তামুলপুৰত শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয় বাঁহ গোসাঁই উৎসৱৰ ব্যাপক প্ৰস্তুতি। তামুলপুৰত কেন্দ্ৰীয় বাঁহ গোসাঁই উৎসৱৰ ব্যাপক প্ৰস্তুতি অসমৰ অন্যতম ভূমিপুত্ৰ জনজাতি শৰণীয়া-কছাৰীসকলৰ ধৰ্মীয় তথা জাতীয় পৰম্পৰাৰ প্ৰতীক কেন্দ্ৰীয় বাঁহ গোসাঁই উৎসৱক কেন্দ্ৰ কৰি এতিয়া উৎসৱমুখৰ হৈ পৰিছে তামুলপুৰ। সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু তামুলপুৰীয়া ৰাইজৰ সহযোগত কাইলৈৰ পৰা দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে তামুলপুৰৰ বৰনগৰস্থিত ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া এই উৎসৱৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। এক শক্তিশালী অভ্যৰ্থনা সমিতিৰ তত্ত্বাৱধানত আয়োজিত এই উৎসৱত প্ৰায় ৫০ হাজাৰ লোকৰ সমাগম হোৱাৰ সম্ভাৱনা থকাৰ লগতে ২০ এপ্ৰিলৰ মুকলি সভাত মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মাসহ কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ কথা আছে। স্থানীয় ৰাইজ আৰু উদ্যোক্তা সকলে বাঁহ গোসাঁইক আদৰিবলৈ বৰ্তমান ব্যস্ত হৈ থকাৰ লগতে সমগ্ৰ অঞ্চলটোত এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে।

- তামুলপুৰত ‘জীৱন আলোকপাত’ গ্ৰন্থ উন্মোচন — বীৰেণ দাসক ৰাজহুৱা সম্বৰ্ধনা তামুলপুৰ, প্ৰতিবেদনঃ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ তামুলপুৰ আঞ্চলিক শাখাৰ অন্তৰ্গত গদাধৰ প্ৰাথমিক শাখা, কচুবাৰী নামঘৰৰ গুৰু আসন (সিংহাসন) প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়। সংঘ পৰিয়াল আৰু তামুলপুৰীয়া ৰাইজৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানত ‘জীৱন আলোকপাত’ শীৰ্ষক এখন অভিনন্দন গ্ৰন্থ উন্মোচন কৰা হয়, য’ত শৰণ সদস্য তথা শলকৰী কলা-সংস্কৃতিৰ সৈতে জড়িত বীৰেণ দাসৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰা হৈছে। অনুষ্ঠানৰ আৰম্ভণিতে শৰাই স্থাপন আৰু গছপুলি ৰোপনৰ পাছত পুৱা ১১ বজাত অৱসৰপ্ৰাপ্ত শিক্ষক তথা সাংবাদিক কামেশ্বৰ দাসৰ সভাপতিত্বত গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। লোকগীতেৰে আৰম্ভ হোৱা এই সভাৰ আঁত ধৰে তামুলপুৰ আঞ্চলিক শঙ্কৰদেৱ সঙ্ঘৰ সাধাৰণ সম্পাদক ভুবনেশ্বৰ দাসে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ, অসমৰ পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকা। বিশিষ্ট শিক্ষাবিদ নাৰায়ণচন্দ্ৰ ব্ৰহ্মই অভিনন্দন গ্ৰন্থখন উন্মোচন কৰে। এই সভাত তামুলপুৰ, ৰঙিয়া আৰু নলবাৰী জিলা শঙ্কৰদেৱ সঙ্ঘৰ বিষয়ববীয়া সকলেও অংশগ্ৰহণ কৰে। গ্ৰন্থ উন্মোচনৰ পূৰ্বে বৈষ্ণৱ বাপ পাঠক বীৰেণ দাসক বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শৰাই, গামোচা আৰু ফুলাম জাপিৰে ৰাজহুৱা সম্বৰ্ধনা জনায়। সভাত ভাষণ প্ৰদান কৰি পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকাই বীৰেণ দাসৰ কৰ্মময় জীৱনৰ ওপৰত আলোকপাত কৰাৰ লগতে জীৱিত অৱস্থাতেই এনে স্বীকৃতি প্ৰদান কৰাটো এক প্ৰশংসনীয় পদক্ষেপ বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে, এই গ্ৰন্থ উন্মোচনী সভাতেই পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকাৰ ৮৩ সংখ্যক জন্মদিন উপলক্ষে বাপ-বান্ধৱ আৰু উপস্থিত ৰাইজে তেওঁক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।1
- আজি ১ মে'। শ্ৰমিক দিৱস উপলক্ষে বাক্সাৰ জালাহৰ অনন্ত একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু পৰিবহণৰ ব্যক্তি গাড়ীচালক সকলক সম্বৰ্ধনা জ্ঞাপন আৰু মিঠাই টোপোলা প্ৰদান ।1
- বৰপেটাৰোডৰ মেচপাৰাত শোকাৱহ ঘটনা। ভনী জোঁৱাইৰ গাড়ীৰ খুন্দাত মৃত্যু বৌৱেক ৰমিছা খাতুনৰ। গাড়ীৰ খুন্দাত আহত ডাঙৰ জোঁৱাই ছফিকুল ইছলাম। ঘটনা সন্দৰ্ভত আত্মীয়ৰ প্ৰতিক্ৰিয়া1
- Post by Mithun Rabha1
- #NishantKumar #SadbhavYatra #BiharPolitics #Unity #Equality #InclusiveIndia #PoliticalNews #BreakingNews #IndiaNews #TrendingNow #ViralVideo #PeaceMessage1
- EXIT POLL को लेकर एआईयूडीएफ और साधारण लोगों की प्रतिक्रिया।। #newsreport1
- Post by Sangku das1
- খৈৰাণীত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা — অস্মিতা বস্নেতৰ ৯৭% নম্বৰে সৰ্বভাৰতীয় শীৰ্ষস্থান লাভ1