logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

নেপালৰ ৰৌতাঘাটত প্ৰায় ১৫ ফুট দীঘল এটা প্ৰকাণ্ড প্ৰাপ্তবয়স্ক ৰজা ফেঁটী উদ্ধাৰ কৰা হৈছে।

1 hr ago
user_RJ news digital
RJ news digital
Local News Reporter গোলাঘাট, গোলাঘাট, অসম•
1 hr ago

নেপালৰ ৰৌতাঘাটত প্ৰায় ১৫ ফুট দীঘল এটা প্ৰকাণ্ড প্ৰাপ্তবয়স্ক ৰজা ফেঁটী উদ্ধাৰ কৰা হৈছে।

More news from অসম and nearby areas
  • গোলাঘাট জিলা সাংবাদিক সংস্থাৰ কাৰ্যালয়ত দেওবাৰে এক ন-পুৰণি সতীৰ্থ সন্মিলন অনুষ্ঠিত কৰা হয়। এই সন্মিলনত জিলাখনৰ সাংবাদিকসকলে অংশগ্ৰহণ কৰে।
    1
    গোলাঘাট জিলা সাংবাদিক সংস্থাৰ কাৰ্যালয়ত দেওবাৰে এক ন-পুৰণি সতীৰ্থ সন্মিলন অনুষ্ঠিত কৰা হয়। এই সন্মিলনত জিলাখনৰ সাংবাদিকসকলে অংশগ্ৰহণ কৰে।
    user_সৰুপথাৰ Live
    সৰুপথাৰ Live
    Local News Reporter সৰুপথাৰ, গোলাঘাট, অসম•
    22 hrs ago
  • Post by পুৰন্দৰ গগৈ
    1
    Post by পুৰন্দৰ গগৈ
    user_পুৰন্দৰ গগৈ
    পুৰন্দৰ গগৈ
    Graphic designer ধকুৱাখানা (পিটি), লখিমপুৰ, অসম•
    6 hrs ago
  • পুৱাৰে পৰা হোৱা মুষলধাৰ বৰষুণৰ ফলত নাজিৰা নগৰৰ কেইবাটাও ৱাৰ্ডত ভয়াবহ জলাবদ্ধতাৰ সৃষ্টি হৈছে। নিষ্কাশন ব্যৱস্থাৰ দুৰ্বলতাৰ বাবে বহু এলেকা কৃত্ৰিম বানৰ কবলত পৰাত জনসাধাৰণৰ দৈনন্দিন জীৱন ব্যাহত হৈছে।
    1
    পুৱাৰে পৰা হোৱা মুষলধাৰ বৰষুণৰ ফলত নাজিৰা নগৰৰ কেইবাটাও ৱাৰ্ডত ভয়াবহ জলাবদ্ধতাৰ সৃষ্টি হৈছে। নিষ্কাশন ব্যৱস্থাৰ দুৰ্বলতাৰ বাবে বহু এলেকা কৃত্ৰিম বানৰ কবলত পৰাত জনসাধাৰণৰ দৈনন্দিন জীৱন ব্যাহত হৈছে।
    user_News
    News
    Newsagent নাজিৰা, শিৱসাগৰ, অসম•
    10 hrs ago
  • বোকাজান মহকুমাৰ অন্তৰ্গত খটখটিত খটখটি যুৱক সন্থাৰ উদ্যোগত এক বৃহৎ চাফাই অভিযান চলোৱা হয়।
    1
    বোকাজান মহকুমাৰ অন্তৰ্গত খটখটিত খটখটি যুৱক সন্থাৰ উদ্যোগত এক বৃহৎ চাফাই অভিযান চলোৱা হয়।
    user_Bokajan TV
    Bokajan TV
    ডিফু, কাৰ্বি আংলং, অসম•
    9 hrs ago
  • জনসাধাৰণৰ সুবিধা আৰু উন্নত যাতায়াত ব্যৱস্থা নিশ্চিত কৰাৰ লক্ষ্যৰে চলি থকা ধোদৰ আলিৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতি আৰু গুণগত মানৰ বুজ ল'বলৈ সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে আজি নিৰ্মাণস্থলী পৰিদৰ্শন কৰে। বিধায়কে বিশেষভাৱে গুৰুত্ব আৰোপ কৰে যে এই নিৰ্মাণ কাৰ্য নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত আৰু মানদণ্ড অক্ষুণ্ণ ৰাখি সম্পূৰ্ণ হ'ব লাগিব।
    1
    জনসাধাৰণৰ সুবিধা আৰু উন্নত যাতায়াত ব্যৱস্থা নিশ্চিত কৰাৰ লক্ষ্যৰে চলি থকা ধোদৰ আলিৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতি আৰু গুণগত মানৰ বুজ ল'বলৈ সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে আজি নিৰ্মাণস্থলী পৰিদৰ্শন কৰে। বিধায়কে বিশেষভাৱে গুৰুত্ব আৰোপ কৰে যে এই নিৰ্মাণ কাৰ্য নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত আৰু মানদণ্ড অক্ষুণ্ণ ৰাখি সম্পূৰ্ণ হ'ব লাগিব।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    2 hrs ago
  • নুমলীগড়ৰ এনআৰএল (NRL) নগৰাঞ্চলত নুমলীগড় শোধনাগাৰ শাখা সাহিত্য সভাৰ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শাখাটোৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণী অনুষ্ঠান আৰু বিষ্ণুপ্ৰসাদ ৰাভা স্মৃতি দিৱস উদযাপন কৰা হয়। এই যৌথ অনুষ্ঠানত ড° নন্দ সিং বৰকলা উপস্থিত আছিল। গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত এই সমগ্ৰ অনুষ্ঠান সফলতাৰে সম্পন্ন হয়।
    1
    নুমলীগড়ৰ এনআৰএল (NRL) নগৰাঞ্চলত নুমলীগড় শোধনাগাৰ শাখা সাহিত্য সভাৰ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শাখাটোৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণী অনুষ্ঠান আৰু বিষ্ণুপ্ৰসাদ ৰাভা স্মৃতি দিৱস উদযাপন কৰা হয়। এই যৌথ অনুষ্ঠানত ড° নন্দ সিং বৰকলা উপস্থিত আছিল। গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত এই সমগ্ৰ অনুষ্ঠান সফলতাৰে সম্পন্ন হয়।
    user_Golaghat খবৰ
    Golaghat খবৰ
    Local News Reporter Golaghat, Assam•
    4 hrs ago
  • নাজিৰাৰ শিমলুগুৰিৰ ৰোহিত জুৱেলাৰীৰ পৰা এগৰাকী মহিলাই তিনিযোৰ সোণৰ কাণৰ ফুলি চুৰ কৰি লৈ যায়। ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীয়ে কাণৰফুলি ওজন কৰাৰ চলেৰে মহিলাগৰাকীয়ে এই কাণ্ড সংঘটিত কৰে আৰু জুৱেলাৰীৰ সন্মুখত এখন স্কুটীত ৰৈ থকা এজন যুৱকৰ সৈতে পলায়ন কৰিবলৈ সক্ষম হয়। এই সমগ্ৰ চুৰিকাণ্ডৰ ঘটনা চি চি টি ভি কেমেৰাত বন্দী হৈছে। বৰ্তমানলৈকে আৰক্ষীয়ে মহিলাগৰাকীক চিনাক্ত কৰি কৰায়ত্ত কৰিব পৰা নাই। শিমলুগুৰি আৰক্ষী ইতিমধ্যে জুৱেলাৰীত উপস্থিত হৈছে আৰু ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।
    1
    নাজিৰাৰ শিমলুগুৰিৰ ৰোহিত জুৱেলাৰীৰ পৰা এগৰাকী মহিলাই তিনিযোৰ সোণৰ কাণৰ ফুলি চুৰ কৰি লৈ যায়। ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীয়ে কাণৰফুলি ওজন কৰাৰ চলেৰে মহিলাগৰাকীয়ে এই কাণ্ড সংঘটিত কৰে আৰু জুৱেলাৰীৰ সন্মুখত এখন স্কুটীত ৰৈ থকা এজন যুৱকৰ সৈতে পলায়ন কৰিবলৈ সক্ষম হয়।

এই সমগ্ৰ চুৰিকাণ্ডৰ ঘটনা চি চি টি ভি কেমেৰাত বন্দী হৈছে। বৰ্তমানলৈকে আৰক্ষীয়ে মহিলাগৰাকীক চিনাক্ত কৰি কৰায়ত্ত কৰিব পৰা নাই। শিমলুগুৰি আৰক্ষী ইতিমধ্যে জুৱেলাৰীত উপস্থিত হৈছে আৰু ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।
    user_News
    News
    Newsagent Nazira, Sivasagar•
    22 hrs ago
  • মৰাণৰ জনসাধাৰণৰ বাবে এক সুখবৰ আহিছে যি তেওঁলোকৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিব। মৰাণত এটা ৫০০ আসনযুক্ত অত্যাধুনিক প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হ'ব।
    1
    মৰাণৰ জনসাধাৰণৰ বাবে এক সুখবৰ আহিছে যি তেওঁলোকৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিব। মৰাণত এটা ৫০০ আসনযুক্ত অত্যাধুনিক প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হ'ব।
    user_Direct Khabar
    Direct Khabar
    মৰাণ, ডিব্ৰুগড়, অসম•
    6 hrs ago
  • বিশ্বনাথৰ সাকোমঠা চাহ বাগিচাত এক হৃদয়বিদাৰক আৰু কৰুণ ঘটনা সংঘটিত হৈছে, য'ত নিশা এহাল ন-বিবাহিত দম্পতীয়ে একেডাল পঘাৰে চিপ লৈ আত্মহনন কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে। প্ৰাপ্ত তথ্য অনুসৰি, প্ৰায় দুসপ্তাহ পূৰ্বে বিশ্বনাথৰ কদমণি গাঁৱৰ শিৱা ওৰাঙে একেখন গাঁৱৰে পুষ্পাঞ্জলী মুণ্ডাৰ সৈতে দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত পলুৱাই গৈ সংসাৰ আৰম্ভ কৰিছিল। যদিও তেওঁলোকৰ সকলো ঠিকেই চলি আছিল, কালি নিশা কি কাৰণত তেওঁলোকে এনে চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে, সেই বিষয়ে পৰিয়ালৰ লোক অবগত নহয়। ঘটনাৰ খবৰ পাই পুৱাই বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈছিল। আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে এই কৰুণ আত্মহননৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব বুলি আশা কৰা হৈছে।
    4
    বিশ্বনাথৰ সাকোমঠা চাহ বাগিচাত এক হৃদয়বিদাৰক আৰু কৰুণ ঘটনা সংঘটিত হৈছে, য'ত নিশা এহাল ন-বিবাহিত দম্পতীয়ে একেডাল পঘাৰে চিপ লৈ আত্মহনন কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে।

প্ৰাপ্ত তথ্য অনুসৰি, প্ৰায় দুসপ্তাহ পূৰ্বে বিশ্বনাথৰ কদমণি গাঁৱৰ শিৱা ওৰাঙে একেখন গাঁৱৰে পুষ্পাঞ্জলী মুণ্ডাৰ সৈতে দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত পলুৱাই গৈ সংসাৰ আৰম্ভ কৰিছিল। যদিও তেওঁলোকৰ সকলো ঠিকেই চলি আছিল, কালি নিশা কি কাৰণত তেওঁলোকে এনে চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে, সেই বিষয়ে পৰিয়ালৰ লোক অবগত নহয়।

ঘটনাৰ খবৰ পাই পুৱাই বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈছিল। আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে এই কৰুণ আত্মহননৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব বুলি আশা কৰা হৈছে।
    user_অঞ্জন শ‌ইকীয়া
    অঞ্জন শ‌ইকীয়া
    না-দুৱাৰ, বিশ্বনাথ, অসম•
    2 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.