logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ৰাইজৰ দলৰ নিৰ্বাচনী তৎপৰতাঃ চিন্তামণি গড়ত ড০ জ্ঞানাশ্ৰী বৰাৰ মত-বিনিময় আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত মৰিয়নি সমষ্টিত ব্যাপক নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে ৰাইজৰ দলৰ প্ৰাৰ্থী ড০ জ্ঞানাশ্ৰী বৰাই। আজি ড০ বৰাই যোৰহাট জিলাৰ চিন্তামণি গড় পঞ্চায়তৰ অন্তৰ্গত জেলেঙিটোপত এখন ক্ৰিকেট প্ৰতিযোগিতা উদ্বোধন কৰাৰ লগতে অঞ্চলটোৰ কেইবাখনো সভাত অংশ লৈ ৰাইজৰ সৈতে মত বিনিময় কৰে।​সক্ৰিয় ৰাজনীতিলৈ নতুনকৈ অহা ড০ জ্ঞানাশ্ৰী বৰাই সংবাদ মাধ্যমৰ আগত কয় যে মৰিয়নি সমষ্টিৰ ৰাইজৰ দীৰ্ঘদিনীয়া অভাৱ-অভিযোগসমূহ দূৰ কৰাই তেওঁৰ মূল লক্ষ্য। ​নতুন প্ৰজন্মৰ মাজত বিশেষ জনপ্ৰিয়তা অৰ্জন কৰা ড০ বৰাই আজিৰ এই জনসংযোগ কালত ৰাইজৰ পৰা বিপুল সমাদৰ লাভ কৰা পৰিলক্ষিত হয়।

15 hrs ago
user_Farid Ali.
Farid Ali.
Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
15 hrs ago

ৰাইজৰ দলৰ নিৰ্বাচনী তৎপৰতাঃ চিন্তামণি গড়ত ড০ জ্ঞানাশ্ৰী বৰাৰ মত-বিনিময় আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত মৰিয়নি সমষ্টিত ব্যাপক নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে ৰাইজৰ দলৰ প্ৰাৰ্থী ড০ জ্ঞানাশ্ৰী বৰাই। আজি ড০ বৰাই যোৰহাট জিলাৰ চিন্তামণি গড় পঞ্চায়তৰ অন্তৰ্গত জেলেঙিটোপত এখন ক্ৰিকেট প্ৰতিযোগিতা উদ্বোধন কৰাৰ লগতে অঞ্চলটোৰ কেইবাখনো সভাত অংশ লৈ ৰাইজৰ সৈতে মত বিনিময় কৰে।​সক্ৰিয় ৰাজনীতিলৈ নতুনকৈ অহা ড০ জ্ঞানাশ্ৰী বৰাই সংবাদ মাধ্যমৰ আগত কয় যে মৰিয়নি সমষ্টিৰ ৰাইজৰ দীৰ্ঘদিনীয়া অভাৱ-অভিযোগসমূহ দূৰ কৰাই তেওঁৰ মূল লক্ষ্য। ​নতুন প্ৰজন্মৰ মাজত বিশেষ জনপ্ৰিয়তা অৰ্জন কৰা ড০ বৰাই আজিৰ এই জনসংযোগ কালত ৰাইজৰ পৰা বিপুল সমাদৰ লাভ কৰা পৰিলক্ষিত হয়।

More news from অসম and nearby areas
  • বামুণপুখুৰী পঞ্চায়তত আজি ভাৰতীয় জনতা পাৰ্টিৰ এক বৃহৎ যোগদান কাৰ্যসূচী সম্পন্ন হয়।বনাইগড়পুৰীয়া নামঘৰৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আয়োজিত এই অনুষ্ঠানত পঞ্চায়তখনৰ প্ৰায় ৭০টা পৰিয়ালৰ শতাধিক লোকে বিজেপিৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ আনুষ্ঠানিকভাৱে দলত যোগদান কৰে। ​অনুষ্ঠিত এই সভাত মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত থাকি ন-কৰ্মীসকলক দলীয় গলবস্ত্ৰ আৰু টুপী পিন্ধাই উষ্ম আদৰণি জনায়। যোগদান কাৰ্যসূচীত অংশ লৈ বিধায়কগৰাকীয়ে কয় যে চৰকাৰৰ উন্নয়নমূলক কাম-কাজৰ প্ৰতি জনসাধাৰণৰ আস্থা বৃদ্ধি পাইছে। ভাষণ প্ৰসংগত তেওঁ আগন্তুক দিনত মৰিয়নি সমষ্টিত আৰু অধিক উন্নয়নমূলক আঁচনি ৰূপায়ণ কৰাৰ আশ্বাস প্ৰদান কৰে। উক্ত অনুষ্ঠানত কেইবাজনো জ্যেষ্ঠ কৰ্মকৰ্তা আৰু বিষয়ববীয়া উপস্থিত থাকে। এই যোগদান কাৰ্যসূচীয়ে অঞ্চলটোত বিজেপিৰ ভেটি অধিক শক্তিশালী কৰি তুলিব বুলি দলীয় নেতৃত্বই আশা প্ৰকাশ কৰিছে।
    4
    বামুণপুখুৰী পঞ্চায়তত আজি ভাৰতীয় জনতা পাৰ্টিৰ এক বৃহৎ যোগদান কাৰ্যসূচী সম্পন্ন হয়।বনাইগড়পুৰীয়া নামঘৰৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আয়োজিত এই অনুষ্ঠানত পঞ্চায়তখনৰ প্ৰায় ৭০টা পৰিয়ালৰ শতাধিক লোকে বিজেপিৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ আনুষ্ঠানিকভাৱে দলত যোগদান কৰে। ​অনুষ্ঠিত এই সভাত মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত থাকি ন-কৰ্মীসকলক দলীয় গলবস্ত্ৰ আৰু টুপী পিন্ধাই উষ্ম আদৰণি জনায়। যোগদান কাৰ্যসূচীত অংশ লৈ বিধায়কগৰাকীয়ে কয় যে চৰকাৰৰ উন্নয়নমূলক কাম-কাজৰ প্ৰতি জনসাধাৰণৰ আস্থা বৃদ্ধি পাইছে। ভাষণ প্ৰসংগত তেওঁ আগন্তুক দিনত মৰিয়নি সমষ্টিত আৰু অধিক উন্নয়নমূলক আঁচনি ৰূপায়ণ কৰাৰ আশ্বাস প্ৰদান কৰে। উক্ত অনুষ্ঠানত কেইবাজনো জ্যেষ্ঠ কৰ্মকৰ্তা আৰু বিষয়ববীয়া উপস্থিত থাকে। এই যোগদান কাৰ্যসূচীয়ে অঞ্চলটোত বিজেপিৰ ভেটি অধিক শক্তিশালী কৰি তুলিব বুলি দলীয় নেতৃত্বই আশা প্ৰকাশ কৰিছে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    15 hrs ago
  • অসম চাহ মজদুৰ সংঘ, সোণাৰি শাখাৰ 'চুপাৰ মাৰ্কেট কমপ্লেক্স'ৰ আধাৰশিলা স্থাপন। অসম চাহ মজদুৰ সংঘ, সোণাৰি শাখাৰ 'চুপাৰ মাৰ্কেট কমপ্লেক্স'টিৰ প্ৰাক্তন কেন্দ্ৰীয় ড'নাৰ মন্ত্ৰী তথা অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱৰ্নসিং ঘাটোৱাৰে আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানৰ আঁত ধৰে সোণাৰি শাখা সংঘৰ সম্পাদক প্ৰকাশ নাগে। শাখা সংঘৰ সমূহ বিষয়ববীয়া আৰু সদস্য সকলৰ লগতে কাষৰীয়া চাহ বাগিচাৰ পৰিচালক সকলো অনুষ্ঠানত উপস্থিত থাকে।
    1
    অসম চাহ মজদুৰ সংঘ, সোণাৰি শাখাৰ 'চুপাৰ মাৰ্কেট কমপ্লেক্স'ৰ আধাৰশিলা স্থাপন।
অসম চাহ মজদুৰ সংঘ, সোণাৰি শাখাৰ 'চুপাৰ মাৰ্কেট কমপ্লেক্স'টিৰ প্ৰাক্তন কেন্দ্ৰীয় ড'নাৰ মন্ত্ৰী তথা অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱৰ্নসিং ঘাটোৱাৰে আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানৰ আঁত ধৰে সোণাৰি শাখা সংঘৰ সম্পাদক প্ৰকাশ নাগে। শাখা সংঘৰ সমূহ বিষয়ববীয়া আৰু সদস্য সকলৰ লগতে কাষৰীয়া চাহ বাগিচাৰ পৰিচালক সকলো অনুষ্ঠানত উপস্থিত থাকে।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    4 hrs ago
  • যোৰহাট প্ৰেছ ক্লাবৰ সৌজন্যত আজি 'এই মাহৰ অতিথি' শীর্ষক অনুষ্ঠান অনুষ্ঠিত হয় । #উক্ত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন চলচিত্র নির্মাতা তথা ভিলেজ ৰকষ্টাৰ্ছ খ্যাত ৰীমা দাস বিশিষ্ট অতিথি হিচাপে অংশ গ্রহণ
    1
    যোৰহাট প্ৰেছ ক্লাবৰ সৌজন্যত আজি 'এই মাহৰ অতিথি' শীর্ষক অনুষ্ঠান অনুষ্ঠিত হয় ।
#উক্ত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন চলচিত্র নির্মাতা তথা ভিলেজ ৰকষ্টাৰ্ছ খ্যাত ৰীমা দাস বিশিষ্ট অতিথি হিচাপে অংশ গ্রহণ
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist উত্তৰ লখিমপুৰ, লখিমপুৰ, অসম•
    4 hrs ago
  • গোলাঘাটৰ দক্ষিণহেঙেৰা আঠাবাৰীত সংঘটিত হল লোমহৰ্ষক হত্যাকাণ্ড। নিজ ভাতৃয়ে হত্যা কৰিলে ককায়েকক।এই হত্যাকাণ্ডত সহযোগ কৰিলে পিতৃয়েও। ঘৰৰ চোতালতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি কিশোৰ ভাতৃয়ে হত্যা কৰি ককায়েক ৰাজু ওৰাংক বস্তাত ভৰাই মৃতদেহ পেলালে বাহঁনিত।চোতালতে সিচৰিত হৈ থকা তেজৰ চেকুৰাৰ পৰা স্পষ্ট হল হত্যাকাণ্ডৰ স্হান। ##স্হানীয় লোকে বাহঁনিত মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে মৃত্যু হোৱা ৰাজু ওৰাংৰ ঘৰৰ পৰা শুই থকা অৱস্হাত কিশোৰ ভাতৃ আৰু দেউতাক বোবাই ওৰাংক সোমবাৰে নিশাই গ্ৰেপ্তাৰ কৰে।উদ্বাৰ কৰিছে হত্যাকাণ্ডত ব্যৱহাৰ হোৱা দা খনো আৰক্ষীয়ে। ঘৰুৱা সংঘাতৰ ফলতেই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্হানীয় লোক তথা আৰক্ষীৰ। বৰ্তমানত আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
    1
    গোলাঘাটৰ দক্ষিণহেঙেৰা আঠাবাৰীত  সংঘটিত হল লোমহৰ্ষক হত্যাকাণ্ড। নিজ ভাতৃয়ে হত্যা কৰিলে ককায়েকক।এই হত্যাকাণ্ডত  সহযোগ কৰিলে পিতৃয়েও।
ঘৰৰ চোতালতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি কিশোৰ ভাতৃয়ে হত্যা কৰি ককায়েক ৰাজু  ওৰাংক বস্তাত ভৰাই মৃতদেহ পেলালে বাহঁনিত।চোতালতে সিচৰিত হৈ থকা তেজৰ চেকুৰাৰ পৰা স্পষ্ট হল হত্যাকাণ্ডৰ স্হান।
##স্হানীয় লোকে বাহঁনিত মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে মৃত্যু হোৱা ৰাজু ওৰাংৰ ঘৰৰ পৰা শুই থকা অৱস্হাত  কিশোৰ ভাতৃ আৰু দেউতাক বোবাই ওৰাংক  সোমবাৰে নিশাই গ্ৰেপ্তাৰ কৰে।উদ্বাৰ কৰিছে হত্যাকাণ্ডত ব্যৱহাৰ হোৱা দা খনো আৰক্ষীয়ে। ঘৰুৱা সংঘাতৰ ফলতেই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্হানীয় লোক তথা আৰক্ষীৰ। বৰ্তমানত আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
    user_Malobika bora
    Malobika bora
    গোলাঘাট, গোলাঘাট, অসম•
    18 hrs ago
  • Post by KHABAR 24 BISWANATH
    1
    Post by KHABAR 24 BISWANATH
    user_KHABAR 24 BISWANATH
    KHABAR 24 BISWANATH
    সাংবাদিক বিশ্বনাথ, বিশ্বনাথ, অসম•
    19 hrs ago
  • residents of Koraijhar Long Terang Gaon, P/o, Ok-kereng, P/s, Howraghat, Karbi anglong face severe issues due to the lack of proper roads. During monsoons, the path becomes unusable, affecting school children and healthcare access. We request urgent action under government schemes to construct a road. #RuralDevelopment #AssamRoads"
    4
    residents of Koraijhar Long Terang Gaon, P/o, Ok-kereng, P/s, Howraghat, Karbi anglong  face severe issues due to the lack of proper roads. During monsoons, the path becomes unusable, affecting school children and healthcare access. We request urgent action under government schemes to construct a road. #RuralDevelopment #AssamRoads"
    user_Robinson Terang
    Robinson Terang
    ফুলনি, কাৰ্বি আংলং, অসম•
    14 hrs ago
  • কথা মতেই কাম মুখ্যমন্ত্ৰীৰ । ১০.৩০ বজাৰ লগে লগেই তুলুং কৈ সোমাই গ'ল অৰুণোদয় আঁচনিৰ ধন। ধন লাভৰ পিছতে হিতাধিকাৰীৰ মুখত আনন্দৰ হাঁহি....
    1
    কথা মতেই কাম মুখ্যমন্ত্ৰীৰ । ১০.৩০ বজাৰ লগে লগেই তুলুং কৈ সোমাই গ'ল অৰুণোদয় আঁচনিৰ ধন। ধন লাভৰ পিছতে হিতাধিকাৰীৰ মুখত আনন্দৰ হাঁহি....
    user_The Times of Guwahati
    The Times of Guwahati
    Local News Reporter Rupahi, Nagaon•
    23 min ago
  • আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত মৰিয়নি সমষ্টিত ব্যাপক নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে ৰাইজৰ দলৰ প্ৰাৰ্থী ড০ জ্ঞানাশ্ৰী বৰাই। আজি ড০ বৰাই যোৰহাট জিলাৰ চিন্তামণি গড় পঞ্চায়তৰ অন্তৰ্গত জেলেঙিটোপত এখন ক্ৰিকেট প্ৰতিযোগিতা উদ্বোধন কৰাৰ লগতে অঞ্চলটোৰ কেইবাখনো সভাত অংশ লৈ ৰাইজৰ সৈতে মত বিনিময় কৰে।​সক্ৰিয় ৰাজনীতিলৈ নতুনকৈ অহা ড০ জ্ঞানাশ্ৰী বৰাই সংবাদ মাধ্যমৰ আগত কয় যে মৰিয়নি সমষ্টিৰ ৰাইজৰ দীৰ্ঘদিনীয়া অভাৱ-অভিযোগসমূহ দূৰ কৰাই তেওঁৰ মূল লক্ষ্য। ​নতুন প্ৰজন্মৰ মাজত বিশেষ জনপ্ৰিয়তা অৰ্জন কৰা ড০ বৰাই আজিৰ এই জনসংযোগ কালত ৰাইজৰ পৰা বিপুল সমাদৰ লাভ কৰা পৰিলক্ষিত হয়।
    4
    আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত মৰিয়নি সমষ্টিত ব্যাপক নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে ৰাইজৰ দলৰ প্ৰাৰ্থী ড০ জ্ঞানাশ্ৰী বৰাই। আজি ড০ বৰাই যোৰহাট জিলাৰ চিন্তামণি গড় পঞ্চায়তৰ অন্তৰ্গত জেলেঙিটোপত এখন ক্ৰিকেট প্ৰতিযোগিতা উদ্বোধন কৰাৰ লগতে অঞ্চলটোৰ কেইবাখনো সভাত অংশ লৈ ৰাইজৰ সৈতে মত বিনিময় কৰে।​সক্ৰিয় ৰাজনীতিলৈ নতুনকৈ অহা ড০ জ্ঞানাশ্ৰী বৰাই সংবাদ মাধ্যমৰ আগত কয় যে মৰিয়নি সমষ্টিৰ ৰাইজৰ দীৰ্ঘদিনীয়া অভাৱ-অভিযোগসমূহ দূৰ কৰাই তেওঁৰ মূল লক্ষ্য। ​নতুন প্ৰজন্মৰ মাজত বিশেষ জনপ্ৰিয়তা অৰ্জন কৰা ড০ বৰাই আজিৰ এই জনসংযোগ কালত ৰাইজৰ পৰা বিপুল সমাদৰ লাভ কৰা পৰিলক্ষিত হয়।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    15 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.