logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

হোলি উৎসৱ পালিত হয়। উপস্থিত থাকে অসম বিভিন্ন প্ৰান্তৰ ভক্ত জনগন।গোলোকগঞ্জত সন্যাসিৰ নামত হোলি উৎসৱ পালিত হয়। গোলোকগঞ্জত সন্যাসিৰ নামত হোলি উৎসৱ পালিত হয়। উপস্থিত থাকে অসম বিভিন্ন প্ৰান্তৰ ভক্ত জনগন।গোলোকগঞ্জত সন্যাসিৰ নামত হোলি উৎসৱ পালিত হয়। গোলোকগঞ্জত সন্যাসিৰ নামত হোলি উৎসৱ পালিত হয়। উপস্থিত থাকে অসম বিভিন্ন প্ৰান্তৰ ভক্ত জনগন।গোলোকগঞ্জত সন্যাসিৰ নামত হোলি উৎসৱ পালিত হয়।গোলোকগঞ্জত সন্যাসিৰ নামত হোলি উৎসৱ পালিত হয়। উপস্থিত থাকে অসম বিভিন্ন প্ৰান্তৰ ভক্ত জনগন।গোলোকগঞ্জত সন্যাসিৰ নামত হোলি উৎসৱ পালিত হয়।

8 hrs ago
user_STAR Live24
STAR Live24
Local News Reporter গৌৰীপুৰ, ধুবুৰী, অসম•
8 hrs ago

হোলি উৎসৱ পালিত হয়। উপস্থিত থাকে অসম বিভিন্ন প্ৰান্তৰ ভক্ত জনগন।গোলোকগঞ্জত সন্যাসিৰ নামত হোলি উৎসৱ পালিত হয়। গোলোকগঞ্জত সন্যাসিৰ নামত হোলি উৎসৱ পালিত হয়। উপস্থিত থাকে অসম বিভিন্ন প্ৰান্তৰ ভক্ত জনগন।গোলোকগঞ্জত সন্যাসিৰ নামত হোলি উৎসৱ পালিত হয়। গোলোকগঞ্জত সন্যাসিৰ নামত হোলি উৎসৱ পালিত হয়। উপস্থিত থাকে অসম বিভিন্ন প্ৰান্তৰ ভক্ত জনগন।গোলোকগঞ্জত সন্যাসিৰ নামত হোলি উৎসৱ পালিত হয়।গোলোকগঞ্জত সন্যাসিৰ নামত হোলি উৎসৱ পালিত হয়। উপস্থিত থাকে অসম বিভিন্ন প্ৰান্তৰ ভক্ত জনগন।গোলোকগঞ্জত সন্যাসিৰ নামত হোলি উৎসৱ পালিত হয়।

More news from অসম and nearby areas
  • ধুবুৰী সদৰ প্ৰনৱাশীষ ৰয়:৩ মাৰ্চ সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী জিলা ত উৎসাহ উদ্দীপনা ৰে পবিত্ৰ দৌল উৎসৱ পালন কৰা হয়।এই উপলক্ষে ভাৰত বাংলাদেশ সীমান্ত ধুবুৰী জিলাৰ ৰামৰায় কুটীৰ সত্ৰ তিনি দিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱ আজিৰ পৰা আৰম্ভ হৈছে। প্ৰনৱাশীষ ৰয় ধুবুৰী
    2
    ধুবুৰী সদৰ প্ৰনৱাশীষ ৰয়:৩ মাৰ্চ
সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী জিলা ত উৎসাহ উদ্দীপনা ৰে পবিত্ৰ দৌল উৎসৱ পালন কৰা হয়।এই উপলক্ষে ভাৰত বাংলাদেশ সীমান্ত ধুবুৰী জিলাৰ ৰামৰায় কুটীৰ সত্ৰ তিনি দিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱ আজিৰ পৰা আৰম্ভ হৈছে।
প্ৰনৱাশীষ ৰয় ধুবুৰী
    user_Pranabasish Roy
    Pranabasish Roy
    আঠানি, ধুবুৰী, অসম•
    7 hrs ago
  • Dhubri district Assam Guwahati goalpara Jorhat Dibrugarh Tinsukia rangiya kukra Ghar Lakhimpur –23 dash Dhubri district Assam
    1
    Dhubri district Assam Guwahati   goalpara Jorhat Dibrugarh Tinsukia rangiya kukra Ghar Lakhimpur –23 dash Dhubri district Assam
    user_Elious Ali Sheikh,,,?
    Elious Ali Sheikh,,,?
    Teacher গৌৰীপুৰ, ধুবুৰী, অসম•
    8 hrs ago
  • গোলোকগঞ্জত সন্যাসিৰ নামত হোলি উৎসৱ পালিত হয়। উপস্থিত থাকে অসম বিভিন্ন প্ৰান্তৰ ভক্ত জনগন।গোলোকগঞ্জত সন্যাসিৰ নামত হোলি উৎসৱ পালিত হয়। গোলোকগঞ্জত সন্যাসিৰ নামত হোলি উৎসৱ পালিত হয়। উপস্থিত থাকে অসম বিভিন্ন প্ৰান্তৰ ভক্ত জনগন।গোলোকগঞ্জত সন্যাসিৰ নামত হোলি উৎসৱ পালিত হয়।গোলোকগঞ্জত সন্যাসিৰ নামত হোলি উৎসৱ পালিত হয়। উপস্থিত থাকে অসম বিভিন্ন প্ৰান্তৰ ভক্ত জনগন।গোলোকগঞ্জত সন্যাসিৰ নামত হোলি উৎসৱ পালিত হয়।
    1
    গোলোকগঞ্জত সন্যাসিৰ নামত হোলি উৎসৱ পালিত হয়। উপস্থিত থাকে অসম বিভিন্ন প্ৰান্তৰ ভক্ত জনগন।গোলোকগঞ্জত সন্যাসিৰ নামত হোলি উৎসৱ পালিত হয়। গোলোকগঞ্জত সন্যাসিৰ নামত হোলি উৎসৱ পালিত হয়। উপস্থিত থাকে অসম বিভিন্ন প্ৰান্তৰ ভক্ত জনগন।গোলোকগঞ্জত সন্যাসিৰ নামত হোলি উৎসৱ পালিত হয়।গোলোকগঞ্জত সন্যাসিৰ নামত হোলি উৎসৱ পালিত হয়। উপস্থিত থাকে অসম বিভিন্ন প্ৰান্তৰ ভক্ত জনগন।গোলোকগঞ্জত সন্যাসিৰ নামত হোলি উৎসৱ পালিত হয়।
    user_STAR Live24
    STAR Live24
    Local News Reporter গৌৰীপুৰ, ধুবুৰী, অসম•
    8 hrs ago
  • দিনৰ কাৰ্যসূচীৰ দুপৰীয়া ভাগত উপস্থিত হয়হি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা। শ্ৰীকৃষ্ণৰ দৌল উৎসৱক কেন্দ্ৰ কৰি বটদ্ৰৱা থানত সৃষ্টি হোৱা উখল-মাখল পৰিৱেশৰ মাজতে মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা উপস্থিত হৈ অসমবাসীৰ মঙ্গল কামনা কৰি ভগৱন্তৰ ওচৰত সেৱা আগবঢ়ায়। ইয়াৰ পাছতে মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- বটদ্ৰৱাৰ আৱিৰ্ভাৱ ক্ষেত্ৰৰ যি পবিত্ৰতা আছে, সেই পবিত্ৰতা অক্ষুণ্ণ ৰখাৰ বাবে চৰকাৰে এক সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা আবিৰ্ভাৱ ক্ষেত্ৰত প্ৰৱেশ কৰা সকলো লোকে জাতীয় সাজপাৰ পৰিধান কৰিহে প্ৰৱেশ কৰিব পাৰিব। অৱশ্যে ১২ বছৰৰ তলৰ শিশু সকলৰ বাবে মুকলি থাকিব। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাৰ কালতে মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যখনৰ বিৰোধী দল সমূহক সমালোচনা কৰা পৰিলক্ষিত হয়। আনহাতে, মুখ্যমন্ত্ৰী গৰাকীয়ে বটদ্ৰৱা থানাৰ কীৰ্তন ঘৰত সেৱা লোৱাৰ পাছত ৰাইজক সম্বোধন কৰি দিয়া ভাষণ প্ৰসংগত নিৰ্বাচনৰ পাছতে বটদ্ৰৱাৰ আৱিৰ্ভাৱ ক্ষেত্ৰৰ বাকী থকা কেতবোৰ কাম সম্পূৰ্ণ কৰা হ'ব বুলি ঘোষণা কৰে। উল্লেখযোগ্য যে- মুখ্যমন্ত্ৰী ড হিমন্তবিশ্ব শৰ্মাৰ বটদ্ৰৱা থানত উপস্থিত হোৱাৰ কালত স্থানীয় বিধায়ক ৰূপক শৰ্মায়ো সংগ দিয়ে।
    1
    দিনৰ কাৰ্যসূচীৰ দুপৰীয়া ভাগত উপস্থিত হয়হি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা। শ্ৰীকৃষ্ণৰ দৌল উৎসৱক কেন্দ্ৰ কৰি বটদ্ৰৱা থানত সৃষ্টি হোৱা উখল-মাখল পৰিৱেশৰ মাজতে মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা উপস্থিত হৈ অসমবাসীৰ মঙ্গল কামনা কৰি ভগৱন্তৰ ওচৰত সেৱা আগবঢ়ায়। ইয়াৰ পাছতে মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- বটদ্ৰৱাৰ আৱিৰ্ভাৱ ক্ষেত্ৰৰ যি পবিত্ৰতা আছে, সেই পবিত্ৰতা অক্ষুণ্ণ ৰখাৰ বাবে চৰকাৰে এক সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা আবিৰ্ভাৱ ক্ষেত্ৰত প্ৰৱেশ কৰা সকলো লোকে জাতীয় সাজপাৰ পৰিধান কৰিহে প্ৰৱেশ কৰিব পাৰিব। অৱশ্যে ১২ বছৰৰ তলৰ শিশু সকলৰ বাবে মুকলি থাকিব। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাৰ কালতে মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যখনৰ বিৰোধী দল সমূহক সমালোচনা কৰা পৰিলক্ষিত হয়। আনহাতে, মুখ্যমন্ত্ৰী গৰাকীয়ে বটদ্ৰৱা থানাৰ কীৰ্তন ঘৰত সেৱা লোৱাৰ পাছত ৰাইজক সম্বোধন কৰি দিয়া ভাষণ প্ৰসংগত নিৰ্বাচনৰ পাছতে বটদ্ৰৱাৰ আৱিৰ্ভাৱ ক্ষেত্ৰৰ বাকী থকা কেতবোৰ কাম সম্পূৰ্ণ কৰা হ'ব বুলি ঘোষণা কৰে। উল্লেখযোগ্য যে- মুখ্যমন্ত্ৰী ড হিমন্তবিশ্ব শৰ্মাৰ বটদ্ৰৱা থানত উপস্থিত হোৱাৰ কালত স্থানীয় বিধায়ক ৰূপক শৰ্মায়ো সংগ দিয়ে।
    user_Dhubri News AS
    Dhubri News AS
    Local News Reporter আঠানি, ধুবুৰী, অসম•
    10 hrs ago
  • বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী । তৎপৰ হৈ উছিছে শাসক-বিৰোধী ৰাজনৈতিক দল। ধুবুৰী সমষ্টিৰ ভোটাৰ ৰাইজৰ আগন্তুক বিধানসভা নিৰ্বাচনক লৈ আছে বহু প্ৰত্যাশা।ধুবুৰী বিধানসভা সমষ্টিত উপযুক্ত প্ৰাৰ্থী হিচাপে বিচাৰিছে বেবী বেগমক। ‎ধুবুৰী সদৰৰ চক বজাৰৰ বিভিন্ন ঠাইত কংগ্রেছ প্ৰাৰ্থীত্ব প্ৰত্যাশি বেবী বেগমে কংগ্ৰেছ প্ৰেমী কৰ্ম কর্তা সকলক লগত লৈ ৰাইজৰ তথা বিভিন্ন দোকানীৰ লগত মত বিনিময় কৰে। লগতে ৰাইজৰ দোৱা আশীৰ্বাদ বিচাৰে। ‎চহৰখনৰ বিভিন্ন ব্যৱসায়ী সকল তথা ৰাইজৰ পৰা বিপুল সঁহাৰি পাইছে বেবী বেগমে। ৰাইজৰ এটাই কথা যদি বেবী বেগমে কংগ্ৰেছৰ পৰা টিকট পায় তেন্তে আমি আমাৰ মহামূল্যবান ভোট দি জয়যুক্ত কৰিম বুলি আশ্বাস প্ৰদান কৰে। ‎
    1
    বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী । তৎপৰ হৈ উছিছে শাসক-বিৰোধী ৰাজনৈতিক দল। ধুবুৰী সমষ্টিৰ ভোটাৰ ৰাইজৰ আগন্তুক বিধানসভা নিৰ্বাচনক লৈ আছে বহু প্ৰত্যাশা।ধুবুৰী বিধানসভা সমষ্টিত উপযুক্ত প্ৰাৰ্থী হিচাপে বিচাৰিছে বেবী বেগমক। 
‎ধুবুৰী সদৰৰ চক বজাৰৰ বিভিন্ন ঠাইত কংগ্রেছ প্ৰাৰ্থীত্ব প্ৰত্যাশি বেবী বেগমে কংগ্ৰেছ প্ৰেমী কৰ্ম কর্তা সকলক লগত লৈ ৰাইজৰ তথা বিভিন্ন দোকানীৰ লগত মত বিনিময় কৰে। লগতে ৰাইজৰ দোৱা আশীৰ্বাদ বিচাৰে।
‎চহৰখনৰ বিভিন্ন ব্যৱসায়ী সকল তথা ৰাইজৰ পৰা বিপুল সঁহাৰি পাইছে বেবী বেগমে। ৰাইজৰ এটাই কথা যদি বেবী বেগমে কংগ্ৰেছৰ পৰা টিকট পায় তেন্তে আমি আমাৰ মহামূল্যবান ভোট দি জয়যুক্ত কৰিম বুলি আশ্বাস প্ৰদান কৰে।
‎
    user_Amar Dhubri
    Amar Dhubri
    Media house আঠানি, ধুবুৰী, অসম•
    16 hrs ago
  • প্ৰাক্তন কংগ্ৰেছ সাংসদ আব্দুল খালেক ডাঙৰীয়াই মিত্ৰতা সম্পৰ্কে দিয়া মন্তব্যৰ প্ৰতিক্ৰিয়া ৰাইজৰ দলৰ
    1
    প্ৰাক্তন কংগ্ৰেছ সাংসদ আব্দুল খালেক ডাঙৰীয়াই 
মিত্ৰতা সম্পৰ্কে দিয়া মন্তব্যৰ প্ৰতিক্ৰিয়া ৰাইজৰ দলৰ
    user_NeTV - North East TV
    NeTV - North East TV
    Media house কলগাছিয়া, বৰপেটা, অসম•
    5 hrs ago
  • বৰপেটা সত্ৰত পালিত দৌল মহোৎসৱৰ আজি ভৰ দৌলঃ লোকে লোকাৰন্য বৰপেটা সত্ৰ চৌহদ ৷ ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত অনুষ্ঠিত দৌল মহোৎসৱৰ আজি দ্বিতীয় দিন ৷ আজি সত্ৰত পালন কৰা হৈছে ভৰ দৌল ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৈকুণ্ঠৰ আৰ্হিত বৰদোৱাত দৌল মহোৎসৱ পাতিছিল ৷ তাৰ পাছত বৰদোৱা সত্ৰৰ দৌল মহোৎসৱৰ আৰ্হিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ আদি সত্ৰাধিকাৰ মথুৰাদাস বুঢ়া আতাই বৰপেটা সত্ৰত শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ পাতনি মেলে ৷ বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ আজি ভৰদৌল ৷ পুৱাৰে পৰা সত্ৰৰ কীৰ্তন ঘৰত নিত্য - নৈমিত্তিক প্ৰসংগ চলাৰ পিছত গোসাইৰ সন্মুখত যোগমোহন গৃহত ভকতৰ প্ৰসংগ ,গায়ন বায়নৰ খোল প্ৰসংগ অনুষ্ঠিত হয় ৷ দৌলত থকা দৌল গোবিন্দ আৰু কলীয়া ঠাকুৰ গোসাইক বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াই ফাকুগুৰি দিয়াৰ পিছত ভকত সকলে দুয়োজনা গোসাইক ফাকুগুৰি দি সেৱা জনায় ৷ দৌল মহোৎসৱ উপলক্ষে আজি বৰপেটা সত্ৰৰ চৌহদ লোকে লোকাৰণ্য হৈ পৰে ৷ উল্লেখ্য যে দুয়ো গোসাইক দৌল গৃহৰ পৰা বৃহস্পতিবাৰে নিশা নমোৱা হব ৷ গোসাইক দৌল গৃহৰ পৰা নমাই প্ৰথমে যোগমোহন গৃহত ৰাখিব আৰু পুৱতি নিশা সত্ৰৰ বাৰান্দাত থকা সু-সজ্জিত স্থানত ৰাখিব ৷ শুক্ৰবাৰে অনুষ্ঠিত হব বৰপেটাবাসীৰ প্ৰাণৰ উৎসৱ সুৱেৰী ৷ গোসাইক ফাকুগুৰি প্ৰদান কৰি বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডঃ বাবুল চন্দ্ৰ দাসে কয় " সত্ৰীয়া পৰম্পৰা অনুসৰি যোৱাকালি ৰাতিয়ে গোসাইক দৌলত উঠোৱা হৈছে ৷ আজি ৰাতিপুৱাৰ পৰা সত্ৰৰ নামঘৰত নিত্য প্ৰসংগ কৰা আৰু যোগমোহন গৃহত নৈমিত্তিক প্ৰসংগ কৰা হৈছে ৷ তাৰ পিছত বুঢ়াসত্ৰীয়াই দৌল গৃহত থকা গোসাইক ফাকুগুৰি দিয়ে ৷ বুঢ়া সত্ৰীয়াই ফাকু দিয়াৰ পিছত বুঢ়াসত্ৰীয়া আজ্ঞা দিয়াৰ পিছত ভকত সকলে গোসাইক ফাকু দি সেৱা জনায় ৷" লগতে বুঢ়া সত্ৰীয়াই কয় " সত্ৰীয়া পৰম্পৰা অনুসৰি গোসাই দৌলত থকাৰ সময়ত কোনেও ৰং নেখেলে ৷ গোসাইক দৌলৰ পৰা নমোৱাৰ পিছত হে ৰং খেলে ৷ বৃন্দানবনত দৌল গোবিন্দই ফাকু খেলাৰ আৰ্হিতে স্কন্ধ পুৰানৰ বিবৰণ মতে আজি মন্ত্ৰ পাঠ কৰা হয় ৷ আৰু শংকৰদেৱৰ উৰেষা কিৰ্তনৰ গীতৰ মাজেৰে আনফালে স্কন্ধ পুৰানৰ মন্ত্ৰৰে গোসাইক ফাকু দিয়া হৈছে ৷"
    1
    বৰপেটা সত্ৰত পালিত দৌল মহোৎসৱৰ আজি ভৰ দৌলঃ লোকে লোকাৰন্য বৰপেটা সত্ৰ চৌহদ ৷
ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত অনুষ্ঠিত দৌল মহোৎসৱৰ আজি দ্বিতীয় দিন ৷ আজি সত্ৰত পালন কৰা হৈছে ভৰ দৌল ৷  মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৈকুণ্ঠৰ আৰ্হিত বৰদোৱাত দৌল মহোৎসৱ পাতিছিল ৷ তাৰ পাছত  বৰদোৱা সত্ৰৰ দৌল মহোৎসৱৰ আৰ্হিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ আদি সত্ৰাধিকাৰ মথুৰাদাস বুঢ়া আতাই  বৰপেটা সত্ৰত শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ পাতনি মেলে ৷ 
বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ আজি  ভৰদৌল ৷ পুৱাৰে পৰা সত্ৰৰ কীৰ্তন ঘৰত নিত্য - নৈমিত্তিক প্ৰসংগ চলাৰ পিছত গোসাইৰ সন্মুখত যোগমোহন গৃহত ভকতৰ প্ৰসংগ ,গায়ন বায়নৰ খোল প্ৰসংগ অনুষ্ঠিত হয় ৷ দৌলত থকা দৌল গোবিন্দ আৰু কলীয়া ঠাকুৰ গোসাইক বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াই ফাকুগুৰি দিয়াৰ পিছত ভকত সকলে দুয়োজনা গোসাইক ফাকুগুৰি দি সেৱা জনায় ৷ 
দৌল মহোৎসৱ উপলক্ষে আজি বৰপেটা সত্ৰৰ চৌহদ লোকে লোকাৰণ্য হৈ পৰে ৷  উল্লেখ্য যে দুয়ো গোসাইক দৌল গৃহৰ পৰা বৃহস্পতিবাৰে নিশা  নমোৱা হব ৷ গোসাইক দৌল গৃহৰ পৰা নমাই প্ৰথমে যোগমোহন গৃহত ৰাখিব আৰু পুৱতি নিশা সত্ৰৰ বাৰান্দাত থকা সু-সজ্জিত স্থানত ৰাখিব ৷ শুক্ৰবাৰে অনুষ্ঠিত হব  বৰপেটাবাসীৰ প্ৰাণৰ উৎসৱ সুৱেৰী ৷ গোসাইক ফাকুগুৰি প্ৰদান কৰি বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডঃ বাবুল চন্দ্ৰ দাসে কয় "  সত্ৰীয়া পৰম্পৰা অনুসৰি যোৱাকালি ৰাতিয়ে গোসাইক দৌলত উঠোৱা হৈছে ৷ আজি ৰাতিপুৱাৰ পৰা সত্ৰৰ নামঘৰত নিত্য প্ৰসংগ কৰা আৰু যোগমোহন গৃহত নৈমিত্তিক প্ৰসংগ কৰা হৈছে ৷ তাৰ পিছত বুঢ়াসত্ৰীয়াই দৌল গৃহত থকা গোসাইক ফাকুগুৰি দিয়ে ৷ বুঢ়া সত্ৰীয়াই ফাকু দিয়াৰ পিছত বুঢ়াসত্ৰীয়া আজ্ঞা দিয়াৰ পিছত ভকত সকলে গোসাইক ফাকু দি সেৱা জনায় ৷" লগতে বুঢ়া সত্ৰীয়াই কয় " সত্ৰীয়া পৰম্পৰা অনুসৰি গোসাই দৌলত থকাৰ সময়ত কোনেও ৰং নেখেলে ৷ গোসাইক দৌলৰ পৰা নমোৱাৰ পিছত হে ৰং খেলে ৷ বৃন্দানবনত দৌল গোবিন্দই ফাকু খেলাৰ আৰ্হিতে  স্কন্ধ পুৰানৰ বিবৰণ মতে আজি মন্ত্ৰ পাঠ কৰা হয় ৷ আৰু শংকৰদেৱৰ উৰেষা কিৰ্তনৰ গীতৰ মাজেৰে আনফালে স্কন্ধ পুৰানৰ মন্ত্ৰৰে গোসাইক ফাকু দিয়া হৈছে ৷"
    user_Sampler Group Assam
    Sampler Group Assam
    Farmer Barpeta, Assam•
    9 hrs ago
  • বসন্ত উৎসৱ উপলক্ষে ধুবুৰীত বিশাল সাংস্কৃতিক শোভাযাত্ৰা। হৰিনামেৰে মুখৰিত ধুবুৰী চহৰ। পুৱাই ধুবুৰী চহৰৰ মাজমজিয়াৰ কলিবাৰীৰ পৰা ৰাজীৱ গান্ধী পাৰ্কলৈকে বিশাল সাংস্কৃতিক শোভাযাত্ৰা। নৃত্যাঙ্কনৰ উদ্যোগত বিশাল সাংস্কৃতিক শোভাযাত্ৰা। সাংস্কৃতিক শোভাযাত্ৰা মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে আই.জি.পি দেৱজ্যোতি মুখাৰ্জী।
    1
    বসন্ত উৎসৱ উপলক্ষে ধুবুৰীত বিশাল সাংস্কৃতিক শোভাযাত্ৰা। হৰিনামেৰে মুখৰিত ধুবুৰী চহৰ। পুৱাই ধুবুৰী চহৰৰ মাজমজিয়াৰ কলিবাৰীৰ পৰা ৰাজীৱ গান্ধী পাৰ্কলৈকে বিশাল সাংস্কৃতিক শোভাযাত্ৰা। নৃত্যাঙ্কনৰ উদ্যোগত বিশাল সাংস্কৃতিক শোভাযাত্ৰা। সাংস্কৃতিক শোভাযাত্ৰা মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে আই.জি.পি দেৱজ্যোতি মুখাৰ্জী।
    user_Dhubri News AS
    Dhubri News AS
    Local News Reporter আঠানি, ধুবুৰী, অসম•
    15 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.