Shuru
Apke Nagar Ki App…
DHUBRI GAURIPUR BREAKING ধুবুৰী গৌৰীপুৰৰ বলদমাৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। ১৭নং ৰাষ্ট্রীয় ঘাইপথৰ দুখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত এজন চালক নিহত হোৱাৰ লগতে দুজন গুৰুতৰ ভাবে আহত । DHUBRI GAURIPUR BREAKING ধুবুৰী গৌৰীপুৰৰ বলদমাৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। ১৭নং ৰাষ্ট্রীয় ঘাইপথৰ দুখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত এজন চালক নিহত হোৱাৰ লগতে দুজন গুৰুতৰ ভাবে আহত । নিহত চালকজনৰ মৃত্যুদেহ প্ৰায়দুঘন্টা ট্ৰাকৰ ভিতৰত আবদ্ধহৈ থাকে। অৱশেষত এক্সেভেটাৰৰ সহায়ত চালকজনৰ মৃত্যুদেহ উদ্ধাৰ। আহত দুজনক সংকটঃজনক অৱস্থাত DMCHলৈ প্ৰেৰণ। ট্ৰাক দুখনৰ নম্বৰ ক্ৰমে AS-15-BC-1378 আনখন WB-41-J-0157
Dhubri News AS

More news from অসম and nearby areas
- DHUBRI GAURIPUR BREAKING ধুবুৰী গৌৰীপুৰৰ বলদমাৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। ১৭নং ৰাষ্ট্রীয় ঘাইপথৰ দুখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত এজন চালক নিহত হোৱাৰ লগতে দুজন গুৰুতৰ ভাবে আহত । নিহত চালকজনৰ মৃত্যুদেহ প্ৰায়দুঘন্টা ট্ৰাকৰ ভিতৰত আবদ্ধহৈ থাকে। অৱশেষত এক্সেভেটাৰৰ সহায়ত চালকজনৰ মৃত্যুদেহ উদ্ধাৰ। আহত দুজনক সংকটঃজনক অৱস্থাত DMCHলৈ প্ৰেৰণ। ট্ৰাক দুখনৰ নম্বৰ ক্ৰমে AS-15-BC-1378 আনখন WB-41-J-01571
- ধুবুৰী বিধানসভা সমষ্টিত নিৰ্বাচন খেলাৰ বাবে চলাইছে প্ৰস্তুতি। ধুবুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ধৰ্মশালা অঞ্চলত প্ৰাক্তন মন্ত্ৰী নজিবুল উমৰে কংগ্ৰেছৰ এখন নিৰ্বাচনী প্ৰচাৰ চলাই এ আই ইউ ডি এফক উফৰাই পেলোৱাৰ সংকল্প লৈ আজিৰে পৰা আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ। কংগ্ৰেছৰ যুৱ প্ৰাৰ্থী সকলৰ মনোবল বৃদ্ধি কৰিবলৈ প্ৰাক্তন মন্ত্ৰী নজিবুল উমৰে নিজে এজন আশাবাদী প্ৰাৰ্থী ৰূপে নিৰ্বাচনী প্ৰচাৰৰ ৰণডংকা বজালে কংগ্ৰেছৰ হৈ। ধুবুৰী বিধানসভা সমষ্টিত যিজন প্ৰাৰ্থীক দলীয় টিকট প্ৰদান কৰিব তেওঁক যাতে ৰাইজে বিপুল ভোটত জয়ী কৰে আৰু এ আই ইউ ডি এফক যাতে ধুবুৰীৰ পৰা উৎখাত কৰি পেলায় তাৰবাবে ৰাইজক সজাগ কৰি আজিৰ এই নিৰ্বাচনী প্ৰচাৰ চলায় বুলি সদৰী কৰে প্ৰাক্তন মন্ত্ৰী নজিবুল উমৰে।1
- তামাৰহাটত ভয়ংকৰ পথ দুৰ্ঘটনা। কথমপি প্ৰাণ ৰক্ষা চালক হেণ্ডিমেনৰ। নিয়ন্ত্ৰণ হেৰুৱাই ১২৭ নম্বৰ(বি) ৰাষ্ট্ৰীয় ঘাই পথৰ মথাউৰিত বাগৰি পৰে শিল ভৰ্তি ডাম্পাৰ ::2
- 📌২৬ ৰ নিৰ্বাচনত জলেশ্বৰ সমষ্টিত এ আই ইউ ডি এফ দলৰ পৰা যুঁজ দিবলৈ সাজু শ্বৰীফ মহম্মদ জিন্না1
- ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত ১২ নং ডিৰ্মা জাখিলী পৰিষদীয় সমষ্টিৰ বেলপাৰা গাঁৱৰ উদ্যমী যুৱক জনে ঘৰতে খুলিছে ভি আৰ এণ্টাৰপ্ৰাইজ নামৰ উদ্যোগ। তৈয়াৰ কৰিছে তামোল গছৰ পাতৰ পৰা পেল্ট , শাল গছৰ পাতৰ পৰা তৈয়াৰ কৰিছে চাহ কাপ আদি।1
- বৰপেটা জিলাৰ ২২ নং মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বাংকাভাঙ্গাত কলগাছিয়া মণ্ডলৰ সভাপতি তথা মন্দিয়া বিধানসভা সমষ্টিৰ বিজেপি দলৰ টিকট প্ৰত্যাশী শ্ৰী বাদল চন্দ্ৰ আৰ্য্যৰ নেতৃত্বত বিভিন্ন অঞ্চলৰ প্ৰায় ৫০ গৰাকী যুৱ ভোটাৰে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিক ভাৱে বিজেপি দলত লোক যোগদান কৰে। #বিজেপি #24Newz #NewsUpdate #newsassam #followersシ゚ #BreakingNews #viralvideochallenge1
- 📌 চোৰাং গৰু ব্যৱসায়ৰ লগত জড়িত কোন ? 📌 অকল চোৰাং গৰু নে ? 📌 চাউলৰ ট্ৰাক, তেলৰ টেংকাৰৰ পৰাও লয় টকা 📌 কোনে লয় টকা ? 📌 নিজৰ দলৰ সভাপতিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ স্বয়ং দলৰ সদস্যৰ শুনক কি কি ভয়ংকৰ অভিযোগ ?1
- বৰপেটা জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক ফাৰুক খানে আজি কলগাছিয়াত উপস্থিত হৈ ইছলাম ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ ৰমজান মাহ উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ সমগ্ৰ অসমবাসীৰ লগতে ২২ নং নৱ গঠিত মন্দিয়া সমষ্টিৰ ভোটাৰ ৰাইজলৈও জ্ঞাপন কৰিছে ৰমজানৰ শুভেচ্ছা। ৰমজান উপলক্ষে অসমত শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ কামনা কৰিছে নেতা গৰাকীয়ে।1