Shuru
Apke Nagar Ki App…
নলবাৰী জিলাৰ মুকালমুৱাৰ হামলাকুৰত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত দুই বাইক আৰোহী। মৃতদেহ লৈ ৰাজপথ অৱৰোধ,দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকত অগ্নিসংযোগ ক্ষুদ্ধ ৰাইজৰ। নলবাৰী জিলাৰ মুকালমুৱাৰ হামলাকুৰত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত দুই বাইক আৰোহী। মৃতদেহ লৈ ৰাজপথ অৱৰোধ,দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকত অগ্নিসংযোগ ক্ষুদ্ধ ৰাইজৰ।
Assam Local News
নলবাৰী জিলাৰ মুকালমুৱাৰ হামলাকুৰত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত দুই বাইক আৰোহী। মৃতদেহ লৈ ৰাজপথ অৱৰোধ,দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকত অগ্নিসংযোগ ক্ষুদ্ধ ৰাইজৰ। নলবাৰী জিলাৰ মুকালমুৱাৰ হামলাকুৰত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত দুই বাইক আৰোহী। মৃতদেহ লৈ ৰাজপথ অৱৰোধ,দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকত অগ্নিসংযোগ ক্ষুদ্ধ ৰাইজৰ।
More news from অসম and nearby areas
- পলাশবাৰীত উপৰহালী বালিকা প্ৰাথমিক বিদ্যালয়ত আন্তঃগাঁঠনি মূলক কামৰ শুভাৰম্ভ কৰে বিধায়ক হেমাংগ ঠাকুৰীয়াই আজিৰ উক্ত কাৰ্যসূচীত আঞ্চলিক পঞ্চায়তৰ সন্মানীয় প্ৰতিনিধি শ্ৰীযুতা মৰমি চৌধুৰী ডাঙৰীয়ানীৰ লগতে সন্মানীয় ব্যক্তি সকল উপস্থিত থাকে। উল্লেখযোগ্য যে উক্ত কাৰ্য্যসূচীৰ পিছতেই তেওঁ ৰাইজক উদ্দেশ্য কিছু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।1
- বৰপেটা সত্ৰৰ দালানৰ সন্মুখত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছবি অংকন কৰিলে এনেদৰে । ২ মাৰ্চৰ পৰা দৌল উৎসৱ আৰম্ভ আৰু দৌল উৎসৱৰ প্ৰাকক্ষণত বৰপেটা সত্ৰৰ কীৰ্ত্তন ঘৰৰ দালানৰ সন্মুখত ফাকুৰে জুবিন গাৰ্গৰ ছবি অংকন ।1
- আপোনাৰ সন্তানক অকলে টিউচনলৈ পঠিয়াই দিয়ে নেকি? তেন্তে সাৱধান হওক কিয়নো ৰাজ্যখনত বৃদ্ধি পাইছে শিশু নিৰুদ্দেশৰ ঘটনা।1
- 👉🏻 হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আহিলে জয় আই অসম কৰ দি কব লাগিব। 👉🏻 ভ্ৰষ্ট বামুনৰ নষ্ট চৰিত্ৰ বিস্ফোৰণ মন্তব্য ত্রিদিপ কলিতাৰ1
- বৰপেটা জিলাৰ মন্দিয়া সমষ্টিৰ অন্তৰ্গত ছিকাটাৰীত দলীয় কৰ্মী সকলৰ সৈতে মত বিনিময় কৰে বৰপেটা লোকসভাৰ প্ৰাক্তন সাংসদ আব্দুল খালেকে। আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত তেওঁ গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। মন্দিয়া বিধানসভা নিৰ্বাচনত নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব খালেকে।1
- 🔴৫০ লাখ টকা ব্যয় সাপেক্ষে শালবাৰীত নিৰ্মাণ হ'ব' বড়ো সাহিত্য সভা ভৱন'। 🔴আধাৰশিলা স্থাপন কৰিলে ২১ নং শালবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ দিগন্ত গয়াৰীয়ে।1
- Post by Babul Barman1
- বৰপেটা জিলাৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠান ৬ মাৰ্চত বন্ধ ঘোষণা দৌল উৎসৱ উপলক্ষে এই বন্ধ । দৌল মহোৎসৱ উপলক্ষে অহা ৬ মাৰ্চত বৰপেটা জিলাত স্থানীয় বন্ধ ঘোষণা জিলা প্ৰশাসনৰ । বন্ধ থাকিব সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, বিত্তীয় প্রতিষ্ঠান আদি ।5