logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ৱাডছ ইংলিছ স্কুলৰ শিক্ষকসকলে এক গুৰুত্বপূৰ্ণ সংবাদ মেল অনুষ্ঠিত কৰিছে। এই সংবাদ মেলত তেওঁলোকে স্পষ্টকৈ মন্তব্য কৰিছে যে তেওঁলোক অশিক্ষিত নহয় আৰু তেওঁলোকক অপমান কৰিলে তেওঁলোকে বহি নাথাকে।

1 hr ago
user_JANJU LIVE
JANJU LIVE
Local News Reporter লংকা, হোজাই, অসম•
1 hr ago

ৱাডছ ইংলিছ স্কুলৰ শিক্ষকসকলে এক গুৰুত্বপূৰ্ণ সংবাদ মেল অনুষ্ঠিত কৰিছে। এই সংবাদ মেলত তেওঁলোকে স্পষ্টকৈ মন্তব্য কৰিছে যে তেওঁলোক অশিক্ষিত নহয় আৰু তেওঁলোকক অপমান কৰিলে তেওঁলোকে বহি নাথাকে।

More news from অসম and nearby areas
  • ৱাডছ ইংলিছ স্কুলৰ শিক্ষকসকলে এক গুৰুত্বপূৰ্ণ সংবাদ মেল অনুষ্ঠিত কৰিছে। এই সংবাদ মেলত তেওঁলোকে স্পষ্টকৈ মন্তব্য কৰিছে যে তেওঁলোক অশিক্ষিত নহয় আৰু তেওঁলোকক অপমান কৰিলে তেওঁলোকে বহি নাথাকে।
    1
    ৱাডছ ইংলিছ স্কুলৰ শিক্ষকসকলে এক গুৰুত্বপূৰ্ণ সংবাদ মেল অনুষ্ঠিত কৰিছে। এই সংবাদ মেলত তেওঁলোকে স্পষ্টকৈ মন্তব্য কৰিছে যে তেওঁলোক অশিক্ষিত নহয় আৰু তেওঁলোকক অপমান কৰিলে তেওঁলোকে বহি নাথাকে।
    user_JANJU LIVE
    JANJU LIVE
    Local News Reporter লংকা, হোজাই, অসম•
    1 hr ago
  • আজি কাৰ্বি আংলং জিলাৰ বোকাজানত নতুনকৈ টাটা আজোৰা ট্ৰাকৰ শুভ উন্মোচন কৰা হয়।
    1
    আজি কাৰ্বি আংলং জিলাৰ বোকাজানত নতুনকৈ টাটা আজোৰা ট্ৰাকৰ শুভ উন্মোচন কৰা হয়।
    user_Bokajan TV
    Bokajan TV
    ডিফু, কাৰ্বি আংলং, অসম•
    2 hrs ago
  • ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ প্ৰাপ্ত জ্যেষ্ঠ সংবাদকৰ্মী তথা কংগ্ৰেছ নেতা নুৰুল আমিন চৌধুৰীয়ে ১৫ গৰাকীকৈ সাংবাদিকৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে। তথ্যবিহীনভাৱে বাতৰি পৰিৱেশন কৰাৰ অভিযোগত তেওঁ সাংবাদিকসকলৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছে। এই সন্দৰ্ভত মন্তব্য কৰি নুৰুল আমিন চৌধুৰীয়ে লগতে কয় যে যিসকলে ৰাইজৰ জনাদেশক মানি নলয়, তেওঁলোক প্ৰকৃত বাংলাদেশী।
    1
    ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ প্ৰাপ্ত জ্যেষ্ঠ সংবাদকৰ্মী তথা কংগ্ৰেছ নেতা নুৰুল আমিন চৌধুৰীয়ে ১৫ গৰাকীকৈ সাংবাদিকৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে। তথ্যবিহীনভাৱে বাতৰি পৰিৱেশন কৰাৰ অভিযোগত তেওঁ সাংবাদিকসকলৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছে।

এই সন্দৰ্ভত মন্তব্য কৰি নুৰুল আমিন চৌধুৰীয়ে লগতে কয় যে যিসকলে ৰাইজৰ জনাদেশক মানি নলয়, তেওঁলোক প্ৰকৃত বাংলাদেশী।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    3 hrs ago
  • মৰিগাঁও জিলা আমছুৱে লাহৰীঘাটৰ ভূৰাগাঁৱত বিশ্ব নবী হজৰত মহম্মদক লৈ কৰা অপমানসূচক মন্তব্যৰ বিৰুদ্ধে তীব্ৰ মানৱ শৃংখলাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। হীৰেণ অসম নামৰ এজন ব্যক্তিৰ দ্বাৰা বিশ্ব নবীক অপমান কৰা ঘটনাক কেন্দ্ৰ কৰি এই প্ৰতিবাদ গঢ়ি উঠিছে। প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ আৰু পোষ্টাৰ লৈ নিজৰ অসন্তুষ্টি প্ৰকাশ কৰে। এই প্ৰতিবাদত আমছুৱে হীৰেণ অসমৰ বিৰুদ্ধে তৎকালীনভাৱে গোচৰ ৰুজু কৰাৰ দাবী উত্থাপন কৰিছে। তেওঁলোকে 'ধৰ্মীয় আৱেগ-অনুভূতিক আঘাত দিয়া বন্ধ কৰক', 'সাম্প্ৰদায়িক শক্তি নিপাত যাওক' আৰু 'সাম্প্ৰদায়িক বিষবাস্প বন্ধ কৰক' আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
    1
    মৰিগাঁও জিলা আমছুৱে লাহৰীঘাটৰ ভূৰাগাঁৱত বিশ্ব নবী হজৰত মহম্মদক লৈ কৰা অপমানসূচক মন্তব্যৰ বিৰুদ্ধে তীব্ৰ মানৱ শৃংখলাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। হীৰেণ অসম নামৰ এজন ব্যক্তিৰ দ্বাৰা বিশ্ব নবীক অপমান কৰা ঘটনাক কেন্দ্ৰ কৰি এই প্ৰতিবাদ গঢ়ি উঠিছে। প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ আৰু পোষ্টাৰ লৈ নিজৰ অসন্তুষ্টি প্ৰকাশ কৰে।

এই প্ৰতিবাদত আমছুৱে হীৰেণ অসমৰ বিৰুদ্ধে তৎকালীনভাৱে গোচৰ ৰুজু কৰাৰ দাবী উত্থাপন কৰিছে। তেওঁলোকে 'ধৰ্মীয় আৱেগ-অনুভূতিক আঘাত দিয়া বন্ধ কৰক', 'সাম্প্ৰদায়িক শক্তি নিপাত যাওক' আৰু 'সাম্প্ৰদায়িক বিষবাস্প বন্ধ কৰক' আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    4 hrs ago
  • মৰিগাঁও জিলাৰ জাগীৰোডৰ শ্যামাপল্লী আৰু শিলভঙা অঞ্চলৰ জনসাধাৰণ দুৰ্ঘটনাৰ আশংকাত ভুগিছে। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰ্ভিছ পথটোত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁতৰ বাবে যাতায়াতৰ ক্ষেত্ৰত অঞ্চলটোৰ জনতাই যমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে। স্থানীয় ৰাইজে অভিযোগ কৰিছে যে এই চাৰ্ভিছ পথটো এতিয়া মৃত্যুদূতত পৰিণত হৈছে। এই পথত থকা ডাঙৰ ডাঙৰ গাঁতৰ বাবে সঘনে দুৰ্ঘটনা সংঘটিত হৈ আহিছে। স্থানীয় লোকে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰাৰ পিছতো তেওঁলোকৰ পৰা কোনো ধৰণৰ সঁহাৰি লাভ কৰা নাই।
    1
    মৰিগাঁও জিলাৰ জাগীৰোডৰ শ্যামাপল্লী আৰু শিলভঙা অঞ্চলৰ জনসাধাৰণ দুৰ্ঘটনাৰ আশংকাত ভুগিছে। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰ্ভিছ পথটোত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁতৰ বাবে যাতায়াতৰ ক্ষেত্ৰত অঞ্চলটোৰ জনতাই যমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে।

স্থানীয় ৰাইজে অভিযোগ কৰিছে যে এই চাৰ্ভিছ পথটো এতিয়া মৃত্যুদূতত পৰিণত হৈছে। এই পথত থকা ডাঙৰ ডাঙৰ গাঁতৰ বাবে সঘনে দুৰ্ঘটনা সংঘটিত হৈ আহিছে। স্থানীয় লোকে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰাৰ পিছতো তেওঁলোকৰ পৰা কোনো ধৰণৰ সঁহাৰি লাভ কৰা নাই।
    user_ৰিয়ান মেধী
    ৰিয়ান মেধী
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    5 hrs ago
  • Hiring Job Title : Sales Company / Shop : Barman Store Job Field : BPO Salary Offered : 10000 Locality : revoi Job Type : Part Time Required Work Experience : Fresher sakorir proyojon
    1
    Hiring
Job Title : Sales
Company / Shop : Barman Store
Job Field : BPO
Salary Offered : 10000
Locality : revoi
Job Type : Part Time
Required Work Experience : Fresher
sakorir proyojon
    user_Manju Barman guwahati
    Manju Barman guwahati
    Interior designer ভৈৰিমবং, ৰি ভৈ, মেঘালয়•
    14 hrs ago
  • এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে, য'ত এখন চলন্ত এম্বুলেন্সৰ ভিতৰৰ পৰা এজন ৰোগী হঠাতে ৰাজপথত পৰি গৈছে। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
    1
    এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে, য'ত এখন চলন্ত এম্বুলেন্সৰ ভিতৰৰ পৰা এজন ৰোগী হঠাতে ৰাজপথত পৰি গৈছে। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
    user_Northeast Talks
    Northeast Talks
    Local News Reporter লংকা, হোজাই, অসম•
    4 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.