শিৱসাগৰৰ ডিমৌৰ বিশিষ্ট চিকিৎসক তথা সৰ্প বিশেষজ্ঞ ড° সুৰজিৎ গিৰিৰ সজাগতাৰ বাবে একগোট সৰ্পবান্ধৱ সৌৰভ বৰকটকীৰ সৈতে। 👉অসমত বিষাক্ত সাপৰ শ্ৰেণী সাতবিধলৈ বৃদ্ধি পাইছে। ৰাজ্যত সাপৰ সংৰক্ষণ আৰু সৰ্পদংশনৰ চিকিৎসাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিত জড়িত শিৱসাগৰৰ ডিমৌৰ বিশিষ্ট চিকিৎসক তথা দুই বিশেষ ব্যক্তিৰ সৈতে এক ব্যতিক্ৰমী মিলন ঘটে। বিশিষ্ট চিকিৎসক তথা সৰ্প বিশেষজ্ঞ ড° সুৰজিৎ গিৰিয়ে আজি সৰ্পবান্ধৱ সৌৰভ বৰকটকীৰ বাসগৃহত উপস্থিত হৈ তেওঁ ৰচনা কৰা ‘ভেনম আৰ্মী’ (Venom Army) নামৰ গ্ৰন্থখন উপহাৰ হিচাপে আগবঢ়ায়। সাক্ষাৎকালত সদৰী কৰে যে, ৰাছেল ভাইপাৰৰ আৱিৰ্ভাৱৰ পাছত বৰ্তমান অসমত বিষাক্ত সাপৰ শ্ৰেণী সাতবিধলৈ বৃদ্ধি পাইছে। ইতিমধ্যে তেজপুৰ, বঙাইগাঁও আৰু কোকৰাঝাৰত এই সাপৰ দংশনত ১১ জন লোক আক্ৰান্ত হৈছে। আজিৰ এই অনুষ্ঠানত ‘প্ৰকৃতি’ৰ সভাপতি টুটুমনি কলিতাই চিকিৎসকগৰাকীক সম্বৰ্দ্ধনা জ্ঞাপন কৰে।

- ৰাজ্যত সাপৰ সংৰক্ষণ আৰু সৰ্পদংশনৰ চিকিৎসাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিত জড়িত শিৱসাগৰৰ ডিমৌৰ বিশিষ্ট চিকিৎসক তথা দুই বিশেষ ব্যক্তিৰ সৈতে এক ব্যতিক্ৰমী মিলন ঘটে। বিশিষ্ট চিকিৎসক তথা সৰ্প বিশেষজ্ঞ ড° সুৰজিৎ গিৰিয়ে আজি সৰ্পবান্ধৱ সৌৰভ বৰকটকীৰ বাসগৃহত উপস্থিত হৈ তেওঁ ৰচনা কৰা ‘ভেনম আৰ্মী’ (Venom Army) নামৰ গ্ৰন্থখন উপহাৰ হিচাপে আগবঢ়ায়। সাক্ষাৎকালত সদৰী কৰে যে, ৰাছেল ভাইপাৰৰ আৱিৰ্ভাৱৰ পাছত বৰ্তমান অসমত বিষাক্ত সাপৰ শ্ৰেণী সাতবিধলৈ বৃদ্ধি পাইছে। ইতিমধ্যে তেজপুৰ, বঙাইগাঁও আৰু কোকৰাঝাৰত এই সাপৰ দংশনত ১১ জন লোক আক্ৰান্ত হৈছে। আজিৰ এই অনুষ্ঠানত ‘প্ৰকৃতি’ৰ সভাপতি টুটুমনি কলিতাই চিকিৎসকগৰাকীক সম্বৰ্দ্ধনা জ্ঞাপন কৰে।1
- ১৯৮ বছৰৰ পাছত চৰাইদেউৰ লাংকুৰী দেওশালণ চোমদেও পূজা অৰ্পণ। ১৭ ফাগুন ত্তাঈ পূৰ্ণিমা লগত সংগতি ৰাখি ধেমাজি জিলাৰ হাতীগড় ফুৰালং সংঘৰ উদ্যোগত আৰু চৰাইদেউ আমাৰ গৌৰৱ নামৰ এক স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত চৰাইদেউ লাংকুৰী দেওশালত চূম-ফ্ৰা ৰূং -ছেং মিয়ুং তথা চোমদেউক পূজা আগবঢ়োৱা হয়।সমগ্ৰ পূজা ভাগ আয়োজনত অংশগ্ৰহণ কৰে ধেমাজি, লক্ষিমপুৰ জিলাৰ পৰা অহা ৩ শতাধিক লোকে1
- অসম মহোৎসৱ যোৱা ২৩ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈ ৯মাৰ্চত অন্ত পৰিব৷1
- असम: TISS के गर्ल्स हॉस्टल के बाथरूम में साबुन के पैकेट में स्पाई कैमरा, नहाने गई छात्रा ने देखा तो उड़े होश असम के गुवाहाटी में स्थित टाटा सामाजिक विज्ञान संस्थान (टीएसआईएसएस) के गर्ल्स हॉस्टल में एक हैरान कर देने वाला मामला सामने आया है। यहां हॉस्टल के बाथरूम के अंदर साबुन के पैकेट में छिपा हुआ कैमरा मिला। इस घटना के सामना आने के बाद छात्रों में गुस्सा और डर का माहौल है। छात्राओं ने इस घटना के बाद कड़ी कार्रवाई की मांग की है। अब टीएसआईएसएस के अधिकारी इस बात का पता लगाने की कोशिश कर रहे हैं कि यह घिनौनी हरकत किसने और क्यों की है। फिलहाल मामले की जांच की जा रही है।1
- গোলাঘাট নগৰৰ শান্তিপুৰত ড্ৰাগছ সহ দুজন আৰক্ষীৰ জালত । মেৰাপানীৰ ২ জন লোকক ড্ৰাগছ সহ AS05Z0264 নম্বৰৰ এখন Hero X Pulse বাইক আৰু ১২.১১ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰে। লোক দুজন মেৰাপানী ভেলৌগুৰিৰ ছালামউদ্দিন আহমেদ আৰু বুবুল হুছেইন বুলি জানিব পৰা গৈছে।1
- তিনিচুকীয়াৰ আনন্দ নগৰৰ বাসিন্দা বিনয় মিশ্ৰৰ ঘৰত সোমবাৰে দিনৰ ভাগত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত প্ৰায় ১৬টা ভাড়া ঘৰ ভস্মীভূত হয় ৷ দুখৰ সমভাগী হ’বলৈ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণে। ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে কথা পাতি তেওঁলোকক সাহস আৰু শান্তনা প্ৰদান কৰাৰ লগতে তাৎক্ষণিক সহায় আগবঢ়োৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে বিধায়কগৰাকীয়ে। সমান্তৰালভাৱে আগন্তুক দিনত যাতে এনে ঘটনা পুনৰ নঘটে তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ নিৰ্দেশ প্ৰদান কৰে বিধায়কগৰাকীয়ে।1
- Post by Trinayan Bora1
- ২২ লাখ বহিৰাগত বিহাৰী সম্প্ৰদায়ৰ লোকৰ বাবে অসম বিধানসভাত ৬ খন আসন সংৰক্ষণৰ দাবী এক হাস্যকৰ কথা। তাৰ বিপৰীতে ৮০০ বছৰীয়া ইতিহাস সমৃদ্ধ ৪০ লাখ অসমীয়া মুছলমানৰ বাবে আজিও বিধানসভা, লোকসভা আৰু ৰাজ্যসভাৰ এজনো প্ৰতিনিধি নথকাটো অতি দুৰ্ভাগ্যজনক। ৪০ লাখ অসমীয়া মুছলমানৰ বাবে অসম বিধানসভাত ৫ খন আসনৰ লগতে ৰাজ্যসভাত এখন আসন সংৰক্ষণৰ দাবী উত্থাপন কৰে উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মনিৰুল ইছলাম বড়াই।1