Shuru
Apke Nagar Ki App…
অহা তিনিদিনৰ ভিতৰত বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী নিশ্চিত কৰিব বিপিএফে। 🚨বিধানসভা নিৰ্বাচনকলৈ তৎপৰ হাগ্ৰামা মহিলাৰী। 🚨অহা তিনিদিনৰ ভিতৰত প্ৰাৰ্থী নিশ্চিত কৰিব বিপিএফে। 🚨হাউলীৰ হটাপাৰাস্তিত বিপিএফৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা কৰ্মীসভাত হাগ্ৰামা মহিলাৰীয়ে অংশগ্ৰহণ কৰি নিৰ্বাচনকলৈ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। . . . . . #NewsUpdate #HagramaMohilary #BPF #AssemblyElection2026 #ABCNewsAssam
Shakil Ahmed- ABC News Digital
অহা তিনিদিনৰ ভিতৰত বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী নিশ্চিত কৰিব বিপিএফে। 🚨বিধানসভা নিৰ্বাচনকলৈ তৎপৰ হাগ্ৰামা মহিলাৰী। 🚨অহা তিনিদিনৰ ভিতৰত প্ৰাৰ্থী নিশ্চিত কৰিব বিপিএফে। 🚨হাউলীৰ হটাপাৰাস্তিত বিপিএফৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা কৰ্মীসভাত হাগ্ৰামা মহিলাৰীয়ে অংশগ্ৰহণ কৰি নিৰ্বাচনকলৈ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। . . . . . #NewsUpdate #HagramaMohilary #BPF #AssemblyElection2026 #ABCNewsAssam
More news from অসম and nearby areas
- 🚨বিধানসভা নিৰ্বাচনকলৈ তৎপৰ হাগ্ৰামা মহিলাৰী। 🚨অহা তিনিদিনৰ ভিতৰত প্ৰাৰ্থী নিশ্চিত কৰিব বিপিএফে। 🚨হাউলীৰ হটাপাৰাস্তিত বিপিএফৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা কৰ্মীসভাত হাগ্ৰামা মহিলাৰীয়ে অংশগ্ৰহণ কৰি নিৰ্বাচনকলৈ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। . . . . . #NewsUpdate #HagramaMohilary #BPF #AssemblyElection2026 #ABCNewsAssam1
- 🏆🏆🧡💛🌟🌟🎉💙🌲🎊💝3
- বৰপেটা জিলাৰ চেঙাত ঈদৰ প্ৰস্তুতি সম্পন্ন।ঈদৰ সমূহীয়া নামাজ সম্পন্ন হ'ব প্ৰায় ২০পৰা ২৫ হাজাৰ লোকে অংশগ্ৰহণ কৰে । এমাহ পবিত্ৰ ৰোজাৰ কঠোৰ ব্ৰত পালনৰ অন্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব ঈদ উল-ফিটৰ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাৰ মাজদিয়া- চেঙা- কুকাৰপাৰ মিলন আঞ্চলিক ঈদগাহ ময়দানতো সমাপন কৰা হয় ঈদ-উল-ফিটৰৰ সমূহীয়া নামাজ । আৰু এনেদৰে উলহ মালহেৰে ঈদৰ সমূহীয়া নামাজ সম্পন্ন কৰাৰ বাবে প্ৰস্তুতি চলাইছে বিভিন্ন জনে । বৰপেটা জিলাৰ কেইবাখনো গাঁৱৰ ৰাইজে এনেদৰে সজাই পৰাই তুলিছে সুন্দৰকৈ । এই দৃশ্য বৰপেটা জিলাৰ চেঙা মুছলমান গাঁওৰ এনদৰে এদল যুৱকে মিলি সজাই তুলিছে অঞ্চলটোৰ বিভিন্ন ৰাজপথ । সমান্তৰালকৈ কুকাৰপাৰ মছজিদৰ চৌহদ আৰু চেঙা জামে মছজিদৰ চৌহদটো সজাই তুলিছে স্থানীয় ৰাইজে ।1
- কলগাছিয়াত এ আই ইউ ডি এফৰ কাৰ্যালয়ত যোগদান কাৰ্যসূচী। আজি কলগাছিয়াৰ এ আই ইউ ডি এফৰ কাৰ্যালয়ত বৰপেটা জিলা মহিলা কংগ্ৰেছৰ সম্পাদিকা আঞ্জুমনোৱাৰা খাতুনে এ আই ইউ ডি এফত যোগদান কৰে। এই সন্দৰ্ভত জনীয়াৰ বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামে মন্তব্য কৰে।1
- पश्चिम बंगाल सहित पांच राज्यों में विधानसभा चुनाव की तारीखों का एलान, 4 मई को आएगा परिणाम भारत निर्वाचन आयोग ने पश्चिम बंगाल, असम, केरल, तमिलनाडु और पुडुचेरी सहित पांच राज्यों के विधानसभा चुनावों की तारीखों की घोषणा कर दी है। इन सभी विधानसभा चुनावों का परिणाम 4 मई को घोषित होगा।1
- তামুলপুৰত বিপিএফৰ শক্তি প্ৰদৰ্শন: পাঁচ শতাধিকৰ যোগদান সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত তামুলপুৰত বিপিএফ দলে এক বৃহৎ শক্তি প্ৰদৰ্শন কৰি আজি পাঁচ শতাধিক ইউপিপিএল, বিজেপি আৰু কংগ্ৰেছ কৰ্মীক দলত অন্তৰ্ভুক্ত কৰে। বিপিএফৰ কেন্দ্ৰীয় উপ-সভাপতি তথা তামুলপুৰৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মোছাহাৰী আৰু কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীৰ উপস্থিতিত তামুলপুৰ ব্লক বিপিএফৰ কাৰ্যালয়ত এই যোগদান কাৰ্যসূচী সম্পন্ন হয়। যোগদানৰ অন্তত সংবাদ মাধ্যমৰ আগত ইমানুৱেল মোছাহাৰীয়ে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক তীব্ৰ সমালোচনা কৰি তেওঁক এগৰাকী ‘চালানী মানুহ’ আখ্যা দিয়ে আৰু ফুটবল খেলুৱৈৰ দৰে সমষ্টি সলাই ফুৰা কাৰ্যক গৰিহণা দিয়ে। তামুলপুৰ, গোৰেশ্বৰ, টংলা আৰু বিজনীত বিজেপিয়ে প্ৰাৰ্থীত্ব দিব বিচৰা চৰ্চাৰ মাজতে মুছাহাৰীয়ে স্পষ্ট কৰি দিয়ে যে মিত্ৰজোঁটে প্ৰাৰ্থী দিলেও সেয়া বিপিএফৰ পছন্দৰ হ’ব লাগিব আৰু কোনো বিশেষ ব্যক্তিক সংস্থাপন দিয়াৰ স্বাৰ্থত সমষ্টি সলাই অহা প্ৰাৰ্থীক গ্ৰহণ কৰা নহ’ব। বিশ্বজিৎ দৈমাৰীয়ে চলোৱা জনসম্পৰ্ক অভিযানক প্ৰত্যাহ্বান জনাই মুছাহাৰীয়ে লগতে কয় যে এই ৰাজনৈতিক অংকৰ চূড়ান্ত সিদ্ধান্ত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়েহে গ্ৰহণ কৰিব। আজিৰ যোগদান কাৰ্যসূচীত তামুলপুৰ জিলা বিপিএফৰ সভাপতি মহেশ্বৰ বসুমতাৰী, সম্পাদক দিপক ডেকা, গয়বাৰী ব্লক বিপিএফৰ সভাপতি যোগেন বসুমতাৰী, সম্পাদক দেৰহাছাৰ বড়ো, টিচিএলচিচিৰ অধ্যক্ষ জিতেন মুছাহাৰী, পৌৰপতি দীপক বড়ো, উপ পৌৰপতি অৰবিন্দ নাৰ্জাৰী, প্ৰমুখ্যে বলেন বড়ো যোগেশ্বৰ তালুকদাৰ দিপালী ডেকা, ৰাজেন বড়ো, জিলা যুৱ বিপিএফৰ নেতা মনোজ ৰাভা সহ দলীয় নেলা কৰ্মী সকল উপস্থিত থাকে।###1
- ৰঙিয়াত কলেজীয়া ছাত্ৰ নিৰুদ্দেশক লৈ চাঞ্চল্য। ৰঙিয়াৰ গোপালপুৰৰ জয়ন্ত বেজবৰুৱা নামৰ ২০ বছৰীয়া ছাত্ৰজন আজি সোমবাৰে পুৱাৰে পৰা সন্ধানহীন হৈ থকাত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে পৰিয়ালৰ লোকৰ মনত । ৰঙিয়া মহাবিদ্যালয়ৰ ৪ৰ্থ ষান্মাসিকৰ ছাত্ৰ জয়ন্ত বেজবৰুৱাই পুৱা মাতৃক মহাবিদ্যালয়লৈ আহিব বুলি জানিবলৈ দি ঘৰৰ পৰা ওলাই আহে । কিন্তু অপ্ৰত্যাশিতভাবে সন্ধিয়াৰ ভাগলৈ ঘৰলৈ ওভটি নোযোৱাক লৈ উৎকণ্ঠিত হৈ পৰে পৰিয়ালৰ লোক। ইতিমধ্যে বিভিন্ন স্থানত যোগাযোগ কৰিও কোনো ধৰনৰ সম্ভেদ লাভ কৰিবলৈ সক্ষম নহল । উপায়ন্তৰ বিহীন হৈ ছাত্ৰ গৰাকীৰ মাতৃয়ে কাষ চাপিছে ৰঙিয়া আৰক্ষীৰ ।ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে মাতৃয়ে ।1
- কলগাছিয়াত কংগ্ৰেছ প্ৰাৰ্থী প্ৰাক্তন সাংসদ আব্দুল খালেকৰ বিশাল বাইক ৰেলী। আব্দুল খালেক জিন্দাবাদ ধ্বনিৰে মুখৰিত আকাশ বতাহ। দলীয় নেতৃবৃন্দক ধন্যবাদ জ্ঞাপন আব্দুল খালেকৰ। উল্লেখযোগ্য যে, আগন্তুক বিধানসভা নিৰ্বাচনত মন্দিয়া বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব লাভৰ পিছত আজি গুৱাহাটীৰ পৰা সমষ্টিলৈ আহে আব্দুল খালেকে। উত্তৰ বৰপেটা হাইস্কুল খেলপথাৰৰ পৰা বাইক ৰেলী ওলিয়াই মন্দিয়া, জনীয়া, বামুনটাৰী হৈ কলগাছিয়া লৈ আহে বিশাল বাইক ৰেলী। প্ৰাক্তন সাংসদ আব্দুল খালেকে টিকট লাভ কৰি উৎফুল্লিত হোৱাৰ লগতে দলীয় নেতৃবৃন্দক ধন্যবাদ জ্ঞাপন কৰে। লগতে তেওঁ কয় এই বেলি ৰাইজৰ বিপুল সমৰ্থন লাভ কৰিছো, সেয়ে এই বেলি বিপুল ভোটত জয়ী হ'ম বুলি কয়।1