Shuru
Apke Nagar Ki App…
মাজুলী বাসীৰ বাবে সুখবৰ। মাজুলীৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে জেংৰাইমূখৰ কৃষ্ণামনি পেগুৱে। ছত্তীগড়ত অনুষ্ঠিত সৰ্বভাৰতীয় পৰ্যায়ৰ খেল ইণ্ডিয়া ট্ৰাইবেল খেলত মাজুলী জিলাৰ জেংৰাইমূখৰ প্ৰতিভাশালী যুৱ খেলুৱৈ কৃষ্ণামনি পেগুৱে ডিচকাছ থ্ৰ' প্ৰতিযোগিতাত বঞ্জৰ পদক লাভ কৰি অসম তথা মাজুলীলৈ গৌৰৱ কঢ়িয়াই আনিছে। ই মাজুলীৰ লগতে অসমৰ বাবে গৌৰৱৰ বিষয়। মাজুলী বাসীৰ বাবে সুখবৰ। মাজুলীৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে জেংৰাইমূখৰ কৃষ্ণামনি পেগুৱে। ছত্তীগড়ত অনুষ্ঠিত সৰ্বভাৰতীয় পৰ্যায়ৰ খেল ইণ্ডিয়া ট্ৰাইবেল খেলত মাজুলী জিলাৰ জেংৰাইমূখৰ প্ৰতিভাশালী যুৱ খেলুৱৈ কৃষ্ণামনি পেগুৱে ডিচকাছ থ্ৰ' প্ৰতিযোগিতাত বঞ্জৰ পদক লাভ কৰি অসম তথা মাজুলীলৈ গৌৰৱ কঢ়িয়াই আনিছে। ই মাজুলীৰ লগতে অসমৰ বাবে গৌৰৱৰ বিষয়।
SANJIT SAIKIA

More news from অসম and nearby areas
- মাজুলী বিজেপি প্ৰাৰ্থী ভুৱন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰ । বিধান সভা নিৰ্বাচনলৈ মাজত মাঠো ১০ টা দিন বাকী থকা অৱস্থাত তুংগত উঠিছে শাসক বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰ। ৯৮ নং মাজুলী জনজাতি বিধান সভা সমষ্টিৰ বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী ভুৱন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিল ফুলনি গাওঁ পঞ্চায়তৰ ৮ নং ৱাডৰ বিজেপি কৰ্মী সকল। আজি ভুৱন গামৰ হৈ ফুলনি গাওঁ পঞ্চায়তৰ ৮ নং ৱাডৰ কৰ্মী সকলে গাৱেঁ পদযাত্ৰা কৰি নিৰ্বাচনী প্ৰচাৰ চলাই। নিৰ্বাচনী প্ৰচাৰত অংশ লয় মাজুলী জিলা পৰিষদৰ সভানেত্ৰী নবনিতা দাস, ফুলনি গাওঁ পঞ্চায়তৰ সভানেত্ৰী ববিতা নৰহ , কাউঞ্চিলা গৰাকী লগতে আন আন বিজেপি নেতা সকলে।1
- আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যজুৰি নিৰ্বাচনী তৎপৰতা বৃদ্ধি পোৱাৰ সময়তে আজি কলিয়াপানী মণ্ডলৰ অন্তৰ্গত পাঁচখন পঞ্চায়তত বুথ কাৰ্যকৰ্তা সন্মিলনৰ লগতে এক ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান চলোৱা হয়। এই কাৰ্যসূচীত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে উপস্থিত থাকি দলীয় কৰ্মীসকলক উৎসাহিত কৰাৰ লগতে ৰাইজৰ অভাৱ-অভিযোগৰ বুজ লয়। সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি কলিয়াপানী মণ্ডলৰ সভানেত্ৰী ভাৰতী শইকীয়া বৰুৱাৰ লগতে জিলা সভাপতিগৰাকীয়ে কয় যে নিৰ্বাচনী প্ৰচাৰত ৰাইজৰ বিপুল সঁহাৰি পৰিলক্ষিত হৈছে। চৰকাৰৰ উন্নয়নমূলক কাম-কাজৰ বাবে আগন্তুক নিৰ্বাচনত দলটোৰ বিজয় নিশ্চিত বুলিও তেওঁলোকে দৃঢ়তাৰে মত প্ৰকাশ কৰে। এই সন্মিলনৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মাজত এক নতুন উছাহৰ সঞ্চাৰ হোৱা দেখা গৈছে।4
- হিমন্ত বিশ্ব শর্মা কেতিয়া কি কয় নিজেই গম নাপায় আচলতে কোনটো সঁচা ??1
- গোলাঘাট ঘিলাধাৰীত অবৈধ ভাবে ঘৰত তৈয়াৰ কৰা সুৰাৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ,২০০ লিটাৰতকৈ অধিক সুৰা জব্দ। মঙ্গলবাৰে অবৈধ মদৰ বিৰুদ্ধে ঘিলাধাৰী পি এছৰ উদ্যোগত অভিযান । পি এছৰ অধীনত থকা সমাজবাদী পাথেৰ গাঁৱত অভিযান চলাই মঙ্গলবাৰে পুৱা ২০০ লিটাৰ অবৈধ সুৰাৰ লগতে আনুষংগিক সামগ্ৰী ধ্বংস কৰে আৰক্ষী আৰু আবকাৰী দলটোৱে।1
- ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ উঠিছে তুংগত।শাসকীয় দলৰ ওপৰিও বিৰোধী দল সমূহে অব্যাহত ৰাখিছে নিজৰ নিজৰ নিৰ্বাচনী প্ৰচাৰ। কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম খুমটাইৰ বিজেপিৰ প্ৰাৰ্থী মৃণাল শইকীয়া। কোনো বিশালা নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰিৱৰ্তে পুৱা নিজৰ চাইকেলখন লৈ ৰাইজৰ কাষলৈ যায়। পূৱা চাইকেলখন লৈ কোনো এটি পৰিয়ালৰ চোতালত বহি একাপ চাহ খাই মত বিনিময় কৰিছে ৰাইজৰ সৈতে। এই সন্দৰ্ভত চাওক নুমলীগড়ৰ পৰা ভৰত দাসৰ এক প্ৰতিবেদন।3
- হলৌফুকন পঞ্চায়তৰ টেঙাপুখুৰী ৰঙ্গমঞ্চ, চুমনি ৰঙ্গমঞ্চ আৰু শিলিখাগুৰি ৰঙ্গমঞ্চত বিজেপিৰ তিনিখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰুজ দিহিঙীয়াই । সভাত উপস্থিত ৰাইজৰ আগত ভাষণ প্ৰসঙ্গত সকলোৰে সহযোগত মাহমৰাক নৱৰূপ দিবলৈ যৎপৰোনাস্তি প্ৰয়াস কৰিম বুলি মন্তব্য প্ৰাৰ্থী গৰাকীৰ ।1
- সোণাৰিত কংগ্ৰেছত খহনীয়া।নিৰ্বাচনী ধাম খুমিয়াৰ মাজতেই কংগ্ৰেছ দল ত্যাগ কৰি আজি বিজেপি দলত যোগদান চৰাইদেউ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা সোণাৰি টাউন ব্লকৰ তত্বাৱধায়ক জেষ্ঠ কংগ্ৰেছ নেতা বুলুমণি বৰঠাকুৰ ৰ।কংগ্ৰেছ দলে এক বিশেষ শ্ৰেণীক লৈ ৰাজনীতি আৰম্ভ কৰাৰ বাবেই দলত্যাগ জেষ্ঠ কংগ্ৰেছ কৰ্মী গৰাকীৰ।1
- ৰাজ্যত এতিয়া নিৰ্বাচনৰ পৰিবেশ । ৰাজনৈতিক দল সমুহে নিৰ্বাচনৰ প্ৰচাৰ তীব্ৰ কৰি তুলিছে । ষ্টাৰ কেম্পেইনাৰ সকলে দলৰ প্ৰচাৰত নামি পৰিছে । মাহমৰা সমষ্টিত বিজেপিৰ হৈ প্ৰচাৰৰ বাবে অহা ৪ এপ্ৰিলত মাহমৰাৰ জজলী পাঁচআলিত হিমন্ত বিশ্ব শৰ্মাই এক নিৰ্বাচনী সভা অংশগ্ৰহণ কৰি দলৰ প্ৰচাৰ চলাব , আনহাতে অহা ৬ এপ্ৰিলত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মৰাণত এক বিশাল নিৰ্বাচন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব ।1