Shuru
Apke Nagar Ki App…
hello friends 🤝
Love you Assam India
hello friends 🤝
More news from অসম and nearby areas
- যোৰহাট প্ৰেছ ক্লাবৰ সৌজন্যত আজি 'এই মাহৰ অতিথি' শীর্ষক অনুষ্ঠান অনুষ্ঠিত হয় । #উক্ত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন চলচিত্র নির্মাতা তথা ভিলেজ ৰকষ্টাৰ্ছ খ্যাত ৰীমা দাস বিশিষ্ট অতিথি হিচাপে অংশ গ্রহণ1
- আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত মৰিয়নি সমষ্টিত ব্যাপক নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে ৰাইজৰ দলৰ প্ৰাৰ্থী ড০ জ্ঞানাশ্ৰী বৰাই। আজি ড০ বৰাই যোৰহাট জিলাৰ চিন্তামণি গড় পঞ্চায়তৰ অন্তৰ্গত জেলেঙিটোপত এখন ক্ৰিকেট প্ৰতিযোগিতা উদ্বোধন কৰাৰ লগতে অঞ্চলটোৰ কেইবাখনো সভাত অংশ লৈ ৰাইজৰ সৈতে মত বিনিময় কৰে।সক্ৰিয় ৰাজনীতিলৈ নতুনকৈ অহা ড০ জ্ঞানাশ্ৰী বৰাই সংবাদ মাধ্যমৰ আগত কয় যে মৰিয়নি সমষ্টিৰ ৰাইজৰ দীৰ্ঘদিনীয়া অভাৱ-অভিযোগসমূহ দূৰ কৰাই তেওঁৰ মূল লক্ষ্য। নতুন প্ৰজন্মৰ মাজত বিশেষ জনপ্ৰিয়তা অৰ্জন কৰা ড০ বৰাই আজিৰ এই জনসংযোগ কালত ৰাইজৰ পৰা বিপুল সমাদৰ লাভ কৰা পৰিলক্ষিত হয়।4
- অসম চাহ মজদুৰ সংঘ, সোণাৰি শাখাৰ 'চুপাৰ মাৰ্কেট কমপ্লেক্স'ৰ আধাৰশিলা স্থাপন। অসম চাহ মজদুৰ সংঘ, সোণাৰি শাখাৰ 'চুপাৰ মাৰ্কেট কমপ্লেক্স'টিৰ প্ৰাক্তন কেন্দ্ৰীয় ড'নাৰ মন্ত্ৰী তথা অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱৰ্নসিং ঘাটোৱাৰে আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানৰ আঁত ধৰে সোণাৰি শাখা সংঘৰ সম্পাদক প্ৰকাশ নাগে। শাখা সংঘৰ সমূহ বিষয়ববীয়া আৰু সদস্য সকলৰ লগতে কাষৰীয়া চাহ বাগিচাৰ পৰিচালক সকলো অনুষ্ঠানত উপস্থিত থাকে।1
- ধিং সমষ্টিত ৰাইজৰ দলৰ বিশাল জন জাগৰণ ৰেলি। ধিং সমষ্টিৰ প্ৰাৰ্থী মেহবুব মুক্তাৰৰ নেতৃত্বত সমৰ্থক সকলে উলিয়ায় এই ৰেলি। ধিং সমষ্টিৰ ২৫ খন গাঁও পঞ্চায়তত ৰাইজৰ মাজত জন জাগৰণৰ উদ্দেশ্যি তাঁতীকটা গাঁৱৰ পৰা আৰম্ভ হয় এই ৰেলি।3
- 📌“গৌৰৱ-ৰকিবুল থাকিলেই বিজেপিৰে চৰকাৰ” কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ 📌“ৰাহুল গান্ধী থকালৈকে মোদীয়েই প্ৰধানমন্ত্ৰী” কংগ্ৰেছক লৈ মুখ্যমন্ত্ৰীৰ চাঞ্চল্যকৰ মন্তব্য1
- Serious Road Accident Reported at Krishna Basti Road, Lumding During Holi Lumding | Holi Festival Incident A serious road accident occurred today during Holi celebrations at Krishna Basti Road in Lumding, raising concerns about drunk driving and public safety. According to local sources, a person named Bipul Karmakar was allegedly hit by a Scorpio vehicle. Eyewitnesses claim that the vehicle was being driven at high speed before the accident took place. After the collision, the driver reportedly fled the scene. Residents stated that the Scorpio vehicle was badly damaged from multiple sides, indicating the impact was severe. Local people also alleged that the driver appeared to be under the influence of alcohol at the time of the incident. Growing Concern Over Drunk Driving During Festivals During Holi celebrations, incidents of drunk driving tend to increase. Many youths reportedly consume alcohol beyond safe limits, leading to reckless driving and life-threatening accidents. This raises serious questions: Why is alcohol easily accessible during festivals? How are individuals allowed to drive after consuming excessive alcohol? How do intoxicated drivers manage to get vehicle keys and drive freely? Police Investigation Underway Lumding Police have begun investigating the matter. Authorities are expected to review CCTV footage and gather witness statements to identify and take action against the accused driver. Local residents are demanding strict checking, especially during festivals, to prevent such tragic incidents in the future. Public Appeal Citizens are urging: Strict police checking during festivals Zero tolerance for drunk driving Strong legal action against hit-and-run cases Youth lives are valuable. Festivals should be about celebration, not tragedy. Further updates are awaited as the investigation continues. Himanta Biswa Sarma CMO Assam Hojai District Administration Dilip Saikia Aboyob Bhuyan BJP Assam Pradesh Riniki Bhuyan Sharma Jayanta Mallabaruah PMO India Pijush Hazarika Atanu Bhuyan Rashtriya Swayamsevak Sangh (RSS) President of India BJYM Nitin Gadkari BJP Delhi1
- সোণাৰি স্থিত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ আবাসৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী চিকিৎসা সাহায্য পুঁজিৰ অধীনত চেক প্ৰদান অনুষ্ঠান কাৰ্যসূচী সম্পন্ন কৰা হয় । এই অনুষ্ঠানৰ জৰিয়তে চিকিৎসাৰ বাবে সহায় প্ৰয়োজন হোৱা ২৬৫ গৰাকী ৰোগীলৈ চেক প্ৰদান কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ।1
- হাওৰাঘাটত অৰুণোদয় ৩.০ আঁচনি বিতৰণ ৰাজ্য চৰকাৰৰ। অসমত ৪০ লাখ মহিলাক প্ৰদান কৰা হয় অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনি লাভ কৰি উৎফুল্লিত মহিলাসকল। অৰুণোদয় ৩.০ আঁচনিৰ ধনৰাশি বিতৰণ অনুষ্ঠানত হাওৰাঘাট বিধান সভা সমষ্টিৰ বিধায়ক Darsing Ronghang, হাওৰাঘাট পৌৰ সভাৰ অধ্যক্ষ বিদ্যাছিং টেৰণ, ৱাৰ্ড কমিছনাৰ Ramesh Kemprai , Momit Khaklary , Arunoma Phanglosa, Gangaram Sahu , হাওৰাঘাট থানা কমিটিৰ অধ্যক্ষ Gautam Enghee , হাওৰাঘাট উন্নয়ন খণ্ডৰ BDO Champak Sharma উপস্থিত থাকে।4
- 📌অসমৰ ইতিহাসত সৰ্ববৃহৎ পুঁজি হস্তান্তৰ! অৰুনোদই আঁচনিত নৱ ইতিহাস – মুখ্যমন্ত্ৰী 📌“অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ইমান ডাঙৰ পুঁজি” অৰুনোদই আঁচনি লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা 📌অৰুনোদই আঁচনিত নৱ ৰেকৰ্ড! ইতিহাসৰ সৰ্ববৃহৎ পুঁজি হস্তান্তৰ – মুখ্যমন্ত্ৰী1