logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

xbi nbc xxmbcbbb x c cbç cbxçbcbçç cz xbcmx

7 hrs ago
user_Chanda Simolia
Chanda Simolia
আমগুৰি, শিৱসাগৰ, অসম•
7 hrs ago

xbi nbc xxmbcbbb x c cbç cbxçbcbçç cz xbcmx

More news from Sivasagar and nearby areas
  • Post by Topon Tamuli Musical
    1
    Post by Topon Tamuli Musical
    user_Topon Tamuli Musical
    Topon Tamuli Musical
    Singer Sibsagar, Sivasagar•
    10 hrs ago
  • গেলেকীৰ মৰাণ গাঁৱৰ নিবাসী এজন লোকৰ ভঁৰালত নিশা ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়।অগ্নিকাণ্ডৰ ফলত ভঁৰালত মজুত কৰি থোৱা প্ৰায় ১২ বিঘা মাটিৰ ধান সম্পূৰ্ণৰূপে জাহ যায়। কোনো দুৰ্বৃত্তই পৰিকল্পিতভাৱে এই অগ্নিসংযোগ কৰা বুলি ভুক্তভোগী পৰিয়ালে অভিযোগ উত্থাপন কৰিছে।অগ্নিনিবাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন কৰা হয় যদিও ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালে ইতিমধ্যে গেলেকী থানাত এখন এজাহাৰ দাখিল কৰিছে।
    4
    গেলেকীৰ মৰাণ গাঁৱৰ নিবাসী এজন লোকৰ ভঁৰালত নিশা ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়।অগ্নিকাণ্ডৰ ফলত ভঁৰালত মজুত কৰি থোৱা প্ৰায় ১২ বিঘা মাটিৰ ধান সম্পূৰ্ণৰূপে জাহ যায়। কোনো দুৰ্বৃত্তই পৰিকল্পিতভাৱে এই অগ্নিসংযোগ কৰা বুলি ভুক্তভোগী পৰিয়ালে অভিযোগ উত্থাপন কৰিছে।অগ্নিনিবাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন কৰা হয় যদিও ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালে ইতিমধ্যে গেলেকী থানাত এখন এজাহাৰ দাখিল কৰিছে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    11 hrs ago
  • চলিত কাৰ্যকালৰে অন্তিম অধিৱেশনত আজি এক বিশেষ পৰিবেশৰ সৃষ্টি হৈছিল। এই পবিত্ৰ সদনত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজ্যিৎ দৈমাৰীয়ে নিজ হাতেৰে প্ৰতিজন সদস্যক একোটাকৈ উপহাৰ টোপোলা প্ৰদান কৰি সকলোকে সন্মানিত কৰে। অধ্যক্ষ পৰা এই উপহাৰ গ্ৰহণ কৰে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ।
    1
    চলিত কাৰ্যকালৰে  অন্তিম অধিৱেশনত আজি এক বিশেষ পৰিবেশৰ সৃষ্টি হৈছিল। এই পবিত্ৰ সদনত  অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজ্যিৎ দৈমাৰীয়ে নিজ হাতেৰে প্ৰতিজন সদস্যক একোটাকৈ উপহাৰ টোপোলা প্ৰদান কৰি সকলোকে সন্মানিত কৰে।
অধ্যক্ষ  পৰা এই উপহাৰ গ্ৰহণ কৰে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    8 hrs ago
  • তেন্তে জানিব যে তেওঁ মানুহ আৰু জনগণৰ বাবে কাম কৰা নাই! লুৰিণ জ্যোতি গগৈ
    1
    তেন্তে জানিব যে তেওঁ মানুহ আৰু জনগণৰ বাবে কাম কৰা নাই!
লুৰিণ জ্যোতি গগৈ
    user_Lalukor Batori
    Lalukor Batori
    Teacher ধকুৱাখানা (পিটি), লখিমপুৰ, অসম•
    19 hrs ago
  • লখিমপুৰত ৫৩  সংখ্যক উত্তৰ লখিমপুৰ কেন্দ্ৰীয় আলি আ:আয়ে লৃগাং উদ্‌যাপন
    5
    লখিমপুৰত ৫৩  সংখ্যক উত্তৰ লখিমপুৰ কেন্দ্ৰীয় আলি আ:আয়ে লৃগাং উদ্‌যাপন
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist উত্তৰ লখিমপুৰ, লখিমপুৰ, অসম•
    11 hrs ago
  • ৩ হাজাৰ টকাৰ বাবে হত্যা কৰিলে শ্লোক মল্লিক নামৰ ছাত্ৰজনক। গোলাঘাট আৰক্ষীয়ে বৰপথাৰৰ পৰা গ্ৰেপ্তাৰ কৰে তিনি কিশোৰক। উল্লেখ্য, মঙলবাৰে গোলাঘাট নগৰৰ বেঙেনাখোৱা অঞ্চলৰ বাঁহনিৰ মাজত উদ্ধাৰ হৈছিল ছাত্ৰজনক মৃতদেহ। প্ৰবীণ কুমাৰ দাস, গোলাঘাট।
    1
    ৩ হাজাৰ টকাৰ বাবে হত্যা কৰিলে শ্লোক মল্লিক নামৰ ছাত্ৰজনক।
গোলাঘাট আৰক্ষীয়ে বৰপথাৰৰ পৰা গ্ৰেপ্তাৰ কৰে তিনি কিশোৰক।
উল্লেখ্য, মঙলবাৰে গোলাঘাট নগৰৰ বেঙেনাখোৱা অঞ্চলৰ বাঁহনিৰ মাজত উদ্ধাৰ হৈছিল ছাত্ৰজনক মৃতদেহ।
প্ৰবীণ কুমাৰ দাস, গোলাঘাট।
    user_Dibya Jyoti Saikia
    Dibya Jyoti Saikia
    Golaghat, Assam•
    12 hrs ago
  • Tinsukia Problems PC শাসকীয় চৰকাৰখনে উন্নয়নৰ ঢাকঢোল বজায় থকাৰ সময়তে তিনিচুকীয়াত সৰৱ হৈ পৰিছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তিনিচুকীয়া জিলা সমিতি ৷ তিনিচুকীয়া জিলাত স্থাপন কৰা তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত প্ৰয়োজনীয় চিকিৎসা ব্যৱস্থা নথকাৰ বাবে ৰোগীসকলক ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিব লগা হয় ৷ অতিসোনকালে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত পয্যাপ্ত চিকিৎসা ব্যৱস্থা প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাই সংগঠনটোৱে । সমান্তৰালভাৱে মাৰ্ঘেৰিটা সমজিলাৰ কঠালগুৰিস্থিত আদৰ্শ চিকিৎসালয়খনতো নাই পয্যাপ্ত পৰিমাণৰ চিকিৎসা ব্যৱস্থা। লগতে পেঙেৰী-টেকেৰীৰ আদৰ্শ চিকিৎসালয়খনো নিৰ্মাণৰত অৱস্থাতে আছে । স্থানীয় বিধায়কগৰাকীয়ে চিকিৎসালয়খন মুকলিৰ কাৰণে কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে। গতিকে অতিসোনকালে যদি জিলাখনৰ স্বাস্থ্যখণ্ডসমূহ উন্নত নকৰে সংগঠনটোৱে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে । ইয়াৰ লগতে তিনিচুকীয়া জিলাৰ গুইজান, কৰদৈগুৰীৰ গঢ়াখহনীয়া সমস্যা অতিসোনকালে সমাধান কৰিবলৈ সংবাদমেলৰ জৰিয়তে দাবী জনাই বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তিনিচুকীয়া জিলা সমিতিয়ে ।
    1
    Tinsukia Problems PC
শাসকীয় চৰকাৰখনে উন্নয়নৰ ঢাকঢোল বজায় থকাৰ সময়তে তিনিচুকীয়াত সৰৱ হৈ পৰিছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তিনিচুকীয়া জিলা সমিতি ৷
তিনিচুকীয়া জিলাত স্থাপন কৰা তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত প্ৰয়োজনীয় চিকিৎসা ব্যৱস্থা নথকাৰ বাবে ৰোগীসকলক ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিব লগা হয় ৷
অতিসোনকালে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত পয্যাপ্ত চিকিৎসা ব্যৱস্থা প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাই সংগঠনটোৱে ।
সমান্তৰালভাৱে মাৰ্ঘেৰিটা সমজিলাৰ কঠালগুৰিস্থিত আদৰ্শ চিকিৎসালয়খনতো নাই পয্যাপ্ত পৰিমাণৰ চিকিৎসা ব্যৱস্থা।
লগতে পেঙেৰী-টেকেৰীৰ আদৰ্শ চিকিৎসালয়খনো নিৰ্মাণৰত অৱস্থাতে আছে । স্থানীয় বিধায়কগৰাকীয়ে চিকিৎসালয়খন মুকলিৰ কাৰণে কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে।
গতিকে অতিসোনকালে যদি জিলাখনৰ স্বাস্থ্যখণ্ডসমূহ উন্নত নকৰে সংগঠনটোৱে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে । 
ইয়াৰ লগতে তিনিচুকীয়া জিলাৰ গুইজান, কৰদৈগুৰীৰ গঢ়াখহনীয়া সমস্যা অতিসোনকালে সমাধান কৰিবলৈ সংবাদমেলৰ জৰিয়তে দাবী জনাই বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তিনিচুকীয়া জিলা সমিতিয়ে ।
    user_Bibek Borah
    Bibek Borah
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    15 hrs ago
  • ​শিৱসাগৰ বিধানসভা সমষ্টিৰ যাতায়ত ব্যৱস্থাৰ আমূল পৰিৱৰ্তন আৰু গ্ৰাম্য আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে আজি এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।সমষ্টিটোৰ অন্তৰ্গত ৫ টাকৈ গুৰুত্বপূৰ্ণ পথৰ নিৰ্মাণ কাৰ্যৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে প্ৰাক্তন বিধায়ক তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিজেপিৰ তত্ত্বাৱধায়ক কুশল দুৱৰীয়ে।
    4
    ​শিৱসাগৰ বিধানসভা সমষ্টিৰ যাতায়ত ব্যৱস্থাৰ আমূল পৰিৱৰ্তন আৰু গ্ৰাম্য আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে আজি এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।সমষ্টিটোৰ অন্তৰ্গত ৫ টাকৈ গুৰুত্বপূৰ্ণ পথৰ নিৰ্মাণ কাৰ্যৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে প্ৰাক্তন বিধায়ক তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিজেপিৰ তত্ত্বাৱধায়ক কুশল দুৱৰীয়ে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    14 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.