logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

মৰিগাঁও জিলাৰ জাগীৰোডৰ শ্যামাপল্লী আৰু শিলভঙা অঞ্চলৰ জনসাধাৰণ দুৰ্ঘটনাৰ আশংকাত ভুগিছে। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰ্ভিছ পথটোত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁতৰ বাবে যাতায়াতৰ ক্ষেত্ৰত অঞ্চলটোৰ জনতাই যমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে। স্থানীয় ৰাইজে অভিযোগ কৰিছে যে এই চাৰ্ভিছ পথটো এতিয়া মৃত্যুদূতত পৰিণত হৈছে। এই পথত থকা ডাঙৰ ডাঙৰ গাঁতৰ বাবে সঘনে দুৰ্ঘটনা সংঘটিত হৈ আহিছে। স্থানীয় লোকে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰাৰ পিছতো তেওঁলোকৰ পৰা কোনো ধৰণৰ সঁহাৰি লাভ কৰা নাই।

5 hrs ago
user_ৰিয়ান মেধী
ৰিয়ান মেধী
Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
5 hrs ago

মৰিগাঁও জিলাৰ জাগীৰোডৰ শ্যামাপল্লী আৰু শিলভঙা অঞ্চলৰ জনসাধাৰণ দুৰ্ঘটনাৰ আশংকাত ভুগিছে। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰ্ভিছ পথটোত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁতৰ বাবে যাতায়াতৰ ক্ষেত্ৰত অঞ্চলটোৰ জনতাই যমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে। স্থানীয় ৰাইজে অভিযোগ কৰিছে যে এই চাৰ্ভিছ পথটো এতিয়া মৃত্যুদূতত পৰিণত হৈছে। এই পথত থকা ডাঙৰ ডাঙৰ গাঁতৰ বাবে সঘনে দুৰ্ঘটনা সংঘটিত হৈ আহিছে। স্থানীয় লোকে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰাৰ পিছতো তেওঁলোকৰ পৰা কোনো ধৰণৰ সঁহাৰি লাভ কৰা নাই।

More news from অসম and nearby areas
  • মৰিগাঁও জিলাৰ জাগীৰোডৰ শ্যামাপল্লী আৰু শিলভঙা অঞ্চলৰ জনসাধাৰণ দুৰ্ঘটনাৰ আশংকাত ভুগিছে। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰ্ভিছ পথটোত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁতৰ বাবে যাতায়াতৰ ক্ষেত্ৰত অঞ্চলটোৰ জনতাই যমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে। স্থানীয় ৰাইজে অভিযোগ কৰিছে যে এই চাৰ্ভিছ পথটো এতিয়া মৃত্যুদূতত পৰিণত হৈছে। এই পথত থকা ডাঙৰ ডাঙৰ গাঁতৰ বাবে সঘনে দুৰ্ঘটনা সংঘটিত হৈ আহিছে। স্থানীয় লোকে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰাৰ পিছতো তেওঁলোকৰ পৰা কোনো ধৰণৰ সঁহাৰি লাভ কৰা নাই।
    1
    মৰিগাঁও জিলাৰ জাগীৰোডৰ শ্যামাপল্লী আৰু শিলভঙা অঞ্চলৰ জনসাধাৰণ দুৰ্ঘটনাৰ আশংকাত ভুগিছে। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰ্ভিছ পথটোত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁতৰ বাবে যাতায়াতৰ ক্ষেত্ৰত অঞ্চলটোৰ জনতাই যমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে।

স্থানীয় ৰাইজে অভিযোগ কৰিছে যে এই চাৰ্ভিছ পথটো এতিয়া মৃত্যুদূতত পৰিণত হৈছে। এই পথত থকা ডাঙৰ ডাঙৰ গাঁতৰ বাবে সঘনে দুৰ্ঘটনা সংঘটিত হৈ আহিছে। স্থানীয় লোকে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰাৰ পিছতো তেওঁলোকৰ পৰা কোনো ধৰণৰ সঁহাৰি লাভ কৰা নাই।
    user_ৰিয়ান মেধী
    ৰিয়ান মেধী
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    5 hrs ago
  • মৰিগাঁও জিলা আমছুৱে লাহৰীঘাটৰ ভূৰাগাঁৱত বিশ্ব নবী হজৰত মহম্মদক লৈ কৰা অপমানসূচক মন্তব্যৰ বিৰুদ্ধে তীব্ৰ মানৱ শৃংখলাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। হীৰেণ অসম নামৰ এজন ব্যক্তিৰ দ্বাৰা বিশ্ব নবীক অপমান কৰা ঘটনাক কেন্দ্ৰ কৰি এই প্ৰতিবাদ গঢ়ি উঠিছে। প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ আৰু পোষ্টাৰ লৈ নিজৰ অসন্তুষ্টি প্ৰকাশ কৰে। এই প্ৰতিবাদত আমছুৱে হীৰেণ অসমৰ বিৰুদ্ধে তৎকালীনভাৱে গোচৰ ৰুজু কৰাৰ দাবী উত্থাপন কৰিছে। তেওঁলোকে 'ধৰ্মীয় আৱেগ-অনুভূতিক আঘাত দিয়া বন্ধ কৰক', 'সাম্প্ৰদায়িক শক্তি নিপাত যাওক' আৰু 'সাম্প্ৰদায়িক বিষবাস্প বন্ধ কৰক' আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
    1
    মৰিগাঁও জিলা আমছুৱে লাহৰীঘাটৰ ভূৰাগাঁৱত বিশ্ব নবী হজৰত মহম্মদক লৈ কৰা অপমানসূচক মন্তব্যৰ বিৰুদ্ধে তীব্ৰ মানৱ শৃংখলাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। হীৰেণ অসম নামৰ এজন ব্যক্তিৰ দ্বাৰা বিশ্ব নবীক অপমান কৰা ঘটনাক কেন্দ্ৰ কৰি এই প্ৰতিবাদ গঢ়ি উঠিছে। প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ আৰু পোষ্টাৰ লৈ নিজৰ অসন্তুষ্টি প্ৰকাশ কৰে।

এই প্ৰতিবাদত আমছুৱে হীৰেণ অসমৰ বিৰুদ্ধে তৎকালীনভাৱে গোচৰ ৰুজু কৰাৰ দাবী উত্থাপন কৰিছে। তেওঁলোকে 'ধৰ্মীয় আৱেগ-অনুভূতিক আঘাত দিয়া বন্ধ কৰক', 'সাম্প্ৰদায়িক শক্তি নিপাত যাওক' আৰু 'সাম্প্ৰদায়িক বিষবাস্প বন্ধ কৰক' আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    4 hrs ago
  • ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ প্ৰাপ্ত জ্যেষ্ঠ সংবাদকৰ্মী তথা কংগ্ৰেছ নেতা নুৰুল আমিন চৌধুৰীয়ে ১৫ গৰাকীকৈ সাংবাদিকৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে। তথ্যবিহীনভাৱে বাতৰি পৰিৱেশন কৰাৰ অভিযোগত তেওঁ সাংবাদিকসকলৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছে। এই সন্দৰ্ভত মন্তব্য কৰি নুৰুল আমিন চৌধুৰীয়ে লগতে কয় যে যিসকলে ৰাইজৰ জনাদেশক মানি নলয়, তেওঁলোক প্ৰকৃত বাংলাদেশী।
    1
    ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ প্ৰাপ্ত জ্যেষ্ঠ সংবাদকৰ্মী তথা কংগ্ৰেছ নেতা নুৰুল আমিন চৌধুৰীয়ে ১৫ গৰাকীকৈ সাংবাদিকৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে। তথ্যবিহীনভাৱে বাতৰি পৰিৱেশন কৰাৰ অভিযোগত তেওঁ সাংবাদিকসকলৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছে।

এই সন্দৰ্ভত মন্তব্য কৰি নুৰুল আমিন চৌধুৰীয়ে লগতে কয় যে যিসকলে ৰাইজৰ জনাদেশক মানি নলয়, তেওঁলোক প্ৰকৃত বাংলাদেশী।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    3 hrs ago
  • শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ শ্ৰীশ্ৰী হনুমান মন্দিৰত শ্ৰীশ্ৰী বিষ্ণু পুৰাণ কথা অনুষ্ঠিত হৈছে।
    1
    শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ শ্ৰীশ্ৰী হনুমান মন্দিৰত শ্ৰীশ্ৰী বিষ্ণু পুৰাণ কথা অনুষ্ঠিত হৈছে।
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    13 hrs ago
  • Hiring Job Title : Sales Company / Shop : Barman Store Job Field : BPO Salary Offered : 10000 Locality : revoi Job Type : Part Time Required Work Experience : Fresher sakorir proyojon
    1
    Hiring
Job Title : Sales
Company / Shop : Barman Store
Job Field : BPO
Salary Offered : 10000
Locality : revoi
Job Type : Part Time
Required Work Experience : Fresher
sakorir proyojon
    user_Manju Barman guwahati
    Manju Barman guwahati
    Interior designer ভৈৰিমবং, ৰি ভৈ, মেঘালয়•
    14 hrs ago
  • মৰিগাঁও জিলাৰ পশ্চিম জালুগুটিৰ লোচনাবড়ীৰ সন্তান মিনহাজ আহমেদে গুজৰাটত অনুষ্ঠিত চতুৰ্থ পাফি ৰাষ্ট্ৰীয় মল্লযুঁজ চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক অৰ্জন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে। সৰ্বভাৰতীয় পৰ্যায়ৰ এই কঠিন প্ৰতিযোগিতাত মিনহাজে দেখুওৱা উৎকৃষ্ট প্ৰদৰ্শনৰ পিছতে এতিয়া সমগ্ৰ অঞ্চলটোত আনন্দৰ জোৱাৰ উঠিছে। এই উদীয়মান ক্ৰীড়াবিদগৰাকীৰ পৰৱৰ্তী লক্ষ্য হৈছে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াংগনত সফলতা লাভ কৰা।
    1
    মৰিগাঁও জিলাৰ পশ্চিম জালুগুটিৰ লোচনাবড়ীৰ সন্তান মিনহাজ আহমেদে গুজৰাটত অনুষ্ঠিত চতুৰ্থ পাফি ৰাষ্ট্ৰীয় মল্লযুঁজ চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক অৰ্জন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে। সৰ্বভাৰতীয় পৰ্যায়ৰ এই কঠিন প্ৰতিযোগিতাত মিনহাজে দেখুওৱা উৎকৃষ্ট প্ৰদৰ্শনৰ পিছতে এতিয়া সমগ্ৰ অঞ্চলটোত আনন্দৰ জোৱাৰ উঠিছে। এই উদীয়মান ক্ৰীড়াবিদগৰাকীৰ পৰৱৰ্তী লক্ষ্য হৈছে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াংগনত সফলতা লাভ কৰা।
    user_ৰিয়ান মেধী
    ৰিয়ান মেধী
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    14 hrs ago
  • গুৱাহাটী মহানগৰত এগৰাকী নিচাসক্ত বাহন চালকে মহানগৰ যান-বাহন আৰক্ষীক প্ৰত্যাহ্বান জনাই মদ্যপান কৰি গাড়ী চলাই নিয়ন্ত্ৰণ হেৰুৱাই নলাত সোমাই পৰে। মহানগৰীৰ ৰাজপথত সংঘটিত এই ঘটনা নব-নিৰ্মিত শ্যামাপ্ৰসাদ মুখাৰ্জী উৰনীয়া সেতুৰ তলত, এটা ৰোলিং মিলৰ সমীপত সংঘটিত হৈছে।
    1
    গুৱাহাটী মহানগৰত এগৰাকী নিচাসক্ত বাহন চালকে মহানগৰ যান-বাহন আৰক্ষীক প্ৰত্যাহ্বান জনাই মদ্যপান কৰি গাড়ী চলাই নিয়ন্ত্ৰণ হেৰুৱাই নলাত সোমাই পৰে। মহানগৰীৰ ৰাজপথত সংঘটিত এই ঘটনা নব-নিৰ্মিত শ্যামাপ্ৰসাদ মুখাৰ্জী উৰনীয়া সেতুৰ তলত, এটা ৰোলিং মিলৰ সমীপত সংঘটিত হৈছে।
    user_DSL LIVE
    DSL LIVE
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    8 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.