গোলাঘাট আঠাবাৰীত নিজ ভাতৃ আৰু পিতৃৰ দা ঘাপত নিহত যেষ্ঠ ভাতৃ, হত্যা কৰি বস্তাট ভৰাই পেলালে বাহনিত,আৰক্ষীয়ে গ্ৰেপ্তাৰ অভিযুক্তক গোলাঘাটৰ দক্ষিণহেঙেৰা আঠাবাৰীত সংঘটিত হল লোমহৰ্ষক হত্যাকাণ্ড। নিজ ভাতৃয়ে হত্যা কৰিলে ককায়েকক।এই হত্যাকাণ্ডত সহযোগ কৰিলে পিতৃয়েও। ঘৰৰ চোতালতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি কিশোৰ ভাতৃয়ে হত্যা কৰি ককায়েক ৰাজু ওৰাংক বস্তাত ভৰাই মৃতদেহ পেলালে বাহঁনিত।চোতালতে সিচৰিত হৈ থকা তেজৰ চেকুৰাৰ পৰা স্পষ্ট হল হত্যাকাণ্ডৰ স্হান। ##স্হানীয় লোকে বাহঁনিত মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে মৃত্যু হোৱা ৰাজু ওৰাংৰ ঘৰৰ পৰা শুই থকা অৱস্হাত কিশোৰ ভাতৃ আৰু দেউতাক বোবাই ওৰাংক সোমবাৰে নিশাই গ্ৰেপ্তাৰ কৰে।উদ্বাৰ কৰিছে হত্যাকাণ্ডত ব্যৱহাৰ হোৱা দা খনো আৰক্ষীয়ে। ঘৰুৱা সংঘাতৰ ফলতেই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্হানীয় লোক তথা আৰক্ষীৰ। বৰ্তমানত আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

- গোলাঘাটৰ দক্ষিণহেঙেৰা আঠাবাৰীত সংঘটিত হল লোমহৰ্ষক হত্যাকাণ্ড। নিজ ভাতৃয়ে হত্যা কৰিলে ককায়েকক।এই হত্যাকাণ্ডত সহযোগ কৰিলে পিতৃয়েও। ঘৰৰ চোতালতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি কিশোৰ ভাতৃয়ে হত্যা কৰি ককায়েক ৰাজু ওৰাংক বস্তাত ভৰাই মৃতদেহ পেলালে বাহঁনিত।চোতালতে সিচৰিত হৈ থকা তেজৰ চেকুৰাৰ পৰা স্পষ্ট হল হত্যাকাণ্ডৰ স্হান। ##স্হানীয় লোকে বাহঁনিত মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে মৃত্যু হোৱা ৰাজু ওৰাংৰ ঘৰৰ পৰা শুই থকা অৱস্হাত কিশোৰ ভাতৃ আৰু দেউতাক বোবাই ওৰাংক সোমবাৰে নিশাই গ্ৰেপ্তাৰ কৰে।উদ্বাৰ কৰিছে হত্যাকাণ্ডত ব্যৱহাৰ হোৱা দা খনো আৰক্ষীয়ে। ঘৰুৱা সংঘাতৰ ফলতেই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্হানীয় লোক তথা আৰক্ষীৰ। বৰ্তমানত আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।1
- পাটনাৰ প্ৰখ্যাত অৰ্থ’পেডিক চাৰ্জন ড° শম্ভু কুমাৰ সিং এতিয়া আপোনাৰ ওচৰত! 📢 এতিয়া বাত বিষ, কঁকালৰ বিষ, আঁঠুৰ বিষ বা হাড়ৰ যিকোনো জটিল চিকিৎসাৰ বাবে পাটনালৈ যোৱাৰ প্ৰয়োজন নাই। ঘৰৰ ওচৰতে পাওক বিশ্বমানৰ অৰ্থ’পেডিক সেৱা। ✅ বিশেষজ্ঞ চিকিৎসা: বাত বিষ, গাঁঠিৰ বিষ, হাড় ভঙা, আৰু লিগামেণ্টৰ সকলো সমস্যা। 📍 ঠিকনা: বৰপুখুৰীৰ বিপৰীতে, গহপুৰ। 📞 বুকিং কৰক: 9101728626 | 7896782332 আজিই নাম পঞ্জীয়ন কৰক!1
- যোৰহাট প্ৰেছ ক্লাবৰ সৌজন্যত আজি 'এই মাহৰ অতিথি' শীর্ষক অনুষ্ঠান অনুষ্ঠিত হয় । #উক্ত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন চলচিত্র নির্মাতা তথা ভিলেজ ৰকষ্টাৰ্ছ খ্যাত ৰীমা দাস বিশিষ্ট অতিথি হিচাপে অংশ গ্রহণ1
- Post by KHABAR 24 BISWANATH1
- আজি ১০ মাৰ্চ ৷ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুসৰি অতিৰিক্ত এহেজাৰ টকাসহ মুঠ ৯,০০০ টকাকৈ অৰুণোদয় আঁচনিৰ ধন লাভ কৰি শিৱসাগৰ জিলাৰ নাজিৰা বিধানসভা সমষ্টিৰ জয়মতী গাওঁ পঞ্চায়তত মহিলাসকলৰ ব্যাপক আনন্দ-উলাহ ৷1
- বামুণপুখুৰী পঞ্চায়তত আজি ভাৰতীয় জনতা পাৰ্টিৰ এক বৃহৎ যোগদান কাৰ্যসূচী সম্পন্ন হয়।বনাইগড়পুৰীয়া নামঘৰৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আয়োজিত এই অনুষ্ঠানত পঞ্চায়তখনৰ প্ৰায় ৭০টা পৰিয়ালৰ শতাধিক লোকে বিজেপিৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ আনুষ্ঠানিকভাৱে দলত যোগদান কৰে। অনুষ্ঠিত এই সভাত মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত থাকি ন-কৰ্মীসকলক দলীয় গলবস্ত্ৰ আৰু টুপী পিন্ধাই উষ্ম আদৰণি জনায়। যোগদান কাৰ্যসূচীত অংশ লৈ বিধায়কগৰাকীয়ে কয় যে চৰকাৰৰ উন্নয়নমূলক কাম-কাজৰ প্ৰতি জনসাধাৰণৰ আস্থা বৃদ্ধি পাইছে। ভাষণ প্ৰসংগত তেওঁ আগন্তুক দিনত মৰিয়নি সমষ্টিত আৰু অধিক উন্নয়নমূলক আঁচনি ৰূপায়ণ কৰাৰ আশ্বাস প্ৰদান কৰে। উক্ত অনুষ্ঠানত কেইবাজনো জ্যেষ্ঠ কৰ্মকৰ্তা আৰু বিষয়ববীয়া উপস্থিত থাকে। এই যোগদান কাৰ্যসূচীয়ে অঞ্চলটোত বিজেপিৰ ভেটি অধিক শক্তিশালী কৰি তুলিব বুলি দলীয় নেতৃত্বই আশা প্ৰকাশ কৰিছে।4
- residents of Koraijhar Long Terang Gaon, P/o, Ok-kereng, P/s, Howraghat, Karbi anglong face severe issues due to the lack of proper roads. During monsoons, the path becomes unusable, affecting school children and healthcare access. We request urgent action under government schemes to construct a road. #RuralDevelopment #AssamRoads"4
- আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত মৰিয়নি সমষ্টিত ব্যাপক নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে ৰাইজৰ দলৰ প্ৰাৰ্থী ড০ জ্ঞানাশ্ৰী বৰাই। আজি ড০ বৰাই যোৰহাট জিলাৰ চিন্তামণি গড় পঞ্চায়তৰ অন্তৰ্গত জেলেঙিটোপত এখন ক্ৰিকেট প্ৰতিযোগিতা উদ্বোধন কৰাৰ লগতে অঞ্চলটোৰ কেইবাখনো সভাত অংশ লৈ ৰাইজৰ সৈতে মত বিনিময় কৰে।সক্ৰিয় ৰাজনীতিলৈ নতুনকৈ অহা ড০ জ্ঞানাশ্ৰী বৰাই সংবাদ মাধ্যমৰ আগত কয় যে মৰিয়নি সমষ্টিৰ ৰাইজৰ দীৰ্ঘদিনীয়া অভাৱ-অভিযোগসমূহ দূৰ কৰাই তেওঁৰ মূল লক্ষ্য। নতুন প্ৰজন্মৰ মাজত বিশেষ জনপ্ৰিয়তা অৰ্জন কৰা ড০ বৰাই আজিৰ এই জনসংযোগ কালত ৰাইজৰ পৰা বিপুল সমাদৰ লাভ কৰা পৰিলক্ষিত হয়।4