MAJULI BREAKING মাজুলীত আকৰ্শনীয় হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনলৈ মাজত মাঠো কেইটামান ঘন্টা বাকী থকা অৱস্থাত কংগ্ৰেছ আৰু বিজেপিয়ে প্ৰচাৰ অভিযান তুংগত তুলিছে। মাজুলীত ৰনডংগা বজাইছে কংগ্ৰেছ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগু আৰু বিজেপি প্ৰাৰ্থী ভুৱন গামে। বিজেপি কংগ্ৰেছ দুইতা পাৰ্টীয়ে একেলগে চলালে প্ৰচাৰ। মাজুলীৰ গড়মূৰত একেলগে উৰিল কংগ্ৰেছ আৰু বিজেপিৰ দলীয় পতাকা। নিৰ্বাচনী প্ৰচাৰ অভিযানৰ শেষৰ দিনা মাজুলী কংগ্ৰেছে প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা কথা আছিল যদিও মাজুলীলৈ নাহিল গৌৰৱ গগৈ। প্ৰতিকূল বতৰৰ বাবে মাজুলীলৈ নাহিল গৌৰৱ গগৈ। ৯ বজাৰ পৰা ১২ বজালৈ অনুমতি দিছিল যদিও ১২ বজাৰ ভিতৰত হেলিকপ্টাৰ উৰিব নোৱাৰা কাৰনে পিছত অনুমতি নিদিলে। কংগ্ৰেছ প্ৰাৰ্থী ইন্দ্ৰনীল পেগুৱে কয় যে বিজেপিয়ে ভয় খায় চকান্ত কৰিছে গৌৰৱ গগৈ মাজুলীলৈ আহিব নোৱাৰিব বাবে। ইফালে কংগ্ৰেছ আজি সমগ্ৰ মাজুলীত চলাব বাইক ৰেলী ৰ'ড চৌ। MAJULI BREAKING মাজুলীত আকৰ্শনীয় হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনলৈ মাজত মাঠো কেইটামান ঘন্টা বাকী থকা অৱস্থাত কংগ্ৰেছ আৰু বিজেপিয়ে প্ৰচাৰ অভিযান তুংগত তুলিছে। মাজুলীত ৰনডংগা বজাইছে কংগ্ৰেছ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগু আৰু বিজেপি প্ৰাৰ্থী ভুৱন গামে। বিজেপি কংগ্ৰেছ দুইতা পাৰ্টীয়ে একেলগে চলালে প্ৰচাৰ। মাজুলীৰ গড়মূৰত একেলগে উৰিল কংগ্ৰেছ আৰু বিজেপিৰ দলীয় পতাকা। নিৰ্বাচনী প্ৰচাৰ অভিযানৰ শেষৰ দিনা মাজুলী কংগ্ৰেছে প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা কথা আছিল যদিও মাজুলীলৈ নাহিল গৌৰৱ গগৈ। প্ৰতিকূল বতৰৰ বাবে মাজুলীলৈ নাহিল গৌৰৱ গগৈ। ৯ বজাৰ পৰা ১২ বজালৈ অনুমতি দিছিল যদিও ১২ বজাৰ ভিতৰত হেলিকপ্টাৰ উৰিব নোৱাৰা কাৰনে পিছত অনুমতি নিদিলে। কংগ্ৰেছ প্ৰাৰ্থী ইন্দ্ৰনীল পেগুৱে কয় যে বিজেপিয়ে ভয় খায় চকান্ত কৰিছে গৌৰৱ গগৈ মাজুলীলৈ আহিব নোৱাৰিব বাবে। ইফালে কংগ্ৰেছ আজি সমগ্ৰ মাজুলীত চলাব বাইক ৰেলী ৰ'ড চৌ।

- MAJULI BREAKING মাজুলীত নিৰ্বাচনকেন্দ্ৰিক হিংসা বিজেপি আৰু কংগ্ৰেছ কৰ্মীৰ সংঘাত । বিজেপি কৰ্মীৰ চোকা অস্ত্ৰৰ আক্ৰমনত আহত তিনি মহিলা বিজেপি কৰ্মীৰ আক্ৰমণত আহত তিনি গৰাকী মহিলা কংগ্ৰেছ কৰ্মী। চোকা অস্ত্ৰৰ আক্ৰমত আহত হয় ধাপক গাৱঁৰ নৱনিতা চাতোলা, সংগীতা পায়েং আৰু মিনাক্ষী চাতোলা। বালিচাপৰি আৰক্ষী চকীৰ অন্তৰ্গত আদি এলেঙিত এই ঘটনা সংঘটিত হয়। কংগ্ৰেছ কৰ্মী সকলে বাইক ৰেলি কৰি বালিচাপৰি দিশে গৈ থাকোতে বাটতে বাধা প্ৰদান কৰি বিজেপি কৰ্মীয়ে আক্ৰমণ কৰে কংগ্ৰেছ কৰ্মীক। আহত কংগ্ৰেছ কৰ্মী কেইগাৰকীক ততাতৰিয়াকৈ গড়মূৰ জিলা চিকিৎসা লয়লৈ আনে চিকিৎসাৰ বাবে1
- কামৰূপ জিলাৰ ছমৰীয়াৰ কালাতলীত অসম গণ পৰিষদৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাৰ আয়োজন কৰে।1
- Post by দিব্য জ্যোতি ভূঞা1
- শিৱসাগৰ বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ৰূপক ভূঞাই সমগ্ৰ শিৱসাগৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই ব্যক্ত কৰে মনৰ অনুভৱ1
- বিজেপিৰ ৪৭ তম্ প্ৰতিষ্ঠা দিৱসৰ দিনাই পুনৰ বিজেপিৰ কাৰ্যালয়ত শিৱসাগৰ জিলাখনৰ বিভিন্ন ঠাইৰ লগতে নগৰৰ ৫ নং আৰু ৯ নং ৱাৰ্ড সহ ১৫০+ ব্যক্তিৰ বৃহৎ যোগদান কাৰ্যসূচী সফলভাৱে সম্পন্ন হয় ৷ বিৰোধীৰ মিছা প্ৰতিশ্ৰুতি আৰু ভ্ৰষ্ট ৰাজনীতিত বিতুষ্ট হৈ বহুতো যুৱক-যুৱতী, সমাজৰ বিভিন্ন শ্ৰেণীৰ ৰাইজে বিজেপিৰ উন্নয়নৰ যাত্ৰাত অংশগ্ৰহণ কৰে। উল্লেখ যে, ৰাইজৰ এই নিৰন্তৰ বিশ্বাস আৰু সমৰ্থনে শিৱসাগৰ সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কুশল দুৱৰীক অধিক উৎসাহিত কৰি তুলিছে ৷ উক্ত যোগদান কাৰ্য্যসূচীত বিশেষভাৱে উপস্থিত থাকে ৰাজ্যিক মুখপাত্ৰদ্বয় ক্ৰমে কল্যাণ গগৈ আৰু সুভাষ দত্ত ৷3
- নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিম দিন। প্ৰচাৰৰ অন্তিম দিনটোত প্ৰত্যেকতো ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে শক্তি প্ৰদৰ্শন কৰিছে নিজ দলৰ। প্ৰত্যেক জন প্ৰাৰ্থীয়ে নিজৰ সমৰ্থক সকলৰ সৈতে বাহিৰ কৰিছে সমদল। খুমটাই সমষ্টিও তাৰ ব্যতিক্ৰম নহয়। খুমটাই সমষ্টিত এফালে যদি বিজেপি প্ৰাৰ্থী মৃণাল শইকীয়াই উলিয়াইছে চাইকেল ৰেলী। আনফালে কংগ্ৰেছৰ প্ৰাৰ্থী ৰজলীনা তিৰ্কীয়ে উলিয়াইছে মটৰ চাইকেল ৰেলী। সহস্ৰাধিক মটৰ চাইকেল সহ নুমলীগড়ৰ পংকাৰ পৰা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বগীজানলৈ এক ৰেলী বাহিৰ কৰি শক্তি প্ৰদৰ্শন কৰে।2
- সোণাৰিত চৰাইদেউ জিলা প্ৰশাসনৰ বিৰুদ্ধে সৰৱ পোন্ধৰশৰোধিক গাড়ী চালক-হেণ্ডিমেন ।ভোটাধিকাৰৰ পৰা বঞ্চিত কৰাৰ অভিযোগ প্ৰশাসনৰ বিৰুদ্ধে। ভোটগ্ৰহণৰ বাবে চৰাইদেউ জিলা প্ৰশাসনে অধিগ্ৰহণ কৰা গাড়ীচালক-হেণ্ডিমেনক ভোটদানৰ ব্যৱস্থা গ্ৰহণ নকৰিলে গাড়ী নচলোৱাৰ হুংকাৰ। আনহাতে থকা-খোৱাৰ সু-ব্যৱস্থা নকৰাত চৰাইদেউ জিলা প্ৰশাসনৰ বিৰুদ্ধে সৰৱ চালকসকল। ইফালে প্ৰয়োজনতকৈ কম পেট্ৰল-ডিজেল যোগান ধৰাত বিপাঙত পৰিছে চালকসকল।1
- MAJULI BREAKING মাজুলীত আকৰ্শনীয় হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনলৈ মাজত মাঠো কেইটামান ঘন্টা বাকী থকা অৱস্থাত কংগ্ৰেছ আৰু বিজেপিয়ে প্ৰচাৰ অভিযান তুংগত তুলিছে। মাজুলীত ৰনডংগা বজাইছে কংগ্ৰেছ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগু আৰু বিজেপি প্ৰাৰ্থী ভুৱন গামে। বিজেপি কংগ্ৰেছ দুইতা পাৰ্টীয়ে একেলগে চলালে প্ৰচাৰ। মাজুলীৰ গড়মূৰত একেলগে উৰিল কংগ্ৰেছ আৰু বিজেপিৰ দলীয় পতাকা। নিৰ্বাচনী প্ৰচাৰ অভিযানৰ শেষৰ দিনা মাজুলী কংগ্ৰেছে প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা কথা আছিল যদিও মাজুলীলৈ নাহিল গৌৰৱ গগৈ। প্ৰতিকূল বতৰৰ বাবে মাজুলীলৈ নাহিল গৌৰৱ গগৈ। ৯ বজাৰ পৰা ১২ বজালৈ অনুমতি দিছিল যদিও ১২ বজাৰ ভিতৰত হেলিকপ্টাৰ উৰিব নোৱাৰা কাৰনে পিছত অনুমতি নিদিলে। কংগ্ৰেছ প্ৰাৰ্থী ইন্দ্ৰনীল পেগুৱে কয় যে বিজেপিয়ে ভয় খায় চকান্ত কৰিছে গৌৰৱ গগৈ মাজুলীলৈ আহিব নোৱাৰিব বাবে। ইফালে কংগ্ৰেছ আজি সমগ্ৰ মাজুলীত চলাব বাইক ৰেলী ৰ'ড চৌ।1