logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

২২ কাতি।ৰবি বাৰ

on 9 November
user_Mostab Ali Ahamed
Mostab Ali Ahamed
Psychologist Chamaria, Kamrup•
on 9 November

২২ কাতি।ৰবি বাৰ

  • user_User4149
    User4149
    Titabor, Jorhat
    💣
    on 15 November
More news from Kamrup Metro and nearby areas
  • ⚡️ “মিঞাৰ ৰাজনৈতিক কামিহাড় ভাঙিম” – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তীব্ৰ হুংকাৰ 🚨 নিৰ্বাচনৰ পূৰ্বে ডাঙৰ মন্তব্য! “মিঞাগীৰী চলিবলৈ নিদিওঁ” – মুখ্যমন্ত্ৰী 💥 ৰাজনীতি উত্তপ্ত! মিঞাৰ বিৰুদ্ধে কঠোৰ ভাষাত মুখ্যমন্ত্ৰী
    1
    ⚡️ “মিঞাৰ ৰাজনৈতিক কামিহাড় ভাঙিম” – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তীব্ৰ হুংকাৰ
🚨 নিৰ্বাচনৰ পূৰ্বে ডাঙৰ মন্তব্য! “মিঞাগীৰী চলিবলৈ নিদিওঁ” – মুখ্যমন্ত্ৰী
💥 ৰাজনীতি উত্তপ্ত! মিঞাৰ বিৰুদ্ধে কঠোৰ ভাষাত মুখ্যমন্ত্ৰী
    user_H News National
    H News National
    Guwahati, Kamrup Metro•
    16 hrs ago
  • 📌বাক্সাৰ টুকৰাকুছিত ৪২ নং বাক্সা বিধানসভা সমষ্টিৰ জিএচপি প্ৰাৰ্থী ৰমেশ চন্দ্ৰ দাসৰ নিৰ্বাচনী প্ৰচাৰ। 📌বাক্সা বিধানসভা সমষ্টিত আমি ব্যাপকভাৱে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছো বুলি মন্তব্য ৰমেশ চন্দ্ৰ দাসৰ। 📌সমষ্টিটোৰ পৰা মই বিজয়ী হলে সকলো জাতি জনগোষ্ঠীৰ মৌলিক প্ৰশ্নসমূহ যুক্তিপূৰ্ণভাৱে বিধানসভাৰ মজিয়াত উপস্থাপন কৰিম।
    1
    📌বাক্সাৰ টুকৰাকুছিত ৪২ নং বাক্সা বিধানসভা সমষ্টিৰ জিএচপি প্ৰাৰ্থী ৰমেশ চন্দ্ৰ দাসৰ নিৰ্বাচনী প্ৰচাৰ।
📌বাক্সা বিধানসভা সমষ্টিত আমি ব্যাপকভাৱে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছো বুলি মন্তব্য ৰমেশ চন্দ্ৰ দাসৰ।
📌সমষ্টিটোৰ পৰা মই বিজয়ী হলে সকলো জাতি জনগোষ্ঠীৰ মৌলিক প্ৰশ্নসমূহ যুক্তিপূৰ্ণভাৱে বিধানসভাৰ মজিয়াত উপস্থাপন কৰিম।
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    20 hrs ago
  • তামুলপুৰ সমষ্টিৰ UPPL প্ৰাৰ্থী প্ৰমোদ বড়োৰ মন্তব্যৰ পাছতে আজি NDA প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীৰ হৈ বিজেপিৰ জেষ্ঠ্য নেতাই বাকযুদ্ধত উভতি ধৰিছে প্ৰমোদ বড়োক। কালি নিশা প্ৰমোদ বড়োৰ বাসগৃহত অনুষ্ঠিত এক যোগদান সভাত প্ৰমোদ বড়োই বিশ্বজিৎ দৈমাৰীক কটাক্ষ কৰি, বিগত দিনত তামুলপুৰত কোনো উন্নয়ন নকৰাৰ কথা উল্লেখ কৰি তামুলপুৰত কোনো অৱদান নথকাৰ বক্তব্যৰ পিছতে আজি বিজেপিৰ জেষ্ঠ নেতা সোমনাথ বসুমতাৰীয়ে- প্ৰমোদ বড়ো হে বাহিৰৰ মানুহ বুলি কৈ তেওঁ ৰাজনৈতিক লালহা আৰু ক্ষমতাৰ বাবে নিৰ্বাচন খেলাৰ বাবেহে তামুলপুৰত আছে বুলি উল্লেখ কৰি তেওঁ ৰঙিয়াৰ বাসিন্দা বুলি উল্লেখ কৰে। লগতে ২০০১ চনত বিশ্বজিৎ দৈমাৰী তামুলপুৰৰ পৰা বিধায়ক হৈ প্ৰথম উন্নয়নৰ নক্সা স্থাপন কৰা ব্যক্তিজনেই বিশ্বজিৎ দৈমাৰী বুলি উল্লেখ কৰি বিশ্বজিৎ দৈমাৰী তামুলপুৰ জিলাৰ স্থানীয় বাসিন্দা বুলি কয়। তামুলপুৰত বিজেপিৰ উত্থান দেখি UPPL শংকিত হৈছে যাৰ বাবে এইধৰণ বক্তব্য প্ৰদান কৰি আছে। তামুলপুৰত NDA প্ৰাৰ্থী এক লাখৰো অধিক ভোট পাই জয়ী হবলৈ গৈ আছে বুলিও।মন্ত্যৱ।
    1
    তামুলপুৰ সমষ্টিৰ UPPL প্ৰাৰ্থী প্ৰমোদ বড়োৰ মন্তব্যৰ পাছতে আজি NDA প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীৰ হৈ বিজেপিৰ জেষ্ঠ্য নেতাই বাকযুদ্ধত উভতি ধৰিছে প্ৰমোদ বড়োক।
কালি নিশা প্ৰমোদ বড়োৰ বাসগৃহত অনুষ্ঠিত এক যোগদান সভাত প্ৰমোদ বড়োই বিশ্বজিৎ দৈমাৰীক কটাক্ষ কৰি, বিগত দিনত তামুলপুৰত কোনো উন্নয়ন নকৰাৰ কথা উল্লেখ কৰি তামুলপুৰত কোনো অৱদান নথকাৰ বক্তব্যৰ পিছতে আজি বিজেপিৰ জেষ্ঠ নেতা সোমনাথ বসুমতাৰীয়ে- প্ৰমোদ বড়ো হে বাহিৰৰ মানুহ বুলি কৈ তেওঁ ৰাজনৈতিক লালহা আৰু ক্ষমতাৰ বাবে নিৰ্বাচন খেলাৰ বাবেহে তামুলপুৰত আছে বুলি উল্লেখ কৰি তেওঁ ৰঙিয়াৰ বাসিন্দা বুলি উল্লেখ কৰে। লগতে ২০০১ চনত বিশ্বজিৎ দৈমাৰী তামুলপুৰৰ পৰা বিধায়ক হৈ প্ৰথম উন্নয়নৰ নক্সা স্থাপন কৰা ব্যক্তিজনেই বিশ্বজিৎ দৈমাৰী বুলি উল্লেখ কৰি বিশ্বজিৎ দৈমাৰী তামুলপুৰ জিলাৰ স্থানীয় বাসিন্দা বুলি কয়।
তামুলপুৰত বিজেপিৰ উত্থান দেখি UPPL শংকিত হৈছে যাৰ বাবে এইধৰণ বক্তব্য প্ৰদান কৰি আছে।
তামুলপুৰত NDA প্ৰাৰ্থী এক লাখৰো অধিক ভোট পাই জয়ী হবলৈ গৈ আছে বুলিও।মন্ত্যৱ।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    15 hrs ago
  • notun silver Kali Mandir
    1
    notun silver Kali Mandir
    user_AlokeshDas
    AlokeshDas
    তামুলপুৰ, তামুলপুৰ, অসম•
    15 hrs ago
  • Post by Jahan Uddin
    2
    Post by Jahan Uddin
    user_Jahan Uddin
    Jahan Uddin
    লক্ষীপুৰ, গোৱালপাৰা, অসম•
    4 hrs ago
  • প্ৰনৱাশীষ ৰয় ধুবুৰী সদৰ;১ এপ্ৰিল নিৰ্বাচন সমাগত এই সময়ত বিভিন্ন ৰাজনৈতিক দলৰ মনোনীত প্ৰাৰ্থী সকলে বিভিন্ন প্ৰচাৰ অভিযান চলাই থকাৰ সময়তে ধুবুৰী বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী উত্তম কুমাৰ প্ৰসাদ আদাবাৰী অঞ্চলত প্ৰচাৰ অভিযান চলায়। সাংবাদিক ৰ সৈতে কথা বতৰাত এই দৰে কয়।। প্ৰনৱাশীষ ৰয় ধুবুৰী
    1
    প্ৰনৱাশীষ ৰয় ধুবুৰী সদৰ;১ এপ্ৰিল 
নিৰ্বাচন সমাগত এই সময়ত বিভিন্ন ৰাজনৈতিক দলৰ মনোনীত প্ৰাৰ্থী সকলে বিভিন্ন প্ৰচাৰ অভিযান চলাই থকাৰ সময়তে ধুবুৰী বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী উত্তম কুমাৰ প্ৰসাদ আদাবাৰী অঞ্চলত প্ৰচাৰ অভিযান চলায়। সাংবাদিক ৰ সৈতে কথা বতৰাত এই দৰে কয়।।
প্ৰনৱাশীষ ৰয় ধুবুৰী
    user_Pranabasish Roy
    Pranabasish Roy
    আঠানি, ধুবুৰী, অসম•
    14 min ago
  • Post by Shakil Ahmed- ABC News Digital
    1
    Post by Shakil Ahmed- ABC News Digital
    user_Shakil Ahmed- ABC News Digital
    Shakil Ahmed- ABC News Digital
    News Anchor সৰুপেটা (পিটি), বজালী, অসম•
    14 hrs ago
  • #AssamNews #NewsUpdate #Election2026 #Rauta #VPI #AssamPolitics #ViralNews
    1
    #AssamNews #NewsUpdate #Election2026 #Rauta #VPI #AssamPolitics #ViralNews
    user_H News National
    H News National
    Guwahati, Kamrup Metro•
    19 hrs ago
  • তামুলপুৰত ইউপিপিএলৰ বিশাল যোগদান সমাৰোহ: বিশ্বজিৎ দৈমাৰী আৰু হাগ্ৰামা মহিলাৰীক প্ৰমোদ বড়োৰ তীব্ৰ সমালোচনা সোমবাৰে নিশা ৰাজ্যসভাৰ সাংসদ তথা ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী প্ৰমোদ বড়োৰ নিজ বাসগৃহ সৌৰাগুৰীত এক বিশাল যোগদান সমাৰোহ অনুষ্ঠিত হয় য’ত বিভিন্ন ৰাজনৈতিক দল ত্যাগ কৰি প্ৰায় তিনি শতাধিক লোকে আনুষ্ঠানিকভাৱে ইউপিপিএলত যোগদান কৰে। যোগদান সমাৰোহৰ অন্তত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত প্ৰমোদ বড়োৱে আত্মবিশ্বাসেৰে কয় যে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিটিআৰৰ সৰ্বস্তৰৰ ৰাইজ হিলদল ভাঙি ইউপিপিএলৰ প্ৰতি আকৰ্ষিত হৈছে আৰু ইয়েই প্ৰমাণ কৰে যে সকলো জাতি-জনগোষ্ঠীৰ লোক বৰ্তমান তেওঁলোকৰ দলৰ লগত আছে। বিটিআৰৰ ১৫ খন আসনৰ আটাইকেইখনতে ইউপিপিএলে অকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ কথা উল্লেখ কৰি বড়োৱে দাবী কৰে যে তেওঁলোকে ১০ৰ পৰা ১২ খন আসনত নিশ্চিতভাৱে জয়লাভ কৰিব। আনহাতে, তামুলপুৰৰ এনডিএ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীক কঠোৰ ভাষাৰে সমালোচনা কৰি বড়োৱে কয় যে দীৰ্ঘদিন ধৰি বিধায়ক, সাংসদ আৰু বিধানসভাৰ অধ্যক্ষৰ দৰে গুৰুত্বপূৰ্ণ পদত থকাৰ পাছতো দৈমাৰীয়ে তামুলপুৰৰ ৰাইজৰ বাবে একোৱেই নকৰিলে আৰু উন্নয়নৰ নামত কেৱল আলহী খাবলৈহে সমষ্টিটোলৈ আহিছিল। আজিৰ নতুন তামুলপুৰ কেৱল ইউপিপিএলৰ দিনতহে গঢ় লৈ উঠিছে বুলি তেওঁ দাবী কৰে। ইপিনে, হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী যাদুৰ দাবীক তাচ্ছিল্য কৰি বড়োৱে কয় যে যাদু থাকিলেহে বিপিএফৰ ১৫ খন আসন লাভ কৰা সম্ভৱ, কাৰণ ইউপিপিএলে দিনে-নিশাই গাঁৱে-ভূঞে কাম কৰি ৰাইজৰ আস্থা অৰ্জন কৰিছে। কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ পত্নীৰ বিৰুদ্ধে লৰেন্স ইছলাৰীৰ প্ৰাৰ্থীত্ব আৰু দতমাৰ ৰাজু নাৰ্জাৰীৰ দৰে শিক্ষিত প্ৰাৰ্থীৰ উদাহৰণ দি তেওঁ কয় যে ইউপিপিএলৰ প্ৰাৰ্থীসকল একোজন সংগ্ৰামী আৰু শিক্ষিত ব্যক্তি হোৱাৰ বিপৰীতে বিপিএফৰ কোনো ভেটি নাই, যাৰ ফলত ইউপিপিএলে সৰ্বোচ্চ ভোটত বিজয় সাব্যস্ত কৰাটো নিশ্চিত।###
    1
    তামুলপুৰত ইউপিপিএলৰ বিশাল যোগদান সমাৰোহ: বিশ্বজিৎ দৈমাৰী আৰু হাগ্ৰামা মহিলাৰীক প্ৰমোদ বড়োৰ তীব্ৰ সমালোচনা
সোমবাৰে নিশা ৰাজ্যসভাৰ সাংসদ তথা ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী প্ৰমোদ বড়োৰ নিজ বাসগৃহ সৌৰাগুৰীত এক বিশাল যোগদান সমাৰোহ অনুষ্ঠিত হয় য’ত বিভিন্ন ৰাজনৈতিক দল ত্যাগ কৰি প্ৰায় তিনি শতাধিক লোকে আনুষ্ঠানিকভাৱে ইউপিপিএলত যোগদান কৰে। যোগদান সমাৰোহৰ অন্তত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত প্ৰমোদ বড়োৱে আত্মবিশ্বাসেৰে কয় যে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিটিআৰৰ সৰ্বস্তৰৰ ৰাইজ হিলদল ভাঙি ইউপিপিএলৰ প্ৰতি আকৰ্ষিত হৈছে আৰু ইয়েই প্ৰমাণ কৰে যে সকলো জাতি-জনগোষ্ঠীৰ লোক বৰ্তমান তেওঁলোকৰ দলৰ লগত আছে। বিটিআৰৰ ১৫ খন আসনৰ আটাইকেইখনতে ইউপিপিএলে অকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ কথা উল্লেখ কৰি বড়োৱে দাবী কৰে যে তেওঁলোকে ১০ৰ পৰা ১২ খন আসনত নিশ্চিতভাৱে জয়লাভ কৰিব। আনহাতে, তামুলপুৰৰ এনডিএ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীক কঠোৰ ভাষাৰে সমালোচনা কৰি বড়োৱে কয় যে দীৰ্ঘদিন ধৰি বিধায়ক, সাংসদ আৰু বিধানসভাৰ অধ্যক্ষৰ দৰে গুৰুত্বপূৰ্ণ পদত থকাৰ পাছতো দৈমাৰীয়ে তামুলপুৰৰ ৰাইজৰ বাবে একোৱেই নকৰিলে আৰু উন্নয়নৰ নামত কেৱল আলহী খাবলৈহে সমষ্টিটোলৈ আহিছিল। আজিৰ নতুন তামুলপুৰ কেৱল ইউপিপিএলৰ দিনতহে গঢ় লৈ উঠিছে বুলি তেওঁ দাবী কৰে। ইপিনে, হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী যাদুৰ দাবীক তাচ্ছিল্য কৰি বড়োৱে কয় যে যাদু থাকিলেহে বিপিএফৰ ১৫ খন আসন লাভ কৰা সম্ভৱ, কাৰণ ইউপিপিএলে দিনে-নিশাই গাঁৱে-ভূঞে কাম কৰি ৰাইজৰ আস্থা অৰ্জন কৰিছে। কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ পত্নীৰ বিৰুদ্ধে লৰেন্স ইছলাৰীৰ প্ৰাৰ্থীত্ব আৰু দতমাৰ ৰাজু নাৰ্জাৰীৰ দৰে শিক্ষিত প্ৰাৰ্থীৰ উদাহৰণ দি তেওঁ কয় যে ইউপিপিএলৰ প্ৰাৰ্থীসকল একোজন সংগ্ৰামী আৰু শিক্ষিত ব্যক্তি হোৱাৰ বিপৰীতে বিপিএফৰ কোনো ভেটি নাই, যাৰ ফলত ইউপিপিএলে সৰ্বোচ্চ ভোটত বিজয় সাব্যস্ত কৰাটো নিশ্চিত।###
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    20 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.