logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

অসমীয়া চুটি ভিডিঅ, ৩০মাৰ্চ কমাৰবন্ধাৰ বামুণ গাঁৱৰ সংকট জনক অৱস্থা

4 hrs ago
user_Sri Gaurab Jyoti Saikia
Sri Gaurab Jyoti Saikia
Salesperson গোলাঘাট, গোলাঘাট, অসম•
4 hrs ago

অসমীয়া চুটি ভিডিঅ, ৩০মাৰ্চ কমাৰবন্ধাৰ বামুণ গাঁৱৰ সংকট জনক অৱস্থা

More news from Assam and nearby areas
  • ১০ নং বিলাসীপাৰা বিধানসভা সমষ্টিত কংগ্ৰেছত পদত্যাগৰ ছুনামি।
    1
    ১০ নং বিলাসীপাৰা বিধানসভা সমষ্টিত কংগ্ৰেছত পদত্যাগৰ ছুনামি।
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist North Lakhimpur, Assam•
    17 hrs ago
  • শিৱসাগৰৰ আমগুৰিৰ বৰুৱা পুখুৰীত অনুষ্ঠিত এক নিৰ্বাচনী সভাত উপস্থিত হৈ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে তীব্ৰ ৰাজনৈতিক সমালোচনা আগবঢ়ায়। উক্ত সভাত তেওঁ আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা আৰু শিৱসাগৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুশল দুৱৰী ওৰফে জয়ন্ত হাজৰিকাক কঠোৰ ভাষাৰে সমালোচনা কৰে। বিশেষকৈ কুশল দুৱৰীক তেওঁ 'হত্যাকাৰী' আখ্যা দি আক্ৰমণৰ লক্ষ্য কৰি লয়। ইয়াৰ লগতে মুখ্যমন্ত্রীৰ সৈতে তেওঁৰ টেলিফোনিক বাৰ্তালাপ হোৱা বুলি ভুৱা বাতৰি প্ৰচাৰ কৰা কাৰ্যক লৈ বিধায়কগৰাকীয়ে 'অসম লাইভ ২৪' আৰু 'NB নিউজ'ৰ দৰে সংবাদ মাধ্যমক কঠোৰ সকীয়নি প্ৰদান কৰে।
    2
    শিৱসাগৰৰ আমগুৰিৰ বৰুৱা পুখুৰীত অনুষ্ঠিত এক নিৰ্বাচনী সভাত উপস্থিত হৈ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে তীব্ৰ ৰাজনৈতিক সমালোচনা আগবঢ়ায়। উক্ত সভাত তেওঁ আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা আৰু শিৱসাগৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুশল দুৱৰী ওৰফে জয়ন্ত হাজৰিকাক কঠোৰ ভাষাৰে সমালোচনা কৰে। বিশেষকৈ কুশল দুৱৰীক তেওঁ 'হত্যাকাৰী' আখ্যা দি আক্ৰমণৰ লক্ষ্য কৰি লয়। ইয়াৰ লগতে মুখ্যমন্ত্রীৰ সৈতে তেওঁৰ টেলিফোনিক বাৰ্তালাপ হোৱা বুলি ভুৱা বাতৰি প্ৰচাৰ কৰা কাৰ্যক লৈ বিধায়কগৰাকীয়ে 'অসম লাইভ ২৪' আৰু 'NB নিউজ'ৰ দৰে সংবাদ মাধ্যমক কঠোৰ সকীয়নি প্ৰদান কৰে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    22 hrs ago
  • হলৌফুকন পঞ্চায়তৰ টেঙাপুখুৰী ৰঙ্গমঞ্চ, চুমনি ৰঙ্গমঞ্চ আৰু শিলিখাগুৰি ৰঙ্গমঞ্চত বিজেপিৰ তিনিখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰুজ দিহিঙীয়াই । সভাত উপস্থিত ৰাইজৰ আগত ভাষণ প্ৰসঙ্গত সকলোৰে সহযোগত মাহমৰাক নৱৰূপ দিবলৈ যৎপৰোনাস্তি প্ৰয়াস কৰিম বুলি মন্তব্য প্ৰাৰ্থী গৰাকীৰ ।
    1
    হলৌফুকন পঞ্চায়তৰ টেঙাপুখুৰী ৰঙ্গমঞ্চ, চুমনি ৰঙ্গমঞ্চ আৰু শিলিখাগুৰি ৰঙ্গমঞ্চত বিজেপিৰ তিনিখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰুজ দিহিঙীয়াই ।  সভাত উপস্থিত ৰাইজৰ আগত 
ভাষণ প্ৰসঙ্গত  সকলোৰে সহযোগত  মাহমৰাক নৱৰূপ দিবলৈ যৎপৰোনাস্তি প্ৰয়াস কৰিম বুলি মন্তব্য প্ৰাৰ্থী গৰাকীৰ ।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    2 hrs ago
  • জুড়িয়া কলোনি জালা কংগ্রেসের মিটিং
    1
    জুড়িয়া  কলোনি জালা কংগ্রেসের মিটিং
    user_Abul Bashar
    Abul Bashar
    ডবকা, হোজাই, অসম•
    17 hrs ago
  • Post by HOJAI JUGIJAN NEWS
    1
    Post by HOJAI JUGIJAN NEWS
    user_HOJAI JUGIJAN NEWS
    HOJAI JUGIJAN NEWS
    Local News Reporter Hojai, Assam•
    7 hrs ago
  • সোণাৰিত কংগ্ৰেছত খহনীয়া।নিৰ্বাচনী ধাম খুমিয়াৰ মাজতেই কংগ্ৰেছ দল ত্যাগ কৰি আজি বিজেপি দলত যোগদান চৰাইদেউ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা সোণাৰি টাউন ব্লকৰ তত্বাৱধায়ক জেষ্ঠ কংগ্ৰেছ নেতা বুলুমণি বৰঠাকুৰ ৰ।কংগ্ৰেছ দলে এক বিশেষ শ্ৰেণীক লৈ ৰাজনীতি আৰম্ভ কৰাৰ বাবেই দলত্যাগ জেষ্ঠ কংগ্ৰেছ কৰ্মী গৰাকীৰ।
    1
    সোণাৰিত কংগ্ৰেছত খহনীয়া।নিৰ্বাচনী ধাম খুমিয়াৰ মাজতেই কংগ্ৰেছ দল ত্যাগ কৰি আজি বিজেপি দলত যোগদান চৰাইদেউ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা সোণাৰি টাউন ব্লকৰ তত্বাৱধায়ক জেষ্ঠ কংগ্ৰেছ নেতা বুলুমণি বৰঠাকুৰ ৰ।কংগ্ৰেছ দলে এক বিশেষ শ্ৰেণীক লৈ ৰাজনীতি আৰম্ভ কৰাৰ বাবেই দলত্যাগ জেষ্ঠ কংগ্ৰেছ কৰ্মী গৰাকীৰ।
    user_Charaideo News & Entertainment
    Charaideo News & Entertainment
    সোণাৰি, চৰাইদেউ, অসম•
    9 hrs ago
  • শিৱসাগৰ বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী কুশল দুৱৰীয়ে আজি আমগুৰিত বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ গ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সূচনা কৰে। প্ৰচাৰৰ মাজতে বিধায়ক অখিল গগৈক লক্ষ্য কৰি দুৱৰীয়ে কয় যে যোৱাবাৰ শিৱসাগৰবাসীয়ে গগৈক উন্নয়নৰ বাবে নহয়, কেৱল কাৰাগাৰৰ পৰা উলিয়াবলৈহে নিৰ্বাচিত কৰিছিল। এইবাৰ ৰাইজে উন্নয়নৰ স্বাৰ্থত বিজেপিৰ পক্ষতেই ভোটদান কৰিব বুলি তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে।​অখিল গগৈয়ে কংগ্ৰেছৰ সহায়ত নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ চেষ্টা কৰা কাৰ্যক কটাক্ষ কৰি দুৱৰীয়ে কয় যে আকাশত চাং পাতি গগৈৰ কোনো লাভ নহয়। গগৈয়ে ৰাজহুৱা কৰা ৬১ জনীয়া তালিকাখনক মিছা বুলি অভিহিত কৰি তেওঁ প্ৰত্যাহ্বান জনায় যে যদিহে অভিযোগসমূহ সত্য হ’লহেঁতেন, তেন্তে ইমান দিনে কিয় কোনোবাই ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা নাই। আনকি অখিল গগৈৰ বিৰুদ্ধেও বিস্ফোৰক ব্যক্তিগত অভিযোগ উত্থাপন কৰি দুৱৰীয়ে কয় যে তেওঁ কাকো ব্যক্তিগত আক্ৰমণ কৰিব নিবিচাৰে, তেওঁৰ মূল লক্ষ্য কেৱল শিৱসাগৰৰ উন্নয়ন।
    3
    শিৱসাগৰ বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী কুশল দুৱৰীয়ে আজি আমগুৰিত বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ গ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সূচনা কৰে। প্ৰচাৰৰ মাজতে বিধায়ক অখিল গগৈক লক্ষ্য কৰি দুৱৰীয়ে কয় যে যোৱাবাৰ শিৱসাগৰবাসীয়ে গগৈক উন্নয়নৰ বাবে নহয়, কেৱল কাৰাগাৰৰ পৰা উলিয়াবলৈহে নিৰ্বাচিত কৰিছিল। এইবাৰ ৰাইজে উন্নয়নৰ স্বাৰ্থত বিজেপিৰ পক্ষতেই ভোটদান কৰিব বুলি তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে।​অখিল গগৈয়ে কংগ্ৰেছৰ সহায়ত নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ চেষ্টা কৰা কাৰ্যক কটাক্ষ কৰি দুৱৰীয়ে কয় যে আকাশত চাং পাতি গগৈৰ কোনো লাভ নহয়। গগৈয়ে ৰাজহুৱা কৰা ৬১ জনীয়া তালিকাখনক মিছা বুলি অভিহিত কৰি তেওঁ প্ৰত্যাহ্বান জনায় যে যদিহে অভিযোগসমূহ সত্য হ’লহেঁতেন, তেন্তে ইমান দিনে কিয় কোনোবাই ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা নাই। আনকি অখিল গগৈৰ বিৰুদ্ধেও বিস্ফোৰক ব্যক্তিগত অভিযোগ উত্থাপন কৰি দুৱৰীয়ে কয় যে তেওঁ কাকো ব্যক্তিগত আক্ৰমণ কৰিব নিবিচাৰে, তেওঁৰ মূল লক্ষ্য কেৱল শিৱসাগৰৰ উন্নয়ন।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    23 hrs ago
  • ৰাজ্যত এতিয়া নিৰ্বাচনৰ পৰিবেশ । ৰাজনৈতিক দল সমুহে নিৰ্বাচনৰ প্ৰচাৰ তীব্ৰ কৰি তুলিছে । ষ্টাৰ কেম্পেইনাৰ সকলে দলৰ প্ৰচাৰত নামি পৰিছে । মাহমৰা সমষ্টিত বিজেপিৰ হৈ প্ৰচাৰৰ বাবে অহা ৪ এপ্ৰিলত মাহমৰাৰ জজলী পাঁচআলিত হিমন্ত বিশ্ব শৰ্মাই এক নিৰ্বাচনী সভা অংশগ্ৰহণ কৰি দলৰ প্ৰচাৰ চলাব , আনহাতে অহা ৬ এপ্ৰিলত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মৰাণত এক বিশাল নিৰ্বাচন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব ।
    1
    ৰাজ্যত এতিয়া নিৰ্বাচনৰ পৰিবেশ । ৰাজনৈতিক দল সমুহে নিৰ্বাচনৰ প্ৰচাৰ তীব্ৰ কৰি তুলিছে । ষ্টাৰ কেম্পেইনাৰ সকলে দলৰ প্ৰচাৰত নামি পৰিছে । মাহমৰা সমষ্টিত বিজেপিৰ হৈ প্ৰচাৰৰ বাবে অহা ৪ এপ্ৰিলত মাহমৰাৰ জজলী পাঁচআলিত হিমন্ত বিশ্ব শৰ্মাই এক নিৰ্বাচনী সভা অংশগ্ৰহণ কৰি দলৰ প্ৰচাৰ চলাব , আনহাতে অহা ৬ এপ্ৰিলত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মৰাণত এক বিশাল নিৰ্বাচন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব ।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    3 hrs ago
  • চামগুৰিত বলিছে নিৰ্বাচনী গৰম বতাহ। আব্দুল আজিজৰ নিৰ্বাচনী প্ৰচাৰ তুংগত সমষ্টিৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যালয় উদ্বোধন
    1
    চামগুৰিত বলিছে নিৰ্বাচনী গৰম বতাহ। আব্দুল আজিজৰ নিৰ্বাচনী প্ৰচাৰ তুংগত 
সমষ্টিৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যালয় উদ্বোধন
    user_D Talks Ne
    D Talks Ne
    Local News Reporter Rupahi, Nagaon•
    13 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.