logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

৫৭ লাখ টকা ব্যয় সাপেক্ষে কুকুৰমাৰা ৰোহিনী কুমাৰ চৌধুৰী হাইস্কুলত বিজ্ঞানাগাৰ আৰু দুটা শ্ৰেণী কোঠাৰ শুভ উদ্বোধন । 🏛️৫৭ লাখ টকা ব্যয় সাপেক্ষে কুকুৰমাৰা ৰোহিনী কুমাৰ চৌধুৰী হাইস্কুলত বিজ্ঞানাগাৰ আৰু দুটা শ্ৰেণী কোঠাৰ শুভ উদ্বোধন ।৪ লাখ টকা ব্যয় সাপেক্ষে ৩ নম্বৰ আমত'লাত গুৰুত্বপূৰ্ণ পথ এটাৰ আধাৰশিলা স্থাপন ।বিধায়ক হিমাংশু শেখৰ বৈশ্যই শুভ উদ্বোধন কৰে দুয়োটা গুৰুত্বপূৰ্ণ আঁচনিৰ ।।।* *দক্ষিণ কামৰূপৰ পলাশবাৰী বিধানসভা সমষ্টিৰ কুকুৰমাৰা ৰোহিনী কুমাৰ চৌধুৰী হাইস্কুলত শুক্ৰবাৰে দূপৰীয়া সমগ্ৰ শিক্ষা অসমৰ দ্বাৰা অনুমোদিত দুটা শ্ৰেণী কোঠা আৰু বিজ্ঞানাগাৰৰ গৃহৰ শুভ উদ্বোধন কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক হিমাংশু শেখৰ বৈশ্যই । এই উপলক্ষে আয়োজন কৰা সভাখনত সভাপতিত্ব কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি লংকেশ্বৰ কলিতাই । সভাত প্ৰধান শিক্ষয়িত্ৰী জুৰি দাসে বিধায়ক হিমাংশু শেখৰ বৈশ্যক ফুলাম গামোচা, জাপি, শৰাই আদিৰে সম্বৰ্ধনা জনায় । জানিব পৰা মতে ৫৭ লাখ টকা ব্যয় সাপেক্ষে কুকুৰমাৰা ৰোহিনী কুমাৰ চৌধুৰী হাইস্কুলত বিজ্ঞানাগাৰ আৰু দুটা শ্ৰেণী কোঠাৰ কাম কৰা হয় ।* *তাৰ পিছতে অনুসূচিত জাতিৰ বসতিপ্ৰধান ৩ নম্বৰ আমত'লা গাঁৱত এটা গুৰুত্বপূৰ্ণ পথৰ আধাৰশিলা স্থাপন কৰা হয় । দীৰ্ঘদিন ধৰি উক্ত পথটোৱে ৰাইজক জলাকলা খুৱাইছিল । বিষয়টো গুৰুত্ব সহকাৰে লৈ ছয়গাঁও মাঁ চণ্ডিকা আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী মল্লিকা বৰ্মন মেধি আৰু উপ সভানেত্ৰী ববিতা দাসে হৃদয়ঙ্গম কৰি ৰাইজক পথটো উপহাৰ দিয়ে ।* *আজি দিনৰ ২ বজাত পথটোৰ আধাৰশিলা স্থাপন কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক হিমাংশু শেখৰ বৈশ্যই । গাওঁ উন্নয়ন সমিতিৰ সভাপতি ভূপেন চন্দ্ৰ দাসে পৰিচালনা কৰা সভাখনত উপস্থিত আছিল জিলা পৰিষদৰ সদস্য মিহিৰ ৰঞ্জন দাস, ছয়গাঁও মণ্ডল বিজেপিৰ সভাপতি কমলেশ্বৰ দাস, ছয়গাঁও উন্নয়ন খণ্ডৰ বিধায়কৰ প্ৰতিনিধি সোণজ্যোতি ডেকা, শংকৰ মাধৱ কীৰ্তন ঘৰৰ সভাপতি পৰমানন্দ দাস, আঞ্চলিক পঞ্চায়তৰ সদস্য হিতেশ দাস, সোণমণি দাস, পঞ্চায়ত সভানেত্ৰী মাজনী ডেকা, দুলুমণি দাস, গীতাঞ্জলি সাউদ প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।*

1 hr ago
user_TIME OF ASSAM
TIME OF ASSAM
ছয়গাঁও, কামৰূপ, অসম•

More news from অসম and nearby areas
  • যোৰাবাটত কৃত্ৰিম বান, ৪ ফুট পানীৰ তলত ৰাষ্ট্ৰীয় ঘাইপথ NH -27 মুষলধাৰ বৰষুণৰ ফলত যোৰাবাটত কৃত্ৰিম বানৰ সৃষ্টি । NH-27ৰ কেইবাটাও অংশত ৪ ফুট পৰ্যন্ত পানী জমা হোৱাত গুৱাহাটী অভিমুখী পথত তীব্ৰ যানজঁটৰ সৃষ্টি হৈছে। যান-বাহনৰ চলাচল ব্যাহত হোৱাৰ ফলত যাত্ৰীসকলে ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে।
    1
    যোৰাবাটত কৃত্ৰিম বান, ৪ ফুট পানীৰ তলত ৰাষ্ট্ৰীয় ঘাইপথ 
NH -27
মুষলধাৰ বৰষুণৰ ফলত যোৰাবাটত কৃত্ৰিম বানৰ সৃষ্টি ।
NH-27ৰ কেইবাটাও অংশত ৪ ফুট পৰ্যন্ত পানী জমা হোৱাত গুৱাহাটী অভিমুখী পথত তীব্ৰ যানজঁটৰ সৃষ্টি হৈছে।
যান-বাহনৰ চলাচল ব্যাহত হোৱাৰ ফলত যাত্ৰীসকলে ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে।
    user_DSL LIVE
    DSL LIVE
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    7 hrs ago
  • *Breaking* *Slug : Sijubari Cow Meet caught by Rastriya Bajrang Dal* মহানগৰীৰ সিজুৱাৰীৰ এখন গো মাংসৰ দোকানৰ পৰা উদ্ধাৰ বৃহৎ বৃহৎ পৰিমাণৰ গো মাংস। দীৰ্ঘদিনৰ পৰা গুৱাহাটীৰ সিজুৱাৰীত চলাই আহিছিল গো মাংসৰ অবৈধ বেহা। ৮৫.২ কেজি গো মাংস উদ্ধাৰ। ৰাষ্ট্ৰীয় বজৰং দল গুৱাহাটী মহানগৰ জিলা সমিতিয়ে উদ্ধাৰ কৰে গো মাংস খিনি। সাধাৰণ সম্পাদক মহাকাল শৰ্মাৰ নেতৃত্ব আজি এটা দলে হাতীগাঁও আৰক্ষীৰ সহযোগত চলাই অভিযান। #newsreort *Breaking* *Slug : Sijubari Cow Meet caught by Rastriya Bajrang Dal* মহানগৰীৰ সিজুৱাৰীৰ এখন গো মাংসৰ দোকানৰ পৰা উদ্ধাৰ বৃহৎ বৃহৎ পৰিমাণৰ গো মাংস। দীৰ্ঘদিনৰ পৰা গুৱাহাটীৰ সিজুৱাৰীত চলাই আহিছিল গো মাংসৰ অবৈধ বেহা। ৮৫.২ কেজি গো মাংস উদ্ধাৰ। ৰাষ্ট্ৰীয় বজৰং দল গুৱাহাটী মহানগৰ জিলা সমিতিয়ে উদ্ধাৰ কৰে গো মাংস খিনি। সাধাৰণ সম্পাদক মহাকাল শৰ্মাৰ নেতৃত্ব আজি এটা দলে হাতীগাঁও আৰক্ষীৰ সহযোগত চলাই অভিযান।
    1
    *Breaking*

*Slug : Sijubari Cow Meet caught by Rastriya Bajrang Dal*

মহানগৰীৰ সিজুৱাৰীৰ এখন গো মাংসৰ দোকানৰ পৰা উদ্ধাৰ বৃহৎ বৃহৎ পৰিমাণৰ গো মাংস।

দীৰ্ঘদিনৰ পৰা গুৱাহাটীৰ সিজুৱাৰীত চলাই আহিছিল গো মাংসৰ অবৈধ বেহা।

৮৫.২ কেজি গো মাংস উদ্ধাৰ।

ৰাষ্ট্ৰীয় বজৰং দল গুৱাহাটী মহানগৰ জিলা সমিতিয়ে উদ্ধাৰ কৰে গো মাংস খিনি।

সাধাৰণ সম্পাদক মহাকাল শৰ্মাৰ নেতৃত্ব আজি এটা দলে হাতীগাঁও আৰক্ষীৰ সহযোগত চলাই অভিযান।

#newsreort

    user_NEWS REPORT
    NEWS REPORT
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    22 hrs ago
  • ত্ৰিশূলী হাইড্ৰ'পাৱাৰ সুৰংগৰ পৰা ৩৫০ শ্ৰমিকক সুকলমে উদ্ধাৰ নেপাল সেনাৰ
    1
    ত্ৰিশূলী হাইড্ৰ'পাৱাৰ সুৰংগৰ পৰা ৩৫০ শ্ৰমিকক সুকলমে উদ্ধাৰ নেপাল সেনাৰ
    user_Democracy Time
    Democracy Time
    Photographer ঘোগ্ৰাপাৰ (Pt), নলবাৰী, অসম•
    7 hrs ago
  • ৰঙিয়াত বিধায়ক ভবেশ কলিতাৰ উদ্যোগত চি এম চেম্পিয়নশ্বিপ ট্রফী ফুটবল টুৰ্ণামেণ্টৰ আৰম্ভণি ৰঙিয়াত আজিৰে পৰা অনুষ্ঠিত হৈছে চি এম চেম্পিয়নশ্বিপ ট্রফী ফুটবল টুৰ্ণামেণ্ট। স্থানীয় বিধায়ক ভবেশ কলিতাৰ উদ্যোগত ৰঙিয়া হৰদত্ত বীৰদত্ত স্পর্টছ ক্লাবৰ সৌজন্যত অনুষ্ঠিত হৈছে নবম বাৰ্ষিক চি এম চেম্পিয়নশ্বিপ ট্রফী ফুটবল প্রতিযোগিতা। ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত প্ৰাৰম্ভিক খেলখনৰ উদ্বোধন কৰে ৰঙিয়া সমজিলা আয়ুক্ত নৱজিৎ পাঠকে। স্থানীয় বিধায়ক ভবেশ কলিতা আৰু সমজিলা আৰক্ষী অধীক্ষক বিশ্বজিৎ ডেকাৰ উপস্থিতিত অনুষ্ঠিত উদ্বোধনী খেলত ৰঙিয়া এফ চিৰ বিপক্ষে প্ৰতিদণ্ডীতা আগবঢ়াই বৰভাগ উদয়ন সংঘই। ৰঙিয়া এফ চিয়ে ৩-১ গ'লৰ ব্যৱধানত অগ্ৰগতি লাভ কৰে।
    1
    ৰঙিয়াত বিধায়ক ভবেশ কলিতাৰ উদ্যোগত চি এম চেম্পিয়নশ্বিপ ট্রফী ফুটবল টুৰ্ণামেণ্টৰ আৰম্ভণি 
ৰঙিয়াত আজিৰে পৰা অনুষ্ঠিত হৈছে চি এম চেম্পিয়নশ্বিপ ট্রফী ফুটবল টুৰ্ণামেণ্ট।
স্থানীয় বিধায়ক ভবেশ কলিতাৰ উদ্যোগত ৰঙিয়া হৰদত্ত বীৰদত্ত স্পর্টছ ক্লাবৰ সৌজন্যত অনুষ্ঠিত হৈছে নবম বাৰ্ষিক চি এম চেম্পিয়নশ্বিপ ট্রফী ফুটবল প্রতিযোগিতা। ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত প্ৰাৰম্ভিক খেলখনৰ উদ্বোধন কৰে ৰঙিয়া সমজিলা আয়ুক্ত নৱজিৎ পাঠকে। স্থানীয় বিধায়ক ভবেশ কলিতা আৰু সমজিলা আৰক্ষী অধীক্ষক বিশ্বজিৎ ডেকাৰ  উপস্থিতিত অনুষ্ঠিত উদ্বোধনী খেলত ৰঙিয়া এফ চিৰ বিপক্ষে প্ৰতিদণ্ডীতা আগবঢ়াই বৰভাগ উদয়ন সংঘই। ৰঙিয়া এফ চিয়ে ৩-১ গ'লৰ ব্যৱধানত অগ্ৰগতি লাভ কৰে।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    56 min ago
  • দেৱান হুৰমুজ আলীৰ মহানুভৱতা: পিতৃহীন দুগৰাকী যুৱতীৰ কাষত সহায়ৰ হাত, দিলে জীৱনৰ নতুন আশাৰ বতৰা দেৱান হুৰমুজ আলীৰ মহানুভৱতা: পিতৃহীন দুগৰাকী যুৱতীৰ কাষত সহায়ৰ হাত, দিলে জীৱনৰ নতুন আশাৰ বতৰা #Barpetakhabar #বৰপেটাখবৰ #Newsupdate
    1
    দেৱান হুৰমুজ আলীৰ মহানুভৱতা: পিতৃহীন দুগৰাকী যুৱতীৰ কাষত সহায়ৰ হাত, দিলে জীৱনৰ নতুন আশাৰ বতৰা
দেৱান হুৰমুজ আলীৰ মহানুভৱতা: পিতৃহীন দুগৰাকী যুৱতীৰ কাষত সহায়ৰ হাত, দিলে জীৱনৰ নতুন আশাৰ বতৰা
#Barpetakhabar #বৰপেটাখবৰ #Newsupdate
    user_Barpeta khabar
    Barpeta khabar
    Newsagent বৰপেটা, বৰপেটা, অসম•
    5 hrs ago
  • নগাঁও লোকসভা উপ-নিৰ্বাচনক লৈ হাফিজ বেৰিষ্টাৰ ইলিয়াছ আনছাৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে।
    1
    নগাঁও লোকসভা উপ-নিৰ্বাচনক লৈ হাফিজ বেৰিষ্টাৰ ইলিয়াছ আনছাৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে।
    user_News Headlines 24×7
    News Headlines 24×7
    Newsagent বৰপেটা, বৰপেটা, অসম•
    14 hrs ago
  • তামুলপুৰত আক্ৰাছুৰ প্ৰতাৰণা দিৱস পালন। কোচ-ৰাজবংশী জনগোষ্ঠীৰ ঐতিহাসিক মৰ্যাদা পুনৰুদ্ধাৰ আৰু দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণৰ দাবীত আজি তামুলপুৰ জিলা সদৰত সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু)-ৰ তামুলপুৰ জিলা সমিতিয়ে এক উত্তাল প্ৰতিবাদী কাৰ্যসূচীৰে 'প্ৰতাৰণা দিৱস' তথা 'ক'লা দিৱস' পালন কৰে কোচ-ৰাজবংশী জনগোষ্ঠীৰ ঐতিহাসিক মৰ্যাদা পুনৰুদ্ধাৰ আৰু দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণৰ দাবীত আজি তামুলপুৰ জিলা সদৰত সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু)-ৰ তামুলপুৰ জিলা সমিতিয়ে এক উত্তাল প্ৰতিবাদী কাৰ্যসূচীৰে 'প্ৰতাৰণা দিৱস' তথা 'ক'লা দিৱস' পালন কৰে; উল্লেখযোগ্য যে, ১৯৪৯ চনৰ ২৮ আগষ্টত কমতাপুৰৰ শেষৰজন ৰজা জগদীপেন্দ্ৰ নাৰায়ণ ভূপবাহাদুৰ আৰু ভাৰত চৰকাৰৰ তদানীন্তন গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ মাজত স্বাক্ষৰিত ঐতিহাসিক 'মাৰ্জাৰ চুক্তি'ৰ চৰ্তসমূহ বিগত সাতটা দশক ধৰি ৰূপায়ণ নকৰি জনগোষ্ঠীটোক চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ তুলি সংগঠনটোৱে প্ৰতিবছৰৰ দৰে এইবাৰো এই দিনটোক প্ৰতাৰণা দিৱস হিচাপে পালন কৰি আহিছে, যাৰ অংশ হিচাপে আজি তামুলপুৰ জিলা আক্ৰাছুৰ সভাপতি মতিকান্ত বৰ্মন আৰু সম্পাদক জিতেন দাসৰ নেতৃত্বত অৰ্ধশতাধিক নেতা-কৰ্মীয়ে হাতে হাতে বেনাৰ-প্লেকাৰ্ড লৈ ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় পথৰ তামুলপুৰ বজাৰ চ'কত ক'লা পতাকা উত্তোলন কৰাৰ লগতে ৰাজপথত সমদল উলিয়াই 'কোচ-ৰাজবংশীসকলক জনজাতিকৰণ কৰক', 'পৃথক কমতাপুৰ ৰাজ্য গঠন কৰক' আদি বিভিন্ন চৰকাৰবিৰোধী শ্লোগানেৰে সমগ্ৰ অঞ্চলটো উত্তাল কৰি তোলে আৰু অনতিপলমে তেওঁলোকৰ ঐতিহাসিক দাবীসমূহ মানি নল'লে আগন্তুক দিনত অধিক জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।
    1
    তামুলপুৰত আক্ৰাছুৰ প্ৰতাৰণা দিৱস পালন।

কোচ-ৰাজবংশী জনগোষ্ঠীৰ ঐতিহাসিক মৰ্যাদা পুনৰুদ্ধাৰ আৰু দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণৰ দাবীত আজি তামুলপুৰ জিলা সদৰত সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু)-ৰ তামুলপুৰ জিলা সমিতিয়ে এক উত্তাল প্ৰতিবাদী কাৰ্যসূচীৰে 'প্ৰতাৰণা দিৱস' তথা 'ক'লা দিৱস' পালন কৰে
কোচ-ৰাজবংশী জনগোষ্ঠীৰ ঐতিহাসিক মৰ্যাদা পুনৰুদ্ধাৰ আৰু দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণৰ দাবীত আজি তামুলপুৰ জিলা সদৰত সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু)-ৰ তামুলপুৰ জিলা সমিতিয়ে এক উত্তাল প্ৰতিবাদী কাৰ্যসূচীৰে 'প্ৰতাৰণা দিৱস' তথা 'ক'লা দিৱস' পালন কৰে; উল্লেখযোগ্য যে, ১৯৪৯ চনৰ ২৮ আগষ্টত কমতাপুৰৰ শেষৰজন ৰজা জগদীপেন্দ্ৰ নাৰায়ণ ভূপবাহাদুৰ আৰু ভাৰত চৰকাৰৰ তদানীন্তন গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ মাজত স্বাক্ষৰিত ঐতিহাসিক 'মাৰ্জাৰ চুক্তি'ৰ চৰ্তসমূহ বিগত সাতটা দশক ধৰি ৰূপায়ণ নকৰি জনগোষ্ঠীটোক চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ তুলি সংগঠনটোৱে প্ৰতিবছৰৰ দৰে এইবাৰো এই দিনটোক প্ৰতাৰণা দিৱস হিচাপে পালন কৰি আহিছে, যাৰ অংশ হিচাপে আজি তামুলপুৰ জিলা আক্ৰাছুৰ সভাপতি মতিকান্ত বৰ্মন আৰু সম্পাদক জিতেন দাসৰ নেতৃত্বত অৰ্ধশতাধিক নেতা-কৰ্মীয়ে হাতে হাতে বেনাৰ-প্লেকাৰ্ড লৈ ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় পথৰ তামুলপুৰ বজাৰ চ'কত ক'লা পতাকা উত্তোলন কৰাৰ লগতে ৰাজপথত সমদল উলিয়াই 'কোচ-ৰাজবংশীসকলক জনজাতিকৰণ কৰক', 'পৃথক কমতাপুৰ ৰাজ্য গঠন কৰক' আদি বিভিন্ন চৰকাৰবিৰোধী শ্লোগানেৰে সমগ্ৰ অঞ্চলটো উত্তাল কৰি তোলে আৰু অনতিপলমে তেওঁলোকৰ ঐতিহাসিক দাবীসমূহ মানি নল'লে আগন্তুক দিনত অধিক জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    12 hrs ago
  • দেশজুৰি উৎসাহ-উদ্দীপনাৰে উদযাপিত পৱিত্ৰ ৰাখী বন্ধন: ৰাজ্যবাসীক মুখ্যমন্ত্ৰীৰ শুভেচ্ছা ভাতৃ-ভগ্নীৰ অক্ষয় প্ৰেমৰ প্ৰতীক ৰাখী বন্ধন; পুৱাৰ পৰাই ভাই-ককায়েকৰ মণিবন্ধত ৰাখী বান্ধিলে ভগ্নীসকলে শাওনৰ পূৰ্ণিমাত ৰাজ্যজুৰি ৰাখী বন্ধনৰ উলাহ: কাই-ভনীৰ মধুৰ সম্পৰ্কৰ উৎসৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শুভকামনা
    1
    দেশজুৰি উৎসাহ-উদ্দীপনাৰে উদযাপিত পৱিত্ৰ ৰাখী বন্ধন: ৰাজ্যবাসীক মুখ্যমন্ত্ৰীৰ শুভেচ্ছা
ভাতৃ-ভগ্নীৰ অক্ষয় প্ৰেমৰ প্ৰতীক ৰাখী বন্ধন; পুৱাৰ পৰাই ভাই-ককায়েকৰ মণিবন্ধত ৰাখী বান্ধিলে ভগ্নীসকলে
শাওনৰ পূৰ্ণিমাত ৰাজ্যজুৰি ৰাখী বন্ধনৰ উলাহ: কাই-ভনীৰ মধুৰ সম্পৰ্কৰ উৎসৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শুভকামনা
    user_Democracy Time
    Democracy Time
    Photographer ঘোগ্ৰাপাৰ (Pt), নলবাৰী, অসম•
    9 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.