Shuru
Apke Nagar Ki App…
পুনৰ এক নতুন বিতৰ্ক।EVM ক লৈ পুনৰ জয়ন্ত দাসৰ বিস্ফোৰক মন্তব্য।
দিব্য জ্যোতি ভূঞা
পুনৰ এক নতুন বিতৰ্ক।EVM ক লৈ পুনৰ জয়ন্ত দাসৰ বিস্ফোৰক মন্তব্য।
More news from Assam and nearby areas
- ৰঙিয়া চহৰৰ বিশিষ্ট সমাজকৰ্মী প্ৰয়াত ধৰ্মকান্ত ডেকাৰ প্ৰথম মৃত্যু বাৰ্ষিকী উদযাপন।1
- ভূৱন গাম মাজুলী বিজেপি প্ৰাৰ্থী নিৰ্বাচনী প্ৰচাৰ মাজুলী চুকে কোনে কংগ্ৰেছক সমালোচনা ভূৱন গামৰ1
- এই দৃশ্য, নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চলৰ। নগৰাঞ্চলৰ আৱাসী সকলৰ সহযোগত আৰু সাৰ্বজনীন কেন্দ্ৰৰ উদ্যোগত, লতাশিল বিহু সম্ৰাজ্ঞী "শতাব্দী কলিতা" আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ঢুলীয়া "জিতেন বৰাৰ" নেতৃত্বত 1 এপ্ৰিলৰ পৰা 10 এপ্ৰিললৈ বিহু নাচ আৰু ঢোলবাদন কৰ্মশালা। নতুন প্ৰজন্মক বিহুৰ সঠিক শৈলী আৰু চেনেহৰ সংস্কৃতিৰ সৈতে চিনাকি কৰোৱাৰ লক্ষ্যৰে এই বিহু কৰ্মশালা। আগন্তুক ৰঙালী বিহুক কেন্দ্ৰ কৰি এতিয়া ব্যস্ততা বাঢ়িছে শোধনাগাৰৰ কৰ্মচাৰী তথা পৰিয়াল বৰ্গৰ মাজত।অসমীয়াৰ স্বাভিমান বিহু কৃষ্টিৰ চৰ্চা আৰু সংৰক্ষণৰ বাবে আয়োজন এই বিহু কৰ্মশালাৰ।কন কন শিশুৰ পৰা যুৱক-যুৱতী সকলৰ অংশগ্ৰহণ। শোধনাগাৰৰ ব্যস্ত জীৱনৰ মাজতো যাতে নৱ প্ৰজন্মই নিজৰ শিপাক পাহৰি নাযায়, তাৰবাবে এই প্ৰয়াস।3
- Post by Biswajit Don1
- চৰাইদেউ জিলাৰ লাকুৱা থানা তিনিআলিত থকা ডাকঘৰত নিশা দুৰ্বৃত্তই চুৰি কৰি নিলে ইনভাৰটাৰৰ বেটেৰি আৰু লকাৰৰ টকা ৷ আৰক্ষীক গোচৰ ডাকঘৰৰ কৰ্তৃপক্ষৰ1
- Post by Suborna Koch1
- Post by দিব্য জ্যোতি ভূঞা1
- নুমলীগড়ত তীব্ৰবেগী বলেৰ পিক আপ বাহনৰ খুন্দাত ছাগলী পহু নিধন।দেওপাহাৰৰ উপকন্ঠ অঞ্চলেৰে পাৰ হৈ যোৱা যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বিভিন্ন শসময়ত বিচৰণ কৰে এনে দুষ্প্ৰাপ্য প্ৰজাতিৰ বন্যপ্ৰাণী।বহ সময়ত তীব্ৰবেগী বাহনৰ খুন্দাত প্ৰাণ যায় এনে দুষ্প্ৰাপ্য প্ৰজাতিৰ বন্যপ্ৰাণীৰ।দেওপাহাৰ প্ৰস্তাৱিত বনাঞ্চলৰ বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই সংশ্লিষ্ট বিভাগে। ইফালে তীব্ৰবেগী বাহন সমূহ নিয়ন্ত্ৰণত ব্যৰ্থ নুমলীগড় যান বাহন আৰক্ষী। উল্লেখ্য যে প্ৰাপ্তবয়স্ক ছাগলী পহু জনীৰ কেইবাটাও পোৱালী উক্ত অঞ্চলত বিচৰণ কৰা বুলি মন্তব্য কৰিছে ৰাইজে।4
- সমাগত ২০২৬ ৰ বিধানসভা নিৰ্বাচন। নিৰ্বাচনী প্ৰচাৰৰ বাবে ব্যস্ত হৈ পৰিছে শাসক-বিৰোধীৰ সকলো প্ৰাৰ্থী।নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে চৰাইদেউ জিলাতো নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। বিশেষকৈ মাহমৰা সমষ্টিত বিজেপি প্ৰাৰ্থীসকলৰ সমৰ্থনত বৰ্তমান চলাইছে এক ব্যাপক মাৰাথান প্ৰচাৰ অভিযান। প্ৰচাৰ অংশগ্ৰহণ স্বৰূপে আজি সমষ্টিটোৰ অন্তগৰ্ত মথুৰাপুৰত বিজেপিৰ প্ৰাৰ্থী সুৰুজ দিহিঙীয়াই অংশগ্ৰহণ কৰি প্ৰচাৰ চলোৱা লগত দলীয় কৰ্মী সকলৰ সৈতে নাচি বাগি ভোটৰ মন জয় কৰা প্ৰয়াস কৰে ৷1