logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

কুংকি চৌধুৰী কুংকি চৌধুৰী কুংকি চৌধুৰী ...............

1 hr ago
user_News Headlines 24×7
News Headlines 24×7
Newsagent বৰপেটা, বৰপেটা, অসম•
1 hr ago

কুংকি চৌধুৰী কুংকি চৌধুৰী কুংকি চৌধুৰী ...............

More news from অসম and nearby areas
  • বকোৰ ২৪ নং দক্ষিণ বকো গাওঁ পঞ্চায়তত অৰুণোদয় ৩.০ ফেজৰ আঁচনি ৰূপায়ণৰ সজাগতা সভা সম্পন্ন
    1
    বকোৰ ২৪ নং দক্ষিণ বকো গাওঁ পঞ্চায়তত অৰুণোদয় ৩.০ ফেজৰ আঁচনি ৰূপায়ণৰ সজাগতা সভা সম্পন্ন
    user_Bitopan Rajbongshi
    Bitopan Rajbongshi
    বকো, কামৰূপ, অসম•
    2 hrs ago
  • তামুলপুৰৰ উত্তৰাঞ্চলত প্ৰতি নিশাই বন্য হস্তীৰ তাণ্ডৱত নচনচ কৃষকৰ সপোন তামুলপুৰৰ উত্তৰাঞ্চলত প্ৰতি নিশাই বন্য হস্তীৰ তাণ্ডৱত নচনচ কৃষকৰ সপোন। যোৱা নিশা ২ নং বগৰীখুটি গাঁওৰ কেইবাজনো কৃষক ৰাইজৰ সপোনৰ খেতি পথাৰ হাতীয়ে খাই তহিলং কৰি সৃষ্টি কৰে তাণ্ডৱৰ। কেইবাগৰাকী কৃষকৰ কচু,জিকাৰ লগতে তামোল নাৰিকল,কলৰ বাগান খাই তহিলং কৰাৰ উপৰিও বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে। ইতিমধ্যে ঘটনাস্থলী পৰিদৰ্শন কৰি ৰাইজৰ জীৱন নিৰাপত্তা সুনিশ্চিত কৰিবলৈ বিভাগীয় লোকক নিৰ্দেশ প্ৰদানৰ লগতে টৰ্চ লাইটৰ ব্যৱস্থা কৰাৰ আশ্বাস প্ৰদান কৰে EM লক্ষী ভজন দাসে।
    1
    তামুলপুৰৰ উত্তৰাঞ্চলত প্ৰতি নিশাই বন্য হস্তীৰ তাণ্ডৱত নচনচ কৃষকৰ সপোন
তামুলপুৰৰ উত্তৰাঞ্চলত প্ৰতি নিশাই বন্য হস্তীৰ তাণ্ডৱত নচনচ কৃষকৰ সপোন। যোৱা নিশা ২ নং বগৰীখুটি গাঁওৰ কেইবাজনো কৃষক ৰাইজৰ সপোনৰ খেতি পথাৰ হাতীয়ে খাই তহিলং কৰি সৃষ্টি কৰে তাণ্ডৱৰ। কেইবাগৰাকী কৃষকৰ কচু,জিকাৰ লগতে তামোল নাৰিকল,কলৰ বাগান খাই তহিলং কৰাৰ উপৰিও বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে। ইতিমধ্যে ঘটনাস্থলী পৰিদৰ্শন কৰি ৰাইজৰ জীৱন নিৰাপত্তা সুনিশ্চিত কৰিবলৈ বিভাগীয় লোকক নিৰ্দেশ প্ৰদানৰ লগতে টৰ্চ লাইটৰ ব্যৱস্থা কৰাৰ আশ্বাস প্ৰদান কৰে EM লক্ষী ভজন দাসে।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    3 hrs ago
  • তামুলপুৰত অমৃত বৃক্ষ আন্দোলন আন্দোলনৰ কাৰ্যসূচীৰ শুভাৰম্ভ তামুলপুৰত অমৃত বৃক্ষ আন্দোলন আন্দোলনৰ কাৰ্যসূচীৰ শুভাৰম্ভ ৷ "এক পেৰ মা কে নাম শীৰ্ষক" শ্ল' গানেৰে আৰম্ভ কৰা অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ মন্ত্ৰী তথা তামুলপুৰ বিধায়ক বিশ্বজিৎ দৈমাৰী, গোৰেশ্বৰৰ বিধায়ক ভিক্টৰ কুমাৰ দাসে ৷আজি শুভাৰম্ভ কৰা হয় । তামুলপুৰ দুৰ্গামন্দিৰ প্ৰাংগণত তামুলপুৰ আৰু কুমাৰীকাটা ৰেঞ্জৰ উদ্যোগত অনুস্থতি অমৃত বৃক্ষ আন্দোলন উপলক্ষে গছপুলি বিতৰন কাৰ্যসূচী বিটিচিৰ ই এম লক্ষ্মী দাস, তামুলপুৰ জিলা আয়ুক্ত চিমি কৰন,জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী উপস্থিত থাকি গছপুলি বিতৰন কৰে ।
    1
    তামুলপুৰত অমৃত বৃক্ষ আন্দোলন আন্দোলনৰ কাৰ্যসূচীৰ শুভাৰম্ভ
তামুলপুৰত অমৃত বৃক্ষ আন্দোলন আন্দোলনৰ কাৰ্যসূচীৰ শুভাৰম্ভ ৷
"এক পেৰ মা কে নাম শীৰ্ষক" শ্ল' গানেৰে আৰম্ভ কৰা  অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে  অসম চৰকাৰৰ মন্ত্ৰী তথা তামুলপুৰ বিধায়ক  বিশ্বজিৎ দৈমাৰী, গোৰেশ্বৰৰ বিধায়ক ভিক্টৰ কুমাৰ দাসে ৷আজি শুভাৰম্ভ কৰা হয় । তামুলপুৰ দুৰ্গামন্দিৰ প্ৰাংগণত তামুলপুৰ আৰু কুমাৰীকাটা ৰেঞ্জৰ উদ্যোগত অনুস্থতি অমৃত বৃক্ষ আন্দোলন উপলক্ষে গছপুলি বিতৰন কাৰ্যসূচী বিটিচিৰ ই এম লক্ষ্মী দাস, তামুলপুৰ জিলা আয়ুক্ত চিমি কৰন,জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী উপস্থিত থাকি গছপুলি বিতৰন কৰে ।
    user_Goreswar News
    Goreswar News
    তামুলপুৰ, তামুলপুৰ, অসম•
    9 hrs ago
  • উজনি অসমৰ বানপীড়িত ৰাইজৰ কাষত মৰিগাঁও জিলা অসম গণ পৰিষদ** উজনি অসমৰ ভয়ংকৰ বান পৰিস্থিতিত দুৰ্দশাগ্ৰস্ত ৰাইজৰ কাষত সহায়ৰ হাত আগবঢ়াইছে মৰিগাঁও জিলা অসম গণ পৰিষদে। বানপীড়িত লোকসকলৰ বাবে কাপোৰ, ফেনাইল, খাদ্য সামগ্ৰীকে ধৰি বিভিন্ন প্ৰয়োজনীয় আৰু নিত্যব্যৱহাৰ্য্য সামগ্ৰী সংগ্ৰহ কৰি আজি মৰিগাঁওৰ পৰা এটা দল উজনি অসমৰ উদ্দেশ্যে ৰাওনা হয়। মানৱতাৰ স্বাৰ্থত আগবঢ়োৱা এই পদক্ষেপে বানপীড়িত পৰিয়ালসমূহৰ কষ্ট কিছু পৰিমাণে লাঘৱ হ'ব বুলি আশা প্ৰকাশ কৰে দলটোৱে। দুৰ্যোগৰ এই কঠিন সময়ত সকলোকে বানপীড়িত ৰাইজৰ কাষত থিয় দিবলৈও আহ্বান জনায় অসম গণ পৰিষদৰ মৰিগাঁও জিলা সমিতিয়ে।
    1
    উজনি অসমৰ বানপীড়িত ৰাইজৰ কাষত মৰিগাঁও জিলা অসম গণ পৰিষদ**
উজনি অসমৰ ভয়ংকৰ বান পৰিস্থিতিত দুৰ্দশাগ্ৰস্ত ৰাইজৰ কাষত সহায়ৰ হাত আগবঢ়াইছে মৰিগাঁও জিলা অসম গণ পৰিষদে। বানপীড়িত লোকসকলৰ বাবে কাপোৰ, ফেনাইল, খাদ্য সামগ্ৰীকে ধৰি বিভিন্ন প্ৰয়োজনীয় আৰু নিত্যব্যৱহাৰ্য্য সামগ্ৰী সংগ্ৰহ কৰি আজি মৰিগাঁওৰ পৰা এটা দল উজনি অসমৰ উদ্দেশ্যে ৰাওনা হয়।
মানৱতাৰ স্বাৰ্থত আগবঢ়োৱা এই পদক্ষেপে বানপীড়িত পৰিয়ালসমূহৰ কষ্ট কিছু পৰিমাণে লাঘৱ হ'ব বুলি আশা প্ৰকাশ কৰে দলটোৱে। দুৰ্যোগৰ এই কঠিন সময়ত সকলোকে বানপীড়িত ৰাইজৰ কাষত থিয় দিবলৈও আহ্বান জনায় অসম গণ পৰিষদৰ মৰিগাঁও জিলা সমিতিয়ে।
    user_ৰিয়ান মেধী
    ৰিয়ান মেধী
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    28 min ago
  • মৈৰাবাৰীৰ বর্থল দলৈগাও ৰ মদাৰগুৰি গাঁৱৰ এজন যুৱক জন নিৰুদ্দেশ হৈ আছে মৈৰাবাৰীৰ বর্থল দলৈগাও ৰ মদাৰগুৰি গাঁৱৰ এজন যুৱক জন নিৰুদ্দেশ হৈ আছে । যুৱক জন মানসিক ভাৰসাম্যহীন। হাবিজুল আলী নামৰ যুৱক জন আজিৰ পৰা 14 দিন আগতে ঘৰৰ পৰা মৈৰাবাৰী বজাৰলৈ বুলি উলায় যোৱাৰ পাছৰে নিৰুদ্দেশ হৈ আছে । পৰিয়ালৰ লোকে বহুঠাইত বিচাৰি আছে যদিও কোনো ধৰণৰ সন্ধান লাভ কৰিব পৰা নাই। ইতিমধ্যে পৰিয়ালৰ লোকে ভেলৌগুৰী আৰক্ষী থানত এজাহাৰ দাখিল কৰিছে। কোনোবা সদাহয় ব্যক্তিয়ে যদি হাবিজুল আলী নামৰ যুৱক জনৰ সন্ধান লাভ কৰিলে ৯৮৫৯১৪৩০১৬ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ।
    2
    মৈৰাবাৰীৰ বর্থল দলৈগাও ৰ মদাৰগুৰি গাঁৱৰ এজন  যুৱক জন  নিৰুদ্দেশ হৈ আছে
মৈৰাবাৰীৰ বর্থল দলৈগাও ৰ মদাৰগুৰি গাঁৱৰ এজন  যুৱক জন  নিৰুদ্দেশ হৈ আছে ।
যুৱক জন মানসিক ভাৰসাম্যহীন।
হাবিজুল আলী নামৰ যুৱক জন আজিৰ পৰা 14 দিন আগতে ঘৰৰ পৰা মৈৰাবাৰী বজাৰলৈ বুলি উলায় যোৱাৰ পাছৰে নিৰুদ্দেশ হৈ আছে । পৰিয়ালৰ লোকে বহুঠাইত বিচাৰি আছে  যদিও কোনো ধৰণৰ সন্ধান লাভ কৰিব পৰা নাই।
ইতিমধ্যে পৰিয়ালৰ লোকে ভেলৌগুৰী আৰক্ষী থানত এজাহাৰ দাখিল কৰিছে।
কোনোবা সদাহয় ব্যক্তিয়ে যদি হাবিজুল আলী নামৰ যুৱক জনৰ সন্ধান লাভ কৰিলে ৯৮৫৯১৪৩০১৬  নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ।
    user_Chandan hira
    Chandan hira
    মৰিগাঁও, মৰিগাঁও, অসম•
    1 hr ago
  • ➡️উজনি অসমৰ বান পৰিস্থিতিৰ দৰে অনাগত দিনৰ একেই অৱস্থা হ'বলৈ গৈ আছে নেকি দক্ষিণ কামৰূপত ? ➡️চকুৰ সম্মূখতে প্ৰলয়ংকাৰী বানৰ উদাহৰণ দেখিও কেনেকৈ মনে মনে থাকিব দক্ষিণ কামৰূপৰ নৈ-পৰীয়া লোক ?
    1
    ➡️উজনি অসমৰ বান পৰিস্থিতিৰ দৰে অনাগত দিনৰ একেই অৱস্থা হ'বলৈ গৈ আছে নেকি দক্ষিণ কামৰূপত ?
➡️চকুৰ সম্মূখতে প্ৰলয়ংকাৰী বানৰ উদাহৰণ দেখিও কেনেকৈ মনে মনে থাকিব দক্ষিণ কামৰূপৰ নৈ-পৰীয়া লোক ?
    user_Bitopan Rajbongshi
    Bitopan Rajbongshi
    বকো, কামৰূপ, অসম•
    3 hrs ago
  • এক পেৰ মা কে নাম: তামুলপুৰত অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ, গছপুলি বিতৰণ। এক পেৰ মা কে নাম: তামুলপুৰত অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ, গছপুলি বিতৰণ তামুলপুৰ, ১ আগষ্ট: ‘এক পেৰ মা কে নাম’ কাৰ্যসূচীৰ অংশ হিচাপে তামুলপুৰত আজি অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ কৰা হয়। বাকসা বন প্ৰাধিকৰণৰ তামুলপুৰ–কুমাৰীকাটা ৰেঞ্জৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীৰ জৰিয়তে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ মাজত গছপুলি বিতৰণ কৰা হয়। তামুলপুৰ দুৰ্গামন্দিৰ প্ৰাংগণত অনুষ্ঠিত সভাত অসম চৰকাৰৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী, গোৰেশ্বৰ সমষ্টিৰ বিধায়ক ভিক্টৰ কুমাৰ দাস, বিটিচিৰ কাৰ্যবাহী সদস্য লক্ষ্মী দাস, তামুলপুৰ জিলাৰ আয়ুক্ত চিমি কৰণ আৰু আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তীয়ে উপস্থিত থাকি আনুষ্ঠানিকভাৱে গছপুলি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত উপস্থিত অতিথিসকলে বৃক্ষৰোপণ আৰু পৰিৱেশ সংৰক্ষণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি সমাজৰ প্ৰতিজন ব্যক্তিয়ে অন্ততঃ এখন গছ ৰোপণ আৰু সংৰক্ষণৰ দায়িত্ব লোৱাৰ আহ্বান জনায়। তেওঁলোকে কয় যে অমৃত বৃক্ষ আন্দোলনৰ মূল লক্ষ্য হৈছে পৰিৱেশ সুৰক্ষা, সেউজীয়া আৱৰণ বৃদ্ধি আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে এক সুস্থ পৰিৱেশ গঢ়ি তোলা। উল্লেখযোগ্য যে এই কাৰ্যসূচীৰ অধীনত তামুলপুৰৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, সামাজিক সংগঠন আৰু স্থানীয় লোকসকলৰ মাজত গছপুলি বিতৰণ কৰা হয়। বৃহৎ সংখ্যক লোকৰ অংশগ্ৰহণে অনুষ্ঠানটো অধিক তাৎপৰ্যপূৰ্ণ কৰি তোলে।
    1
    এক পেৰ মা কে নাম: তামুলপুৰত অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ, গছপুলি বিতৰণ।
এক পেৰ মা কে নাম: তামুলপুৰত অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ, গছপুলি বিতৰণ
তামুলপুৰ, ১ আগষ্ট: ‘এক পেৰ মা কে নাম’ কাৰ্যসূচীৰ অংশ হিচাপে তামুলপুৰত আজি অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ কৰা হয়। বাকসা বন প্ৰাধিকৰণৰ তামুলপুৰ–কুমাৰীকাটা ৰেঞ্জৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীৰ জৰিয়তে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ মাজত গছপুলি বিতৰণ কৰা হয়।
তামুলপুৰ দুৰ্গামন্দিৰ প্ৰাংগণত অনুষ্ঠিত সভাত অসম চৰকাৰৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী, গোৰেশ্বৰ সমষ্টিৰ বিধায়ক ভিক্টৰ কুমাৰ দাস, বিটিচিৰ কাৰ্যবাহী সদস্য লক্ষ্মী দাস, তামুলপুৰ জিলাৰ আয়ুক্ত চিমি কৰণ আৰু আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তীয়ে উপস্থিত থাকি আনুষ্ঠানিকভাৱে গছপুলি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।
অনুষ্ঠানত উপস্থিত অতিথিসকলে বৃক্ষৰোপণ আৰু পৰিৱেশ সংৰক্ষণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি সমাজৰ প্ৰতিজন ব্যক্তিয়ে অন্ততঃ এখন গছ ৰোপণ আৰু সংৰক্ষণৰ দায়িত্ব লোৱাৰ আহ্বান জনায়। তেওঁলোকে কয় যে অমৃত বৃক্ষ আন্দোলনৰ মূল লক্ষ্য হৈছে পৰিৱেশ সুৰক্ষা, সেউজীয়া আৱৰণ বৃদ্ধি আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে এক সুস্থ পৰিৱেশ গঢ়ি তোলা।
উল্লেখযোগ্য যে এই কাৰ্যসূচীৰ অধীনত তামুলপুৰৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, সামাজিক সংগঠন আৰু স্থানীয় লোকসকলৰ মাজত গছপুলি বিতৰণ কৰা হয়। বৃহৎ সংখ্যক লোকৰ অংশগ্ৰহণে অনুষ্ঠানটো অধিক তাৎপৰ্যপূৰ্ণ কৰি তোলে।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    3 hrs ago
  • জীৱনত প্ৰথমবাৰ পাইছোঁ যে,বহুত ভয় খালো”। 📌বানৰ বিভীষিকাৰ এক অকল্পনীয় পৰিৱেশৰ বিষয়ে উল্লেখ কৰি উচুপি উঠিল গোলাঘাটৰ এগৰাকী মহিলা। জীৱনত প্ৰথমবাৰ এনে পৰিস্থিতিৰ সন্মুখীন হৈছোঁ, বহুত ভয় লাগিল।" — বানৰ বিভীষিকাময় অভিজ্ঞতা বৰ্ণনা কৰি এনেদৰে উচুপি উঠে গোলাঘাটৰ এগৰাকী মহিলা। তেওঁ কয়, হঠাতে বাঢ়ি অহা বানে মুহূৰ্ততে ঘৰ-বাৰী, সা-সম্পত্তি পানীত ডুবাই পেলায়। প্ৰাণ বচাবলৈ পৰিয়ালসহ নিৰাপদ স্থানলৈ আশ্ৰয় ল’বলগীয়া হয়। ভয়, অনিশ্চয়তা আৰু দুৰ্দশাৰ মাজতে এতিয়া সহায়ৰ আশাত দিন কটাইছে বহু বানাক্ৰান্ত পৰিয়ালে।
    1
    জীৱনত প্ৰথমবাৰ পাইছোঁ যে,বহুত ভয় খালো”।

📌বানৰ বিভীষিকাৰ এক অকল্পনীয় পৰিৱেশৰ বিষয়ে উল্লেখ কৰি উচুপি উঠিল গোলাঘাটৰ এগৰাকী মহিলা।


জীৱনত প্ৰথমবাৰ এনে পৰিস্থিতিৰ সন্মুখীন হৈছোঁ, বহুত ভয় লাগিল।" — বানৰ বিভীষিকাময় অভিজ্ঞতা বৰ্ণনা কৰি এনেদৰে উচুপি উঠে গোলাঘাটৰ এগৰাকী মহিলা। তেওঁ কয়, হঠাতে বাঢ়ি অহা বানে মুহূৰ্ততে ঘৰ-বাৰী, সা-সম্পত্তি পানীত ডুবাই পেলায়। প্ৰাণ বচাবলৈ পৰিয়ালসহ নিৰাপদ স্থানলৈ আশ্ৰয় ল’বলগীয়া হয়। ভয়, অনিশ্চয়তা আৰু দুৰ্দশাৰ মাজতে এতিয়া সহায়ৰ আশাত দিন কটাইছে বহু বানাক্ৰান্ত পৰিয়ালে।
    user_ৰিয়ান মেধী
    ৰিয়ান মেধী
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    11 hrs ago
  • অসম বিধানসভাত পাকাবেতবাৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ গুৰুত্বপূৰ্ণ ভাষণ।
    1
    অসম বিধানসভাত পাকাবেতবাৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ গুৰুত্বপূৰ্ণ ভাষণ।
    user_News Headlines 24×7
    News Headlines 24×7
    Newsagent বৰপেটা, বৰপেটা, অসম•
    14 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.