Shuru
Apke Nagar Ki App…
Looking for Job Job Title : Data entry operator, School Job Field : BPO, Office staff, teacher City / Locality : Titabar Experience Level : 1-2 বছর Job Type : सम्पूर्ण समय Education Qualification : 12th पास Computer diploma
Barnali Rajkhowa
Looking for Job Job Title : Data entry operator, School Job Field : BPO, Office staff, teacher City / Locality : Titabar Experience Level : 1-2 বছর Job Type : सम्पूर्ण समय Education Qualification : 12th पास Computer diploma
More news from Assam and nearby areas
- 🔻নটৰাজ ডাঞ্চ একাডেমি আৰু ৰঙাজান কলাবিকাশ কেন্দ্ৰৰ সৌজন্যত আৰু সমূহ গোলাঘাটবাসী ৰাইজৰ সহযোগত সদৌ অসম ভিত্তিত গোলাঘাট এমেচাৰ থিয়েটাৰ চচাইটিৰ প্ৰেক্ষাগৃহত সৃষ্টিশীল নৃ্ত্য,আধুনিক নৃত্য,মাতৃ নৃত্য আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠানৰ সফল সামৰণি ।৷ 🔻নটৰাজ ডাঞ্চ একাডেমি আৰু ৰঙাজান কলাবিকাশ কেন্দ্ৰৰ সৌজন্যত আৰু সমূহ গোলাঘাটবাসী ৰাইজৰ সহযোগত সদৌ অসম ভিত্তিত গোলাঘাট এমেচাৰ থিয়েটাৰ চচাইটিৰ প্ৰেক্ষাগৃহত সৃষ্টিশীল নৃ্ত্য,আধুনিক নৃত্য,মাতৃ নৃত্য আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠানৰ সফল সামৰণি ।৷1
- শিৱসাগৰৰ বানাক্ৰান্তলৈ লালুক মিনি গুড্চ কেৰিয়েৰ সন্থাৰ বান সাহাৰ্য বিতৰণ আজি পুৱাৰ ভাগত উপস্থিত হৈ লালুক মিনি গুড্চ কেৰিয়েৰ সন্থাই শিৱসাগৰ জিলাৰ বাটমাৰী আৰু নিমাইজান গাওৰ বানাক্ৰান্ত ৰাইজৰ মাজত খাদ্য সামগ্ৰী আৰু কপোৰ বিতৰণ কৰে৷ আজি কেৰিয়াৰ সন্থাৰ এটা সজাতি দল নিজা বাহনেৰে সা-সামগ্ৰীলৈ ৰইজক ঘৰে ঘৰে গৈ মাতি আনি সামগ্ৰী বিতৰণ কৰে৷ সন্থাই খাদ্য সামগ্ৰীৰ লগতে আঠুৱা,ফেনাইল,ম’ম,মহ খেদোৱা ধূপ,জুইশলা,চাবোন,বাল্টি,মগ আৰু পিন্ধিবলৈ কাপোৰ বিতৰণ কৰে৷1
- Ananya Birla অসমৰ বানাক্ৰান্ত মাজত এই দৰে মানুহৰ আবেগৰ লগত আবেগিক হৈছে আৰু খাদ্য সামগ্ৰী বিতৰণ কৰিছে।1
- শিৱসাগৰত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য: বান পৰিস্থিতিৰ বুজ লৈ আশ্ৰয় শিবিৰ পৰিদৰ্শন | শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ভয়াৱহ বান পৰিস্থিতিৰ পোনপটীয়া বুজ লোৱাৰ উদ্দেশ্যে আজি শিৱসাগৰত উপস্থিত হয় অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য। ৰাজ্যপালগৰাকীয়ে হেলিকপ্টাৰেৰে শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত অৱতৰণ কৰে।ভ্ৰমণকালত ৰাজ্যপালগৰাকীয়ে পোনপটীয়াকৈ বানাক্ৰান্ত অঞ্চল আৰু আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি দুৰ্দশাগ্রস্ত লোকসকলৰ সৈতে মত বিনিময় কৰে। লগতে আশ্ৰয় শিবিৰসমূহত থকা বানপীড়িতসকলৰ চিকিৎসা, খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সাহায্য ব্যৱস্থাৰ বুজ লয়। ৰাজ্যপালগৰাকীৰ এই কাৰ্যসূচীত পৰিদৰ্শনকালত সংগ দিয়ে শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰা আৰু কেবিনেট মন্ত্ৰী কেশৱ মহন্তই। জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলো এই কাৰ্যসূচীত উপস্থিত থাকে।1
- শিৱসাগৰ নগৰত গীত পৰিৱেশন কৰি বানাক্ৰান্তক সহায়ৰ বাবে আৰ্থিক সাহাৰ্য্য সংগ্ৰহ উদীয়মান শিল্পী শেখৰ ৰাজ বৰদলৈ এণ্ড টীমৰ "কেউফালে গুজৰি গুমৰি আহিলে বান..উটুৱাই নিলে হি গাওঁখন সুখৰে ঘৰখন.." উজনি অসমৰ কেইবাখনো জিলালৈ নামি অহা প্ৰলয়ংকাৰী বানৰ পাছতে বানপীড়িত লোকসকলৰ কাষত ৰাজ্যৰ লগতে দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ অসমীয়াসকলে থিয় দিছেহি ৷ সমান্তৰালকৈ শিৱসাগৰৰ নগৰৰ দ’লমুখ চাৰিআলিৰ লগতে বিভিন্ন ঠাইত মুকলিকৈ গীত পৰিৱেশন কৰি বানাক্ৰান্তসকলক সহায়ৰ বাবে ৰাইজৰ পৰা আৰ্থিক সাহাৰ্য্য সংগ্ৰহ কৰিছে উদীয়মান সংগীত শিল্পী শেখৰ ৰাজ বৰদলৈ, গুণ গুণ গোস্বামী আদিয়ে ৷2
- গোলাঘাটৰ মহিমা গেলাবিলত এই কৰুণ দৃশ্য সৎকাৰৰ বাবে কলৰ ভূৰত মৃতদেহ লৈ অন্তিম যাত্ৰা পৱনী কুৰ্মী নামৰ এগৰাকী বৃদ্ধাৰ মৃতদেহ কলৰ ভূৰত মৃতকৰ ঘৰত এতিয়াও একঁকাল পানী গোলাঘাটৰ মহিমা গেলাবিলত এই কৰুণ দৃশ্য সৎকাৰৰ বাবে কলৰ ভূৰত মৃতদেহ লৈ অন্তিম যাত্ৰা পৱনী কুৰ্মী নামৰ এগৰাকী বৃদ্ধাৰ মৃতদেহ কলৰ ভূৰত মৃতকৰ ঘৰত এতিয়াও একঁকাল পানী1