logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ধুবুৰী বিধানসভা সমষ্টিত নিৰ্বাচন খেলাৰ বাবে চলাইছে প্ৰস্তুতি। ধুবুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ধৰ্মশালা অঞ্চলত প্ৰাক্তন মন্ত্ৰী নজিবুল উমৰে কংগ্ৰেছৰ এখন নিৰ্বাচনী প্ৰচাৰ চলাই এ আই ইউ ডি এফক উফৰাই পেলোৱাৰ সংকল্প লৈ আজিৰে পৰা আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ। কংগ্ৰেছৰ যুৱ প্ৰাৰ্থী সকলৰ মনোবল বৃদ্ধি কৰিবলৈ প্ৰাক্তন মন্ত্ৰী নজিবুল উমৰে নিজে এজন আশাবাদী প্ৰাৰ্থী ৰূপে নিৰ্বাচনী প্ৰচাৰৰ ৰণডংকা বজালে কংগ্ৰেছৰ হৈ। ধুবুৰী বিধানসভা সমষ্টিত যিজন প্ৰাৰ্থীক দলীয় টিকট প্ৰদান কৰিব তেওঁক যাতে ৰাইজে বিপুল ভোটত জয়ী কৰে আৰু এ আই ইউ ডি এফক যাতে ধুবুৰীৰ পৰা উৎখাত কৰি পেলায় তাৰবাবে ৰাইজক সজাগ কৰি আজিৰ এই নিৰ্বাচনী প্ৰচাৰ চলায় বুলি সদৰী কৰে প্ৰাক্তন মন্ত্ৰী নজিবুল উমৰে।

2 hrs ago
user_Amar Dhubri
Amar Dhubri
Media house আঠানি, ধুবুৰী, অসম•
2 hrs ago

ধুবুৰী বিধানসভা সমষ্টিত নিৰ্বাচন খেলাৰ বাবে চলাইছে প্ৰস্তুতি। ধুবুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ধৰ্মশালা অঞ্চলত প্ৰাক্তন মন্ত্ৰী নজিবুল উমৰে কংগ্ৰেছৰ এখন নিৰ্বাচনী প্ৰচাৰ চলাই এ আই ইউ ডি এফক উফৰাই পেলোৱাৰ সংকল্প লৈ আজিৰে পৰা আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ। কংগ্ৰেছৰ যুৱ প্ৰাৰ্থী সকলৰ মনোবল বৃদ্ধি কৰিবলৈ প্ৰাক্তন মন্ত্ৰী নজিবুল উমৰে নিজে এজন আশাবাদী প্ৰাৰ্থী ৰূপে নিৰ্বাচনী প্ৰচাৰৰ ৰণডংকা বজালে কংগ্ৰেছৰ হৈ। ধুবুৰী বিধানসভা সমষ্টিত যিজন প্ৰাৰ্থীক দলীয় টিকট প্ৰদান কৰিব তেওঁক যাতে ৰাইজে বিপুল ভোটত জয়ী কৰে আৰু এ আই ইউ ডি এফক যাতে ধুবুৰীৰ পৰা উৎখাত কৰি পেলায় তাৰবাবে ৰাইজক সজাগ কৰি আজিৰ এই নিৰ্বাচনী প্ৰচাৰ চলায় বুলি সদৰী কৰে প্ৰাক্তন মন্ত্ৰী নজিবুল উমৰে।

More news from অসম and nearby areas
  • ধুবুৰী বিধানসভা সমষ্টিত নিৰ্বাচন খেলাৰ বাবে চলাইছে প্ৰস্তুতি। ধুবুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ধৰ্মশালা অঞ্চলত প্ৰাক্তন মন্ত্ৰী নজিবুল উমৰে কংগ্ৰেছৰ এখন নিৰ্বাচনী প্ৰচাৰ চলাই এ আই ইউ ডি এফক উফৰাই পেলোৱাৰ সংকল্প লৈ আজিৰে পৰা আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ। কংগ্ৰেছৰ যুৱ প্ৰাৰ্থী সকলৰ মনোবল বৃদ্ধি কৰিবলৈ প্ৰাক্তন মন্ত্ৰী নজিবুল উমৰে নিজে এজন আশাবাদী প্ৰাৰ্থী ৰূপে নিৰ্বাচনী প্ৰচাৰৰ ৰণডংকা বজালে কংগ্ৰেছৰ হৈ। ধুবুৰী বিধানসভা সমষ্টিত যিজন প্ৰাৰ্থীক দলীয় টিকট প্ৰদান কৰিব তেওঁক যাতে ৰাইজে বিপুল ভোটত জয়ী কৰে আৰু এ আই ইউ ডি এফক যাতে ধুবুৰীৰ পৰা উৎখাত কৰি পেলায় তাৰবাবে ৰাইজক সজাগ কৰি আজিৰ এই নিৰ্বাচনী প্ৰচাৰ চলায় বুলি সদৰী কৰে প্ৰাক্তন মন্ত্ৰী নজিবুল উমৰে।
    1
    ধুবুৰী বিধানসভা সমষ্টিত নিৰ্বাচন খেলাৰ বাবে চলাইছে প্ৰস্তুতি।
ধুবুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ধৰ্মশালা অঞ্চলত প্ৰাক্তন মন্ত্ৰী নজিবুল উমৰে কংগ্ৰেছৰ এখন নিৰ্বাচনী প্ৰচাৰ চলাই এ আই ইউ ডি এফক উফৰাই পেলোৱাৰ সংকল্প লৈ আজিৰে পৰা আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ।
কংগ্ৰেছৰ যুৱ প্ৰাৰ্থী সকলৰ মনোবল বৃদ্ধি কৰিবলৈ প্ৰাক্তন মন্ত্ৰী নজিবুল উমৰে নিজে এজন আশাবাদী প্ৰাৰ্থী ৰূপে নিৰ্বাচনী প্ৰচাৰৰ ৰণডংকা বজালে কংগ্ৰেছৰ হৈ।
ধুবুৰী বিধানসভা সমষ্টিত যিজন প্ৰাৰ্থীক দলীয় টিকট প্ৰদান কৰিব তেওঁক যাতে ৰাইজে বিপুল ভোটত জয়ী কৰে আৰু এ আই ইউ ডি এফক যাতে ধুবুৰীৰ পৰা উৎখাত কৰি পেলায় তাৰবাবে ৰাইজক সজাগ কৰি আজিৰ এই নিৰ্বাচনী প্ৰচাৰ চলায় বুলি সদৰী কৰে প্ৰাক্তন মন্ত্ৰী নজিবুল উমৰে।
    user_Amar Dhubri
    Amar Dhubri
    Media house আঠানি, ধুবুৰী, অসম•
    2 hrs ago
  • তামাৰহাটত ভয়ংকৰ পথ দুৰ্ঘটনা। কথমপি প্ৰাণ ৰক্ষা চালক হেণ্ডিমেনৰ। নিয়ন্ত্ৰণ হেৰুৱাই ১২৭ নম্বৰ(বি) ৰাষ্ট্ৰীয় ঘাই পথৰ মথাউৰিত বাগৰি পৰে শিল ভৰ্তি ডাম্পাৰ ::
    2
    তামাৰহাটত ভয়ংকৰ পথ দুৰ্ঘটনা।
কথমপি প্ৰাণ ৰক্ষা চালক হেণ্ডিমেনৰ।
নিয়ন্ত্ৰণ হেৰুৱাই ১২৭ নম্বৰ(বি) ৰাষ্ট্ৰীয় ঘাই পথৰ মথাউৰিত বাগৰি পৰে শিল ভৰ্তি ডাম্পাৰ ::
    user_Kamal Roy
    Kamal Roy
    Local News Reporter গৌৰীপুৰ, ধুবুৰী, অসম•
    5 hrs ago
  • Dhubri GOLAKGANJ BREAKING নিষিদ্ধ গো মাংস সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষীৰ বৃহত অভিযান। জব্দ কৰিলে চাৰিচকীয়া বাহন সহ কুইন্টলে কুইন্টলে গো মাংস। প্ৰাপ্ত তথ্য মতে আজি ৰাতিপুৱা গোলকগঞ্জৰ আৰক্ষীয়ে এক নিৰ্ভৰযোগ্য সুত্ৰৰ আধাৰত ৰতিয়াদহৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চলাইছিল অভিযান। অভিযানত পশ্চিম বংগৰ পৰা ধুবুৰী অভিমুখি AS 0 1R C 4564 নম্বৰৰ ৱাগনৰ গাড়ীক ৰখাবলৈ নিৰ্দেশ দিয়ে। কিন্তু চালকে গাড়ী ৰখাই দৌৰি পলায়ন কৰে। পিছত গোলকগঞ্জ আৰক্ষীয়ে বাহন খনৰ পৰা ৪ কুইন্টল গো মাংস জব্দ কৰে। উল্লেখ্য যে আৰক্ষীৰ চকুত ধুলি দি এক অসাধু চক্ৰই দৈনিক পশ্চিম বংগৰ পৰা ধুবুৰী, গৌৰীপুৰ, আলমগঞ্জ অঞ্চললৈ নিষিদ্ধ গো মাংসৰ সৰবৰাহ কৰি থকা বুলি জানিব পৰা গৈছে।
    1
    Dhubri GOLAKGANJ BREAKING
নিষিদ্ধ গো মাংস সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষীৰ বৃহত অভিযান। জব্দ কৰিলে চাৰিচকীয়া বাহন সহ কুইন্টলে কুইন্টলে গো মাংস। 
প্ৰাপ্ত তথ্য মতে আজি ৰাতিপুৱা গোলকগঞ্জৰ আৰক্ষীয়ে এক নিৰ্ভৰযোগ্য সুত্ৰৰ আধাৰত ৰতিয়াদহৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চলাইছিল অভিযান। অভিযানত পশ্চিম বংগৰ পৰা ধুবুৰী অভিমুখি AS 0 1R C 4564 নম্বৰৰ ৱাগনৰ গাড়ীক ৰখাবলৈ নিৰ্দেশ দিয়ে। কিন্তু চালকে গাড়ী ৰখাই দৌৰি পলায়ন কৰে। পিছত গোলকগঞ্জ আৰক্ষীয়ে বাহন খনৰ পৰা ৪ কুইন্টল গো মাংস জব্দ কৰে। উল্লেখ্য যে আৰক্ষীৰ চকুত ধুলি দি এক অসাধু চক্ৰই দৈনিক পশ্চিম বংগৰ পৰা ধুবুৰী, গৌৰীপুৰ, আলমগঞ্জ অঞ্চললৈ নিষিদ্ধ গো মাংসৰ সৰবৰাহ কৰি থকা বুলি জানিব পৰা গৈছে।
    user_Dhubri News AS
    Dhubri News AS
    Local News Reporter আঠানি, ধুবুৰী, অসম•
    22 hrs ago
  • 📌২৬ ৰ নিৰ্বাচনত জলেশ্বৰ সমষ্টিত এ আই ইউ ডি এফ দলৰ পৰা যুঁজ দিবলৈ সাজু শ্বৰীফ মহম্মদ জিন্না
    1
    📌২৬ ৰ নিৰ্বাচনত  জলেশ্বৰ সমষ্টিত এ আই ইউ ডি এফ দলৰ পৰা যুঁজ দিবলৈ সাজু শ্বৰীফ মহম্মদ জিন্না
    user_Pratidin Talks
    Pratidin Talks
    Local News Reporter লক্ষীপুৰ, গোৱালপাৰা, অসম•
    17 hrs ago
  • ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত ১২ নং ডিৰ্মা জাখিলী পৰিষদীয় সমষ্টিৰ বেলপাৰা গাঁৱৰ উদ্যমী যুৱক জনে ঘৰতে খুলিছে ভি আৰ এণ্টাৰপ্ৰাইজ নামৰ উদ্যোগ। তৈয়াৰ কৰিছে তামোল গছৰ পাতৰ‌ পৰা পেল্ট , শাল গছৰ পাতৰ পৰা তৈয়াৰ কৰিছে চাহ কাপ আদি।
    1
    ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত ১২ নং ডিৰ্মা জাখিলী পৰিষদীয় সমষ্টিৰ বেলপাৰা গাঁৱৰ উদ্যমী যুৱক জনে ঘৰতে খুলিছে ভি আৰ এণ্টাৰপ্ৰাইজ নামৰ উদ্যোগ। তৈয়াৰ কৰিছে তামোল গছৰ পাতৰ‌ পৰা পেল্ট , শাল গছৰ পাতৰ পৰা তৈয়াৰ কৰিছে চাহ কাপ আদি।
    user_Kuldeep Rabha
    Kuldeep Rabha
    Photographer দুধনাই, গোৱালপাৰা, অসম•
    1 hr ago
  • বৰপেটা জিলাৰ ২২ নং মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বাংকাভাঙ্গাত কলগাছিয়া মণ্ডলৰ সভাপতি তথা মন্দিয়া বিধানসভা সমষ্টিৰ বিজেপি দলৰ টিকট প্ৰত্যাশী শ্ৰী বাদল চন্দ্ৰ আৰ্য্যৰ নেতৃত্বত বিভিন্ন অঞ্চলৰ প্ৰায় ৫০ গৰাকী যুৱ ভোটাৰে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিক ভাৱে বিজেপি দলত লোক যোগদান কৰে। #বিজেপি #24Newz #NewsUpdate #newsassam #followersシ゚ #BreakingNews #viralvideochallenge
    1
    বৰপেটা জিলাৰ ২২ নং মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বাংকাভাঙ্গাত কলগাছিয়া মণ্ডলৰ সভাপতি তথা মন্দিয়া বিধানসভা সমষ্টিৰ বিজেপি দলৰ টিকট প্ৰত্যাশী শ্ৰী বাদল চন্দ্ৰ আৰ্য্যৰ নেতৃত্বত বিভিন্ন অঞ্চলৰ প্ৰায় ৫০ গৰাকী যুৱ ভোটাৰে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিক ভাৱে বিজেপি দলত লোক যোগদান কৰে।
#বিজেপি #24Newz #NewsUpdate #newsassam #followersシ゚ #BreakingNews #viralvideochallenge
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    12 hrs ago
  • 📌 চোৰাং গৰু ব্যৱসায়ৰ লগত জড়িত কোন ? 📌 অকল চোৰাং গৰু নে ? 📌 চাউলৰ ট্ৰাক, তেলৰ টেংকাৰৰ পৰাও লয় টকা 📌 কোনে লয় টকা ? 📌 নিজৰ দলৰ সভাপতিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ স্বয়ং দলৰ সদস্যৰ শুনক কি কি ভয়ংকৰ অভিযোগ ?
    1
    📌 চোৰাং গৰু ব্যৱসায়ৰ লগত জড়িত কোন ?
📌 অকল চোৰাং গৰু নে ? 
📌 চাউলৰ ট্ৰাক, তেলৰ টেংকাৰৰ পৰাও লয় টকা 
📌 কোনে লয় টকা ?
📌 নিজৰ দলৰ সভাপতিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ স্বয়ং দলৰ সদস্যৰ
শুনক কি কি ভয়ংকৰ অভিযোগ ?
    user_NeTV - North East TV
    NeTV - North East TV
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    14 hrs ago
  • 📍Big Braking জিলা প্ৰশাসনে আটক কৰিলে ছাত্ৰ নেতা বাছেৰ আলীক 📌APSC ৰ দূৰ্নীতিৰ বিৰুদ্ধে গোৱালপাৰা মহাবিদ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰি থকা অৱস্থাতে ছাত্ৰ নেতা বাছেৰ আলীক জিলা প্ৰশাসনে আটক কৰে
    1
    📍Big Braking জিলা প্ৰশাসনে আটক কৰিলে ছাত্ৰ নেতা বাছেৰ আলীক 
📌APSC ৰ দূৰ্নীতিৰ বিৰুদ্ধে গোৱালপাৰা মহাবিদ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰি থকা অৱস্থাতে ছাত্ৰ নেতা বাছেৰ আলীক জিলা প্ৰশাসনে আটক কৰে
    user_Pratidin Talks
    Pratidin Talks
    Local News Reporter লক্ষীপুৰ, গোৱালপাৰা, অসম•
    21 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.