Shuru
Apke Nagar Ki App…
হাগ্রামা মহিলাৰীয়ে সংবাদমেল যোগে ঘোষণা কৰিছে ১১ টাকৈ বিধানসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম। 🚨বিপিএফ'ৰ প্ৰাৰ্থী তালিকা ঘোষণা। 🚨সংবাদমেলযোগে ঘোষণা কৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। . . . . . . #BreakingNews #BPF #AssemblyElection2026 #HagramaMohilary #CandidateList #ABCNewsAssam
Shakil Ahmed- ABC News Digital
হাগ্রামা মহিলাৰীয়ে সংবাদমেল যোগে ঘোষণা কৰিছে ১১ টাকৈ বিধানসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম। 🚨বিপিএফ'ৰ প্ৰাৰ্থী তালিকা ঘোষণা। 🚨সংবাদমেলযোগে ঘোষণা কৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। . . . . . . #BreakingNews #BPF #AssemblyElection2026 #HagramaMohilary #CandidateList #ABCNewsAssam
More news from অসম and nearby areas
- 📌বাক্সাৰ বাঁহবাৰীত বিপিএফৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। 📌যুৱ বিপিএফ আৰু প্ৰাক্তন বিএলটি বিপিএফ কৰ্মীৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ণ। 📌মানাহ বিধানসভা সমষ্টিত বাক্সা সমষ্টিৰ থানেশ্বৰ বসুমতাৰীক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ পাছতেই প্ৰতিবাদ।1
- Post by Arshad Ali1
- বৰপেটা জিলাৰ অন্তৰ্গত পাকাবেতবাৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী জাকিৰ হুছেইনে মনোনয়ন পত্ৰ দাখিল কৰি কি ক'লে। দলীয় টিকট লৈ পকাবেতবাৰী সমষ্টিত পদাৰ্পন কংগ্ৰেছৰ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰ ৷ পাচ সহস্ৰাধিক ৰাইজে বাইক আৰু চাৰিচকীয়া বাহনেৰে বিশাল ৰেলীৰে সমষ্টিত উষ্ম আদৰণি ৷ কংগ্ৰেছৰ দলীয় টিকট লাভৰ পিচতে বিশাল ৰেলীৰে পাকাবেতবাৰী সমষ্টিত ৰাজকীয় পদাৰ্পণ জাকিৰ হুছেইন শিকদাৰৰ | শুক্ৰবাৰে গুৱাহাটীৰ পৰা কংগ্ৰেছৰ টিকট লৈ পাকাবেতবাৰী সমষ্টিৰ বনবৰীয়া গাঁওত উপস্থিত হয় জাকিৰ হুছেইন শিকদাৰ | সমষ্টিত পদাৰ্পণ কৰা জাকিৰ হুছেইন শিকদাৰক হাজাৰ হাজাৰ মটৰ চাইকেল, চাৰিচকীয়া বাহনৰ এক বিশাল ৰেলীৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক কয়াকুছি চহৰলৈ আদৰি নিয়ে |1
- ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিৰ NDA প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰী মনোনয়ন পত্ৰ দাখিল দাখিল।1
- Post by Sakandar Ali1
- বিশাল সমদলেৰে মনোনয়ন পত্ৰ দাখিল ৰঙিয়া বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ভবেশ কলিতাৰ ৰঙিয়া সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভবেশ কলিতাই আজি আনুষ্ঠানিকভাৱে দাখিল কৰে মনোনয়ন পত্ৰ। মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে হাজাৰ হাজাৰ সমৰ্থকৰ উপস্থিতিত উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰে ৰঙিয়াত। তৃতীয়বাৰৰ বাবে দলীয় টিকট লাভ কৰি আজি মনোনয়ন পত্ৰ দাখিল কৰাৰ বাবে ৰাওনা হয় ভবেশ কলিতাই। পুৱাই ৰঙিয়া নগৰৰ শিৱ মন্দিৰত সমবেত হয় দলীয় কৰ্মী আৰু সমৰ্থক।শিৱ মন্দিৰত আশীষ গ্ৰহণ কৰাৰ পিছতে সোনেশ্বৰত উপস্থিত হৈ দলীয় নেতা কৰ্মীক সাক্ষাৎ কৰে ভবেশ কলিতাই।সোনেশ্বৰৰ পৰা আমিনগাঁওলৈ বিশাল সমদলৰে ৰাওনা হয় ভবেশ কলিতাই।যত দেখা গল উৎসাহী সমৰ্থকৰ লানি নিছিগা ভিৰ। মনোনয়ন দাখিলৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়াই বিধায়ক ভবেশ কলিতাই। তেওঁ কয় যে বিগত নিৰ্বাচনৰ বিপৰীতে এইবাৰ ৫০ হাজাৰ ভোটৰ ব্যৱধানত বিজয়ী সাব্যস্ত কৰিবলৈ সক্ষম হব ।1
- kodom Toli wart no. 12 road ka hal bohat bura he our koi kam nahi karta aur dren bi bohat kharap he3
- বাক্সাত বিপিএফ দলৰ প্ৰাৰ্থী ঘোষণাৰ লগে লগে আনন্দৰ জোৱাৰ সমৰ্থকৰ মাজত। *মানাহ বিধানসভা সমষ্টিত প্ৰাৰ্থীত্ব লাভ কৰিলে বিপিএফৰ থানেশ্বৰ বসুমতাৰীয়ে। এনডিএৰ সমৰ্থক বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে কালি নিশা প্ৰায় ১০-৩০ বজাত দলৰ ১১ খন আসনৰ তালিকা ঘোষণা কৰাৰ লগে লগেই প্ৰাৰ্থীত্ব লাভ কৰা সমৰ্থক সকলৰ মাজত এক আনন্দৰ পৰিবেশ বিৰাজ কৰা পৰিলক্ষিত হয়।1