logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ডাকাত দল ঢাকা ২০১৮ যদতজডটঠ

22 hrs ago
user_Sahanur Hosen
Sahanur Hosen
মাওথাড্ৰাইছান, ইষ্টাৰ্ণ ৱেষ্ট খাছি হিলছ, মেঘালয়•
22 hrs ago

ডাকাত দল ঢাকা ২০১৮ যদতজডটঠ

More news from Kamrup Metro and nearby areas
  • 📌প্ৰদ্যুৎ বৰদলৈ বেছি দিন কংগ্ৰেছত নাথাকিব!” – মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য 📌২০২৯ত বিজেপিত যোগ দিব পাৰে প্ৰদ্যুৎ বৰদলৈ!” – হিমন্তৰ ডাঙৰ দাবী 📌 কংগ্ৰেছৰ ভিতৰতে সংঘাত? প্ৰদ্যুৎ বৰদলৈ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য 📌“স্বাভিমান আছে প্ৰদ্যুৎ বৰদলৈৰ” – ১৫ বছৰৰ অভিজ্ঞতাৰে ক’লে মুখ্যমন্ত্ৰী #PradyutBordoloi #HimantaBiswaSarma #AssamPolitics #AssamNews #AssamElection2026 #Congress #BJPAssam #BreakingNewsAssam #PoliticalNews #NewsAssam
    1
    📌প্ৰদ্যুৎ বৰদলৈ বেছি দিন কংগ্ৰেছত নাথাকিব!” – মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
📌২০২৯ত বিজেপিত যোগ দিব পাৰে প্ৰদ্যুৎ বৰদলৈ!” – হিমন্তৰ ডাঙৰ দাবী
📌 কংগ্ৰেছৰ ভিতৰতে সংঘাত? প্ৰদ্যুৎ বৰদলৈ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য
📌“স্বাভিমান আছে প্ৰদ্যুৎ বৰদলৈৰ” – ১৫ বছৰৰ অভিজ্ঞতাৰে ক’লে মুখ্যমন্ত্ৰী
#PradyutBordoloi
#HimantaBiswaSarma
#AssamPolitics
#AssamNews
#AssamElection2026
#Congress
#BJPAssam
#BreakingNewsAssam
#PoliticalNews
#NewsAssam
    user_H News National
    H News National
    Guwahati, Kamrup Metro•
    20 min ago
  • Post by 783123
    1
    Post by 783123
    user_783123
    783123
    বালিজানা, গোৱালপাৰা, অসম•
    2 hrs ago
  • ৰঙিয়াৰ নকুলত ২০ বিঘাতকৈ অধিক সৰিয়হ খেতি বিনষ্ট।তিনিদিন ধৰি হোৱা মুষলধাৰ ধুমুহা-বৰষুণৰ ফলত এই ক্ষতিসাধন। স্থানীয় কৃষকৰ মাজত হাহাকাৰ।এই সৰিয়হ খেতি কৰিছিল ৰঙিয়াৰ নকুলৰ স্থানীয় একাংশ যুৱক তথা বয়োজ্যেষ্ঠ লোকে। খেতিৰ পৰা ৮০/৯০ কুইন্টল সৰিয়হ ঘৰলৈ নিব পাৰিব বুলি ভাৱিছিল যদিও এতিয়া এক কিলোগ্ৰাম সৰিয়হো ঘৰলৈ নিব নোৱাৰাৰ দুখে নিদ্ৰা হৰণ কৰিছে ৰঙিয়াৰ এইসকল কৃষকৰ।কৃষি বিভাগ তথা চৰকাৰৰ ওচৰত কিছু হ'লেও ক্ষতিপূৰণ বিচাৰি সংবাদ মাধ্যমৰ জৰিয়তে আবেদন জনাইছে এইসকল কৃষকে।
    1
    ৰঙিয়াৰ নকুলত ২০ বিঘাতকৈ অধিক সৰিয়হ খেতি বিনষ্ট।তিনিদিন ধৰি হোৱা মুষলধাৰ ধুমুহা-বৰষুণৰ ফলত এই ক্ষতিসাধন। স্থানীয় কৃষকৰ মাজত হাহাকাৰ।এই সৰিয়হ খেতি কৰিছিল ৰঙিয়াৰ নকুলৰ স্থানীয় একাংশ যুৱক তথা বয়োজ্যেষ্ঠ লোকে।  খেতিৰ পৰা ৮০/৯০ কুইন্টল সৰিয়হ ঘৰলৈ নিব পাৰিব বুলি ভাৱিছিল যদিও এতিয়া এক কিলোগ্ৰাম সৰিয়হো ঘৰলৈ নিব নোৱাৰাৰ দুখে নিদ্ৰা হৰণ কৰিছে ৰঙিয়াৰ এইসকল কৃষকৰ।কৃষি বিভাগ তথা চৰকাৰৰ ওচৰত কিছু হ'লেও ক্ষতিপূৰণ বিচাৰি সংবাদ মাধ্যমৰ জৰিয়তে আবেদন জনাইছে এইসকল কৃষকে।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    12 hrs ago
  • 🏆🏆🧡💛🌟🌟🎉💙🌲🎊💝
    3
    🏆🏆🧡💛🌟🌟🎉💙🌲🎊💝
    user_Swapn Malakar
    Swapn Malakar
    বজালী, বজালী, অসম•
    3 hrs ago
  • Post by Shakil Ahmed- ABC News Digital
    1
    Post by Shakil Ahmed- ABC News Digital
    user_Shakil Ahmed- ABC News Digital
    Shakil Ahmed- ABC News Digital
    News Anchor সৰুপেটা (পিটি), বজালী, অসম•
    11 hrs ago
  • Post by Jamil.. social media channel i
    1
    Post by Jamil.. social media channel i
    user_Jamil.. social media channel i
    Jamil.. social media channel i
    বজালী (পিটি), বজালী, অসম•
    23 hrs ago
  • #PabitraMargherita #AssamElection #BJPAssam #AssamPolitics #HimantaBiswaSarma #AssamDevelopment #ElectionNews #AssamNews #NorthEastPolitics
    1
    #PabitraMargherita
#AssamElection
#BJPAssam
#AssamPolitics
#HimantaBiswaSarma
#AssamDevelopment
#ElectionNews
#AssamNews
#NorthEastPolitics
    user_H News National
    H News National
    Guwahati, Kamrup Metro•
    17 hrs ago
  • Post by Shakil Ahmed- ABC News Digital
    1
    Post by Shakil Ahmed- ABC News Digital
    user_Shakil Ahmed- ABC News Digital
    Shakil Ahmed- ABC News Digital
    News Anchor সৰুপেটা (পিটি), বজালী, অসম•
    14 hrs ago
  • তামুলপুৰত প্ৰকৃতিৰ সংহাৰ: ধাৰাসাৰ বৰষুণৰ মাজতে বৰখোপাত বজ্ৰপাত পৰি এটা পৰিয়ালৰ ব্যাপক ক্ষতিসাধন তামুলপুৰ, ১৫ মাৰ্চ: যোৱা তিনিদিন ধৰি সমগ্ৰ তামুলপুৰ জিলাতে অব্যাহত থকা মুষলধাৰ বৰষুণ আৰু ধুমুহাৰ মাজতে আজি বৰখোপা গাঁৱত এক আকস্মিক বজ্ৰপাতে এক ত্ৰাসৰ সৃষ্টি কৰে। বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ কেইবাখনো জিলাৰ লগতে তামুলপুৰতো সতৰ্কতা জাৰি কৰাৰ সময়তে গাঁওখনৰ নিবাসী দীপক কলিতাৰ বাসগৃহত এক প্ৰচণ্ড বিজুলী-ঢেৰেকনীৰ সৈতে বজ্ৰপাত পৰে, যাৰ ফলত পৰিয়ালটোৰ যথেষ্ট আৰ্থিক ক্ষতিসাধন হয়। এই শক্তিশালী বজ্ৰপাতৰ ফলত ঘৰটোৰ বৈদ্যুতিক মিটাৰ বক্সৰ পৰা আৰম্ভ কৰি চুইচ বোৰ্ড, ইনভাৰ্টাৰ, ফ্ৰীজ আদিৰ দৰে সকলো মূল্যবান বৈদ্যুতিক সামগ্ৰী চৰ্ট চাৰ্কিট হৈ জ্বলি উঠে আৰু সম্পূৰ্ণৰূপে নষ্ট হৈ যায়। ঘটনাৰ সময়ত পৰিয়ালৰ সদস্যসকল ঘৰৰ ভিতৰতে আছিল যদিও কোনো লোক বৈদ্যুতিক সংযোগৰ সংস্পৰ্শত নথকাৰ বাবে কপালৰ জোৰত কথমপি এক ডাঙৰ বিপদৰ পৰা প্ৰাণৰক্ষা পৰে। সম্প্ৰতি এই হঠাতে অহা বিজুলী-ঢেৰেকনী আৰু বজ্ৰপাতৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বাবে দীপক কলিতাৰ পৰিয়ালটো এক সমস্যাৰ সম্মুখীন হৈছে।###
    4
    তামুলপুৰত প্ৰকৃতিৰ সংহাৰ: ধাৰাসাৰ বৰষুণৰ মাজতে বৰখোপাত বজ্ৰপাত পৰি এটা পৰিয়ালৰ ব্যাপক ক্ষতিসাধন
তামুলপুৰ, ১৫ মাৰ্চ:
যোৱা তিনিদিন ধৰি সমগ্ৰ তামুলপুৰ জিলাতে অব্যাহত থকা মুষলধাৰ বৰষুণ আৰু ধুমুহাৰ মাজতে আজি বৰখোপা গাঁৱত এক আকস্মিক বজ্ৰপাতে এক ত্ৰাসৰ সৃষ্টি কৰে। বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ কেইবাখনো জিলাৰ লগতে তামুলপুৰতো সতৰ্কতা জাৰি কৰাৰ সময়তে গাঁওখনৰ নিবাসী দীপক কলিতাৰ বাসগৃহত এক প্ৰচণ্ড বিজুলী-ঢেৰেকনীৰ সৈতে বজ্ৰপাত পৰে, যাৰ ফলত পৰিয়ালটোৰ যথেষ্ট আৰ্থিক ক্ষতিসাধন হয়। এই শক্তিশালী বজ্ৰপাতৰ ফলত ঘৰটোৰ বৈদ্যুতিক মিটাৰ বক্সৰ পৰা আৰম্ভ কৰি চুইচ বোৰ্ড, ইনভাৰ্টাৰ, ফ্ৰীজ আদিৰ দৰে সকলো মূল্যবান বৈদ্যুতিক সামগ্ৰী চৰ্ট চাৰ্কিট হৈ জ্বলি উঠে আৰু সম্পূৰ্ণৰূপে নষ্ট হৈ যায়। ঘটনাৰ সময়ত পৰিয়ালৰ সদস্যসকল ঘৰৰ ভিতৰতে আছিল যদিও কোনো লোক বৈদ্যুতিক সংযোগৰ সংস্পৰ্শত নথকাৰ বাবে কপালৰ জোৰত কথমপি এক ডাঙৰ বিপদৰ পৰা প্ৰাণৰক্ষা পৰে। সম্প্ৰতি এই হঠাতে অহা বিজুলী-ঢেৰেকনী আৰু বজ্ৰপাতৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বাবে দীপক কলিতাৰ পৰিয়ালটো এক সমস্যাৰ সম্মুখীন হৈছে।###
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    1 hr ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.