Shuru
Apke Nagar Ki App…
এই অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰয়াত কাকতিদেৱৰ জীৱন আৰু কৰ্মৰাজিক আলোকপাত কৰি এখন অনুস্মৃতি গ্ৰন্থ উন্মোচন কৰা হয়। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰয়াত কাকতিদেৱৰ জীৱন আৰু কৰ্মৰাজিক আলোকপাত কৰি এখন অনুস্মৃতি গ্ৰন্থ উন্মোচন কৰা হয়।
Assam Local News
এই অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰয়াত কাকতিদেৱৰ জীৱন আৰু কৰ্মৰাজিক আলোকপাত কৰি এখন অনুস্মৃতি গ্ৰন্থ উন্মোচন কৰা হয়। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰয়াত কাকতিদেৱৰ জীৱন আৰু কৰ্মৰাজিক আলোকপাত কৰি এখন অনুস্মৃতি গ্ৰন্থ উন্মোচন কৰা হয়।
More news from Kamrup and nearby areas
- Post by Mostab Ali Ahamed1
- কিছুদিন পূৰ্বে মন্দিয়া সমষ্টিৰ অন্তৰ্গত তথা কলগাছিয়াৰ টাপেশ্বৰাত এ আই ইউ ডি এফ দলৰ যুৱ মৰ্চা গঠনৰ সভা আৰম্ভ হোৱাৰ পূৰ্বেই এজন ৰাইজৰ দলৰ কৰ্মীয়ে খালী চকীৰ ফটো সামাজিক মাধ্যমত প্ৰচাৰ কৰাত ক্ষুব্ধ হৈ পৰিছে টাপেশ্বৰাৰ ৰাইজে। ফলত এনে অপপ্ৰচাৰ নকৰিবলৈ ৰাইজৰ দলৰ কৰ্মী সমৰ্থকক সঁকিয়াই দিছে এ আই ইউ ডি এফ দলৰ নেতা আৰু একাংশ ৰাইজে।1
- কংগ্ৰেছৰ লগত মিত্ৰতা চূড়ান্ত হোৱাৰ পিছতেই ৰাইজৰ দলত যোগদান বিধায়ক শ্বেৰমান আলীৰ। বিধায়ক অখিল গগৈ উজনিৰ বাঘ আৰু বিধায়ক আব্দুৰ ৰশিদ মণ্ডল, বিধায়ক শ্বেৰমান আলী আহমেদ হৈছে নামনি অসমৰ একো একোজন বাঘ।1
- ৰঙিয়াৰ দক্ষিণ বৰদলত অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ অন্তৰ্গত জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ উদ্যোগত উত্তৰপুৰ ৰঙিয়া জনকল্যাণ সৱলীকৰণ সংঘ,দক্ষিণ বৰদলত স্বাস্থ্য পৰামৰ্শ শিৱিৰ আৰু সজাগতা সভা অনুষ্ঠিত কৰা হয়। সভাত উপস্থিত থাকে অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক সমিতিৰ সম্পাদক তথা যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাৰ লগতে অসম জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ অধ্যক্ষ ড°প্ৰদীপ ঠাকুৰীয়াসহ বহুকেইজন বিশিষ্ট ব্যাক্তি। শিৱিৰত ৰঙিয়া মহকুমা স্বাস্থ্য বিষয়া ডাঃ নিলমনি কলিতা সহ বহু কেইজন চিকিৎসকে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি জ্যেষ্ঠ নাগৰিক তথা মহিলাসকল বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰে।1
- Post by Jamil.. social media channel i1
- Post by Sakandar Ali1
- 📍গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিত প্ৰাৰ্থীত্ব প্ৰত্যাশী তথা অসম কৃষক পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদিকা বাবলী গোস্বামী কি ক'লে সাংবাদিকৰ আগত1
- অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰা সম্পৰ্কে বৰপেটা লোকসভাৰ প্ৰাক্তন সাংসদ আব্দুল খালেকে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। লগতে তেওঁ কয় বিজেপিৰ পৰাও বহু নেতা কংগ্ৰেছলৈ আহিছে। কোনোবাই যাব, কোনোবাই আহিব, সেইবোৰ চলি থাকিব। আমছু নেতা ৰেজাউল কৰিম সৰকাৰ সম্পৰ্কেও গুৰুত্বপূৰ্ণ মন্তব্য কৰে খালেকে।1