Shuru
Apke Nagar Ki App…
Exit Polls এ চৰকাৰী পক্ষত কথা কয়:অখিল গগৈ Exit Polls বিজ্ঞানসন্মত নহয়: অখিল *অখিল গগৈৰ বৃহৎ মন্তব্য* ♦️"Exit Polls এ যি কয় কৈ থাকক"। ♦️"চৰকাৰ বিৰোধীৰ হ’ব"। ♦️ ষ্ট্ৰং ৰূমসমূহ সঠিকভাৱে পহৰা দি থাকিবলৈ আহ্বান অখিল গগৈৰ
DSL LIVE
Exit Polls এ চৰকাৰী পক্ষত কথা কয়:অখিল গগৈ Exit Polls বিজ্ঞানসন্মত নহয়: অখিল *অখিল গগৈৰ বৃহৎ মন্তব্য* ♦️"Exit Polls এ যি কয় কৈ থাকক"। ♦️"চৰকাৰ বিৰোধীৰ হ’ব"। ♦️ ষ্ট্ৰং ৰূমসমূহ সঠিকভাৱে পহৰা দি থাকিবলৈ আহ্বান অখিল গগৈৰ
More news from অসম and nearby areas
- কর্ণাটক কাম করা মানুষ কোন সহায় না পাওয়ার কারণে হয়তো আসাম থেকে কর্নাটকে আসছে আসামের কাম করা মানুষগুলোর কোন মূল্য নাই আশা মত এবং বেশি4
- ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান বিজ্ঞান শাখাত তামুলপুৰ জিলা। লগতে জিলা খনৰ ভিতৰতে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় শীৰ্ষস্থান দখল।1
- বাক্সা জিলাৰ খাৰিজা বিজনীৰ কাহিতামা পথাৰত নিৰ্মাণাধীন 'আয়ুষ্মান আৰোগ্য মন্দিৰ'ৰ কামত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। বিপুল দাস নামৰ এজন ঠিকাদাৰৰ তত্ত্বাৱধানত নিৰ্মাণ কৰা স্বাস্থ্য কেন্দ্ৰটোৰ কাম অতি নিম্নমানৰ হোৱা বুলি ৰাইজে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ।2
- Post by Jayanta Das4
- Post by Mahesh kumar das1
- Post by Mithun Rabha4
- ৰাজ্যৰ ভিতৰতে তামুলপুৰ জিলাই বানিজ্য শাখাই দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ৰাজ্যৰ ভিতৰত তামুলপুৰ জিলা ৰ বিজ্ঞান শাখাত 98.39% বানিজ্য শাখাত 98.95% কলা শাখাত 88.63% * অসমৰ ভিতৰত তামুলপুৰ জিলা বিজ্ঞান শাখাত প্ৰথম স্থান * বানিজ্য শাখাত দ্বিতীয় স্থান * কলা শাখাত পঞ্চম স্থান তামুলপুৰ বানিজ্য মহাবিদ্যালয়ৰ জ্যোটিকা বড়োই অৰ্থনৈতিক ভূগোল বিষয়ত ৰাজ্যৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইপিনে তামুলপুৰ কমাৰ্চ কলেজৰ পৰা ১০০% উত্তীৰ্ণ হবলৈ সক্ষম হৈছে ৷ ১৪৬ গৰাকী পৰীক্ষাত অৱতীৰ্ণ হৈ ১৪৬ গৰাকীয়ে উত্তীৰ্ণ হবলৈ সক্ষম হৈছে ৷ ইয়াৰে প্ৰথম বিভাগত ৮৭ গৰাকী দ্বিতীয় বিভাগত ৫১ তৃতীয় ৮ গৰাকীয়ে লাভ কৰে ৷1
- Post by Mithun Rabha1
- উৰুখা পঁজাৰ পৰা জুয়ে পোৰা সোণ হৈ জিলিকিল বাক্সাৰ পূৱ খাগ্ৰাবাৰীৰ বৰষা নাথ। পিতৃ দিন হাজিৰা কৰি পঢ়ুৱাইছিল সন্তানক। ৯১.৮ শতাংশ নম্বৰ লাভ কৰি আটাইকেইটা বিষয়ত লেটাৰ মাৰ্ক লৈ ডিষ্টিংচন সহ উত্তীৰ্ণ হয় মেধাৱী ছাত্ৰী গৰাকী। সফলতা লাভত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে বুলি স্বীকাৰ কৰে মেধাৱী ছাত্ৰী বৰষাই।1