logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

অসম বিধায়নী দলৰ এক গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন হৈছে। এই বৈঠকত ৰাভা হাছঙৰ তিনিজন বিধায়কক বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে।

8 hrs ago
user_Bitopan Rajbongshi
Bitopan Rajbongshi
বকো, কামৰূপ, অসম•
8 hrs ago
22466e04-179a-47f8-8074-bccdcd105301

অসম বিধায়নী দলৰ এক গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন হৈছে। এই বৈঠকত ৰাভা হাছঙৰ তিনিজন বিধায়কক বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে।

More news from অসম and nearby areas
  • অসমৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত দলীয় নেতা-কৰ্মীসকলে দুজনকৈ কেন্দ্ৰীয় পৰ্যবেক্ষকক উষ্ম আদৰণি জনালে। এই আদৰণিয়ে ৰাজ্যিক ৰাজনীতিত নতুন আলোচনাৰ সৃষ্টি কৰিছে। পৰ্যবেক্ষকসকলৰ আগমনক আগন্তুক ৰাজনৈতিক পৰিৱৰ্তনৰ ইংগিত হিচাপে চোৱা হৈছে।
    1
    অসমৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত দলীয় নেতা-কৰ্মীসকলে দুজনকৈ কেন্দ্ৰীয় পৰ্যবেক্ষকক উষ্ম আদৰণি জনালে। এই আদৰণিয়ে ৰাজ্যিক ৰাজনীতিত নতুন আলোচনাৰ সৃষ্টি কৰিছে। পৰ্যবেক্ষকসকলৰ আগমনক আগন্তুক ৰাজনৈতিক পৰিৱৰ্তনৰ ইংগিত হিচাপে চোৱা হৈছে।
    user_Bitopan Rajbongshi
    Bitopan Rajbongshi
    বকো, কামৰূপ, অসম•
    7 hrs ago
  • কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা । প্ৰায় ২০ গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। হেকৰা মিলনপুৰ বজাৰ উন্নয়ন সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় কৃতী ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান। সভাত সভাপতিত্ব কৰে অৱসৰ প্ৰাপ্ত শিক্ষক মাননীয় শ্ৰী যুত উমেশ চন্দ্ৰ মেধি দেৱে লগতে বহু কেইগৰাকী বিশিষ্টব্যক্তি সভাত উপস্থিত থাকি সভাৰ সৌন্দৰ্য্য বৃদ্ধি কৰে। উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ নম্বৰ লৈ উত্তীৰ্ণ হোৱা কেইবা গৰাকীও কৃতী ছাত্ৰ ছাত্ৰীক আজি মিলনপুৰ বজাৰ কমিটিয়ে এখনি ফুলাম গামোচা ,এখন মানপত্ৰ , এখন কিতাপ,কলম আৰু নগদ পাচঁশ টকাৰে সম্বৰ্ধনা জনায় ছাত্ৰ ছাত্ৰী সকলক অনাগত দিনত আগুৱাই যোৱাৰ বাবে প্ৰেৰণা যোগায়।
    1
    কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা । প্ৰায় ২০ গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।
হেকৰা মিলনপুৰ বজাৰ উন্নয়ন সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় কৃতী ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান। সভাত সভাপতিত্ব কৰে অৱসৰ প্ৰাপ্ত শিক্ষক মাননীয় শ্ৰী যুত উমেশ চন্দ্ৰ মেধি দেৱে লগতে বহু কেইগৰাকী বিশিষ্টব্যক্তি সভাত উপস্থিত থাকি সভাৰ সৌন্দৰ্য্য বৃদ্ধি কৰে।    উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ নম্বৰ লৈ উত্তীৰ্ণ হোৱা  কেইবা গৰাকীও কৃতী ছাত্ৰ ছাত্ৰীক আজি মিলনপুৰ বজাৰ কমিটিয়ে এখনি ফুলাম গামোচা ,এখন মানপত্ৰ , এখন কিতাপ,কলম আৰু নগদ পাচঁশ টকাৰে সম্বৰ্ধনা জনায় ছাত্ৰ ছাত্ৰী সকলক অনাগত দিনত আগুৱাই যোৱাৰ বাবে প্ৰেৰণা যোগায়।
    user_Nilumoni baishya
    Nilumoni baishya
    Art Centre নগৰবেৰা, কামৰূপ, অসম•
    4 hrs ago
  • ১২ মে'ৰ পুৱা ১১:৪০ বজাত গুৱাহাটীৰ খানাপাৰাত হ'ব শপত গ্ৰহণ অনুষ্ঠান। আজি ড° হিমন্ত বিশ্ব শৰ্মাই মাননীয় ৰাজ্যপালৰ সন্মুখত পৰৱৰ্তী চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে। ভাৰতীয় সংবিধানৰ ১৬৪ নম্বৰ অনুচ্ছেদৰ ১ নং দফাৰ অধীনত অসমৰ মাননীয় ৰাজ্যপাল শ্ৰীলক্ষ্মণ প্ৰসাদ আচাৰ্যই ড° হিমন্ত বিশ্ব শৰ্মাক অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিছে। ১২ মে'ৰ পুৱা ১১:৪০ বজাত গুৱাহাটীৰ খানাপাৰাত শপত গ্ৰহণ অনুষ্ঠান আয়োজিত হ'ব। আজি ড° হিমন্ত বিশ্ব শৰ্মাই মাননীয় ৰাজ্যপালৰ সন্মুখত পৰৱৰ্তী চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে।
    1
    ১২ মে'ৰ পুৱা ১১:৪০ বজাত গুৱাহাটীৰ খানাপাৰাত হ'ব শপত গ্ৰহণ অনুষ্ঠান। 

আজি ড° হিমন্ত বিশ্ব শৰ্মাই মাননীয় ৰাজ্যপালৰ সন্মুখত পৰৱৰ্তী চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে।
ভাৰতীয় সংবিধানৰ ১৬৪ নম্বৰ অনুচ্ছেদৰ ১ নং দফাৰ অধীনত অসমৰ মাননীয় ৰাজ্যপাল শ্ৰীলক্ষ্মণ প্ৰসাদ আচাৰ্যই ড° হিমন্ত বিশ্ব শৰ্মাক অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিছে। 
১২ মে'ৰ পুৱা ১১:৪০ বজাত গুৱাহাটীৰ খানাপাৰাত  শপত গ্ৰহণ অনুষ্ঠান আয়োজিত হ'ব। 
আজি ড° হিমন্ত বিশ্ব শৰ্মাই মাননীয় ৰাজ্যপালৰ সন্মুখত পৰৱৰ্তী চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে।
    user_DSL LIVE
    DSL LIVE
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    23 min ago
  • 12 तारीख मंगलवार को भारतीय जनता पार्टी के शपथ ग्रहण समारोह Bhartiya Janata पार्टी के विधायक सुशांतो बुरागुहाएं मैं बातचीत के दौरान हमें कहा 12 तारीख मंगलवार को भारतीय जनता पार्टी के शपथ ग्रहण समारोह Bhartiya Janata पार्टी के विधायक सुशांतो बुरागुहाएं बातचीत के दौरान हमें कहा #newsreport
    1
    12 तारीख मंगलवार को भारतीय जनता पार्टी के शपथ ग्रहण समारोह Bhartiya Janata पार्टी के विधायक सुशांतो बुरागुहाएं मैं बातचीत के दौरान हमें कहा
12 तारीख मंगलवार को भारतीय जनता पार्टी के शपथ ग्रहण समारोह Bhartiya Janata पार्टी के विधायक सुशांतो बुरागुहाएं  बातचीत के दौरान हमें कहा
#newsreport
    user_NEWS REPORT
    NEWS REPORT
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    1 hr ago
  • ৰঙিয়াত অসম লেখিকা সমাজৰ উদ্যোগত আন্তৰ্জাতিক মাতৃ দিৱস উদযাপন-মুখপত্ৰ জিকেৰি উন্মোচন ৰঙিয়াত অসম লেখিকা সমাজৰ উদ্যোগত আজি আন্তৰ্জাতিক মাতৃ দিৱস উদযাপন কৰা হয়। ৰঙিয়াৰ হৰদত্ত -বীৰদত্ত ভবণ প্ৰেক্ষাগৃহত দেওবাৰে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় আন্তৰ্জাতিক মাতৃ দিৱস।কামৰূপ জিলা লেখিকা সমাজৰ সহযোগত ৰূপায়ণ কৰা কাৰ্যসূচীৰ পুৱা বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰা হয়। স্মৃতি তৰ্পণ, গছপুলি ৰোপণ, থলুৱা শিল্প প্ৰদৰ্শনীৰ লগতে প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়।দিনৰ ভাগত অসম লেখিকা সমাজৰ সভাপতি পদুমী গগৈৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভাত সভাত কামৰূপ জিলা লেখিকা সমাজৰ মুখপত্ৰ জিকেৰিৰ লগতে সবিতা বৰ্মণ আৰু মামনি লহকৰৰ কাব্যগ্ৰন্থ ক্ৰমে ৰ'দৰ আশা আৰু অনামী সুবাসৰো উন্মোচন কৰা হয়।অসম সাংস্কৃতিক মহাসভাৰ সভাপতি পবিত্ৰ কুমাৰ শৰ্মাই জিকেৰি উন্মোচন কৰাৰ লগতে আন দুখন গ্ৰন্থ অধিবক্তা হিৰণ্য চৌধুৰী আৰু বিশিষ্ট লেখক কৈলাশ জৈনে উন্মোচন কৰে।গীত মাতেৰে জীপাল হৈ পৰা অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে চলচ্চিত্ৰ পৰিচালিকা ৰীমা দাসৰ মাতৃ জয়া দাস, অৱসৰপ্ৰাপ্ত অধ্যাপক পবিন কলিতা, কামৰূপ জিলা লেখিকা সমাজৰ পৃষ্ঠপোষক জয়ন্ত জিৎ কলিতা , কামৰূপ জিলা সাহিত্য সভাৰ যুৱ সংসদৰ আহ্বায়ক হেমন্ত কলিতা প্ৰমুখ্যে আন কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
    1
    ৰঙিয়াত অসম লেখিকা সমাজৰ উদ্যোগত আন্তৰ্জাতিক মাতৃ দিৱস উদযাপন-মুখপত্ৰ জিকেৰি উন্মোচন 
ৰঙিয়াত অসম লেখিকা সমাজৰ উদ্যোগত আজি আন্তৰ্জাতিক মাতৃ দিৱস উদযাপন কৰা হয়।
ৰঙিয়াৰ  হৰদত্ত -বীৰদত্ত ভবণ প্ৰেক্ষাগৃহত দেওবাৰে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় আন্তৰ্জাতিক মাতৃ দিৱস।কামৰূপ জিলা লেখিকা সমাজৰ সহযোগত ৰূপায়ণ কৰা কাৰ্যসূচীৰ পুৱা বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰা হয়।
স্মৃতি তৰ্পণ, গছপুলি ৰোপণ, থলুৱা শিল্প প্ৰদৰ্শনীৰ লগতে প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়।দিনৰ ভাগত অসম লেখিকা সমাজৰ সভাপতি পদুমী গগৈৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভাত সভাত কামৰূপ জিলা লেখিকা সমাজৰ মুখপত্ৰ জিকেৰিৰ লগতে সবিতা বৰ্মণ আৰু মামনি লহকৰৰ কাব্যগ্ৰন্থ ক্ৰমে ৰ'দৰ আশা আৰু অনামী সুবাসৰো উন্মোচন কৰা হয়।অসম সাংস্কৃতিক মহাসভাৰ সভাপতি পবিত্ৰ কুমাৰ শৰ্মাই জিকেৰি উন্মোচন কৰাৰ লগতে আন দুখন গ্ৰন্থ অধিবক্তা হিৰণ্য চৌধুৰী আৰু বিশিষ্ট লেখক কৈলাশ জৈনে উন্মোচন কৰে।গীত মাতেৰে জীপাল হৈ পৰা অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে চলচ্চিত্ৰ পৰিচালিকা ৰীমা দাসৰ মাতৃ জয়া দাস, অৱসৰপ্ৰাপ্ত অধ্যাপক পবিন কলিতা, কামৰূপ জিলা লেখিকা সমাজৰ পৃষ্ঠপোষক জয়ন্ত জিৎ কলিতা , কামৰূপ জিলা সাহিত্য সভাৰ যুৱ সংসদৰ আহ্বায়ক হেমন্ত কলিতা প্ৰমুখ্যে আন কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    2 hrs ago
  • বিজেপিৰ বিধায়িনী দলৰ বৈঠকত ড০ হিমন্ত বিশ্ব শৰ্মাক অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰা হৈছে। দীৰ্ঘদিনীয়া জল্পনা-কল্পনাৰ পাছত জেপি নড্ডাই তেওঁৰ নাম ঘোষণা কৰে। অহা ১২ মে'ত পুৱা ১১ বজাত তেওঁ শপত গ্ৰহণ কৰিব।
    1
    বিজেপিৰ বিধায়িনী দলৰ বৈঠকত ড০ হিমন্ত বিশ্ব শৰ্মাক অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰা হৈছে। দীৰ্ঘদিনীয়া জল্পনা-কল্পনাৰ পাছত জেপি নড্ডাই তেওঁৰ নাম ঘোষণা কৰে। অহা ১২ মে'ত পুৱা ১১ বজাত তেওঁ শপত গ্ৰহণ কৰিব।
    user_Sadhna yadav
    Sadhna yadav
    Srijangram, Bongaigaon•
    8 hrs ago
  • মোৰ কথা মোৰ ভাষা মোৰ চিন্তাৰে লিখা এটা মোৰ জনপ্ৰিয় কবিতাৰ পৰা সাঁ‌জি উলিওৱা এটা সুমধুৰ মন চুই যোৱা গান। #Assamesenewsobg
    1
    মোৰ কথা মোৰ ভাষা মোৰ চিন্তাৰে লিখা এটা মোৰ জনপ্ৰিয় কবিতাৰ পৰা সাঁ‌জি উলিওৱা এটা সুমধুৰ মন চুই যোৱা গান।
#Assamesenewsobg
    user_U song my videos
    U song my videos
    Artist বাক্সা, বাক্সা, অসম•
    44 min ago
  • ছয়গাঁৱত নৱনিৰ্বাচিত বিধায়ক হিমাংশু শেখৰ বৈশ্যক জনসাধাৰণে উষ্ম আদৰণি জনালে। সমষ্টিবাসীয়ে ফুলৰ মালা আৰু গামোচাৰে তেওঁক আদৰি শুভেচ্ছাও জ্ঞাপন কৰে। এই আদৰণিয়ে সমগ্ৰ অঞ্চলটোত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰিছে।
    1
    ছয়গাঁৱত নৱনিৰ্বাচিত বিধায়ক হিমাংশু শেখৰ বৈশ্যক জনসাধাৰণে উষ্ম আদৰণি জনালে। সমষ্টিবাসীয়ে ফুলৰ মালা আৰু গামোচাৰে তেওঁক আদৰি শুভেচ্ছাও জ্ঞাপন কৰে। এই আদৰণিয়ে সমগ্ৰ অঞ্চলটোত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰিছে।
    user_Bitopan Rajbongshi
    Bitopan Rajbongshi
    বকো, কামৰূপ, অসম•
    7 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.