Shuru
Apke Nagar Ki App…
This is a test message to explore the app's features.
Shuru Promotions
This is a test message to explore the app's features.
More news from অসম and nearby areas
- তিনিচুকীয়াৰ আনন্দ নগৰৰ বাসিন্দা বিনয় মিশ্ৰৰ ঘৰত সোমবাৰে দিনৰ ভাগত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত প্ৰায় ১৬টা ভাড়া ঘৰ ভস্মীভূত হয় ৷ দুখৰ সমভাগী হ’বলৈ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণে। ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে কথা পাতি তেওঁলোকক সাহস আৰু শান্তনা প্ৰদান কৰাৰ লগতে তাৎক্ষণিক সহায় আগবঢ়োৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে বিধায়কগৰাকীয়ে। সমান্তৰালভাৱে আগন্তুক দিনত যাতে এনে ঘটনা পুনৰ নঘটে তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ নিৰ্দেশ প্ৰদান কৰে বিধায়কগৰাকীয়ে।1
- ১৯৮ বছৰৰ পাছত চৰাইদেউৰ লাংকুৰী দেওশালণ চোমদেও পূজা অৰ্পণ। ১৭ ফাগুন ত্তাঈ পূৰ্ণিমা লগত সংগতি ৰাখি ধেমাজি জিলাৰ হাতীগড় ফুৰালং সংঘৰ উদ্যোগত আৰু চৰাইদেউ আমাৰ গৌৰৱ নামৰ এক স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত চৰাইদেউ লাংকুৰী দেওশালত চূম-ফ্ৰা ৰূং -ছেং মিয়ুং তথা চোমদেউক পূজা আগবঢ়োৱা হয়।সমগ্ৰ পূজা ভাগ আয়োজনত অংশগ্ৰহণ কৰে ধেমাজি, লক্ষিমপুৰ জিলাৰ পৰা অহা ৩ শতাধিক লোকে1
- ৰাজ্যত সাপৰ সংৰক্ষণ আৰু সৰ্পদংশনৰ চিকিৎসাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিত জড়িত শিৱসাগৰৰ ডিমৌৰ বিশিষ্ট চিকিৎসক তথা দুই বিশেষ ব্যক্তিৰ সৈতে এক ব্যতিক্ৰমী মিলন ঘটে। বিশিষ্ট চিকিৎসক তথা সৰ্প বিশেষজ্ঞ ড° সুৰজিৎ গিৰিয়ে আজি সৰ্পবান্ধৱ সৌৰভ বৰকটকীৰ বাসগৃহত উপস্থিত হৈ তেওঁ ৰচনা কৰা ‘ভেনম আৰ্মী’ (Venom Army) নামৰ গ্ৰন্থখন উপহাৰ হিচাপে আগবঢ়ায়। সাক্ষাৎকালত সদৰী কৰে যে, ৰাছেল ভাইপাৰৰ আৱিৰ্ভাৱৰ পাছত বৰ্তমান অসমত বিষাক্ত সাপৰ শ্ৰেণী সাতবিধলৈ বৃদ্ধি পাইছে। ইতিমধ্যে তেজপুৰ, বঙাইগাঁও আৰু কোকৰাঝাৰত এই সাপৰ দংশনত ১১ জন লোক আক্ৰান্ত হৈছে। আজিৰ এই অনুষ্ঠানত ‘প্ৰকৃতি’ৰ সভাপতি টুটুমনি কলিতাই চিকিৎসকগৰাকীক সম্বৰ্দ্ধনা জ্ঞাপন কৰে।1
- অসম মহোৎসৱ যোৱা ২৩ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈ ৯মাৰ্চত অন্ত পৰিব৷1
- असम: TISS के गर्ल्स हॉस्टल के बाथरूम में साबुन के पैकेट में स्पाई कैमरा, नहाने गई छात्रा ने देखा तो उड़े होश असम के गुवाहाटी में स्थित टाटा सामाजिक विज्ञान संस्थान (टीएसआईएसएस) के गर्ल्स हॉस्टल में एक हैरान कर देने वाला मामला सामने आया है। यहां हॉस्टल के बाथरूम के अंदर साबुन के पैकेट में छिपा हुआ कैमरा मिला। इस घटना के सामना आने के बाद छात्रों में गुस्सा और डर का माहौल है। छात्राओं ने इस घटना के बाद कड़ी कार्रवाई की मांग की है। अब टीएसआईएसएस के अधिकारी इस बात का पता लगाने की कोशिश कर रहे हैं कि यह घिनौनी हरकत किसने और क्यों की है। फिलहाल मामले की जांच की जा रही है।1
- গোলাঘাট নগৰৰ শান্তিপুৰত ড্ৰাগছ সহ দুজন আৰক্ষীৰ জালত । মেৰাপানীৰ ২ জন লোকক ড্ৰাগছ সহ AS05Z0264 নম্বৰৰ এখন Hero X Pulse বাইক আৰু ১২.১১ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰে। লোক দুজন মেৰাপানী ভেলৌগুৰিৰ ছালামউদ্দিন আহমেদ আৰু বুবুল হুছেইন বুলি জানিব পৰা গৈছে।1
- কমাৰবন্ধা ৰেলৰেল ষ্টেচনত ৰেলৰ পৰা পৰি মৃত্যু এগৰাকী যুৱতিৰ,উদ্ধাৰ কৰিব পৰা নাই যুৱতি গৰাকীৰ পৰিচয় l গোলাঘাটৰ কমাৰবন্ধা সোমবাৰে নিশা ৰে’ল ষ্টেচনত অঘটন ৰে’লৰ পৰা পৰি মৃত্যু এগৰাকীৰ যুৱতীৰ উজনিমুৱা বিবেক এক্সপ্রেছৰ পৰা পৰি মৃত্যু যুৱতীগৰাকীৰ এই পৰ্যন্ত মৃত যুৱতীগৰাকীৰ পৰিচয় উদ্ধাৰ হোৱা নাই কন্যাকুমাৰীৰ পৰা ডিব্রুগড় অভিমুখী আছিল ৰে’লখন সম্প্রতি গোলাঘাটৰ অসামৰিক চিকিৎসালয়ত ৰখা হৈছে মৃতদেহটো।1
- তিনিচুকীয়া জিলাত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানক উৎকৃষ্টতাৰ কেন্দ্ৰলৈ উন্নীতকৰণৰ আধাৰশিলা স্থাপন অনুষ্ঠান সম্পন্ন । অনুষ্ঠানত উপস্থিত থাকে তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ। লগতে উক্ত সময়ছোৱাত উপস্থিত থাকে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান তিনিচুকীয়াৰ অধ্যক্ষা সংসিতা গগৈ, জিলা বিদ্যালয় পৰিদৰ্শক বিন্তি শৰ্মা। এই প্ৰকল্প অসম চৰকাৰৰ ৰাজ্যিক শিক্ষা অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা অৰ্থায়িত আৰু অসম ৰাজ্যিক অনুসূচিত জাতি উন্নয়ন নিগম লিমিটেডৰ দ্বাৰা সম্পাদিত হৈছে, আনুমানিক খৰচ ৯১৫.২৯ লাখ টকা।1