নিশাই বন্য হস্তীৰ তাণ্ডৱত নচনচ কৃষকৰ সপোন
তামুলপুৰৰ উত্তৰাঞ্চলত প্ৰতি নিশাই বন্য হস্তীৰ তাণ্ডৱত নচনচ কৃষকৰ সপোন। যোৱা নিশা ২ নং বগৰীখুটি গাঁওৰ কেইবাজনো কৃষক ৰাইজৰ সপোনৰ খেতি পথাৰ হাতীয়ে খাই তহিলং কৰি সৃষ্টি কৰে তাণ্ডৱৰ। কেইবাগৰাকী কৃষকৰ কচু,জিকাৰ লগতে তামোল নাৰিকল,কলৰ বাগান খাই তহিলং কৰাৰ উপৰিও বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে। ইতিমধ্যে ঘটনাস্থলী পৰিদৰ্শন কৰি ৰাইজৰ জীৱন নিৰাপত্তা সুনিশ্চিত কৰিবলৈ বিভাগীয় লোকক নিৰ্দেশ প্ৰদানৰ লগতে টৰ্চ লাইটৰ ব্যৱস্থা কৰাৰ আশ্বাস প্ৰদান কৰে EM লক্ষী ভজন দাসে।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    4 hrs ago
  • তামুলপুৰত অমৃত বৃক্ষ আন্দোলন আন্দোলনৰ কাৰ্যসূচীৰ শুভাৰম্ভ তামুলপুৰত অমৃত বৃক্ষ আন্দোলন আন্দোলনৰ কাৰ্যসূচীৰ শুভাৰম্ভ ৷ "এক পেৰ মা কে নাম শীৰ্ষক" শ্ল' গানেৰে আৰম্ভ কৰা অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ মন্ত্ৰী তথা তামুলপুৰ বিধায়ক বিশ্বজিৎ দৈমাৰী, গোৰেশ্বৰৰ বিধায়ক ভিক্টৰ কুমাৰ দাসে ৷আজি শুভাৰম্ভ কৰা হয় । তামুলপুৰ দুৰ্গামন্দিৰ প্ৰাংগণত তামুলপুৰ আৰু কুমাৰীকাটা ৰেঞ্জৰ উদ্যোগত অনুস্থতি অমৃত বৃক্ষ আন্দোলন উপলক্ষে গছপুলি বিতৰন কাৰ্যসূচী বিটিচিৰ ই এম লক্ষ্মী দাস, তামুলপুৰ জিলা আয়ুক্ত চিমি কৰন,জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী উপস্থিত থাকি গছপুলি বিতৰন কৰে ।
    1
    তামুলপুৰত অমৃত বৃক্ষ আন্দোলন আন্দোলনৰ কাৰ্যসূচীৰ শুভাৰম্ভ
তামুলপুৰত অমৃত বৃক্ষ আন্দোলন আন্দোলনৰ কাৰ্যসূচীৰ শুভাৰম্ভ ৷
"এক পেৰ মা কে নাম শীৰ্ষক" শ্ল' গানেৰে আৰম্ভ কৰা  অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে  অসম চৰকাৰৰ মন্ত্ৰী তথা তামুলপুৰ বিধায়ক  বিশ্বজিৎ দৈমাৰী, গোৰেশ্বৰৰ বিধায়ক ভিক্টৰ কুমাৰ দাসে ৷আজি শুভাৰম্ভ কৰা হয় । তামুলপুৰ দুৰ্গামন্দিৰ প্ৰাংগণত তামুলপুৰ আৰু কুমাৰীকাটা ৰেঞ্জৰ উদ্যোগত অনুস্থতি অমৃত বৃক্ষ আন্দোলন উপলক্ষে গছপুলি বিতৰন কাৰ্যসূচী বিটিচিৰ ই এম লক্ষ্মী দাস, তামুলপুৰ জিলা আয়ুক্ত চিমি কৰন,জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী উপস্থিত থাকি গছপুলি বিতৰন কৰে ।
    user_Goreswar News
    Goreswar News
    তামুলপুৰ, তামুলপুৰ, অসম•
    9 hrs ago
  • বকোৰ ২৪ নং দক্ষিণ বকো গাওঁ পঞ্চায়তত অৰুণোদয় ৩.০ ফেজৰ আঁচনি ৰূপায়ণৰ সজাগতা সভা সম্পন্ন
    1
    বকোৰ ২৪ নং দক্ষিণ বকো গাওঁ পঞ্চায়তত অৰুণোদয় ৩.০ ফেজৰ আঁচনি ৰূপায়ণৰ সজাগতা সভা সম্পন্ন
    user_Bitopan Rajbongshi
    Bitopan Rajbongshi
    বকো, কামৰূপ, অসম•
    2 hrs ago
  • কুংকি চৌধুৰী কুংকি চৌধুৰী কুংকি চৌধুৰী ...............
    1
    কুংকি চৌধুৰী কুংকি চৌধুৰী কুংকি চৌধুৰী ...............
    user_News Headlines 24×7
    News Headlines 24×7
    Newsagent বৰপেটা, বৰপেটা, অসম•
    2 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.