Shuru
Apke Nagar Ki App…
ডাঙৰী কুমাৰী বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিৰোধী ঐক্য মঞ্চৰ নিৰ্বাচনী সভা । চৰাইদেউ জিলাৰ ৯৩ নং মাহমৰা বিধানসভা সমষ্টিৰ পূৰ্বাঞ্চল মণ্ডল কংগ্ৰেছৰ ডাঙৰী কুমাৰী বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিৰোধী ঐক্য মঞ্চৰ এখনী নিৰ্বাচনী সভাৰ আয়োজন কৰা হয় । এই সভাত সোণাৰি সমষ্টিৰ প্ৰাৰ্থী উৎপল গগৈ উপস্থিত হৈ নিৰ্বাচনৰ প্ৰচাৰ চলায় । চৰকাৰে দিয়া অৰুণোদয় ১২৫০ টকা দি যি চৰ্ত দিছে সেই চৰ্ত গৌৰৱ গগৈৰ যি আচঁনি আহিব তাত কোনো চৰ্ত নাথাকিব বুলি মহিলা সকলৰ উপস্থিতিত মন্তব্য কৰে প্ৰাৰ্থী উৎপল গগৈয়ে ।
Charaideo news
ডাঙৰী কুমাৰী বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিৰোধী ঐক্য মঞ্চৰ নিৰ্বাচনী সভা । চৰাইদেউ জিলাৰ ৯৩ নং মাহমৰা বিধানসভা সমষ্টিৰ পূৰ্বাঞ্চল মণ্ডল কংগ্ৰেছৰ ডাঙৰী কুমাৰী বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিৰোধী ঐক্য মঞ্চৰ এখনী নিৰ্বাচনী সভাৰ আয়োজন কৰা হয় । এই সভাত সোণাৰি সমষ্টিৰ প্ৰাৰ্থী উৎপল গগৈ উপস্থিত হৈ নিৰ্বাচনৰ প্ৰচাৰ চলায় । চৰকাৰে দিয়া অৰুণোদয় ১২৫০ টকা দি যি চৰ্ত দিছে সেই চৰ্ত গৌৰৱ গগৈৰ যি আচঁনি আহিব তাত কোনো চৰ্ত নাথাকিব বুলি মহিলা সকলৰ উপস্থিতিত মন্তব্য কৰে প্ৰাৰ্থী উৎপল গগৈয়ে ।
More news from অসম and nearby areas
- চৰাইদেউ জিলাৰ ৯৩ নং মাহমৰা বিধানসভা সমষ্টিৰ পূৰ্বাঞ্চল মণ্ডল কংগ্ৰেছৰ ডাঙৰী কুমাৰী বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিৰোধী ঐক্য মঞ্চৰ এখনী নিৰ্বাচনী সভাৰ আয়োজন কৰা হয় । এই সভাত সোণাৰি সমষ্টিৰ প্ৰাৰ্থী উৎপল গগৈ উপস্থিত হৈ নিৰ্বাচনৰ প্ৰচাৰ চলায় । চৰকাৰে দিয়া অৰুণোদয় ১২৫০ টকা দি যি চৰ্ত দিছে সেই চৰ্ত গৌৰৱ গগৈৰ যি আচঁনি আহিব তাত কোনো চৰ্ত নাথাকিব বুলি মহিলা সকলৰ উপস্থিতিত মন্তব্য কৰে প্ৰাৰ্থী উৎপল গগৈয়ে ।1
- সোণাৰিত বিজেপিৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰক জয়ী কৰোৱাৰ আহ্বান প্ৰাক্তন সাংসদ তথা অসম ঔদ্যোগিক উন্নয়ন নিগমৰ অধ্যক্ষ তপন কুমাৰ গগৈৰ। সোণাৰিত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভা অব্যাহত। বেঙেনাবাৰীত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিলে অসম ঔদ্যোগিক উন্নয়ন নিগমৰ অধ্যক্ষ তপন কুমাৰ গগৈয়ে1
- শিৱসাগৰ জিলাৰ মেটেকা কুৰুলাকটীয়া গাঁৱৰ যুৱ সমাজৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত, মেটেকা কুৰুলাকটীয়া গাঁৱৰ নামঘৰত স্থানীয় যুৱক-যুৱতীসকলৰ দ্বাৰা অলপতে #ভৰতৰ নন্দীগ্ৰাম যাত্ৰা, জটায়ুৰ বীৰগতি লাভ# শীৰ্ষক ভাওনা প্ৰদৰ্শন কৰা হয় ৷ নাটখনিয়ে দৰ্শনৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হয় ৷ উল্লেখযোগ্য যে, সকলো শিল্পীৰ লগতে বিশেষকৈ ভৰতৰ চৰিত্ৰত অভিনয় কৰা যুৱ শিল্পী বিকি বুঢ়াগোহাঁইৰ সুন্দৰ অভিনয়ে সাংস্কৃতিকপ্ৰেমী ৰাইজক আপ্লুত কৰি তোলে ৷3
- ৰাজ্যত অব্যাহত থকা ড্ৰাগছ বিৰোধী অভিযানৰ মাজতে আজি ডিমৌত পোহৰলৈ আহিছে এক ভয়ংকৰ তথ্য। যোৰহাট আৰু ডিমৌ আৰক্ষীৰ এক যুটীয়া অভিযানত ডিমৌৰ আঠাবাৰী অঞ্চলত এক বৃহৎ ড্ৰাগছ বিৰোধী সফলতা লাভ কৰিবলৈ সক্ষম হয়। আঠাবাৰী গাঁও পঞ্চায়তৰ বিজেপি সভাপতিৰ বাসগৃহৰ অতি নিকটৰ পৰা আৰক্ষীয়ে ১১ টাকৈ নিষিদ্ধ টিফিন বক্স সদৃশ কন্টেইনাৰ ভৰ্তি ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে আবু শ্বেখ নামৰ এজন কুখ্যাত সৰবৰাহকাৰীক আটক কৰে।4
- তিনিচুকীয়াত সন্ধিয়া মুখ্যমন্ত্ৰীৰ ৰ’ড শ্ব’ তিনিচুকীয়াৰ প্ৰাৰ্থী পুলক গোঁহাইক কাষত কৰে ৰ’ড শ্ব’ শ্ব’ৰ অন্ততঃ তিনিচুকীয়াবাসীক সম্বোধন কৰে আৰু বিজেপি ক ভোট দি পুলক গোঁহাইক জয়যুক্ত কৰিবলৈ আহ্বান জনাই। সমান্তৰালভাৱে নিৰ্বাচনৰ এক মাহৰ পাছতে তিনিচুকীয়ালৈ আহি তিনিচুকীয়াৰ সমস্যা সমাধান কৰিবলৈ আহিব বুলি প্ৰতিশ্ৰুতি দিয়ে ।1
- MAJULI NEWS BHAITI RICHONG মাজুলীত এছ ইউ চি আই (চি) প্ৰাৰ্থী হিচাপে টছ লাইতৰ ছবিত প্ৰতিদন্দিতা কমৰেড ভাইতি ৰিচঙৰ। উগ্ৰ প্ৰাদেশিকতাবাদ আৰু উগ্ৰ সাম্প্ৰদায়িকতা বাদৰ আক্ৰমণত বিধ্বস্ত অসমত শক্তিশালী ঐক্যবদ্ধ গণ আন্দোলন গঢ়ি তুলিবলৈ আৰু বানপন্থী আন্দোলন পুনৰুজ্জীৱিত কৰিবলৈ ৯৮ নং মাজুলী জনজাতি বিধান সমষ্টিৰ পৰা এছ ইউ চি আই (চি) মনোনীত প্ৰাৰ্থী কমৰেড ভাইতি ৰিচঙৰ নিৰ্বাচনী প্ৰচাৰ। মাজুলীৰ ব্যৱসায়িক স্থান সমূহত প্ৰচাৰ ভাইতি ৰিচঙৰ। বিজেপি কংগ্ৰেছ সকলো ৰাজনৈতিক দলক কঠোৰ ভাষাৰে সমালোচনা ভাইতি ৰিচঙৰ।1
- শিশু সকলৰ শাৰিৰীক, মানসিক আৰু বৌদ্ধিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি মৰঙি মৌজাৰ তেলগৰমত যোৱাতো বৰ্ষৰ আজিৰ দিনটোতে অৰ্থাৎ ২ এপ্ৰিলত তেলগৰমৰ পাঁচজনকৈ সমাজ সচেতকৰ প্ৰচেষ্টাত তেলগৰম ত্ৰিবেণী সঙ্গীত কলা একাডেমিৰ বাকৰিত প্ৰতিষ্ঠা লাভ কৰা কিডজি ( Kid zee) বিদ্যালয়ৰ আজি প্ৰথম বৰ্ষপূৰ্তি তথা প্ৰতিষ্ঠা দিৱস পালন কৰা হয়৷ সমগ্ৰ ভাৰতবৰ্ষতে শিশু সকলৰ বাবে প্ৰাক্ প্ৰাথমিক শিক্ষাৰ বিজ্ঞানভিত্তিক আৰু বিশ্বমানৰ শিক্ষাৰ বাবে শিশুটিক প্ৰথমাৱস্থাৰ পৰাই গঢ় দিয়াৰ বাবে কিডজি বদ্ধপৰিকৰ৷ কিডজিৰ দৰে আগশাৰীৰ শিশু শিক্ষাৰ অন্যতম শিক্ষা প্ৰতিষ্ঠান তেলগৰমত গঢ়ি তোলাৰ বাবে ৰাইজে পৰিচালন সঞ্চালক মণ্ডলীক ধন্যবাদ জ্ঞাপন কৰে৷ শিশু সকলৰ বিভিন্ন নৃত্য - গীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত বিশিষ্ট শিশুপ্ৰেমী, অৱসৰপ্ৰাপ্ত শিক্ষক বাণীকান্ত ফুকনে শিশু বিদ্যালয়খনৰ নৱনিৰ্মীত গৃহ আৰু ধেমালি গৃহৰ দ্বাৰ উন্মোচন কৰে৷ অনুষ্ঠানত মৰঙি প্ৰেছ ক্লাবৰ সভাপতি হেমন্ত শইকীয়া, সম্পাদক পৰাগজ্যোতি শইকীয়া, পৰিচালন সঞ্চালক পৰিষদৰ অৰুণ গগৈ,প্ৰমোদ দত্ত,মনোজ কুৰ্মী,মনু গগৈ,প্ৰণামিকা দত্ত সহ অভিভাৱক সকল আৰু বিদ্যালয়ৰ শিক্ষয়িত্ৰী সকল উপস্থিত থাকে৷1
- চৰাইদেউ জিলাৰ ৯৩ নং সোণাৰি সমষ্টিৰ সাপেখাতী মণ্ডলত আয়োজন বিজেপি দলৰ এক নিৰ্বাচনী প্ৰচাৰ সভা । সভাত দলৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে এই সভাত অঞ্চলটোৰ প্ৰায় দুই শতাধিক লোকে বিজেপিত যোগদান কৰে ।1