Shuru
Apke Nagar Ki App…
নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৯ তম্ জন্মজয়ন্তীৰ উপলক্ষে ঠেলামৰাত বাঙালী পৰিষদ অসমৰ উদ্যোগত সাংস্কৃতিক শোভাযাত্ৰা
Assam sangbad 24
নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৯ তম্ জন্মজয়ন্তীৰ উপলক্ষে ঠেলামৰাত বাঙালী পৰিষদ অসমৰ উদ্যোগত সাংস্কৃতিক শোভাযাত্ৰা
- User7546Balijana, Goalpara🙏on 24 January
More news from Sonitpur and nearby areas
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ পিৰাকটা কছাৰী গাঁৱত আজি অসম প্ৰদেশ কংগ্ৰেছ দলৰ বুথ সন্মিলন সভা অনুষ্ঠিত হয় ৷ পিৰাকটা মণ্ডল কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হোৱা বুথ সন্মিলন সভাত আজি উপস্থিত থাকে কংগ্ৰেছ দলৰ ৬৬ নং বৰছলা বিধানসভা সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৰিপুণ বৰা ৷ উক্ত বুথ সন্মিলনত উপস্থিত থাকি আজি ৰিপুণ বৰাই গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়াই ৷1
- 📌নগাঁৱত বিতৰ্কিত মন্তব্য, ‘মিঞা’ শব্দক লৈ মন্ত্ৰীৰ স্পষ্টীকৰণ নগাঁৱত বিতৰ্কিত মন্তব্য, ‘মিঞা’ শব্দক লৈ মন্ত্ৰীৰ স্পষ্টীকৰণ। 📌নগাঁৱত বিতৰ্কিত মন্তব্য, ‘মিঞা’ শব্দক লৈ মন্ত্ৰীৰ স্পষ্টীকৰণ 📌মিঞা মানে জ্ঞানী মন্তব্য পিযুজ হাজৰিকাৰ। #highlights2026 #sugestforyou #foryourpage #nonfollowers #reelsviral #AssamNews #highlights2026 #sugestforyou #foryourpage #nonfollowers #reelsviral #AssamNews1
- Post by Mustafa SalimAhmed1
- আজি দিনৰ ভাগত জুৰীয়াৰ আলিটাঙনী স্থিত বেষ্ট' নিচামুক্তি কেন্দ্ৰত হঠাতে উপস্থিত হয় নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰী কাৰ্যালয়ৰ বিষয়া, জিলা স্বাস্থ্য বিভাগৰ বিষয়া, জিলা সমাজ কল্যাণ বিভাগৰ বিষয়া আৰু আৰক্ষী বিভাগৰ বিষয়াসকলেৰে গঠিত জিলা ড্ৰাগছ পুনৰসংস্থাপন সমিতিৰ এটি বৃহৎ দল। দলটিয়ে নিচা মুক্তি কেন্দ্ৰটিত প্ৰৱেশ কৰি আভ্যন্তৰিণ সকলো দিশ পুংখানুপুংখভাৱে পৰ্যালোচনা কৰাৰ লগতে নথিপত্ৰৰ প্ৰতিলিপি সংগ্ৰহ কৰি নিয়ে। উল্লেখযোগ্য যে, আশ্ৰাফুল আলম মালিকানাধীন এই নিচা মুক্তি কেন্দ্ৰত প্ৰায় পঞ্চাশ গৰাকী কৈ ড্ৰাগছ আসক্তই চিকিৎসা গ্ৰহণ কৰি আছে আৰু ইতিমধ্যে তিনিশৰো অধিক ৰোগী সুস্থ হৈ সাধাৰণ জীৱন যাপন কৰিবলৈ সক্ষম হৈছে বুলি জনায় নিচা মুক্তি কেন্দ্ৰৰ পৰিচালক গৰাকীয়ে।1
- ৰূপহীহাটত সু/ৰা/সক্ত যুৱকৰ তা/ণ্ডৱ। কেইবাটাও মাছৰ দোকান ভ/ঙি ল/ণ্ডভ/ণ্ড কৰিলে।1
- Post by Mahesh kumar das1
- ৰঙিয়াত উত্তৰ কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰীৰ নৱনিৰ্মিত কাৰ্যালয় উদ্বোধন।আজি আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰি কাৰ্যালয়টোৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত স্থানীয় বিধায়ক ভবেশ কলিতাই মন্ত্ৰী গৰাকীক সংগ দিয়ে। ইফালে উদ্বোধনী অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি অনুষ্ঠিত কৰা হয় মুকলি সভা। উক্ত সভাত বনমন্ত্ৰী পাটোৱাৰীয়ে অংশগ্ৰহণ কৰি বন সুৰক্ষাৰ লগতে পৰিৱেশ সংৰক্ষণৰ গুৰুত্ব সন্দৰ্ভত ভাষণ প্ৰসঙ্গত আলোকপাত কৰে।একেখন মঞ্চতে স্থানীয় বিধায়ক ভবেশ কলিতাইও ভাষণ ৰাখি নৱনিৰ্মিত কাৰ্যালয়টিৰ জৰিয়তে বিভাগীয় কাম কাজ অধিক সুচাৰুৰূপে সম্পন্ন হোৱাৰ আশা প্ৰকাশ কৰে। সভাত প্ৰধান বন সংৰক্ষক আৰু বন সংৰক্ষণ বাহিনীৰ মুৰব্বী সন্দীপ কুমাৰ, অতিৰিক্ত মুখ্য বন সংৰক্ষক হৃদেশ মিশ্ৰ প্ৰমুখ্যে আন কেবাগৰাকীও বিভাগীয় উচ্চ পদস্থ বিষয়াই অংশগ্ৰহণ কৰি সৌষ্ঠৱ বৃদ্ধি কৰে । গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত উত্তৰ কামৰূপ বন সংমণ্ডলৰ মাণ্ডলিক বন বিষয়া ৰঞ্জিত ৰামৰ লগতে খণ্ড বন বিষয়া ধীৰাজ দাস, উচ্চ বৰ্গৰ সহায়ক যুগল কলিতা প্ৰমুখ্যে আন বিভাগীয় বিষয়া কৰ্মচাৰী সকলো উপস্থিত থাকে।1
- সমাগত অসম বিধানসভাৰ নিৰ্বাচন,অসম বিধানসভা নিৰ্বাচন সন্দৰ্ভত আজি মন্তব্য প্ৰকাশ কৰিলে আদিবাসী ছাত্ৰ সন্থাৰ নেতাই ৷ এইবেলি নিৰ্বাচনত নামিব আদিবাসী ছাত্ৰ সন্থা ৷ আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা এই স্থিতি ৰাজহুৱা কৰা হ’ল ৷1