লম্পট শিক্ষক বিপ্লৱ নাথে বিয়াৰ প্ৰলোভনেৰে প্ৰেমিকাক কৰিলে প্ৰতাৰণা। পুনৰ এগৰাকী শিক্ষকৰ দ্বাৰা প্ৰতাৰিত হ'ল এগৰাকী প্ৰেমিকা । বিয়াৰ প্ৰলোভনেৰে প্ৰেমিকা গৰাকীৰ সৈতে দুবছৰ ধৰি শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল লম্পট শিক্ষক গৰাকীয়ে। ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত চৌধুৰীখাটৰ বিপ্লৱ নাথ নামৰ শিক্ষকজনৰ দ্বাৰা প্ৰতাৰিত হয় প্ৰেমীকাগৰাকী।২০২৩ চনৰ পৰা বালাসিদ্ধি মাজপাৰা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক বিপ্লৱ নাথৰ সৈতে প্ৰেমিকা গৰাকীৰ প্ৰেমৰ সম্পৰ্ক আছিল । আনহাতে যোৱা ২০২৫ চনৰ পৰা বিপ্লৱ নাথে অন্য যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰ কথা গম পাইছিল প্ৰেমিকা গৰাকীয়ে ৷ ইয়াৰ পিছতে লম্পট শিক্ষক বিপ্লৱ নাথৰ লগত অন্য যুৱতীৰ সৈতেও সম্পৰ্ক থকাৰ কথা জানিব পাৰে প্ৰতাৰিত প্ৰেমিকা গৰাকীয়ে । এই বিষয়ে বিপ্লৱ নাথক প্ৰশ্ন কৰাত প্ৰেমিকা গৰাকীক নানা ধৰণৰ মানষিক অত্যাচাৰ কৰাৰ লগতে ব্লেকমেইল আৰম্ভ কৰা বুলি কয় ৷প্ৰেমিকা গৰাকীয়ে এই সম্পৰ্কে লম্পট শিক্ষক বিপ্লৱ নাথৰ পিতৃ-মাতৃক অৱগত কৰিছিল যদিও ওলোটাই প্ৰেমিকা গৰাকীকহে ধমক দিছিল বুলি অভিযোগ উত্থাপন কৰিছে প্ৰেমিকা গৰাকীয়ে ৷ উপায়ন্তৰ হৈ প্ৰেমিকা গৰাকীয়ে ছয়গাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । সেই এজাহাৰ ভিত্তিত নিশা ভণ্ড প্ৰেমিক বিপ্লৱ নাথৰ ঘৰৰ পৰা আৰক্ষীয়ে আটক কৰি থানালৈ লৈ আহে।

- পুনৰ এগৰাকী শিক্ষকৰ দ্বাৰা প্ৰতাৰিত হ'ল এগৰাকী প্ৰেমিকা । বিয়াৰ প্ৰলোভনেৰে প্ৰেমিকা গৰাকীৰ সৈতে দুবছৰ ধৰি শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল লম্পট শিক্ষক গৰাকীয়ে। ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত চৌধুৰীখাটৰ বিপ্লৱ নাথ নামৰ শিক্ষকজনৰ দ্বাৰা প্ৰতাৰিত হয় প্ৰেমীকাগৰাকী।২০২৩ চনৰ পৰা বালাসিদ্ধি মাজপাৰা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক বিপ্লৱ নাথৰ সৈতে প্ৰেমিকা গৰাকীৰ প্ৰেমৰ সম্পৰ্ক আছিল । আনহাতে যোৱা ২০২৫ চনৰ পৰা বিপ্লৱ নাথে অন্য যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰ কথা গম পাইছিল প্ৰেমিকা গৰাকীয়ে ৷ ইয়াৰ পিছতে লম্পট শিক্ষক বিপ্লৱ নাথৰ লগত অন্য যুৱতীৰ সৈতেও সম্পৰ্ক থকাৰ কথা জানিব পাৰে প্ৰতাৰিত প্ৰেমিকা গৰাকীয়ে । এই বিষয়ে বিপ্লৱ নাথক প্ৰশ্ন কৰাত প্ৰেমিকা গৰাকীক নানা ধৰণৰ মানষিক অত্যাচাৰ কৰাৰ লগতে ব্লেকমেইল আৰম্ভ কৰা বুলি কয় ৷প্ৰেমিকা গৰাকীয়ে এই সম্পৰ্কে লম্পট শিক্ষক বিপ্লৱ নাথৰ পিতৃ-মাতৃক অৱগত কৰিছিল যদিও ওলোটাই প্ৰেমিকা গৰাকীকহে ধমক দিছিল বুলি অভিযোগ উত্থাপন কৰিছে প্ৰেমিকা গৰাকীয়ে ৷ উপায়ন্তৰ হৈ প্ৰেমিকা গৰাকীয়ে ছয়গাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । সেই এজাহাৰ ভিত্তিত নিশা ভণ্ড প্ৰেমিক বিপ্লৱ নাথৰ ঘৰৰ পৰা আৰক্ষীয়ে আটক কৰি থানালৈ লৈ আহে।1
- নতুন ভিডিও1
- ▶️ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত ধন বিতৰণ, হিতাধিকাৰীসকলক দ্বিতীয় কিস্তি দিলে মুখ্যমন্ত্ৰীয়ে ▶️ আত্মনিৰ্ভৰ অসমত পুনৰ ধন বিতৰণ! হিতাধিকাৰীসকলক দ্বিতীয় কিস্তি প্ৰদান মুখ্যমন্ত্ৰীৰ1
- চৰকাৰী আঁচনিৰ পৰা বঞ্চিত মুকালমুৱা বদনী আখিয়া গাঁৱৰ বিশেষভাৱে সক্ষম পিতৃ-কন্যা।1
- ৰঙিয়াৰ কমলপুৰ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী সত্যব্ৰত কলিতাৰ সংবাদ মেল অনুষ্ঠিত1
- কলগাছিয়াত প্ৰাক্তন সাংসদ আব্দুল খালেকৰ সংবাদমেল। বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ হস্পিটালৰ নাম সলনিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ। ফখৰুদ্দিন আলি আহমেদৰ নাম সলনি কৰা কাৰ্যটো দুৰ্ভাগ্য জনক আখ্যা। বৰ্তমান প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামত যদি মেডিকেল কলেজ থাকিব পাৰে তেনেহলে ফখৰুদ্দিন আলি আহমেদৰ নামত কিয় মেডিকেল কলেজ থাকিব নোৱাৰে বুলি প্ৰশ্ন ? মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক মহম্মদ বিন টোগলকৰ লগত তুলনা কৰে প্ৰাক্তন সাংসদ গৰাকীয়ে নাম সলনিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী খালেকৰ।1
- তামুলপুৰত অৰুণোদয় আঁচনি বঞ্চিত মহিলাই জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ ।1
- পঞ্চম বাৰৰ বাবে জনীয়াৰ বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থীত্ব লাভ। মন্দিয়া সমষ্টিত এ আই ইউ ডি এফৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব ডঃ হাফিজ ৰফিকুল ইছলামে। প্ৰাৰ্থীত্ব লাভ কৰি সমষ্টিত পদাৰ্পন ডঃ হাফিজ ৰফিকুল ইছলামৰ। মৌলানা বদৰুদ্দিন আজমলৰ লগতে সমষ্টিবাসীক ধন্যবাদ জ্ঞাপন। আল্লাহৰ দয়া আৰু ৰাইজৰ আৰ্শীবাদত এইবেলিও নিৰ্বাচনত জয়ী হ'ব বুলি মন্তব্য কৰে ডঃ হাফিজ ৰফিকুল ইছলামে। বৰপেটা ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ হস্পিটালৰ নাম পৰিবৰ্তনক তীব্ৰ ধিক্কাৰ জনাই পূৰ্বৰ নাম বাহাল ৰখাৰ দাবী জনায়1