logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

বেলপাৰা গাঁৱৰ উদ্যমী যুৱক জনে ঘৰতে খুলিছে ভি আৰ এণ্টাৰপ্ৰাইজ নামৰ উদ্যোগ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত ১২ নং ডিৰ্মা জাখিলী পৰিষদীয় সমষ্টিৰ বেলপাৰা গাঁৱৰ উদ্যমী যুৱক জনে ঘৰতে খুলিছে ভি আৰ এণ্টাৰপ্ৰাইজ নামৰ উদ্যোগ। তৈয়াৰ কৰিছে তামোল গছৰ পাতৰ‌ পৰা পেল্ট , শাল গছৰ পাতৰ পৰা তৈয়াৰ কৰিছে চাহ কাপ আদি।

2 hrs ago
user_Kuldeep Rabha
Kuldeep Rabha
Photographer দুধনাই, গোৱালপাৰা, অসম•
2 hrs ago

বেলপাৰা গাঁৱৰ উদ্যমী যুৱক জনে ঘৰতে খুলিছে ভি আৰ এণ্টাৰপ্ৰাইজ নামৰ উদ্যোগ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত ১২ নং ডিৰ্মা জাখিলী পৰিষদীয় সমষ্টিৰ বেলপাৰা গাঁৱৰ উদ্যমী যুৱক জনে ঘৰতে খুলিছে ভি আৰ এণ্টাৰপ্ৰাইজ নামৰ উদ্যোগ। তৈয়াৰ কৰিছে তামোল গছৰ পাতৰ‌ পৰা পেল্ট , শাল গছৰ পাতৰ পৰা তৈয়াৰ কৰিছে চাহ কাপ আদি।

More news from অসম and nearby areas
  • ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত ১২ নং ডিৰ্মা জাখিলী পৰিষদীয় সমষ্টিৰ বেলপাৰা গাঁৱৰ উদ্যমী যুৱক জনে ঘৰতে খুলিছে ভি আৰ এণ্টাৰপ্ৰাইজ নামৰ উদ্যোগ। তৈয়াৰ কৰিছে তামোল গছৰ পাতৰ‌ পৰা পেল্ট , শাল গছৰ পাতৰ পৰা তৈয়াৰ কৰিছে চাহ কাপ আদি।
    1
    ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত ১২ নং ডিৰ্মা জাখিলী পৰিষদীয় সমষ্টিৰ বেলপাৰা গাঁৱৰ উদ্যমী যুৱক জনে ঘৰতে খুলিছে ভি আৰ এণ্টাৰপ্ৰাইজ নামৰ উদ্যোগ। তৈয়াৰ কৰিছে তামোল গছৰ পাতৰ‌ পৰা পেল্ট , শাল গছৰ পাতৰ পৰা তৈয়াৰ কৰিছে চাহ কাপ আদি।
    user_Kuldeep Rabha
    Kuldeep Rabha
    Photographer দুধনাই, গোৱালপাৰা, অসম•
    2 hrs ago
  • বৰপেটা জিলাৰ ২২ নং মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বাংকাভাঙ্গাত কলগাছিয়া মণ্ডলৰ সভাপতি তথা মন্দিয়া বিধানসভা সমষ্টিৰ বিজেপি দলৰ টিকট প্ৰত্যাশী শ্ৰী বাদল চন্দ্ৰ আৰ্য্যৰ নেতৃত্বত বিভিন্ন অঞ্চলৰ প্ৰায় ৫০ গৰাকী যুৱ ভোটাৰে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিক ভাৱে বিজেপি দলত লোক যোগদান কৰে। #বিজেপি #24Newz #NewsUpdate #newsassam #followersシ゚ #BreakingNews #viralvideochallenge
    1
    বৰপেটা জিলাৰ ২২ নং মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বাংকাভাঙ্গাত কলগাছিয়া মণ্ডলৰ সভাপতি তথা মন্দিয়া বিধানসভা সমষ্টিৰ বিজেপি দলৰ টিকট প্ৰত্যাশী শ্ৰী বাদল চন্দ্ৰ আৰ্য্যৰ নেতৃত্বত বিভিন্ন অঞ্চলৰ প্ৰায় ৫০ গৰাকী যুৱ ভোটাৰে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিক ভাৱে বিজেপি দলত লোক যোগদান কৰে।
#বিজেপি #24Newz #NewsUpdate #newsassam #followersシ゚ #BreakingNews #viralvideochallenge
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    13 hrs ago
  • 📌 চোৰাং গৰু ব্যৱসায়ৰ লগত জড়িত কোন ? 📌 অকল চোৰাং গৰু নে ? 📌 চাউলৰ ট্ৰাক, তেলৰ টেংকাৰৰ পৰাও লয় টকা 📌 কোনে লয় টকা ? 📌 নিজৰ দলৰ সভাপতিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ স্বয়ং দলৰ সদস্যৰ শুনক কি কি ভয়ংকৰ অভিযোগ ?
    1
    📌 চোৰাং গৰু ব্যৱসায়ৰ লগত জড়িত কোন ?
📌 অকল চোৰাং গৰু নে ? 
📌 চাউলৰ ট্ৰাক, তেলৰ টেংকাৰৰ পৰাও লয় টকা 
📌 কোনে লয় টকা ?
📌 নিজৰ দলৰ সভাপতিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ স্বয়ং দলৰ সদস্যৰ
শুনক কি কি ভয়ংকৰ অভিযোগ ?
    user_NeTV - North East TV
    NeTV - North East TV
    Media house কলগাছিয়া, বৰপেটা, অসম•
    15 hrs ago
  • 📌২৬ ৰ নিৰ্বাচনত জলেশ্বৰ সমষ্টিত এ আই ইউ ডি এফ দলৰ পৰা যুঁজ দিবলৈ সাজু শ্বৰীফ মহম্মদ জিন্না
    1
    📌২৬ ৰ নিৰ্বাচনত  জলেশ্বৰ সমষ্টিত এ আই ইউ ডি এফ দলৰ পৰা যুঁজ দিবলৈ সাজু শ্বৰীফ মহম্মদ জিন্না
    user_Pratidin Talks
    Pratidin Talks
    Local News Reporter লক্ষীপুৰ, গোৱালপাৰা, অসম•
    19 hrs ago
  • ছয়গাঁৱত অগপৰ গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত হয়। য'ত উপস্থিত থাকে ৰাজ্যিক পৰ্যায়ৰ লগতে জিলা পৰ্যায়ৰ নেতা কৰ্মী।
    1
    ছয়গাঁৱত অগপৰ গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত হয়। য'ত উপস্থিত থাকে ৰাজ্যিক পৰ্যায়ৰ লগতে জিলা পৰ্যায়ৰ নেতা কৰ্মী।
    user_প্ৰতিটো খবৰ ছয়গাঁও
    প্ৰতিটো খবৰ ছয়গাঁও
    ছয়গাঁও, কামৰূপ, অসম•
    20 hrs ago
  • DHUBRI GAURIPUR BREAKING ধুবুৰী গৌৰীপুৰৰ বলদমাৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। ১৭নং ৰাষ্ট্রীয় ঘাইপথৰ দুখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত এজন চালক নিহত হোৱাৰ লগতে দুজন গুৰুতৰ ভাবে আহত । নিহত চালকজনৰ মৃত্যুদেহ প্ৰায়দুঘন্টা ট্ৰাকৰ ভিতৰত আবদ্ধহৈ থাকে। অৱশেষত এক্সেভেটাৰৰ সহায়ত চালকজনৰ মৃত্যুদেহ উদ্ধাৰ। আহত দুজনক সংকটঃজনক অৱস্থাত DMCHলৈ প্ৰেৰণ। ট্ৰাক দুখনৰ নম্বৰ ক্ৰমে AS-15-BC-1378 আনখন WB-41-J-0157
    1
    DHUBRI GAURIPUR BREAKING
ধুবুৰী গৌৰীপুৰৰ বলদমাৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা।
১৭নং ৰাষ্ট্রীয় ঘাইপথৰ দুখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ।
দুৰ্ঘটনাত এজন চালক নিহত হোৱাৰ লগতে দুজন গুৰুতৰ ভাবে আহত ।
নিহত চালকজনৰ মৃত্যুদেহ প্ৰায়দুঘন্টা ট্ৰাকৰ ভিতৰত আবদ্ধহৈ থাকে।
অৱশেষত এক্সেভেটাৰৰ সহায়ত চালকজনৰ মৃত্যুদেহ উদ্ধাৰ।
আহত দুজনক সংকটঃজনক অৱস্থাত DMCHলৈ প্ৰেৰণ।
ট্ৰাক দুখনৰ নম্বৰ ক্ৰমে AS-15-BC-1378 আনখন WB-41-J-0157
    user_Dhubri News AS
    Dhubri News AS
    Local News Reporter আঠানি, ধুবুৰী, অসম•
    17 min ago
  • ধুবুৰী বিধানসভা সমষ্টিত নিৰ্বাচন খেলাৰ বাবে চলাইছে প্ৰস্তুতি। ধুবুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ধৰ্মশালা অঞ্চলত প্ৰাক্তন মন্ত্ৰী নজিবুল উমৰে কংগ্ৰেছৰ এখন নিৰ্বাচনী প্ৰচাৰ চলাই এ আই ইউ ডি এফক উফৰাই পেলোৱাৰ সংকল্প লৈ আজিৰে পৰা আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ। কংগ্ৰেছৰ যুৱ প্ৰাৰ্থী সকলৰ মনোবল বৃদ্ধি কৰিবলৈ প্ৰাক্তন মন্ত্ৰী নজিবুল উমৰে নিজে এজন আশাবাদী প্ৰাৰ্থী ৰূপে নিৰ্বাচনী প্ৰচাৰৰ ৰণডংকা বজালে কংগ্ৰেছৰ হৈ। ধুবুৰী বিধানসভা সমষ্টিত যিজন প্ৰাৰ্থীক দলীয় টিকট প্ৰদান কৰিব তেওঁক যাতে ৰাইজে বিপুল ভোটত জয়ী কৰে আৰু এ আই ইউ ডি এফক যাতে ধুবুৰীৰ পৰা উৎখাত কৰি পেলায় তাৰবাবে ৰাইজক সজাগ কৰি আজিৰ এই নিৰ্বাচনী প্ৰচাৰ চলায় বুলি সদৰী কৰে প্ৰাক্তন মন্ত্ৰী নজিবুল উমৰে।
    1
    ধুবুৰী বিধানসভা সমষ্টিত নিৰ্বাচন খেলাৰ বাবে চলাইছে প্ৰস্তুতি।
ধুবুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ধৰ্মশালা অঞ্চলত প্ৰাক্তন মন্ত্ৰী নজিবুল উমৰে কংগ্ৰেছৰ এখন নিৰ্বাচনী প্ৰচাৰ চলাই এ আই ইউ ডি এফক উফৰাই পেলোৱাৰ সংকল্প লৈ আজিৰে পৰা আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ।
কংগ্ৰেছৰ যুৱ প্ৰাৰ্থী সকলৰ মনোবল বৃদ্ধি কৰিবলৈ প্ৰাক্তন মন্ত্ৰী নজিবুল উমৰে নিজে এজন আশাবাদী প্ৰাৰ্থী ৰূপে নিৰ্বাচনী প্ৰচাৰৰ ৰণডংকা বজালে কংগ্ৰেছৰ হৈ।
ধুবুৰী বিধানসভা সমষ্টিত যিজন প্ৰাৰ্থীক দলীয় টিকট প্ৰদান কৰিব তেওঁক যাতে ৰাইজে বিপুল ভোটত জয়ী কৰে আৰু এ আই ইউ ডি এফক যাতে ধুবুৰীৰ পৰা উৎখাত কৰি পেলায় তাৰবাবে ৰাইজক সজাগ কৰি আজিৰ এই নিৰ্বাচনী প্ৰচাৰ চলায় বুলি সদৰী কৰে প্ৰাক্তন মন্ত্ৰী নজিবুল উমৰে।
    user_Amar Dhubri
    Amar Dhubri
    Media house আঠানি, ধুবুৰী, অসম•
    3 hrs ago
  • বৰপেটা জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক ফাৰুক খানে আজি কলগাছিয়াত উপস্থিত হৈ ইছলাম ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ ৰমজান মাহ উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ সমগ্ৰ অসমবাসীৰ লগতে ২২ নং নৱ গঠিত মন্দিয়া সমষ্টিৰ ভোটাৰ ৰাইজলৈও জ্ঞাপন কৰিছে ৰমজানৰ শুভেচ্ছা। ৰমজান উপলক্ষে অসমত শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ কামনা কৰিছে নেতা গৰাকীয়ে।
    1
    বৰপেটা জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক ফাৰুক খানে আজি কলগাছিয়াত উপস্থিত হৈ ইছলাম ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ ৰমজান মাহ উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ সমগ্ৰ অসমবাসীৰ লগতে ২২ নং নৱ গঠিত মন্দিয়া সমষ্টিৰ ভোটাৰ ৰাইজলৈও জ্ঞাপন কৰিছে ৰমজানৰ শুভেচ্ছা। ৰমজান উপলক্ষে অসমত শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ কামনা কৰিছে নেতা গৰাকীয়ে।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    17 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.