Shuru
Apke Nagar Ki App…
মৰিগাঁও সদৰ সমষ্টি দন্দুৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত ২নং শ'লমাৰী গাঁৱত হৎঠাত কিয় অৰুণোদয় প্ৰতিবাদ সাব্যস্ত কৰি সংবাদ মাধ্যমৰ আগত কি ক'লে শুনক...
Bubu Nath
মৰিগাঁও সদৰ সমষ্টি দন্দুৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত ২নং শ'লমাৰী গাঁৱত হৎঠাত কিয় অৰুণোদয় প্ৰতিবাদ সাব্যস্ত কৰি সংবাদ মাধ্যমৰ আগত কি ক'লে শুনক...
More news from অসম and nearby areas
- Post by Bubu Nath1
- প্ৰকৃতি সংৰক্ষণ আৰু বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত পুনৰ এবাৰ সজাগতাৰ পৰিচয় দিলে ‘প্ৰকৃতিপ্ৰেমী মঞ্চ, অসম’ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে। দেওবাৰে সংগঠনটোৰ উদ্যোগত এটি দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছৰ পোৱালি উদ্ধাৰ কৰি ঐতিহাসিক বটদ্ৰৱা থানৰ পবিত্ৰ ‘আকাশী গংগা’ত সম্পূৰ্ণ নীতি-নিয়মৰ মাজেৰে মুক্ত কৰি দিয়া হয়।3
- Post by Mahesh kumar das1
- জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সৰৱ সাংসদ ৰকিবুল হুছেইন ১৯ ছেপ্টেম্বৰত মৃত্যু হ'ব সেইটো ১০ ছেপ্টেম্বৰত সিহঁতে কেনেকৈ জানিলে বিজেপিলৈ প্ৰশ্ন ৰকিবুল হুছেইনৰ গৌৰৱ গগৈৰ নেতৃত্বত চৰকাৰ হোৱাৰ লগে লগে আমি এমাহৰ আমি জুবিন গাৰ্গে ন্যায় পাব মন্তব্য ৰকিবুল হুছেইনৰ চামগুৰি সমষ্টিৰ শিঙিমাৰীত উপস্থিত হৈ এনেদৰেই জুবিনৰ ন্যায় সন্দৰ্ভত সৰৱ হৈ পৰে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন1
- অফাৰ অফাৰ অফাৰ ঈদৰ উপলক্ষ্য এই অফাৰ চলিব থাকিব। ৪০% শতাংশ ৰেহাই মূল্যত ক্ৰয় কৰিব পাৰিব কাপোৰ,জোতা, চেণ্ডেল আৰু কচমেটিক প্ৰতিটো সামগ্ৰী ক্ৰয় কৰি লৈ যাওঁক কম মূল্যত চামগুৰি সমষ্টিৰ শিৱস্থান দলংপাৰস্থিত মিৰাজ ক্লুত ষ্টোৰে লৈ আহিছে বাম্পাৰ অফাৰ আপুনি মন পছন্দৰ যিকোনো ক্ৰয় কৰিব বিচাৰিছে নেকি? তেন্তে এবাৰ এই মিৰাজ ক্লুত ষ্টোৰখনলৈ আহক আৰু মন খুলি শ্বপিং কৰক শিশুৰ পৰা বৃদ্ধলৈ সকলো ধৰণৰ কাপোৰ উপলব্ধ আছে দোকান খনত কতৃপক্ষৰ যোগাযোগ নম্বৰ হৈছে 93951 657071
- লাহৰীঘাট সমষ্টিৰত আছিফ নাজাৰক দলীয় টিকট প্ৰদান কৰিলে, কংগ্ৰেছ দল ত্যাগ কৰাৰ হুংকাৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ৰ ।1
- মোৰ জীৱন টো শেষ কৰি দিলে মাজিদুল হকে। মোক প্ৰেমৰ জালত পেলাই বহি ৰাজ্যত লৈ গৈ মোৰ উপৰত নিৰ্যাতন কৰিছে। মোক এটা কুটালীত বন্ধি কৰি মাৰপিট কৰিছে। মোৰ ফটো সমাজিক মাধ্যমত ভাইৰেল হোৱাত মই মুখ দেখাব নোৱাৰো। মই এজনী স্কুলীয়া ছাত্ৰী মই এতিয়া স্কুলত যাব নোৱাৰো। এনেদৰে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে এগৰাকি যুৱতী। পুণৰ প্ৰেমৰ জালত পেলাই বহি ৰাজ্যত নিৰ্যাতন চলোৱাৰ ঘটনাই অঞ্চল জুৰি তীব্ৰ চাঞ্চল্য পৰিৱেশ। ১৭ বছৰিয়া এগৰাকি স্কুলীয়া ছাত্ৰীক যৌন নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপন হৈছে তেজপুৰ বাটামাৰিৰ মাজাহিদুল হক নামৰ এটা লম্পটৰ বিৰুদ্ধ। নিতৌ নতুন নতুন শৈশলে AI ৰ জৰিয়তে অশ্লীল ফটো বনাই সমাজিক মাধ্যমত প্ৰচাৰ কৰাৰ ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰে তেজপুৰ আৰক্ষী চকীত। ঘটনা তেজপুৰ বাটামাৰিৰ যোৱা ৮ মাহ আগতে আজিজুল হকৰ কণ্য সন্তানক মাজিদুল নামৰ লম্পতে প্ৰেমৰ জালত ফচাই স্কুলৰ পৰা পলাই লৈ জাই বহি ৰাজ্যত। অন্ধকাৰ কুঠালত বন্দী কৰি বিভিন্ন ধৰণৰ নিৰ্যাতন কৰাৰ লগতে অশ্লীল ফটো বনাই সমাজিক মাধ্যমত ভাইৰেল কৰাৰ লগতে ব্লেকমিলিং ৰ এটা গেং বনাই লৈছে এইজন মাজীদুল নামৰ লম্পট টোৱে। আজিজুল হকৰ পৰিয়ালক অশ্লীল গালি গালাজ কৰাৰ লগতে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাত আজি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে যুৱতীৰ পৰিয়ালে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেজপুৰ আৰক্ষী অধীক্ষক ক হাত জোৰ কৰি কাতৰ অনুৰোধ জনায় নিয়াইৰ বাবে। এতিয়া তেজপুৰ আৰক্ষীয়ে মাজিদুল হক আৰু তেওৰ লগত সহায় কৰা আহাৰুদ্দিনমণ্ডল ক কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষণীয় বিষয়1
- 📌প্ৰিয় মানুহজনৰ শেষ আশ্ৰয়স্থলীৰ কাপোৰৰ টেণ্টৰ ওপৰত ত্ৰিপাল তৰিলে গৰিমা শইকীয়া গাৰ্গে। 📌দুদিন পূৰ্বে এজাক মূষলধাৰ বৰষুণত পানী সোমাইছিল জুবিন ক্ষেত্ৰত। নষ্ট হৈ গৈছিল অনুৰাগীয়ে হেঁপাহেৰে আগবঢ়োৱা উপহাৰসমূহ। 📌 আমাৰ প্ৰশ্ন আছে,এখন সমিতি থকাৰ পিছতো কিয় গৰিমা শইকীয়া গাৰ্গে ত্ৰিপাল তানিব লগা হল? 📌ক'ত গল প্ৰশাসনিক বিষয়াৰ লগতে সমিতিৰ বিষয়ববীয়া সকল ?1