Shuru
Apke Nagar Ki App…
২০১৩ চনৰ শেষৰফালে আৰম্ভ হৈছে ভিলেজ ৰ'কষ্টাৰ্চৰ শ্বুটিং যোৰহাট প্ৰেছ ক্লাবৰ সৌজন্যত আজি 'এই মাহৰ অতিথি' শীর্ষক অনুষ্ঠান অনুষ্ঠিত হয় । #উক্ত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন চলচিত্র নির্মাতা তথা ভিলেজ ৰকষ্টাৰ্ছ খ্যাত ৰীমা দাস বিশিষ্ট অতিথি হিচাপে অংশ গ্রহণ
MR ABDUL MOTIN
২০১৩ চনৰ শেষৰফালে আৰম্ভ হৈছে ভিলেজ ৰ'কষ্টাৰ্চৰ শ্বুটিং যোৰহাট প্ৰেছ ক্লাবৰ সৌজন্যত আজি 'এই মাহৰ অতিথি' শীর্ষক অনুষ্ঠান অনুষ্ঠিত হয় । #উক্ত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন চলচিত্র নির্মাতা তথা ভিলেজ ৰকষ্টাৰ্ছ খ্যাত ৰীমা দাস বিশিষ্ট অতিথি হিচাপে অংশ গ্রহণ
More news from অসম and nearby areas
- যোৰহাট প্ৰেছ ক্লাবৰ সৌজন্যত আজি 'এই মাহৰ অতিথি' শীর্ষক অনুষ্ঠান অনুষ্ঠিত হয় । #উক্ত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন চলচিত্র নির্মাতা তথা ভিলেজ ৰকষ্টাৰ্ছ খ্যাত ৰীমা দাস বিশিষ্ট অতিথি হিচাপে অংশ গ্রহণ1
- বামুণপুখুৰী পঞ্চায়তত আজি ভাৰতীয় জনতা পাৰ্টিৰ এক বৃহৎ যোগদান কাৰ্যসূচী সম্পন্ন হয়।বনাইগড়পুৰীয়া নামঘৰৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আয়োজিত এই অনুষ্ঠানত পঞ্চায়তখনৰ প্ৰায় ৭০টা পৰিয়ালৰ শতাধিক লোকে বিজেপিৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ আনুষ্ঠানিকভাৱে দলত যোগদান কৰে। অনুষ্ঠিত এই সভাত মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত থাকি ন-কৰ্মীসকলক দলীয় গলবস্ত্ৰ আৰু টুপী পিন্ধাই উষ্ম আদৰণি জনায়। যোগদান কাৰ্যসূচীত অংশ লৈ বিধায়কগৰাকীয়ে কয় যে চৰকাৰৰ উন্নয়নমূলক কাম-কাজৰ প্ৰতি জনসাধাৰণৰ আস্থা বৃদ্ধি পাইছে। ভাষণ প্ৰসংগত তেওঁ আগন্তুক দিনত মৰিয়নি সমষ্টিত আৰু অধিক উন্নয়নমূলক আঁচনি ৰূপায়ণ কৰাৰ আশ্বাস প্ৰদান কৰে। উক্ত অনুষ্ঠানত কেইবাজনো জ্যেষ্ঠ কৰ্মকৰ্তা আৰু বিষয়ববীয়া উপস্থিত থাকে। এই যোগদান কাৰ্যসূচীয়ে অঞ্চলটোত বিজেপিৰ ভেটি অধিক শক্তিশালী কৰি তুলিব বুলি দলীয় নেতৃত্বই আশা প্ৰকাশ কৰিছে।4
- গোলাঘাটৰ দক্ষিণহেঙেৰা আঠাবাৰীত সংঘটিত হল লোমহৰ্ষক হত্যাকাণ্ড। নিজ ভাতৃয়ে হত্যা কৰিলে ককায়েকক।এই হত্যাকাণ্ডত সহযোগ কৰিলে পিতৃয়েও। ঘৰৰ চোতালতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি কিশোৰ ভাতৃয়ে হত্যা কৰি ককায়েক ৰাজু ওৰাংক বস্তাত ভৰাই মৃতদেহ পেলালে বাহঁনিত।চোতালতে সিচৰিত হৈ থকা তেজৰ চেকুৰাৰ পৰা স্পষ্ট হল হত্যাকাণ্ডৰ স্হান। ##স্হানীয় লোকে বাহঁনিত মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে মৃত্যু হোৱা ৰাজু ওৰাংৰ ঘৰৰ পৰা শুই থকা অৱস্হাত কিশোৰ ভাতৃ আৰু দেউতাক বোবাই ওৰাংক সোমবাৰে নিশাই গ্ৰেপ্তাৰ কৰে।উদ্বাৰ কৰিছে হত্যাকাণ্ডত ব্যৱহাৰ হোৱা দা খনো আৰক্ষীয়ে। ঘৰুৱা সংঘাতৰ ফলতেই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্হানীয় লোক তথা আৰক্ষীৰ। বৰ্তমানত আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।1
- অসম চাহ মজদুৰ সংঘ, সোণাৰি শাখাৰ 'চুপাৰ মাৰ্কেট কমপ্লেক্স'ৰ আধাৰশিলা স্থাপন। অসম চাহ মজদুৰ সংঘ, সোণাৰি শাখাৰ 'চুপাৰ মাৰ্কেট কমপ্লেক্স'টিৰ প্ৰাক্তন কেন্দ্ৰীয় ড'নাৰ মন্ত্ৰী তথা অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱৰ্নসিং ঘাটোৱাৰে আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানৰ আঁত ধৰে সোণাৰি শাখা সংঘৰ সম্পাদক প্ৰকাশ নাগে। শাখা সংঘৰ সমূহ বিষয়ববীয়া আৰু সদস্য সকলৰ লগতে কাষৰীয়া চাহ বাগিচাৰ পৰিচালক সকলো অনুষ্ঠানত উপস্থিত থাকে।1
- Post by KHABAR 24 BISWANATH1
- বৰহাট1
- residents of Koraijhar Long Terang Gaon, P/o, Ok-kereng, P/s, Howraghat, Karbi anglong face severe issues due to the lack of proper roads. During monsoons, the path becomes unusable, affecting school children and healthcare access. We request urgent action under government schemes to construct a road. #RuralDevelopment #AssamRoads"4
- T-20 বিশ্বকাপত ভাৰতৰ বৃহৎ জয়ৰ পাছতেই যোৰহাট গড় আলী ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক। বিজয় উল্লাসৰ এক সুন্দৰ দৃশ্য সৃষ্টি কৰে ক্ৰিকেট অনুৰাগীয়ে।1