logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

৪২ নং বাক্সা(এচটি) সমষ্টিৰ পৰা ইউপিপিএল দলৰ প্ৰাৰ্থীত্ব লাভৰ পিছত ৰাকেশ ব্ৰহ্মৰ প্ৰথম প্ৰতিক্ৰিয়া। ৪২ নং বাক্সা(এচটি) সমষ্টিৰ পৰা ইউপিপিএল দলৰ প্ৰাৰ্থীত্ব লাভৰ পিছত ৰাকেশ ব্ৰহ্মৰ প্ৰথম প্ৰতিক্ৰিয়া। . . . . . . . #AssemblyElection2026 #UPPL #RakeshBrahma #ABCNewsAssam

3 hrs ago
user_Shakil Ahmed- ABC News Digital
Shakil Ahmed- ABC News Digital
News Anchor সৰুপেটা (পিটি), বজালী, অসম•
3 hrs ago

৪২ নং বাক্সা(এচটি) সমষ্টিৰ পৰা ইউপিপিএল দলৰ প্ৰাৰ্থীত্ব লাভৰ পিছত ৰাকেশ ব্ৰহ্মৰ প্ৰথম প্ৰতিক্ৰিয়া। ৪২ নং বাক্সা(এচটি) সমষ্টিৰ পৰা ইউপিপিএল দলৰ প্ৰাৰ্থীত্ব লাভৰ পিছত ৰাকেশ ব্ৰহ্মৰ প্ৰথম প্ৰতিক্ৰিয়া। . . . . . . . #AssemblyElection2026 #UPPL #RakeshBrahma #ABCNewsAssam

More news from অসম and nearby areas
  • ৪২ নং বাক্সা(এচটি) সমষ্টিৰ পৰা ইউপিপিএল দলৰ প্ৰাৰ্থীত্ব লাভৰ পিছত ৰাকেশ ব্ৰহ্মৰ প্ৰথম প্ৰতিক্ৰিয়া। . . . . . . . #AssemblyElection2026 #UPPL #RakeshBrahma #ABCNewsAssam
    1
    ৪২ নং বাক্সা(এচটি) সমষ্টিৰ পৰা ইউপিপিএল দলৰ প্ৰাৰ্থীত্ব লাভৰ পিছত ৰাকেশ ব্ৰহ্মৰ প্ৰথম প্ৰতিক্ৰিয়া।
.
.
.
.
.
.
.
#AssemblyElection2026 #UPPL #RakeshBrahma #ABCNewsAssam
    user_Shakil Ahmed- ABC News Digital
    Shakil Ahmed- ABC News Digital
    News Anchor সৰুপেটা (পিটি), বজালী, অসম•
    3 hrs ago
  • 📌বজালীৰ পাটাছাৰকুছি থানাৰ সমীপত ভয়ানক পথ দুৰ্ঘটনা || 📌অচিনাক্ত বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত তিনি যুৱক || 📌সংকটজনক অৱস্থাত শ্বহীদ মদন-ৰাউতা অসামৰিক চিকিৎসালয়ত ভৰ্তি তিনিওজনক || 📌AS14U0970 নম্বৰৰ এখন মটৰ চাইকেলৰে আহি টিহুৰ পৰা আহি আছিল তিনিওজন ||
    1
    📌বজালীৰ পাটাছাৰকুছি থানাৰ সমীপত ভয়ানক পথ দুৰ্ঘটনা ||
📌অচিনাক্ত বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত তিনি যুৱক ||
📌সংকটজনক অৱস্থাত শ্বহীদ মদন-ৰাউতা অসামৰিক চিকিৎসালয়ত ভৰ্তি তিনিওজনক ||
📌AS14U0970 নম্বৰৰ এখন মটৰ চাইকেলৰে আহি টিহুৰ পৰা আহি আছিল তিনিওজন ||
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    4 hrs ago
  • বৰপেটা নিৰ্বাচনী জিলাৰ চাৰিটা বিধানসভা সমষ্টিৰ ভিতৰত আজি প্ৰথমখন মনোনয়ন দাখিল কৰা হয়। নৱগঠিত মন্দিয়া বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী ৰূপে ফাৰুক খানে নিৰ্বাচনী জিলাখনত প্ৰথমজন প্ৰাৰ্থী হিচাপে নিজৰ মনোনয়ন দাখিল কৰে । বৰপেটাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অকলে উপস্থিত হৈ মনোনয়ন দাখিল কৰা ফাৰুক খানে ইয়াৰ পূৰ্বেও একাধিক নিৰ্বাচনত অংশগ্ৰহণ কৰিছে । দীৰ্ঘদিন ধৰি তেওঁ বিভিন্ন সামাজিক কাৰ্যত জড়িত হৈ আহিছে আৰু বিশেষকৈ “ডি” ভোটাৰৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰি আহিছে। ইফালে, বিধায়ক হিচাপে নিৰ্বাচিত হ’লে বিধায়ক পুঁজিৰ ধনৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰাৰ লগতে ৰাইজৰ বিভিন্ন অভাৱ-অভিযোগ দূৰ কৰাৰ আশ্বাস দিয়ে ফাৰুক খানে।
    1
    বৰপেটা নিৰ্বাচনী জিলাৰ চাৰিটা বিধানসভা সমষ্টিৰ ভিতৰত আজি প্ৰথমখন মনোনয়ন দাখিল কৰা হয়। নৱগঠিত মন্দিয়া বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী ৰূপে ফাৰুক খানে নিৰ্বাচনী জিলাখনত প্ৰথমজন প্ৰাৰ্থী হিচাপে নিজৰ মনোনয়ন দাখিল কৰে । বৰপেটাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অকলে উপস্থিত হৈ মনোনয়ন দাখিল কৰা ফাৰুক খানে ইয়াৰ পূৰ্বেও একাধিক নিৰ্বাচনত অংশগ্ৰহণ কৰিছে । দীৰ্ঘদিন ধৰি তেওঁ বিভিন্ন সামাজিক কাৰ্যত জড়িত হৈ আহিছে আৰু বিশেষকৈ “ডি” ভোটাৰৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰি আহিছে। ইফালে, বিধায়ক হিচাপে নিৰ্বাচিত হ’লে বিধায়ক পুঁজিৰ ধনৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰাৰ লগতে ৰাইজৰ বিভিন্ন অভাৱ-অভিযোগ দূৰ কৰাৰ আশ্বাস দিয়ে ফাৰুক খানে।
    user_Sampler Group Assam
    Sampler Group Assam
    Farmer Barpeta, Assam•
    4 hrs ago
  • ১০০০ লোকেল মুৰ্গীত লাভালাভ/1000 nos. Broiler chicken farming profit and feed cost/Free range How much profit does a chicken make/1000 broiler murgi farming se kitna profit/how much profit from 1000 broiler/is broiler farming profitable/how much feed a chicken eat till 1 kg/monthly income from 1000 broiler farm/desi murgi palan/local kukura palan/poultry farm income per month/poultry chicken farm profit calculation chicken 1kg in 30 days/how many days takes a broiler to get 1 Kg/poultry farming video/can i earn money from broiler farming/is broiler farming profitable business/broiler chicken farming/sonali chicken farming/1000 broiler farming benefit and feed cost/assam farmer video/without commercial food broiler murgi farming/without broiler dana broiler farming/free range broiler farming profit and feed cost/can i feed rice and paddy to broiler chicken Day 1 to sell broiler chicken farming guide How to cultivate kaji nemu in New Broiler Farm Kathlijar in Assam Is new broiler farm kathlijar profitable business in Assam How to make a 1000 nos. Capacity of broiler farm in low cost 1000 capacity broiler farm bonabole kiman toka lage Company broiler farm koriboloi ki ki lage Manual litter racker Litter racking machine #1700​broilerchickenfarmingprofit #Benefitsofbroilerfarming​ #Last​batchprofit #Oneyearprofits​ #Litter​racker #Manual​litterrackingmachine #Racking​machine #Overflow​ #Autodrinkeroverflow​ #Auto​drinkeradjust #broiler​farmingprofits #Profits​ofbroilerfarming #Company​broilerfarmingprofits #Chicksbroodingmanagement​ #Winterchicksbrooding​ #hailstone​ #Strom​inAssam #Hailstone​in2025Assam #natural​disasters #day6​chicksbrooding #Gas​brooder #Chiranjit​vlog2.0 #Broilerliftingdone​ #Freerangelocalchickenfarming​ #Assamfarming​ #Desimurgi​ #Localkukura​ #Open​arealocalchickenfarm #Sidenet​forpoultryfarming #Broilerdisease​ treatment #Chickendisease​ #CRDmedicine​ #Poultryfarmmanagment
    2
    ১০০০ লোকেল মুৰ্গীত লাভালাভ/1000 nos. Broiler chicken farming profit and feed cost/Free range
How much profit does a chicken make/1000 broiler murgi farming se kitna profit/how much profit from 1000 broiler/is broiler farming profitable/how much feed a  chicken eat till 1 kg/monthly income from 1000 broiler farm/desi murgi palan/local kukura palan/poultry farm income per month/poultry chicken farm profit calculation chicken 1kg in 30 days/how many days takes a broiler to get 1 Kg/poultry farming video/can i earn money from broiler farming/is broiler farming profitable business/broiler chicken farming/sonali chicken farming/1000 broiler farming benefit and feed cost/assam farmer video/without commercial food broiler murgi farming/without broiler dana broiler farming/free range broiler farming profit and feed cost/can i feed rice and paddy to broiler chicken
Day 1 to sell broiler chicken farming guide
How to cultivate kaji nemu in New Broiler  Farm Kathlijar in Assam
Is new broiler farm kathlijar profitable business in Assam
How to make a 1000 nos. Capacity of broiler farm in low cost
1000 capacity broiler farm bonabole kiman toka lage
Company broiler farm koriboloi ki ki lage
Manual litter racker
Litter racking machine
#1700​broilerchickenfarmingprofit
#Benefitsofbroilerfarming​
#Last​batchprofit
#Oneyearprofits​
#Litter​racker
#Manual​litterrackingmachine
#Racking​machine
#Overflow​
#Autodrinkeroverflow​
#Auto​drinkeradjust
#broiler​farmingprofits
#Profits​ofbroilerfarming
#Company​broilerfarmingprofits
#Chicksbroodingmanagement​
#Winterchicksbrooding​
#hailstone​
#Strom​inAssam
#Hailstone​in2025Assam
#natural​disasters
#day6​chicksbrooding
#Gas​brooder
#Chiranjit​vlog2.0
#Broilerliftingdone​
#Freerangelocalchickenfarming​
#Assamfarming​
#Desimurgi​
#Localkukura​
#Open​arealocalchickenfarm
#Sidenet​forpoultryfarming
#Broilerdisease​ treatment
#Chickendisease​
#CRDmedicine​
#Poultryfarmmanagment
    user_Shariful Islam
    Shariful Islam
    Wedding service বৰপেটা, বৰপেটা, অসম•
    18 hrs ago
  • সৃজনগ্ৰাম সমষ্টিৰ এ আই ইউ ডি এফ দলৰ মনোনীত প্ৰাৰ্থী ৰেজাউল কৰিম সৰকাৰৰ উদ্ধাত্ব ভাষণ। তেওঁ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সভাপতি আছিল। কিছুদিন পূৰ্বে পদত্যাগ কৰি এ আই ইউ ডি এফ দলৰ মনোনীত প্ৰাৰ্থী হিচাপে সৃজনগ্ৰাম বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাইছে।
    1
    সৃজনগ্ৰাম সমষ্টিৰ এ আই ইউ ডি এফ দলৰ মনোনীত প্ৰাৰ্থী ৰেজাউল কৰিম সৰকাৰৰ উদ্ধাত্ব ভাষণ। তেওঁ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সভাপতি আছিল। কিছুদিন পূৰ্বে পদত্যাগ কৰি এ আই ইউ ডি এফ দলৰ মনোনীত প্ৰাৰ্থী হিচাপে সৃজনগ্ৰাম বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাইছে।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    8 hrs ago
  • বিজেপিৰ আনুষ্ঠানিক প্ৰাৰ্থীৰ তালিকা ঘোষণা হোৱাৰ পূৰ্বেই তামুলপুৰত বিশ্বজিৎ দৈমাৰীৰ হাজাৰ হাজাৰ সমৰ্থক লগত লৈ পদ যাত্ৰা।
    1
    বিজেপিৰ আনুষ্ঠানিক প্ৰাৰ্থীৰ তালিকা ঘোষণা হোৱাৰ পূৰ্বেই তামুলপুৰত বিশ্বজিৎ দৈমাৰীৰ হাজাৰ হাজাৰ সমৰ্থক লগত লৈ পদ যাত্ৰা।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    4 hrs ago
  • ৰঙিয়া ৰাজীৱ ভবণত নিৰ্বাচনী মুখ্য কাৰ্যালয় উদ্বোধন কৰাৰ পিছতে আজি বিৰোধী ঐক্য মঞ্চই অনুষ্ঠিত কৰা সংবাদ মেল সম্বোধন প্ৰাণজিৎ চৌধুৰীৰ। সংবাদ মেলত বিৰোধী ঐক্য মঞ্চৰ হৈ অসম জাতীয় পৰিষদৰ নেতা মজিবুদ্দিন আহমেদেও মন্তব্য আগবঢ়াই।
    1
    ৰঙিয়া ৰাজীৱ ভবণত নিৰ্বাচনী মুখ্য কাৰ্যালয় উদ্বোধন কৰাৰ পিছতে আজি বিৰোধী ঐক্য মঞ্চই অনুষ্ঠিত কৰা সংবাদ মেল সম্বোধন  প্ৰাণজিৎ চৌধুৰীৰ। সংবাদ মেলত বিৰোধী ঐক্য মঞ্চৰ হৈ অসম জাতীয় পৰিষদৰ নেতা মজিবুদ্দিন আহমেদেও মন্তব্য আগবঢ়াই।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    6 hrs ago
  • 🚨দিছপুৰত হ'ব NDAৰ চৰকাৰ। 🚨২০ মাৰ্চৰ পূৰ্বে BTCৰ সকলো আসনৰ প্ৰাৰ্থী ঘোষণা কৰা হ'ব প্ৰাৰ্থীৰ তালিকা। 🚨সংখ্যালঘু অধ্যুষিত পৰ্বতঝোৰাত ইফতাৰত অংশ লৈ মন্তব্য হাগ্ৰামা মহিলাৰীৰ।
    1
    🚨দিছপুৰত হ'ব NDAৰ চৰকাৰ। 
🚨২০ মাৰ্চৰ পূৰ্বে BTCৰ সকলো আসনৰ প্ৰাৰ্থী ঘোষণা কৰা হ'ব প্ৰাৰ্থীৰ তালিকা।
🚨সংখ্যালঘু অধ্যুষিত পৰ্বতঝোৰাত ইফতাৰত অংশ লৈ মন্তব্য হাগ্ৰামা মহিলাৰীৰ।
    user_Shakil Ahmed- ABC News Digital
    Shakil Ahmed- ABC News Digital
    News Anchor সৰুপেটা (পিটি), বজালী, অসম•
    3 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.