logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

পলাশবাৰী সমষ্টিৰ গাঁওৰক্ষা বাহিনী থানা কমিটিৰ সৌজন্যত গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজিত সাংগঠনিক সাধাৰণ সভাত উপস্থিত থাকে ৰাজ্যিক BJPৰ কাৰ্য্যনিৰ্বাহক সদস্য হিমাংশু শেখৰ বৈশ্য। সমাজখনত শান্তি শৃংখলা বৰ্তাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা গাঁওৰক্ষী বাহিনীক‌ এই শুভক্ষণত অভিনন্দন জ্ঞাপন কৰে নেতা গৰাকীয়ে। তেওঁৰ সৈতে উপস্থিত থাকে অঞ্চলটোৰ বহু জেষ্ঠ ব্যক্তি। Honoured to join the Foundation Day programme of the Village Defence Party, organised by the Palasbari Thana Committee.

4 hrs ago
user_প্ৰতিটো খবৰ ছয়গাঁও
প্ৰতিটো খবৰ ছয়গাঁও
ছয়গাঁও, কামৰূপ, অসম•
4 hrs ago
56dce479-e4c4-40f4-bb36-e8ba466ce0ee
fc9c6bc1-22db-424e-be7f-ec9f9310f4c0
1a33c3cf-e59c-42e6-b7a3-67fb7588c43f
fde56e95-016c-4c4d-a748-93d40b990c18

পলাশবাৰী সমষ্টিৰ গাঁওৰক্ষা বাহিনী থানা কমিটিৰ সৌজন্যত গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজিত সাংগঠনিক সাধাৰণ সভাত উপস্থিত থাকে ৰাজ্যিক BJPৰ কাৰ্য্যনিৰ্বাহক সদস্য হিমাংশু শেখৰ বৈশ্য। সমাজখনত শান্তি শৃংখলা বৰ্তাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা গাঁওৰক্ষী বাহিনীক‌ এই শুভক্ষণত অভিনন্দন জ্ঞাপন কৰে নেতা গৰাকীয়ে। তেওঁৰ সৈতে উপস্থিত থাকে অঞ্চলটোৰ বহু জেষ্ঠ ব্যক্তি। Honoured to join the Foundation Day programme of the Village Defence Party, organised by the Palasbari Thana Committee.

More news from অসম and nearby areas
  • ছয়গাঁৱত অগপৰ গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত হয়। য'ত উপস্থিত থাকে ৰাজ্যিক পৰ্যায়ৰ লগতে জিলা পৰ্যায়ৰ নেতা কৰ্মী।
    1
    ছয়গাঁৱত অগপৰ গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত হয়। য'ত উপস্থিত থাকে ৰাজ্যিক পৰ্যায়ৰ লগতে জিলা পৰ্যায়ৰ নেতা কৰ্মী।
    user_প্ৰতিটো খবৰ ছয়গাঁও
    প্ৰতিটো খবৰ ছয়গাঁও
    ছয়গাঁও, কামৰূপ, অসম•
    4 hrs ago
  • Post by Mostab Ali Ahamed
    1
    Post by Mostab Ali Ahamed
    user_Mostab Ali Ahamed
    Mostab Ali Ahamed
    Psychologist Chamaria, Kamrup•
    8 hrs ago
  • সদ্য কংগ্ৰেছ দল ত্যাগী নেতা ভূপেন বৰাৰ বিজেপি দলত যোগদানক লৈ ৰঙিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।
    1
    সদ্য কংগ্ৰেছ দল ত্যাগী নেতা ভূপেন বৰাৰ বিজেপি দলত যোগদানক লৈ ৰঙিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    1 hr ago
  • Post by Jamil.. social media channel i
    1
    Post by Jamil.. social media channel i
    user_Jamil.. social media channel i
    Jamil.. social media channel i
    বজালী (পিটি), বজালী, অসম•
    14 hrs ago
  • বৰপেটা জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক ফাৰুক খানে আজি কলগাছিয়াত উপস্থিত হৈ ইছলাম ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ ৰমজান মাহ উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ সমগ্ৰ অসমবাসীৰ লগতে ২২ নং নৱ গঠিত মন্দিয়া সমষ্টিৰ ভোটাৰ ৰাইজলৈও জ্ঞাপন কৰিছে ৰমজানৰ শুভেচ্ছা। ৰমজান উপলক্ষে অসমত শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ কামনা কৰিছে নেতা গৰাকীয়ে।
    1
    বৰপেটা জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক ফাৰুক খানে আজি কলগাছিয়াত উপস্থিত হৈ ইছলাম ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ ৰমজান মাহ উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ সমগ্ৰ অসমবাসীৰ লগতে ২২ নং নৱ গঠিত মন্দিয়া সমষ্টিৰ ভোটাৰ ৰাইজলৈও জ্ঞাপন কৰিছে ৰমজানৰ শুভেচ্ছা। ৰমজান উপলক্ষে অসমত শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ কামনা কৰিছে নেতা গৰাকীয়ে।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    34 min ago
  • 📌'মহিলাক অশালীন আচৰণ কৰা ভূপেন‌ বৰাক মুখ্যমন্ত্ৰীৰ ৰঙা দলিচা কিয়?'
    1
    📌'মহিলাক অশালীন আচৰণ কৰা ভূপেন‌ বৰাক মুখ্যমন্ত্ৰীৰ ৰঙা দলিচা কিয়?'
    user_NeTV - North East TV
    NeTV - North East TV
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    4 hrs ago
  • 📌২৬ ৰ নিৰ্বাচনত জলেশ্বৰ সমষ্টিত এ আই ইউ ডি এফ দলৰ পৰা যুঁজ দিবলৈ সাজু শ্বৰীফ মহম্মদ জিন্না
    1
    📌২৬ ৰ নিৰ্বাচনত  জলেশ্বৰ সমষ্টিত এ আই ইউ ডি এফ দলৰ পৰা যুঁজ দিবলৈ সাজু শ্বৰীফ মহম্মদ জিন্না
    user_Pratidin Talks
    Pratidin Talks
    Local News Reporter লক্ষীপুৰ, গোৱালপাৰা, অসম•
    2 hrs ago
  • ৰঙিয়াৰ দক্ষিণ বৰদলত অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ অন্তৰ্গত জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ উদ্যোগত উত্তৰপুৰ ৰঙিয়া জনকল্যাণ সৱলীকৰণ সংঘ,দক্ষিণ বৰদলত স্বাস্থ্য পৰামৰ্শ শিৱিৰ আৰু সজাগতা সভা অনুষ্ঠিত কৰা হয়। সভাত উপস্থিত থাকে অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক সমিতিৰ সম্পাদক তথা যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাৰ লগতে অসম জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ অধ্যক্ষ ড°প্ৰদীপ ঠাকুৰীয়াসহ বহুকেইজন বিশিষ্ট ব্যাক্তি। শিৱিৰত ৰঙিয়া মহকুমা স্বাস্থ্য বিষয়া ডাঃ নিলমনি কলিতা সহ বহু কেইজন চিকিৎসকে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি জ্যেষ্ঠ নাগৰিক তথা মহিলাসকল বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰে।
    1
    ৰঙিয়াৰ দক্ষিণ বৰদলত অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ অন্তৰ্গত জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ উদ্যোগত উত্তৰপুৰ ৰঙিয়া জনকল্যাণ সৱলীকৰণ সংঘ,দক্ষিণ বৰদলত স্বাস্থ্য পৰামৰ্শ শিৱিৰ আৰু সজাগতা সভা অনুষ্ঠিত কৰা হয়। সভাত উপস্থিত থাকে অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক সমিতিৰ সম্পাদক তথা যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাৰ লগতে অসম জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ অধ্যক্ষ ড°প্ৰদীপ ঠাকুৰীয়াসহ বহুকেইজন বিশিষ্ট ব্যাক্তি। শিৱিৰত ৰঙিয়া মহকুমা স্বাস্থ্য বিষয়া ডাঃ নিলমনি কলিতা সহ বহু কেইজন চিকিৎসকে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি জ্যেষ্ঠ নাগৰিক তথা মহিলাসকল বিনামূলীয়াকৈ  চিকিৎসা সেৱা প্ৰদান কৰে।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    8 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.